ভাগৱত পাঠ আৰু ব্যাখ্যা. একাদশ স্কন্ধ part 8।

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 46

  • @numolisaikia4826
    @numolisaikia4826 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপজনাৰ চৰনত‌‌‌ শতকুতি প্ৰনাম জনালোঁ কৃষ্ণ কঠাই আমাক ধণ্যকৰিলে কৃষ্ণ ধ্ণ্যবাদ।

  • @rubigogoi258
    @rubigogoi258 ปีที่แล้ว

    Krishna krishna krishna.....

  • @bhargavsaharia1957
    @bhargavsaharia1957 2 หลายเดือนก่อน

    Krishna provu pronam ❤❤❤

  • @BukashBordoloi-sk9lo
    @BukashBordoloi-sk9lo 2 หลายเดือนก่อน

    Baap, krishna krishna krishna.

  • @jagatbania6764
    @jagatbania6764 11 หลายเดือนก่อน

    Krishna krishna

  • @ABb-xx7lq
    @ABb-xx7lq 8 หลายเดือนก่อน

    Khundar

  • @মানৱজ্যোতিডেকা
    @মানৱজ্যোতিডেকা 2 ปีที่แล้ว +2

    কৃষ্ণ

  • @kumudgayan1664
    @kumudgayan1664 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @PabitraBorah-fs5xp
    @PabitraBorah-fs5xp 9 หลายเดือนก่อน

    সুন্দৰ

  • @luchanchandranath3763
    @luchanchandranath3763 3 หลายเดือนก่อน

  • @kalpanahazarika7631
    @kalpanahazarika7631 ปีที่แล้ว +1

    কৃষ্ণ প্ৰণাম প্ৰভু সমষ্ট।

  • @munindraborgohain6054
    @munindraborgohain6054 2 หลายเดือนก่อน

    Krishna. Krishna. ❤❤❤

  • @hiteshrabha7184
    @hiteshrabha7184 ปีที่แล้ว

    Oti sondar duyo Jona Jai shree Krishna

  • @KanuBoruah-lp2ys
    @KanuBoruah-lp2ys 6 หลายเดือนก่อน

    Krishna Krishna pabhu

  • @___aadi___x___
    @___aadi___x___ ปีที่แล้ว +1

    🙏🙏🙏🙏

  • @atulokalita4134
    @atulokalita4134 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা শুনিব পাই অতি আনন্দিত।

  • @bhugirathsahariah9001
    @bhugirathsahariah9001 2 ปีที่แล้ว +3

    Val lagise bap

  • @junumech7558
    @junumech7558 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @মানৱজ্যোতিডেকা
    @মানৱজ্যোতিডেকা 2 ปีที่แล้ว +2

    কৃষ্ণ 🙏

  • @kanakdeka512
    @kanakdeka512 10 หลายเดือนก่อน

    কৃষ্ণ ৷ বৰ ভাল লাগিল ৷

  • @dilipdas3549
    @dilipdas3549 2 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰিব

  • @ranjitkalita3426
    @ranjitkalita3426 2 ปีที่แล้ว +1

    Krishno

    • @hirengogoi6431
      @hirengogoi6431 2 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ কৃষ্ণ পাঠাক বাপ জনা আপনাৰ মাত বা সুৰ সুন্দৰ কিন্তু আপুনি পঢ়া ভাগৱত ভাগি কাৰ কৃপাত পালে বাৰু? আপোনি অকণমান চিন্তা কৰি চাওক!আপোনাক গুৰু স্মৰণ কৰা নুশুণিলো। অপৰাধ মাৰজানা কৰিব।

  • @fokatiavideos3523
    @fokatiavideos3523 ปีที่แล้ว +1

    মনোৰাম নাথে ভাগৱত পঢ়া ভিডিঅ' এটা দিয়ে যেন ধন্যবাদ জ্ঞাপন কৰিছোঁ,,🙏🙏🙏

  • @abmonty7274
    @abmonty7274 ปีที่แล้ว +1

    কৃষ্ণ বাপ সকল সেৱা জনালো 🙏🙏🙏

  • @suboldas4814
    @suboldas4814 2 ปีที่แล้ว

    Krishna

  • @jagatbania6764
    @jagatbania6764 11 หลายเดือนก่อน

    Ratanpur

  • @bipulsaikai1038
    @bipulsaikai1038 2 ปีที่แล้ว +1

    "কৃষ্ণ কৃষ্ণ 🙏"

  • @bhugirathsahariah9001
    @bhugirathsahariah9001 2 ปีที่แล้ว

    Good bap

  • @chandanhazarika9804
    @chandanhazarika9804 2 ปีที่แล้ว +3

    বাপ কৃষ্ণ সুন্দৰ ...আৰু পাঠ আগবঢ়ায়ক

  • @pinkidas9356
    @pinkidas9356 2 ปีที่แล้ว +2

    🙏🙏🙏 ৰাম কৃষ্ণ 🙏🙏🙏ৰাম কৃষ্ণ

  • @gitikakalita5413
    @gitikakalita5413 2 ปีที่แล้ว +1

    Ram. Ram. 🌹🙏🌹

  • @suboldas4814
    @suboldas4814 2 ปีที่แล้ว +1

    Krishna BAP pronam

  • @chandanhazarika9804
    @chandanhazarika9804 2 ปีที่แล้ว +5

    বাপ একাদশ স্কন্ধ‌‌‌ আৰু পাঠ আগবঢ়ায়ক 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ppkvlogs7008
    @ppkvlogs7008 ปีที่แล้ว +6

    কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সোধন্ত দুনাই
    শুনা প্রভু জগতৰ বাপ।
    জানিলো সন্তৰ সঙ্গে তোহ্মাত ভকতি কৰি
    এড়াই তেৱে সংসাৰৰ তাপ।।
    তোহ্মাৰ সম্মত ইটো পৰম ভকতি পন্থ
    কেৱলে লোকৰ সাধৈ গতি।
    কিন্তু বেদে ফুৰৈ গাই জ্ঞান বিনে গতি নাই
    আকে শুনি ভ্রমৈ মোৰ মতি।।১৯৬।।
    কতো বোলে কৰ্ম্ম কৰা কতো বোলে পৰিহৰা মিলৈ আত মনত সংশয় ।
    তুমি বিনে নাহি আন তুমি শিৱ সৰ্ব্বজান
    বুজাই মোত কহিয়ো নিশ্চয়।।
    সংসাৰগৰ্ত্তত ইটো পড়িল সমস্ত লোক
    তাতে দংশিলেক কালসাপে।
    পৰম কৃপায়ে আৱে বাক্য অমৃতক সিঞ্চি
    উদ্ধাৰিয়ো জগতৰ বাপে।।১৯৭||
    তোহ্মাৰ মুখৰ বাণী জানিয়া হেন বা ধৰৈ
    তড়ৈ ইটো দুৰ্ঘোৰ সংসাৰ।।
    নমো নমো নমাই মাথ হে প্রভু জগন্নাথ
    কৰা গতি সম্প্রতি আহ্মাৰ।।
    দেৱতাৰো দৃশ্য নুই অৰুণ চৰণ দুই
    মঞি থাকো ক্ষণেক নিৰেখি।
    মহাভাগ্যে দূৰ গৈল আজি পৰিচ্ছেদ ভৈল
    তোহ্মাৰ আহ্মাৰ দেখা দেখি।।১৯৮।।
    কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো
    দিয়োক সিদ্ধান্ত নাথ তুমি।
    বিয়োগে আকুল কৰৈ ধাৰায়ে লোতক ঝৰৈ
    কান্দন্ত উদ্ধৱ হুম হুমি ।।
    ভকতৰ দেখি তাপ আকুল জগতবাপ
    সলোতক নেত্র ভৈল আতি।
    নসহে হৃদয় দেখি শোক পৰিহৰা সখি
    প্রবোধন্ত উদ্ধৱক মাতি।।১৯৯।।
    বোলন্ত মধুৰ বাণী তাপ তেজা মহামানী
    তুমি মহা সুহৃদ আহ্মাৰ।
    জানা ময়াময় ইটো সংশয় পুছিলা যিটো
    শুনিয়ো উত্তৰ তুমি তাৰ।।
    জ্ঞানে গতি কৱৈ বেদ লোৱা তাৰ পৰিচ্ছেদ
    আছৈ জ্ঞান ভকতিৰ মাজে।
    ভকতি কৰন্তে জানা আপুনি উপজৈ জ্ঞান
    যোগ চিন্তি মৰৈ মিছা কাজে।।২০০।।
    আউৰ কি তোহ্মাত বাজ জ্ঞানতো নাহিকৈ কাজ
    কেৱলে ভকতি তাড়ৈ লোক।।
    মোৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি
    পাৱৈ অপ্রয়াসে আসি মোক।।
    কৰ্ম্মৰো পুছিলা বাণী তাকো শুনা মহামানী
    যিটো নাম নধৰৈ আহ্মাৰ।।
    জনম গোঞাই বৃথা নুশুনৈ আহ্মাৰ কথা
    তাৰেসে কৰ্ম্মত অধিকাৰ।।২০১।।
    দুষ্ট চিত্ত যিটো জন বৃথা কথা বৃথা মন
    তাৰ কৰ্ম্ম সকলে বিফল।
    তিলেক নথাকে ৰৈ তেতিক্ষণে যাই বৈ
    আঁৱা ঘটৰ যেন জল।।
    ইটো কথা জানা সাৰ জ্ঞানত কৰ্ম্মত আৰ
    নকৰিবা বিশ্বাস কিঞ্চিত।
    শ্ৰৱণ কীৰ্ত্তন কৰা সুখে সংসাৰক তড়া
    দিয়া মোৰ চৰণত চিত্ত।।২০২।।
    জপ তপ তীর্থ স্নানে যিটো ফল মহাদানে
    জ্ঞান বৈৰাগত যেন ফল।
    যিটো গুণ নাম গাৱৈ বসি সিটো সুখে পাৱৈ
    দেখা কেনে ভকতিৰ বল।।
    জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰ
    নাহি গতিদাতা সংসাৰত।
    এহিসে কহৱৈ বেদ দিলো হেৰা পৰিচ্ছেদ
    লৈয়ো তুমি আমাৰ সন্মত।।২০৩।।
    শুনিয়োক সভাসদ মহাভাগৱত পদ
    কৃষ্ণকথা সংসাৰত সাৰ।
    আয়ু যায় আলে জালে ইটো ঘোৰ কলিকালে
    জ্ঞানে কর্মে নপাইবা নিস্তাৰ।।
    নকৰিয়ো জন্ম বৃথা শুনা ইটো কৃষ্ণ কথা
    ফুৰা ৰামনাম গলে বান্ধি।।
    ঐত আয়ু পাত ভৈলে ঘোৰ পৰলোকে গৈলে
    আকে লাগি মৰিবাহা কান্দি।।২০৪।।
    পৰম বান্ধৱ নাম শুনা আৰ গুণগ্রাম
    আতপৰে কোন পুণ্য আছে।
    যাত পৰে পাপী নাই তাকো তাড়ৈ নামে পাই কুল ক্রিয়া একোৱে নবাছে।।
    দহৱৈ পাতেকচয় কৰৈ পুণ্য অভ্যুদয়
    মিলাৱৈ মুকুতি সুখ সুখে।
    বোলন্তো নাহিকৈ শ্ৰম শুনন্তে অমৃত সম
    হেন নাম কিয় এৰা মুখে।।২০৫।।
    ইটো কলিকালে সাৰ নাম বিনে নাহি আৰ
    নামতে সমস্তে পুণ্য বীজৈ।
    যত তপ তীর্থ স্নান মন্ত্র জাপ্য যোগ জ্ঞান
    নাম উচ্চৰন্তে সৱে সিজৈ।।
    নামত দিয়োক চিত নামেসে সুহৃদ হিত
    সংসাৰ ব্যাধিৰ মহৌষধি।
    এড়ি হেন হৰিনাম কৰি মৰৈ আন কাম
    তাত পৰে নাহিকে বিবুধি।।২০৬।।
    কৃষ্ণেসে পৰম দেৱ ব্রহ্মা হৰে কৰৈ সেৱ
    জানি তান ভজিয়ো চৰণে।
    পৰলোক বন্ধু হৰি তানেসে স্মৰণে তড়ি
    আন গতি নাহিকে মৰণে।।
    কালে ধৰিলেক পৰা মিছাত বিলম্ব কৰা
    চিন্তা হৰি ভকতিৰ কাম।
    আয়ু যায় ক্ষণে ক্ষণে কৃষ্ণৰ কিঙ্কৰে ভণে
    নিৰন্তৰে বোলা ৰাম ৰাম।।২০৭।।
    .....................

  • @BukashBordoloi-sk9lo
    @BukashBordoloi-sk9lo 9 หลายเดือนก่อน

    বহুত ধুনীয়া বাপ, কৃষ্ণ কৃষ্ণ কৃষ্ণ.....

  • @ননীগগৈ
    @ননীগগৈ 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @bimalakarki6879
    @bimalakarki6879 ปีที่แล้ว

    rám яqм

  • @prasantakumarnath9469
    @prasantakumarnath9469 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @rupantadeka9452
    @rupantadeka9452 2 ปีที่แล้ว +1

    বহতো,ভাল লাগিল,দাদ🙏

  • @abinashkalita9242
    @abinashkalita9242 2 ปีที่แล้ว

    শ্ৰদ্ধাভাজন ব্যাখ্যাকাৰজনে আসন অলংকৃত কৰা বুলি নিজে ক’ব নালাগিছিল।আয়োজক পক্ষই ক’লেহে ভাল শুনি।

  • @ankur3360
    @ankur3360 2 ปีที่แล้ว +1

    কৃষ্ণ

  • @guptakumardeka5092
    @guptakumardeka5092 2 ปีที่แล้ว

    Krishna bap