জ্বলাই দিলোঁ মেজি 🔥🔥 - Happy magh bihu again

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ม.ค. 2022
  • I am Mahanta
    / @iammahanta
    that girl youtube channel
    • OMG 😱😱 dimpu dak log p...

ความคิดเห็น • 1.3K

  • @bikashfactory3547
    @bikashfactory3547 2 ปีที่แล้ว +19

    Wow wow ultimate happy magh bihu❤️❤️❤️

    • @bbikash1485
      @bbikash1485 2 ปีที่แล้ว

      th-cam.com/video/uPRPCoHJeMI/w-d-xo.html

    • @ChiranjitHazarika
      @ChiranjitHazarika 2 ปีที่แล้ว

      th-cam.com/video/mEpYTnwr_AI/w-d-xo.html
      কৰিমগঞ্জ জিলাৰ অসমীয়া গাঁৱৰ বিহু

    • @ariyanahmed4805
      @ariyanahmed4805 2 ปีที่แล้ว +1

      Happy Magh Bihu

  • @ajjonkoneng6958
    @ajjonkoneng6958 2 ปีที่แล้ว +31

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ দিম্পু দা।

  • @youtubeaddicteduttam9817
    @youtubeaddicteduttam9817 2 ปีที่แล้ว +38

    নাৰায়ণপুৰৰ পৰা সকলো অসমবাসী ৰাইজলৈ হেঁপাহৰ ভোগালী বিহুৰ হিঁয়াভৰা শুভেচ্ছা জনালোঁ।।।🌼🥀🌼

    • @ChiranjitHazarika
      @ChiranjitHazarika 2 ปีที่แล้ว +2

      th-cam.com/video/mEpYTnwr_AI/w-d-xo.html
      কৰিমগঞ্জ জিলাৰ অসমীয়া গাঁৱৰ বিহু

  • @anantamoranvloge7255
    @anantamoranvloge7255 2 ปีที่แล้ว +109

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ডিম্পু দা, ভোগালীয়ে সকলোৰে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধিৰ কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ।।

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +3

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙄

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว +2

      th-cam.com/video/Viccb_PU7gk/w-d-xo.html

    • @ChiranjitHazarika
      @ChiranjitHazarika 2 ปีที่แล้ว +3

      th-cam.com/video/mEpYTnwr_AI/w-d-xo.html
      কৰিমগঞ্জ জিলাৰ অসমীয়া গাঁৱৰ মাঘ বিহু

    • @subratabarman9055
      @subratabarman9055 2 ปีที่แล้ว +1

      th-cam.com/video/9VtMqGqgSvA/w-d-xo.html

    • @subratabarman9055
      @subratabarman9055 2 ปีที่แล้ว +1

      @@aftarofficial403 th-cam.com/video/9VtMqGqgSvA/w-d-xo.html

  • @kakalimalakar7018
    @kakalimalakar7018 2 ปีที่แล้ว +18

    ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো দাদা❤🥰
    Love from hajo❣️

  • @krishnaborah58
    @krishnaborah58 2 ปีที่แล้ว +49

    মাঘ বিহুৰ শুভেচ্ছা আৰু মৰম জনালোঁ। মেজীৰ জুই এ অপায় অমংগল দুৰ কৰে যেন❤️

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +3

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻❤️❤️❤️❤️

    • @jadabvlogs
      @jadabvlogs 2 ปีที่แล้ว +2

      মোৰVideo চাবা

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +3

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

    • @foridulvlog91
      @foridulvlog91 2 ปีที่แล้ว +3

      Happy bogali bihu

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +2

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

  • @bibhascreation3207
    @bibhascreation3207 2 ปีที่แล้ว +68

    শুভ মাঘ বিহু। আজিৰ পৰা সকলোৰে জীবন সুন্দৰ হওক তাৰে কামনা কৰিলো। সকলোকে মাঘ বিহু ৰ শুভেচ্ছা জনালো

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +4

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻

    • @bibhascreation3207
      @bibhascreation3207 2 ปีที่แล้ว +1

      @jilmil kalita ধন্যবাদ

    • @bibhascreation3207
      @bibhascreation3207 2 ปีที่แล้ว +2

      @@aftarofficial403 ok

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +2

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

    • @jbcreations-q7q
      @jbcreations-q7q 2 ปีที่แล้ว

      তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোঁলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ Brother❤️!

  • @pranjitsaikia617
    @pranjitsaikia617 2 ปีที่แล้ว +2

    মেজিৰ পৱিত্র জুইয়ে হৄদয় উমাল কৰি তোলক ; ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক ; ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক☺ তাৰেই কামনাৰে.... ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে । ❤️..

  • @user-ds2gd9rf1r
    @user-ds2gd9rf1r 2 ปีที่แล้ว +25

    🙏🏻🔥অসমৰ সমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা ভোগালীৰ ভোগেৰে উপচি পৰক সকলোৰে জীৱন আৰু কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধি।মেজিত জাহ যাওঁক দেশৰ সকলো অপায়-অমঙ্গল ; সেই কামনাৰে হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।

    • @TishRabha
      @TishRabha 2 ปีที่แล้ว +2

      সকলোকে ভোগালী বিহুৰ সুভেচ্ছা থাকিল
      HAPPY BHOGALI BIHU #jiTeszh_kr ❣️

    • @ItsYurJubajit
      @ItsYurJubajit 2 ปีที่แล้ว +1

      Same to you ❤❤

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙏❤️❤️❤️❤️🙄

  • @banajitdas1662
    @banajitdas1662 2 ปีที่แล้ว +22

    সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে আমাৰ মৰমৰ দিম্পু দালৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

    • @bbikash1485
      @bbikash1485 2 ปีที่แล้ว

      th-cam.com/video/uPRPCoHJeMI/w-d-xo.html

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ETTᗩ.ᖇᗩᑎᗪE.ᗩᑭEᖇ.KOTE.SᗩᒪKE.ᗩSᗩ
      ᒪᑎGTᗩ.ᕼOI.ᗷᑌS.KᕼO

  • @abdussobur690
    @abdussobur690 2 ปีที่แล้ว +3

    তিনি মহলীয়া ভেলা ঘৰ চাই নষ্টালজিক হৈ পৰিলো,খুউব ভাল লাগিল,বনোৱা সকলোৰ সৈতে,সদৌতিলৈ উৰুকা আৰু ভোগালী বিহুৰ হিয়াভৰা ওলগ ও শুভেচ্ছা💐💐

    • @dipennath3764
      @dipennath3764 5 หลายเดือนก่อน

      🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @Assamesegk-u4k
    @Assamesegk-u4k 2 ปีที่แล้ว +7

    মাটি মাহৰ জুতিৰে , মিঠা আলুৰ পিঠাৰে,বৰা চাউলৰ সুগনধীৰে, তোমালোকৰ পৰিয়ালৰ জীৱন ভোগালী হৈ পৰক * তাৰে কামনাৰে তোমালোকৰ পৰিয়ালৰ সকলো লৈকে মোৰ ফালৰ পৰা 💞❤ Happy Magh bihu 💕 Happy ভোগালি বিহু💚❤

  • @abduljallil4013
    @abduljallil4013 2 ปีที่แล้ว +11

    Wish You A Happy Bhogali Bihu To Dada 🔥🔥🔥Aru সকলোলৈকে শুভেচ্ছা জনালোঁ 💐💐🙏

    • @bbikash1485
      @bbikash1485 2 ปีที่แล้ว +1

      th-cam.com/video/uPRPCoHJeMI/w-d-xo.html

  • @dhanmonidas9002
    @dhanmonidas9002 2 ปีที่แล้ว +19

    ভোগালী বিহুৰ শুভেচ্ছা ....dimpu da

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +2

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

    • @NasrinSultana-us9yb
      @NasrinSultana-us9yb 2 ปีที่แล้ว

      Happy bhogali bihu Dimpu

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      Mur new channel tu please support koribo ☺️

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว

      th-cam.com/video/Viccb_PU7gk/w-d-xo.html

  • @Dipjyotizglahkar
    @Dipjyotizglahkar 2 ปีที่แล้ว +2

    অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন বাপতী-সাহোন ভোগালী বিহুৰ প্ৰাক ক্ষনত জ্যেষ্ঠ জনলৈ *প্ৰনাম* কনিষ্ঠ জনলৈ *মৰম* আৰু সমনীয়াসকললৈ আন্তৰিক *শুভকামনা জ্ঞাপন কৰিলো*

  • @co2berserk893
    @co2berserk893 2 ปีที่แล้ว +3

    I am Bengali. I don't understand Assamese but watch this channel's videos because i enjoy watching Dimpu da's simple life😃.

  • @Thinksinassamese
    @Thinksinassamese 2 ปีที่แล้ว +69

    মোৰ ফালৰ পৰা সকলোকে অসমীয়া বাপুটি সাহোন ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ,, লগতে বিহু খাবলৈ নিমন্ত্ৰণ জনালোঁ।

  • @Eduliteassam
    @Eduliteassam 2 ปีที่แล้ว +8

    ❤️বিহুৰ শুভেচ্ছা জনালো❤️

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

  • @excelsamipkishor7320
    @excelsamipkishor7320 2 ปีที่แล้ว +6

    Happy Magh Bihu to Dimpu Da & all my Assamese family..........♥️🖤

  • @abhijitdeka6782
    @abhijitdeka6782 2 ปีที่แล้ว +9

    সুখী ভোগালী বিহু দাদা❤️

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ETTᗩ.ᗰᗩYᗩᖇ.ᗷᑌS.Kᕼᑎ.SᗩᒪKE.ᗩSᗩ.ᖇᗩᑎᗪEᖇ.ᗷᗩᗪSᕼᗩ.KᑌTTᗩᖇ.ᗷᗩᗪSᕼᗩ.SᑌOᗩᖇOᖇ.ᗷETᗩ

  • @jiujuel39
    @jiujuel39 2 ปีที่แล้ว +14

    মোৰ তৰফৰ পৰা তোমালৈ‌ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 😍❣️🙏

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻👍🏻👍🏻🙏🙏🙏

  • @nsvlogs40
    @nsvlogs40 2 ปีที่แล้ว +6

    Dimpu da🔥🔥

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

    • @nsvlogs40
      @nsvlogs40 2 ปีที่แล้ว

      @@aftarofficial403 ok

    • @nsvlogs40
      @nsvlogs40 2 ปีที่แล้ว

      Muku back kriba

  • @sangitabora5876
    @sangitabora5876 2 ปีที่แล้ว +1

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ডিম্পু দা , কুশলে থাকক আৰু আগবাঢ়ি যাওক অনাগত দিনবোৰ 🙏❤

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 ปีที่แล้ว +7

    🔥🔥🔥🙏ৰঙিয়া ৰ পৰা মই সমূহ অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা ও ওলগ জনালোঁ 🔥

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙏

  • @tanmaybarman7687
    @tanmaybarman7687 2 ปีที่แล้ว +6

    মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো দিম্পু দা

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tᖇ.ᗰᗩYᗩ.ᗷOIᑎᗩᖇ.ᗷᑌS.Kᕼᑎ.KIᗰᗩᑎ.ᗪᗩᑎGᗩᖇ.SᑌOᗩᖇOᖇ.ᗷETᗩ.KᑌTTᗩᖇ.ᗷᗩᗪSᕼᗩ.ᗷᒪ.KᕼOᖇ.ᑭᑌ.ᖇᗩᑎᗪEᖇ.ᑕOᒪE

  • @diptikhataniar8876
    @diptikhataniar8876 2 ปีที่แล้ว +3

    মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ দাদা ☺️☺️☺️☺️☺️ ☺️☺️

  • @kukilborah6195
    @kukilborah6195 2 ปีที่แล้ว +1

    ভোগালী বিহুৰ শুভেচ্ছা থাকিল দিম্পু দা

  • @ManabSBorahVlogs
    @ManabSBorahVlogs 2 ปีที่แล้ว +2

    Good morning
    সকলোলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।🙏🙏

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

  • @bikharhtkbi8940
    @bikharhtkbi8940 2 ปีที่แล้ว +5

    Happy Bhogali Bihu
    ❤️💓💖🧡
    Dimpu Daa 🙏🙏

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙏🙏❤️

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว +1

      Muk please support koribo 🙏❤️

    • @bbikash1485
      @bbikash1485 2 ปีที่แล้ว +1

      th-cam.com/video/uPRPCoHJeMI/w-d-xo.html

  • @nuclearkim4678
    @nuclearkim4678 2 ปีที่แล้ว +28

    Happy Magh Bihu to all the people of Assam. I hope this Bihu will strengthen our unity it will bring the happiness, peace and love. The rituals in front of the "Meji" and the warmness of fire will work as an positive energy among the people of our state. Come together and enjoy this festival. ❤️❤️❤️

  • @pranabjyotideka5208
    @pranabjyotideka5208 2 ปีที่แล้ว +10

    মোৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 🙏🙏🙏❤️

  • @ujjalcreation2590
    @ujjalcreation2590 2 ปีที่แล้ว +1

    আপোনালোকলৈ মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক উলগ জনালোঁ‌। আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ সুখ-সমৃদ্ধি আৰু ভোগে উপচি পৰাৰ প্ৰাৰ্থনাৰে🙏।
    ❤️love you Dimpu Da ❤️

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️😭

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      ᗰᑌᖇOT.KᑌKᖇᗩ.ᗰᑌTᕼᑕE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌᖇ.ᗰᗩᑎᑌᕼOᖇ.Tᗩᒍ.ᑎI.Tᑌᕼᖇ.GᗩT.Oᒪᗩᑭ.O

  • @DorendraSingha
    @DorendraSingha 2 ปีที่แล้ว +12

    First view bro

    • @bbikash1485
      @bbikash1485 2 ปีที่แล้ว +3

      th-cam.com/video/uPRPCoHJeMI/w-d-xo.html

    • @NOOBGAMER-vy9jf
      @NOOBGAMER-vy9jf 2 ปีที่แล้ว +2

      th-cam.com/video/REB_eUF_gZU/w-d-xo.html

    • @NOOBGAMER-vy9jf
      @NOOBGAMER-vy9jf 2 ปีที่แล้ว +2

      th-cam.com/video/REB_eUF_gZU/w-d-xo.html

  • @user-ds2gd9rf1r
    @user-ds2gd9rf1r 2 ปีที่แล้ว +9

    🇮🇳সমূহ অসমবাসীলৈ মোৰ তৰফৰ পৰা বাপতিসাহোন হেঁপাহৰ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
    🙏🏻😇🙏🏻😇🙏🏻🥥🥥😌
    _সমুজ্জ্বল ডেকা, ৰঙিয়া

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

  • @rimpysgardening
    @rimpysgardening 2 ปีที่แล้ว +1

    bor dhunia bhela ghor tu,, ভোগালী বিহুৰ শুভেচ্ছা দিম্পু দা।

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙏🙄🙄

  • @allstartbikram4320
    @allstartbikram4320 2 ปีที่แล้ว +1

    dhuniya lagil video tu sai

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 ปีที่แล้ว +9

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল । ❤

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

    • @nayanjyotinath2786
      @nayanjyotinath2786 2 ปีที่แล้ว

      @@aftarofficial403 হ'ব দিয়া চাম ।

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว

      th-cam.com/video/Viccb_PU7gk/w-d-xo.html

  • @Moina07
    @Moina07 2 ปีที่แล้ว +9

    ভোগালী বিহুৰ শুভেচ্ছা থাকিল ❤️

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +2

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏

    • @nanditarajbongshi1194
      @nanditarajbongshi1194 2 ปีที่แล้ว

      @@aftarofficial403 okay

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

  • @localbhaidipankar
    @localbhaidipankar 2 ปีที่แล้ว +1

    Nice video 👌👌👌Happy Bhogali Bihu

  • @supratimchowdhary7332
    @supratimchowdhary7332 2 ปีที่แล้ว +1

    Dimpu da Happy bihu love from makum ❤️

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

  • @sajuvlogs2191
    @sajuvlogs2191 2 ปีที่แล้ว +5

    Happy Magh Bihu❤❤❤❤❤❤❤❤
    Dimpu Bhai 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ বিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      Muk please support koribo 🙏❤️

  • @rohanmalik52
    @rohanmalik52 2 ปีที่แล้ว +3

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ।‌ 💙☺️

  • @priyankusaikia472
    @priyankusaikia472 2 ปีที่แล้ว +2

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল মৰমৰ দাদা 😘

  • @archanadekadas
    @archanadekadas 2 ปีที่แล้ว +2

    আপোনালৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল ডিমুপ দা

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙏

  • @alminaakhtar9625
    @alminaakhtar9625 2 ปีที่แล้ว +6

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ dimpu daa🙂

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      Mur new channel tu please support koribo ☺️❤️

    • @bbikash1485
      @bbikash1485 2 ปีที่แล้ว

      th-cam.com/video/uPRPCoHJeMI/w-d-xo.html

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว

      th-cam.com/video/Viccb_PU7gk/w-d-xo.html

  • @introvert_sanjib
    @introvert_sanjib 2 ปีที่แล้ว +10

    সকলো 💞ৰাইজলৈ 💞মোৰ 💞ফালৰপৰা 💞ভোগালী 💞 বিহুৰ 💞 আন্তৰিক 💞 শুভেচ্ছা💞 জ্ঞাপন💞 কৰিলো।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ETTᗩ.ᗩᑭEᖇ.ᗷᒪ.SEᑎGE.ᗩSSᗩ.ᒪᑎGTᗩ.ᕼOI.ᖇᗩᑎᗪEᖇ.ᑕOᒪE.KᑌTTᗩᖇ.ᗷᗩᗪSᕼᗩ

  • @TishRabha
    @TishRabha 2 ปีที่แล้ว +2

    সকলোকে মাঘ বিহুৰ সুভেচ্ছা থাকিল ☺

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙄

  • @debahutisivam4318
    @debahutisivam4318 2 ปีที่แล้ว +2

    ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা ....... Dimpu daa

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      Muk please support koribo 🙏❤️

  • @joyjyotisaikia7134
    @joyjyotisaikia7134 2 ปีที่แล้ว +6

    অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      Mur new channel tu please support koribo ☺️

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ᗩᒍE.ᒍEYᗩᖇᗩK.KᗩIᗷᗩᖇ.SᕼᑌᗪIᑕᗩ.ᒪᑎGTᗩ.ᕼOI.ᖇᗩᑎᗪEᖇ.ᑕOᒪE.ᗰᗩYᗩK.Sᑌᗪᗩ.ᗷᗩᖇᗩI.ᑎᗩKᕼᗩ.KOᑕᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᗰᗩᕼᗩ.ᒍᗷᖇ.KᗩSᖇᗩ.Tᑌᕼᑌᑎ.ᑌᒪTᗩ.TᗩᒍOᖇ.

  • @mrinmoydas2611
    @mrinmoydas2611 2 ปีที่แล้ว +6

    সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা 🙏❤️

  • @netrakamaldewri6048
    @netrakamaldewri6048 2 ปีที่แล้ว +1

    তোমালৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। ভোগালীয়ে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, সকলোৰে ভৰাল ওপচি পৰক, মেজিৰ জুইয়ে অপশক্তিক বিনাশ কৰক।

  • @surajitsingha420
    @surajitsingha420 2 ปีที่แล้ว +1

    Happy Bhogali bihu Dimpu da & hokolu dada baideow hokol

  • @souravray1843
    @souravray1843 2 ปีที่แล้ว +9

    সকলো বন্ধু বান্ধৱীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক, তাকেই কামনা কৰিছোঁ।

  • @TapanDas-eg8ph
    @TapanDas-eg8ph 2 ปีที่แล้ว +4

    সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @rubulislam4695
    @rubulislam4695 2 ปีที่แล้ว

    অসমীয়াৰ আদৰৰ ভোগালী বিহুটি আহি দুৱাৰদলিত....
    আশা কৰো ভোগালীৰ মেজিৰ জুইত জাহ যাওক দুখ, হিংসা, দুৰ্নীতি
    আৰু সকলোৰে অনাগত দিনবোৰ সুখ, শান্তি, সমৃদ্ধি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক ,
    তাৰেই কামনাৰে ----
    তোমালৈ আৰু তোমাৰ পৰিয়লাৰ সকলোলৈকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💕

  • @rangiardiganta9030
    @rangiardiganta9030 2 ปีที่แล้ว +3

    সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো ❤❤❤😊

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      ᗩSSOᗰOᖇ.ᐯITᖇOT.ᑭᗩGᒪᗩ.Gᗩᗪᕼᗩ.ᑎES.ᗩIYGᗩᑎE.ᗷᑌᖇᗷOK.ᑎES.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ.ᒍᗷᖇ.ᗩᗪᕼᗰ

  • @manash45190
    @manash45190 2 ปีที่แล้ว +7

    সকলো লৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 🙇🏻‍♂️❤️🫂

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +2

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏👍🏻

  • @assamiyapuwalijb9999
    @assamiyapuwalijb9999 2 ปีที่แล้ว

    নিয়ৰ সৰা গধূলি
    মাঘৰ মাহৰ জাননী ।
    মেজি তলৰ ধেমালী
    আহি পালে ভোগালী ।
    ভোগালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা ওলগ যাচিলো । Happy Maghor bihu. 🙂🙂🙂🌹🌹🌹

  • @kamalpathak3336
    @kamalpathak3336 2 ปีที่แล้ว +1

    ভোগালী বিহুৰ শুভেচ্ছা থাকিল dimpu dada 😘😘

  • @biditsarma2dearr239
    @biditsarma2dearr239 2 ปีที่แล้ว +3

    মাঘ বিহুৰ শুভেচ্ছা থাকিল ভেলা ঘৰ পুৱালেনে সকলোৱে

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

  • @nrroasterboy6352
    @nrroasterboy6352 2 ปีที่แล้ว +4

    Nice

  • @mamitadas3438
    @mamitadas3438 2 ปีที่แล้ว +2

    Happy bhogali bihu 🥰 moi Tura r Meghalaya r pora morom jasilo 😌

  • @rimuboro5104
    @rimuboro5104 2 ปีที่แล้ว +1

    Dhuniya Meji Bohut Val Lage.....So Mojja Dimpu ❤

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙄

  • @bidishadutta1637
    @bidishadutta1637 2 ปีที่แล้ว +10

    সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 💙🌼

    • @shubajit_vlog
      @shubajit_vlog 2 ปีที่แล้ว +1

      th-cam.com/video/__OxJCQe3pA/w-d-xo.html

    • @relaxassam5844
      @relaxassam5844 2 ปีที่แล้ว +2

      Same 2 u guyzzz

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว +1

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว +1

      Muk please support koribo 🙏❤️

  • @purnimaray884
    @purnimaray884 2 ปีที่แล้ว +3

    সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনালো🙏🙏

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏❤️

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว

      Dhanu Rashi Febuary 2022 Rashifol ! Assamese Rashifal Dhanu Rashi / Saggitarius Febuary 2022 ৷
      youtube link :
      th-cam.com/video/a2MkV7lCwKo/w-d-xo.html

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      Muk please support koribo 🙏❤️

  • @majidulislam2
    @majidulislam2 2 ปีที่แล้ว +1

    Mozza dimpu da🤘

  • @assamnews162
    @assamnews162 2 ปีที่แล้ว +1

    আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াললৈ মোৰ পৰিয়ালৰ তৰফৰ পৰা বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনত যেন এই বিহুৱে কঢ়িয়াই আনে একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনাৰে।
    ✍️ @AssamNews

  • @AbdurRahim-hs9yb
    @AbdurRahim-hs9yb 2 ปีที่แล้ว +6

    Next Level dimpu da ❤️❤️❤️❤️💜❤️💜

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      Muk please support koribo 🙏❤️

    • @AbdurRahim-hs9yb
      @AbdurRahim-hs9yb 2 ปีที่แล้ว +1

      @@amyrashvlogs566 Link to dia

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว

      @@AbdurRahim-hs9yb th-cam.com/video/StCZvEFPo_Q/w-d-xo.html

    • @AbdurRahim-hs9yb
      @AbdurRahim-hs9yb 2 ปีที่แล้ว

      @@amyrashvlogs566 Okk

  • @taralitora7007
    @taralitora7007 2 ปีที่แล้ว

    ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল দিম্পু দা 🥰❤️❤️❤️

  • @majonimajoni25
    @majonimajoni25 2 ปีที่แล้ว

    Lota of love Dimpu da..m from Puthimari , Athara

  • @BishnumixVlogs
    @BishnumixVlogs 2 ปีที่แล้ว +2

    আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । সকলোৰে আহি থকা দিন বোৰ সুখ ,সমৃদ্ধি ,শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে.

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ᗩᒍE.ᗰᗩYᗩ.ᗷᗩYᗩK.KᗩIᗷᗩᖇ.SᕼᑌᗪIᑕᗩ.ᒍOᕼᖇᗩᖇ.ᑕOᒪE.SᑌᗪᗰᗩᖇOᑎE.ᕼᗩᖇᗩᗰ.ᒍᗪᗩ

  • @SUBRATDUWARAH
    @SUBRATDUWARAH 2 ปีที่แล้ว

    *মোৰ ফালৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে আমাৰ মৰমৰ ভোগালী বিহুটিৰ আন্তৰিক শুভেচ্ছা যাঁচিলো। মেজিৰ পৱিত্র জুইয়ে হৃদয় উমাল কৰি তোলক ; ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক ; ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক প্ৰতিটো দিনেই জীপাল হৈ উঠক আপোনাৰ সূখ-দূখৰ ঘৰখন তাৰেই কামনাৰে... ❤️ভোগালী বিহুৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে*
    🙏 #SUBRAT_DUARAH

  • @kartikdewri1490
    @kartikdewri1490 2 ปีที่แล้ว

    Mojja hoise deh borhiya lagise meji2👍👍👌❤️❤️🥰🥰

  • @PulsarFactTV
    @PulsarFactTV 2 ปีที่แล้ว

    *So Nice Information* I am Assamese and also proud Indian🎯🙏🥰👆✔️
    জয় আই অসম, আমি অসমীয়া।

  • @jituboro7173
    @jituboro7173 2 ปีที่แล้ว +2

    ভোগালী বিহুৰ শুভেচ্ছা জনালো

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏🙄🙄😭😭😭

  • @deeprekhabora2061
    @deeprekhabora2061 2 ปีที่แล้ว +2

    Happy maghor bihu Assamese song❤❤✨ dimpu da

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +2

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙄

  • @brproduction9601
    @brproduction9601 2 ปีที่แล้ว +1

    Oo moza dimpu daa

  • @haruallslam5744
    @haruallslam5744 2 ปีที่แล้ว +1

    Next level🔥🔥 Dimpu da ❤👍

  • @domirider0177
    @domirider0177 2 ปีที่แล้ว

    দিম্পু দা মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুবেচছা জনালোঁ ❣️❣️❤️❤️❤️❤️

  • @bhagwatorgyan.
    @bhagwatorgyan. 2 ปีที่แล้ว

    ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনালোঁ সমুহ অসমবাসী ৰাইজক ৷কৃষ্ণ ৷

  • @chanidas964
    @chanidas964 2 ปีที่แล้ว

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দিম্পু দা ।

  • @p01vlogs97
    @p01vlogs97 2 ปีที่แล้ว +1

    তোমালোকৰ তাত ভেলাপুজি বুলি কয় আৰু আমাৰ ইয়াত মেজি বুলি কয়
    love from Goalpara
    আমাৰ ইয়াত এদিন পিছত উৰুকা হয় 😘😘❤️❤️

  • @debasisvlogs20k96
    @debasisvlogs20k96 2 ปีที่แล้ว +1

    মোৰ ফালৰ পৰা তোমাৰ আৰু তোমাৰ পৰিয়ালৰ সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ.....।।।
    ❤🌚🌼

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙄

  • @SaddamHussain-jb2yx
    @SaddamHussain-jb2yx 2 ปีที่แล้ว +1

    সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জনালোঁ।

  • @jayantahazarikaarts3475
    @jayantahazarikaarts3475 2 ปีที่แล้ว +1

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ দিম্পু দা🙏🏻🙏🏻❤️❤️

  • @ahmedblog3108
    @ahmedblog3108 2 ปีที่แล้ว

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল ডিম্পু দা

  • @karishmalahkar
    @karishmalahkar 2 ปีที่แล้ว +2

    দাদা আপোনাক কি বুলি ধন্যবাদ জনাম 🙏🙏🙏 মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ দাদা আপোনাক 💖🥰

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙄🙄

    • @amyrashvlogs566
      @amyrashvlogs566 2 ปีที่แล้ว +1

      Muk please support koribo 🙏❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ETTᗩ.KᑌKᑌᖇOᖇ.Gᑌ.KᕼᗩI.ᒪᑎGTᗩ.ᕼOI.ᑎᗩᑕᕼE.ᗩSᗩ.ᗷOIᑎᗩK.SᑌᗪE.ᗰᑌKᕼOT.GᑌIᖇᗩᗰ.Tᖇ.SOᖇETᖇO.ᗷOᕼᑌT.ᗷOYᗩ.Tᖇ.ᐯᒪ.Gᑎ.ᑎI.ᗰᑌᖇOT.ᗷOYᗩ.Tᑌ.ᒍᑎᗩ.KᕼᗩᒪE.ᒍᑎTᑌT.KOᖇEO.ᗩᗪᕼᗰ.TOI

  • @indrajitkhamon1070
    @indrajitkhamon1070 2 ปีที่แล้ว

    ভোগালী বিহুৰ শুভেচ্ছা থাকিল দিমপু দা

  • @hiteshkumar3585
    @hiteshkumar3585 2 ปีที่แล้ว

    Bhugali bihur bohut bohut khuveshya janalo dimpu,tumi aro aguwai juwa

  • @sabitanath5136
    @sabitanath5136 2 ปีที่แล้ว

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ডিম্পু দাদা আৰু আগুৱাই যোৱা

  • @dristant
    @dristant 2 ปีที่แล้ว +1

    Magh Bhogali Bihur xubaiswa jonalu apunak HappY Bihu Dimpu
    Da🔥🔥

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

  • @assambpawerhit1780
    @assambpawerhit1780 2 ปีที่แล้ว +1

    Mor falor pora dim pu da huvesa jonalu happy magh bihu 🤗🤗🤗🤗🤗🤗

  • @kutbulking5266
    @kutbulking5266 2 ปีที่แล้ว

    Wow nice dimpu da...happy mag bihu uruka best wishes

  • @moyurirajowar2666
    @moyurirajowar2666 2 ปีที่แล้ว

    ভাল লাগিল চাই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো

  • @darsinamazumdar4324
    @darsinamazumdar4324 2 ปีที่แล้ว +1

    আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা থাকিল 😊

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️

  • @worldadventuresassamese746
    @worldadventuresassamese746 2 ปีที่แล้ว +1

    Happy bhugali bihu dimdu daa

  • @pranjalbhai2168
    @pranjalbhai2168 2 ปีที่แล้ว

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো dimpu da

  • @alangbarbasumatary6331
    @alangbarbasumatary6331 2 ปีที่แล้ว +2

    Happy magh Bihu dimpu da ❤️👌👌👍

    • @aftarofficial403
      @aftarofficial403 2 ปีที่แล้ว +1

      মোৰ ফালৰ পৰা ভোগালী বিহু ৰ হিয়া ভৰা মৰম । মই নতুন কৈ youtube ত আহিছোঁ পাৰিলে অলপ support কৰিব 🙏🙏🙏🙏❤️❤️❤️❤️🙄🙄🙄😭❤️👍🏻🙏🙏🙏❤️🙏

  • @Mousumi_Vlog102
    @Mousumi_Vlog102 2 ปีที่แล้ว

    ভোগালী বিহুৰ শুভেচ্ছা যাচিলো ডিম্পু দা

  • @gojalicreation6669
    @gojalicreation6669 2 ปีที่แล้ว

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 😍 মৰমৰ দাদা❣️