বিশালে কিবা ভুল কৰিছে, গমেই নাপায় হেনো চুমিয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • কেইবাদিনীয়া উত্সুকতাৰ অৱসান
    লুকাই থকা চুমি-তাৰ্কিকৰ অৱশেষত আত্মসমৰ্পণ
    আদালতত হাজিৰ কৰোৱা হ’ল চুমি আৰু তাৰ্কিকক
    দুয়োকে ৫ দিনৰ জিম্মাত ল’লে আৰক্ষীয়ে
    ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰ 352/2024
    ভাৰতীয় ন্যায় সংহিতাৰ 316(2)/318(4)ত ৰুজু হৈছে গোচৰ
    Banning of Unregulated Deposit Schemes Act-2019ৰ অধীনতো গোচৰ
    চুমিৰ কাষত এতিয়া কোনো নাই
    আত্মসমৰ্পণৰ পূৰ্বে চুমিয়ে কৈ গ’ল বহু কথা
    ‘মই আৰু নোৱাৰিম, সকলো শেষ’
    বিশালে কিবা ভুল কৰিছে, গমেই নাপায় হেনো চুমিয়ে
    ‘বিশাল চাফা অন্তৰৰ ল’ৰা’
    কেৱল তাৰ লগতে নহয়, পৰিয়ালটোৰ লগত মোৰ ভালঃ চুমি
    ডুবাইলৈ হেনো ফ্ৰী ট্ৰীপ পায় চুমিয়ে
    ‘সুবিধা লোৱাৰ সময়ত সকলোৱে ল’লে’
    ‘দুখ, ডিব্ৰুগড়ে কোনোদিনেই সমৰ্থন নকৰিলে মোক’
    বিগত দিনকেইটাত তেওঁক লৈ হোৱা মীম, গানক লৈও ক্ষোভ
    প্ৰচাৰ হোৱা বাতৰিৰ উত্তৰ লাগে চুমিক
    এতিয়া আৰু চুমিৰ হেনো ভয় নাই
    সঁচা কথাৰে হেনো আৰক্ষীৰ কাষ চাপিছে চুমি-তাৰ্কিক
    বিশালৰ ব্যৱসায়েৰে সম্পৰ্ক নাই চুমিৰ!
    চুমিৰ ক্ষোভ ছবি-অভিনয় জগতৰ বিৰুদ্ধেও!
    অভিনয় জগতৰ কোনেও ভাল নাপায় চুমিক
    সেই কথা বুজি উঠিলে চুমি বৰাই
    বিশাল পৰিয়ালৰ সদস্যৰ দৰে: তাৰ্কিক
    কামৰ ব্যস্ততাৰ বাবেই তাৰ্কিক যোৱা নাছিল ডুবাইলৈ!
    চুমি আচলতে সঁচা নে মিছা?
    কিয় আত্মসমৰ্পণ কৰিলে চুমি-তাৰ্কিকে?
    কেনেকৈ, কি-পৰিস্থিতিত আৰক্ষীৰ ওচৰলৈ গ’ল চুমি?
    চুমিৰ আত্মসমৰ্পণ এক নাটক নেকি?
    এয়া আৰক্ষীৰ সফলতা নে বিফলতা?
    এতিয়া চুমি-তাৰ্কিক কেনে শাস্তিৰ সন্মুখীন হ’ব পাৰে?
    চুমি-তাৰ্কিকৰ বিৰুদ্ধে কেনে হ’ব লাগে অভিযোগনামা?
    বিশালৰ প্রৱঞ্চনাত সহযোগ কৰাসকলৰ কি হ’‍ব?
    ইয়াৰ মাজতে প্রশ্ন, ক’ত নোহোৱা হ’ল মহাপ্রৱঞ্চক দীপাংকৰ বৰ্মন?
    কিয় আৰক্ষীয়ে এমাহে সন্ধান উলিয়াব পৰা নাই দীপাংকৰৰ?
    কিমান কোটি ধন লৈ পলায়ন দীপাংকৰৰ?
    দীপাংকৰৰ দৰে বহু প্রৱঞ্চকৰ সন্ধান নাই অসমত
    অসম কিয় বাৰে বাৰে হৈ পৰিছে অনলাইন প্রৱঞ্চনাৰ ঘাটি?
    অনলাইন প্ৰৱঞ্চনা ৰোধত কিয় ব্যৰ্থ হৈছে আৰক্ষী?
    ট্রেডিং কেলেংকাৰিৰ আঁৰত আছে নেকি কোনো বিজেপি নেতা?
    অনলাইন ট্রেডিং আৰু গুজৰাটৰ সম্পৰ্ক কি?
    স্মৃতি ইৰাণীৰ বিৰুদ্ধে কি অভিযোগ আনিছে দেৱব্রত শইকীয়াই?
    সবিশেষ আলোচনা শ্যামলীৰ সৈতে আজিৰ ‘60 মিনিট্ছ’ত

ความคิดเห็น • 76

  • @hiyaaaaaa_
    @hiyaaaaaa_ 4 วันที่ผ่านมา +33

    দীপাংকৰ বৰ্মন ,বিশাল ফুকন বা নটী হিচাপে খ্যাত চুমী বৰা ,স্বপ্ন নীল দাস, দীপাংকৰ ভট্টচাৰ্য্য , মাই নাও বড়ো ৰঞ্জন কাকতি আদি কৰি এচাম বহু গুণ সম্পন্ন মানুহে অসমক দুৰ্নীতিৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত প্ৰথম স্থানলৈ নিলে ।

  • @bhupenkakati-v2v
    @bhupenkakati-v2v 4 วันที่ผ่านมา +26

    অপ্ৰিয় হ'লেও সঁচা, অসম আৰক্ষীৰ এই গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কোনো অৱদান নাই। চুৰ, চুৰুণীয়ে আত্মসমৰ্পনহে কৰিছে। অতি লাজ লগাৰ বিষয়, অপৰাধী অসমতে বিছাৰিছে অন্য ৰাজ্যত, ইপিনে অসম আৰক্ষীক লৈ গুণ গানৰ সীমা নাই। তদন্তৰ নামত কি হ'ব সেইয়া সহজেই অনুমেয়। এই বাবেই অপৰাধ কৰাৰ প্ৰবণতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কাৰণ আইনৰ সুৰুঙা ইমানেই আছে যে অপৰাধীক যি কোনো প্ৰকাৰে উলিয়াই আনিবলৈ এটা পক্ষ সক্ষম হৈয়েই যায়। গতিকে এইখন এখন নাটক, ইয়াত সফল কোন বিফল কোন নিজেই নিৰ্ধাৰণ নকৰে। নাটক খনৰ প্ৰতি লিপিত যেনে ধৰণেৰে লিখা আছে সেই ধৰণেৰেহে হব। গতিকে চিঞৰি বাখৰি লাভ নাই।

    • @user-fb6ji8qi6m
      @user-fb6ji8qi6m 4 วันที่ผ่านมา

      তদন্তৰ মানদণ্ড কি হব সহজে অনুমেয় কিয়নো পুলিচে নিজেই নাজানে সিহঁত দুটা লুকাই আছিল নে পলাই আছিল ?😁😁😁

    • @jimidas7050
      @jimidas7050 4 วันที่ผ่านมา

      ​@@user-fb6ji8qi6m😂

  • @pompydevi769
    @pompydevi769 4 วันที่ผ่านมา +7

    দুখি যদি শাস্তি নাপায় আইনৰ কোনো দৰকাৰ নাই বুলি ভাবিম।

  • @prasantagogoi3562
    @prasantagogoi3562 4 วันที่ผ่านมา +9

    প্ৰতমতে সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ।।আৰু আমি আশা কৰি আছোঁ যে চুমী আৰু বিশাল কেতিয়াও হাৰি যাব নোৱাৰে।। সত্য কথা নকয় হাৰি গলে অসম খনৰ 70% মানুহৰ বাবে বৰ লাজৰ কথা হব।।

  • @jkblogging9398
    @jkblogging9398 5 วันที่ผ่านมา +17

    ইয়াৰ কথাবোৰ শুনিলে কিবা হজম নোহোৱা হল । টকা লোভত লুকাই আছিল ভাবিছিল লাহেকে নিউজ তল পৰিব আৰু বিন্দাচ ওলাই আহি বেলেগৰ টকা ৰে বিলাসী জীৱন কতাম কিন্তু বপুৰাহতে গমে পোৱা নাছিল লোভে পাপ, পাপে মৃত্যু 😂😂

  • @gitanjalisonowal9350
    @gitanjalisonowal9350 4 วันที่ผ่านมา +6

    চুমিক এৰি দিয়া মানে অসমত আৰু ২০%চুমি সৃষ্টি হবলৈ বাট মুকলি কৰি দিয়া হব বুলি মই ভাবো৷ অসমৰ নামটো সলনি কৰি বেবেৰিবাং ৰাজ্য নাম দিয়াটো ভাল হব৷

  • @S.M.8439
    @S.M.8439 4 วันที่ผ่านมา +10

    বাওনা হৈ স্বৰ্গলৈ হাত মেলে।😁😁😁😀😀😀

  • @pankajjyotidas5576
    @pankajjyotidas5576 4 วันที่ผ่านมา +8

    বেলেগ একো নালাগে চুমী যে ইমান কৌটী তকা কত পালে চুমীৰ বাপেক কি আছিলে নে চুমীৰ স্বামী কিবা মন্ৰী এমেলে আছিলে

  • @munmibhuuan547
    @munmibhuuan547 4 วันที่ผ่านมา +3

    চুমি আৰু বিশাল মূখা মূখী সাক্ষাৎ কাৰ দেখাব লাগে সচা তু হয় নহয় ওলাই যাব।

  • @dharmendradas4956
    @dharmendradas4956 5 วันที่ผ่านมา +15

    Sumi মিছলিয়া, থগ, প্ৰবঞ্চক, ছোৰ ।

  • @shivamenterprises961
    @shivamenterprises961 4 วันที่ผ่านมา +13

    CBI ৰ দ্বাৰা তদন্ত হোৱাটো উচিত

  • @marketznews2516
    @marketznews2516 5 วันที่ผ่านมา +7

    CBI....k case diok...Assam police nuaribo eibur...case...bohut durbol police... norom

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m 4 วันที่ผ่านมา +5

    *ধাৰাষাৰ* শব্দটো বৰষুণৰ লগত ব্যৱহাৰ কৰে ।
    বাতৰি প্ৰচাৰৰ মাত্ৰা বুজাবলৈ *ধাৰাবাহিক* শব্দটোহে ব্যৱহাৰ কৰা হয় নহয় জানো ?
    সঁচা কথা TH-camR কেইজনক তদন্তৰ আওতালৈ আনিব লাগে।

  • @DeepjyotiHandique-pe4qi
    @DeepjyotiHandique-pe4qi 4 วันที่ผ่านมา +3

    Mobile কিয় দি দিয়া হৈছিল আনক? Location ৰ কৰ্চাজি কাৰ আছিল। পুলিচ ক বিপথে পৰিচালিত কৰিছিল কিয়? ট্ৰেডিং ৰ নামত পইছা তুলিছিল নে আন কাৰোবাৰ পৰা লৈছিল। ইমান কম দিনত ইমান টকা ঘটাৰ ব্যৱসায় কি কৰিছিল?

  • @punyasaikia2574
    @punyasaikia2574 4 วันที่ผ่านมา +1

    চুমি কথাবোৰ শুনি হজম নহয়

  • @SKmedia-kf3vi
    @SKmedia-kf3vi 4 วันที่ผ่านมา +4

    Assam police nuaribo CBI diok

  • @jayantadas657
    @jayantadas657 4 วันที่ผ่านมา +2

    It assumes that many long handed powerful people are involved in this heinous case. Some of them are trying to save criminals because of their own gains.

  • @achyutdeori6416
    @achyutdeori6416 4 วันที่ผ่านมา +3

    Sumir bank accounts tut last one/two yeart kiman takar transection hoisil check korok...mediai sumir bank update khini raijok obogoto koraok..

  • @prohelikasblog6422
    @prohelikasblog6422 4 วันที่ผ่านมา +1

    It's plan b.... 7 days t investors managed hoise... May be blackmoney investors are blackmailed.. And white money investors get their amount back... High amount investment are mostly blackmoney

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 วันที่ผ่านมา

    প্ৰথমে স্বৰ্গসুখ ভোগ কৰিলে পিচত নৰক দৰ্শন হয়।এইটো মহাভাৰতে কৈছে।গুৱাহাটী;উদয়পুৰ ;ডুবাই;ইণ্ডোনেচিয়া;থাইলেণ্ড এইবোৰলৈ ণগৈ বিয়াপতা; ৰং তামাচা কৰা স্বৰ্গসু খ নহয় কি? এতিয়া"হয়তো কাৰোবাৰ কাৰোবাৰ নৰক দৰ্শনেই হৈছে!

  • @user-us5dl9np3x
    @user-us5dl9np3x 4 วันที่ผ่านมา +1

    এয়াই অসমৰ উন্নতি

  • @durgadharborah4530
    @durgadharborah4530 5 วันที่ผ่านมา +1

    বাইদেউ আপোনি প্ৰতিদিন টাইমৰ পৰা কেতিয়া আহিল ?

  • @Jazzyjudy
    @Jazzyjudy 5 วันที่ผ่านมา +5

    Phokotia jibo ai bilak.. Rigorous punishment dibo lagae.. Jibonot bhulot u jate anakua kunubai koriboloi hahokh nokorae

  • @user-Kosturi
    @user-Kosturi 5 วันที่ผ่านมา +1

    মজ্জা

  • @mallikadas7760
    @mallikadas7760 4 วันที่ผ่านมา

    Puma tupi, Calvin r t shirt....eman naami daami dress.....aibur white money hobi nuware

  • @RahulDas-ps1fb
    @RahulDas-ps1fb 4 วันที่ผ่านมา

    Studio ত কোন আহে সেইটোকে ভালকৈ নাজানে

  • @KailashNath-p5j
    @KailashNath-p5j 4 วันที่ผ่านมา +1

    Haibur toka Jodi Vl kamt khotuwa hole Vl ashil, eman toka khai jelt juwat koi jodi sharkar K dile hoi shorkare aru dekh unaati koril hoi

  • @rajibdeka8554
    @rajibdeka8554 5 วันที่ผ่านมา +1

    Dipankar barman kot gol..kio arrest kra ni tak

  • @debojitdas3618
    @debojitdas3618 5 วันที่ผ่านมา +1

    lukai thaka mane usarte korbat mone mone lukai thaka...polai thaka mane korbat durle polai jua

  • @PranitaKalita-b3v
    @PranitaKalita-b3v 3 วันที่ผ่านมา

    Val khotha korisa Baideo

  • @prabhasmandal91
    @prabhasmandal91 4 วันที่ผ่านมา

    Ki koi ase mahanta da... Db stock kelenkari khbr pisote sob ulai ahil... Ki j koise.... Sob dhaki asse db ke bosaboloi

  • @KeshabChutia-f6l
    @KeshabChutia-f6l 4 วันที่ผ่านมา

    Himu is the master mind

  • @pankajgogoi-l5b
    @pankajgogoi-l5b 4 วันที่ผ่านมา

    Debajit Mahanta aapuni assam ot forex trading kora protham manuh. Aapuni ulubari shima plaza ot eta office khulisile BENZCOM name ot ...pisot problem hua ot aapuni Harvest capital buli company khuli manuhak thogisile ... aapunar naam ot paltan bazar thanat case dia aase 2012/13 ot . Aapuni poisa di heibur manage korile. Aapunar mukhot enekua katha hubha napai.

  • @sashmitaborah9441
    @sashmitaborah9441 2 วันที่ผ่านมา

    2019 not 2091 😂

  • @lankswardas2824
    @lankswardas2824 4 วันที่ผ่านมา

    Baideu Right katha kaise

  • @johnwick-re8hu
    @johnwick-re8hu 4 วันที่ผ่านมา

    Tair uporot money 💰 collection kora proof nai kintu tai black money khini r beneficiary. So pure Money laundering matter. ED case tair uporot pura applicable jodiu state police case tu strong nohobo pare!!

  • @pallsona1187
    @pallsona1187 4 วันที่ผ่านมา

    DB Stock uporot news diok

  • @biswajitsonowal5148
    @biswajitsonowal5148 4 วันที่ผ่านมา

    Riniki Bhuyan same akei !
    Property pura kinisw
    Arrest her

  • @nayandeka8156
    @nayandeka8156 4 วันที่ผ่านมา

    Gharat putek jiyeke 100 toka hudhile 1 tokao dibo nokhoja mak bapek bore kenekoi iman koti koti toka iman haru osinaki lorar hatot, paan dokanir hatot tuli disile! Bhabilei asorit lage! Greed is at next level!

  • @dinantaturung3860
    @dinantaturung3860 5 วันที่ผ่านมา

    Sumi Bora keita hasband covar koribo pari.

  • @RuprazKhilonzia
    @RuprazKhilonzia 4 วันที่ผ่านมา

    Marathan nokobi.bal marathan zera korise.aaramot rakhise.mukhot G aahe take nokobi.aami sob gom pai aasu

  • @7gc970
    @7gc970 4 วันที่ผ่านมา +1

    কংগেছ দলৰ প্ৰতিনিধিৰ গৰাকীৰে নিজৰ কংগেছ দলৰ দিনৰ চৰিত্ৰ কথা পাহৰি পেলালে । টকাৰ বিনিউগ কৰাৰ সকলে একো আপত্তিৰ কৰাৰ নাই আমাৰ বাকীবোৰে চিঞৰ বাখৰ কৰি লাভ নাই ।

  • @mauchumiborah1266
    @mauchumiborah1266 4 วันที่ผ่านมา

    DB k kio dhoribo pora nai? Political involvement ase sage

  • @DikiRajbongshilaskar
    @DikiRajbongshilaskar 4 วันที่ผ่านมา

    Sumi ru bishalk jdi ari die..tente aikhan asom rokhatle jabo

  • @tmyt2412
    @tmyt2412 4 วันที่ผ่านมา

    If you are not guilty then why you both hidded for 10 days. Dal mai kuch Kala hai.

  • @BhaskarBarman-ud8yw
    @BhaskarBarman-ud8yw 4 วันที่ผ่านมา

    Tai ki maharani nki free trip pai j. 3 digree pale sab thik hb

  • @nangabhaya2862
    @nangabhaya2862 5 วันที่ผ่านมา

    criminals who scam money

  • @PrasanaLoying
    @PrasanaLoying 5 วันที่ผ่านมา

    Dhui

  • @pallsona1187
    @pallsona1187 4 วันที่ผ่านมา

    DB kot?

  • @kaustovsaikia1390
    @kaustovsaikia1390 4 วันที่ผ่านมา

    Ai gorakie nije mati ona guest keijonor namburei vhul korise,,,,,,😅

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 4 วันที่ผ่านมา

    Rakesh pal or kokai bisari pale janu.

  • @user-th1uw5uo6t
    @user-th1uw5uo6t 4 วันที่ผ่านมา

    Aimi vabu pulisak menes karise

  • @mukuldas1121
    @mukuldas1121 4 วันที่ผ่านมา

    NK TV great ist open the scam

  • @chattarali913
    @chattarali913 4 วันที่ผ่านมา

    Lm ঔও❤

  • @khirudgogoi4735
    @khirudgogoi4735 4 วันที่ผ่านมา

    Oi sat , balage news ni neki kala

  • @pallsona1187
    @pallsona1187 4 วันที่ผ่านมา

    Puti Maas dhori lav nai...
    Dipankar dhoribo Karu dom nai

  • @rajurabha8498
    @rajurabha8498 4 วันที่ผ่านมา

    Policesok mange kori thoise

  • @tapanphukan7267
    @tapanphukan7267 4 วันที่ผ่านมา

    Amar fans khini a beya pabo buli koise. E Kun nu ajiloike sini a napou Tak..koi apko tar fans khini a beya pabo buli a atmohomorpon korise hanu see surrrr batcha...

  • @KeshabChutia-f6l
    @KeshabChutia-f6l 4 วันที่ผ่านมา

    Rupa maney rupowati

  • @theboy4773
    @theboy4773 4 วันที่ผ่านมา +1

    Sur kela

  • @KeshabChutia-f6l
    @KeshabChutia-f6l 4 วันที่ผ่านมา

    Oi debojit, tur mur to val kamat loga

  • @bhargabduwarah4120
    @bhargabduwarah4120 4 วันที่ผ่านมา

    DipAnkar barmanr ki hoboge

  • @KeshabChutia-f6l
    @KeshabChutia-f6l 4 วันที่ผ่านมา

    Oi bedi kotha nokobi

  • @rock9876554321
    @rock9876554321 5 วันที่ผ่านมา

    Financial terrorists...