ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ কৃষ্ণ। জয় গুৰু শঙ্কৰ।।অতি সুন্দৰ
সুন্দৰ লাগিছে
সুন্দৰ দাদা।
Bhut val lagise khura
Emn dhuniya alonkarre hojai tulise
বৰ সুন্দৰ লাগিছে
হয়, আপোনাৰ পৰশত next video details dim
অতি উত্তম নামঘৰ ভাগৰ আটাইখিনি সম্পূণ হৈছে বুলি অনুভৱ কৰিছো . লগতে সন্দৈয্য অঙ্কন বৰ সুন্দৰ লাগিছে ছয় বৈঞ্ষৱ সম্পূণ ও হৈছে . আৰু ভাল লাগিছে মজিয়াৰ শৰাই সফুৰা নবৈদ্য সজোৱা ঠাই ভাগ ইমান কৰাৰ পাচতো মাটিৰে লিপবৰ বাবে ৰাখিছে. যি অতিজৰ মাটিৰে অকনমাণ গৰুৰ গুৱৰে লিপি মন শুদ্ধ কৰাৰ পৰম্পৰা অখুন্ন ৰাখিছে ধন্যবাদ জনালো নামঘৰৰ লগত যৰিত ভকত বৈঞষৱ আটাইকে .
KRISHNA 🙏
Krishna Krishna
val lagil krishna
KRISHNA❤
Very nice
❤❤❤👏👏👏
আদৰ্শ বৰবাৰী গাঁৱৰ আদৰ্শ নামঘৰৰ কাৰুকাৰ্য্য সঁচাকৈয়ে আদৰ্শৰ হৈছে । চিত্ৰপট তথা ভাস্কৰ্য্য আদিৰ আটক ধুনীয়া সংযোজনে নামঘৰটিৰ প্ৰতি এক স্বাভাৱিক ভক্তিভাৱ জগাই তুলিব পাৰিছে । আশা কৰিম, আদৰ্শ নামঘৰে শংকৰদেৱৰ একশৰণ অৰ্থাৎ এক ঈশ্বৰত আশ্ৰয় গ্ৰহণকে ধৰি মানুহৰ মাজত কোনো ভেদাভেদ নাৰাখি এক উদাৰ দৃষ্টিভঙ্গীৰে সকলো ৰাইজক একত্বৰ দোলেৰে বান্ধি শংকৰ-মাধৱৰ ৰচনা, কলা-কৃষ্টি আদিৰ মাজেদি শংকৰদেৱৰ আদৰ্শক ৰূপায়িত কৰি অসমৰ এক আদৰ্শৰ নামঘৰ হিচাবে চিনাকী দিয়ক ।
আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে কৃতজ্ঞ হৈ ৰলো।
Joy Guru sankar❤😅
ক্ষমা কৰিব ছয় নহয় বাৰ বৈঞষৱ 🙏🙏
🙏🙏
Dada namghar bhag kor mistri logaisile
মাজুলীৰ
মিস্ত্ৰী কিজনৰ যোগাযোগ নম্বৰ টো দিব পাৰিব নি
Please,give the details address of the location.
আদৰ্শ বৰবাৰী গাওঁ, মাজুলী, Near District Hospial, Near Garamur Satra
নামঘৰ উপৰ টিঙৰ সলনি ধালা ই দি বনাব নোৱাৰি নে
Nice vidio new friend holu.....Back koriba friends
কৃষ্ণ কৃষ্ণ। জয় গুৰু শঙ্কৰ।।
অতি সুন্দৰ