TIME8ৰ ষ্টুডিঅ'ত দিনহাজিৰা কৰা পিতৃৰ কন্যা ৰুকচানা পাৰবীনৰ কণ্ঠত ইটোৰ পিছত সিটো গীত।

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024

ความคิดเห็น • 496

  • @pabitradeka4991
    @pabitradeka4991 2 ปีที่แล้ว +86

    বৰ সৰল ছোৱালী । তুমি বহু দূৰ আগুৱাই যোৱা মাইনা শুভকামনা যাচিলোঁ ।।

  • @devimedhi629
    @devimedhi629 2 ปีที่แล้ว +38

    বৰ মৰম লগা ছোৱালী দে ।কণ্ঠ অতি সুন্দৰ ।আগবাঢ়ি যোৱা ৰুকচানা তোমালৈ আমাৰ আশীষ থাকিল ।

  • @dipamahanta7208
    @dipamahanta7208 2 ปีที่แล้ว +49

    সুন্দৰ কণ্ঠ, ভগৱানে তোমাক আগোৱাই যোৱাত
    সহায় কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো☺

  • @dipanjalichetia455
    @dipanjalichetia455 2 ปีที่แล้ว +45

    অতি সুন্দৰ কণ্ঠ আগবাঢ়ি যোৱা ।

  • @jitenlahkar4485
    @jitenlahkar4485 2 ปีที่แล้ว +13

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ। এওঁলোক অসম আৰু অসমীয়াৰ গৌৰৱ। আমাৰ চৰকাৰে এই প্ৰতিভা সমুহ দেখিছেনে ? এওঁ লোকৰদৰে প্ৰতিভা সমুহক চৰকাৰে আগুৱাই যোৱাত সহায় কৰিবনে!ৰুকচানা তুমি আগুৱাই যোৱা। আশীৰ্বাদ থাকিল। কৃষ্ণ।

  • @ZERO_motivation
    @ZERO_motivation 2 ปีที่แล้ว +36

    সঁচাই বহুত ভাল লাগিল ভিডিওটি চাই । সঁচাই বহুত বহুত বেছি । ইমানেই ভাল লাগিল ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম । সঁচাই মনোমুগ্ধকৰ, অতুলনীয়, অপ্ৰসংশনীয় । প্ৰসংশাৰ ভাষা নাই,,,,❤️❤️❤️❤️❤️❤️❤️❤️

  • @swapnalisarmah7081
    @swapnalisarmah7081 2 ปีที่แล้ว +109

    বৰ সুমধুৰ কণ্ঠ❤️আগুৱাই যোৱা ভন্টি শুভকামনা থাকিল👍ভগৱানে আৰু শক্তি দিয়ক তোমাক❤️

  • @munnabhaiaxom
    @munnabhaiaxom 2 ปีที่แล้ว +32

    সুমধুৰ কন্ঠ🎶 💕❤️ আগুৱাই যোৱা ভৱিষ্যতে ভাল গায়িকা হৱা তাকে কামনা কৰিলো

  • @juwenaahmed4321
    @juwenaahmed4321 2 ปีที่แล้ว +1

    Duniya bonti... So sweet ...
    Aagbrhi jwa

  • @dalimdas7793
    @dalimdas7793 2 ปีที่แล้ว +97

    যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।কেইটাম আখৰ লিখি তোমাক প্ৰসংখ্যা কৰিলে কম কৰা হব ।ঈশ্বৰক প্ৰাৰ্থনা জনাইছো ,তুমি আগবাঢ়ি যোৱা ।

  • @nuruddinahmed2609
    @nuruddinahmed2609 2 ปีที่แล้ว +18

    শুৱলা কণ্ঠৰ লগতে অসাধাৰণ উচ্চাৰণ.যিটো গায়ক গায়িকাৰ কাৰণে অতি জৰুৰি.শুভেচ্ছা জনালো আগবাঢ়ি যোৱা.

  • @Tafiquhusainjannn
    @Tafiquhusainjannn 2 ปีที่แล้ว

    Shundor . bohut dhuniya . . dhuniya lagisey. Time8 salute

  • @tapanbordoloi8661
    @tapanbordoloi8661 2 ปีที่แล้ว +30

    অভিনন্দন ৰুকচানা। ঈশ্বৰে তোমাৰ মনোবাঞ্চা পূৰণ কৰক।

  • @sushilchandraray1482
    @sushilchandraray1482 2 ปีที่แล้ว +16

    ৰুকছানা পাৰভীন তোমাক প্ৰাণঢালি আৰ্শীবাদ দিলো । তোমাৰ সুমধুৰ কণ্ঠৰ গীতবোৰ শুনি বৰ ভাল লাগিল । ঈশ্বৰে তোমাৰ মনৰ আশা পূৰণ কৰক ।

  • @jonaphukonbaruah9121
    @jonaphukonbaruah9121 2 ปีที่แล้ว +51

    তোমাৰ সপোন পূৰণ হওক 🙏🏼
    হিয়া উজাৰি আশীষ শুভেচ্ছা জনাইছোঁ তোমালৈ দেই ❤️

  • @sameswarrabha2835
    @sameswarrabha2835 2 ปีที่แล้ว +2

    ধুনীয়া কণ্ঠ দে বৰহীয়া ৰুকচনা

  • @junubegum5256
    @junubegum5256 2 ปีที่แล้ว

    অতি সুন্দৰ আগবাঢ়ি যোৱা

  • @rajeshwarsonowal9971
    @rajeshwarsonowal9971 2 ปีที่แล้ว +21

    What a beautiful voice. God bless you..go ahead .praises

  • @eeshankalita377
    @eeshankalita377 2 ปีที่แล้ว +28

    ভগৱানে তোমাক চকু মেলি চাওক । তাৰেই কামনাৰে । আৰু আগবাঢ়ি যোৱা । তোমাৰ কাৰণে ভগৱান সদায় আছে । শেষত ধন্যবাদ থাকিল । Happy New year to you .

  • @utpaltalukdar9976
    @utpaltalukdar9976 2 ปีที่แล้ว +74

    সুমধুৰ কণ্ঠ ভনী সফল হোৱা আশীৰ্বাদ থাকিল ৷

  • @anowarkhan6527
    @anowarkhan6527 2 ปีที่แล้ว +13

    সচাকৈয়ে বহুত ভাল কন্ঠ।এই অনুষ্ঠানত বাদ্য যন্ত্ৰ হ'ব লাগিছিল। তেতিয়া যে আৰু কিমান ভাল লাগিল হৈ।

  • @binudbey4905
    @binudbey4905 2 ปีที่แล้ว +24

    আমাৰ অসমত talentৰ কোনো অভাৱ নাই মাথোঁ সহায় প্ৰয়োজন ।

  • @madhurjyamohonchutia9453
    @madhurjyamohonchutia9453 2 ปีที่แล้ว +7

    কণ্ঠ বহুত সুন্দৰ আৰু গানৰ শব্দ উচ্চাৰণ বৰ ধুনীয়া ।

  • @nilakantadoley6342
    @nilakantadoley6342 2 ปีที่แล้ว +5

    আওঁ সিমান ধুনীয়া কণ্ঠ । বিহু গীতটো বহুত ভাল লাগিল ।

  • @rabijyotirahang7481
    @rabijyotirahang7481 2 ปีที่แล้ว +10

    বৰ সুন্দৰ এটি মিঠাকণ্ঠ

  • @hpkentertainment1311
    @hpkentertainment1311 2 ปีที่แล้ว +6

    অসাধাৰণ প্ৰতিভা 🙏🙏 God bless Her ❤️

  • @MunnaBhai-sp7ph
    @MunnaBhai-sp7ph 2 ปีที่แล้ว

    Amar ghrt ahisel morigaon.....so...bht val... and... cute... Dr ruksana.. parben......//)))aaguway juwa.... .🙏

  • @alokboruah7775
    @alokboruah7775 2 ปีที่แล้ว

    অতি সুন্দৰ গায়ীকা এগৰাকী পাইছো .....আদৰনি জনাইছো ......

  • @jakirhussain878
    @jakirhussain878 2 ปีที่แล้ว

    Ruksanar logote Ritusmin dadako dhanyabad jonalo.
    very nice voice.

  • @AkashzotiRay
    @AkashzotiRay 2 ปีที่แล้ว +6

    বহুত সুন্দৰ কণ্ঠ ! মই সঁচাকৈ বহুত আপ্লুত হৈছোঁ ! প্ৰথম এনেকুৱা মিঠা voice শুনিছোঁ !

  • @angitarajbongshi6006
    @angitarajbongshi6006 2 ปีที่แล้ว +15

    সুন্দৰ কন্ঠ ভনী 😘 আৰু আগুৱাই যোৱা, শুভ কামনা থাকিল তোমালৈ

  • @skazizurrahman6272
    @skazizurrahman6272 2 ปีที่แล้ว +8

    Beautiful voice Rukshana parbin aguyai juya tare kamona korilu

  • @jekismani
    @jekismani 2 ปีที่แล้ว +4

    বৰ সুন্দৰ কণ্ঠ, Function ত 3/4 লাখ টকা দি গান উপভোগ কৰাতকৈ এনেকুৱা গায়িকাৰ কণ্ঠত সুন্দৰ গান শুনিবলৈ পোৱা যায়। আশীৰ্বাদ আছে আৰু বহুত আগুৱাই যোৱা তুমি কিন্তু অহংকাৰী নহবা।

  • @sujithazarika169
    @sujithazarika169 2 ปีที่แล้ว +17

    Bohut dhuniya gaise...tumi bohut dur agbarhi juwa takei kamona korisu.....

    • @HARSHITASSAM
      @HARSHITASSAM 2 ปีที่แล้ว

      Hosakoie bor hundor kontho. Kobole vakha nai. Tumi agbarhi jua aru hofol hua vonti. 👍👍👌👌

    • @asrafulali6756
      @asrafulali6756 2 ปีที่แล้ว

      ¹

  • @abduljalil716
    @abduljalil716 2 ปีที่แล้ว +12

    অসমত এনে বহু প্ৰতিভা আছে যিয়ে সুযোগৰ অভাৱত মৰহি যায়। এনে প্ৰতিভাক চৰকাৰে সহায় কৰা উচিত।

  • @lulingvideo9624
    @lulingvideo9624 2 ปีที่แล้ว +6

    অতি সুন্দৰ কন্ঠ ভন্তি, আগুৱাই যোৱা তুমি শুভেচ্ছা থাকিল বহুত

  • @abusahid5482
    @abusahid5482 2 ปีที่แล้ว +7

    শৰ্মা ডাঙৰীয়াই যেন এই ছোৱালী জনীক আগুৱাই যোৱা যাবলৈ সুব্যৱস্থা কৰি দিয়ে তাৰ বাবে আশা কৰিছিলোঁ। লগতে মইনা জনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @sanjibpegu5834
    @sanjibpegu5834 2 ปีที่แล้ว +6

    অনন্য অৱদান সু কন্ঠৰ অধিকাৰী ছোৱালী জনীৰ। বহু বহু মৰম আৰু শুভকামনা যাচিলো তুমি বহু দূৰ আগুৱাই যোৱা।

  • @kailashchsarma619
    @kailashchsarma619 2 ปีที่แล้ว +1

    ৰুকচানা অসমৰ এটি সম্ভাবনাপূৰ্ণ সম্পদ, যাক অসম চৰকাৰৰ কৃপাদৃষ্টি আৰু সঠিক পথ নিৰ্দেশনাৰ প্ৰয়োজন । ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ নাম উজ্বলোৱা প্ৰায়খিনি প্ৰতিভাবান শিল্পী, ক্ৰীড়াবিদেই ৰুকচানাহঁতৰ দৰে দূৰ্বল আৰ্থিক অৱস্থাৰ পৰা ওলাই অহা । জন্মগত ভাৱে লাভ কৰা ঐশ্বৰিক কণ্ঠশক্তিৰে সকলোকে মোহিত কৰা ৰুকচানাৰ 'ইণ্ডিয়ান আইডল'ত প্ৰতিভা সাব্যস্ত কৰিবৰ বাবে দেখা সপোন বাস্তৱত ৰূপায়িত হওক- তাৰবাবে আমাৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল ॥

  • @darkwarrior1608
    @darkwarrior1608 2 ปีที่แล้ว +23

    Aibar bihu function t rupsonak matok..kiba ata hohae hbo❤️❤️

  • @mhoque1224
    @mhoque1224 2 ปีที่แล้ว

    বৰ ধুনীয়া দেই তোমাৰ সুৰ আগুয়া যোৱা ভন্টী.

  • @dipankarmahapatra4691
    @dipankarmahapatra4691 2 ปีที่แล้ว +8

    তোমাৰ কণ্ঠ বহুত সুমধুৰ।তুমি আগুৱাই যোৱা ।

  • @rajibgogoi2215
    @rajibgogoi2215 2 ปีที่แล้ว +1

    সুন্দৰ কন্ঠ ভন্টি

  • @prafullagoswami9622
    @prafullagoswami9622 2 ปีที่แล้ว +3

    সুন্দৰ সুৰ ভৱিষ্যত উজ্জ্বল কামনাৰে আসিবাদ থাকিল ৷

  • @desimukulmotivation
    @desimukulmotivation 2 ปีที่แล้ว

    Bohut Bohut Dhuniya...

  • @raki276
    @raki276 2 ปีที่แล้ว +4

    আপোনালোকৰ অনুষ্ঠানৰ শ্ৰেষ্ঠ শিল্পী

  • @sumitraphukan6916
    @sumitraphukan6916 2 ปีที่แล้ว

    Bor hundor val lagil

  • @ashokdas8961
    @ashokdas8961 2 ปีที่แล้ว +16

    Awesome, Excelemt ,heart touching voice,Best of luck for your future journey...অভিনন্দন জনালোঁ, সমুধুৰ কণ্ঠ তোমাৰ ভৱিষ্যত উজ্বল কামনা কৰিলো..All rounder perfomance...vry nice

  • @akmulhussain1336
    @akmulhussain1336 2 ปีที่แล้ว +21

    Waw..such a sweet voice 😍

  • @sabinayasminbiswanath6999
    @sabinayasminbiswanath6999 ปีที่แล้ว

    সুন্দৰ নিদৰ্শন দাঙি ধৰিছা

  • @gunamonibaruah1980
    @gunamonibaruah1980 2 ปีที่แล้ว +1

    আগুৱাই যোৱা ভনী।

  • @hananmoivalpaoabdul6365
    @hananmoivalpaoabdul6365 2 ปีที่แล้ว

    Very good bhut Val lagil huni

  • @Rajuvlog649
    @Rajuvlog649 2 ปีที่แล้ว

    Bhal lagil Assamese gaan tu huni

  • @abdulahmed554
    @abdulahmed554 2 ปีที่แล้ว

    Tumar sur tu bor dhunia God bless you 😘😘

  • @babuneelvlogs7352
    @babuneelvlogs7352 2 ปีที่แล้ว +3

    ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ভন্টি জনী সঁচাই বৰ ধুনীয়া গাইছে

  • @mrmajuli8736
    @mrmajuli8736 2 ปีที่แล้ว +10

    সুন্দৰ হৈছে । আশা ও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো তুমি যে সফল হোৱা।

  • @Mamon51
    @Mamon51 2 ปีที่แล้ว

    কি ধুনীয়া বিহু কি ধুনীয়া গোৱালপৰীয়া লোকগীত ,,,, allah bless you all the best 👍👍 forward you

  • @mh-nn7jt
    @mh-nn7jt 2 ปีที่แล้ว +4

    ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা তোমাৰ সুমধুৰ কণ্ঠ । জীৱনত তুমি বহু দূৰ আগুৱাই যোৱা ।

  • @abdulazizmondal9984
    @abdulazizmondal9984 2 ปีที่แล้ว

    Bohut Val Lagise

  • @anjankumardeka3457
    @anjankumardeka3457 2 ปีที่แล้ว +1

    yes...go ahead

  • @bhupendas3078
    @bhupendas3078 2 ปีที่แล้ว +5

    So melody voice, we pray the Almighty God for safe & success.Assam Government should take necessary incentive pl.
    .

  • @Krishna-kz3jf
    @Krishna-kz3jf 2 ปีที่แล้ว

    Hundor hoise aguwai juwa

  • @banrasulhoque9680
    @banrasulhoque9680 2 ปีที่แล้ว +1

    Nice voice Rukshana god bless you

  • @dilipkumarsarma7812
    @dilipkumarsarma7812 2 ปีที่แล้ว

    আশীৰ্বাদ থাকিল্ । আগবাঢ়ি গৈ থাকা ।

  • @mauchumidas1734
    @mauchumidas1734 2 ปีที่แล้ว +3

    Xundor voice...God bless you

  • @SHOOTINGKILLERSENTERTAINMENT
    @SHOOTINGKILLERSENTERTAINMENT 2 ปีที่แล้ว +27

    উফ... কি সুন্দৰ কণ্ঠ! মই বাকৰূদ্ধ হৈ গৈছো। অন্তৰৰ সকলো উজাৰি ভগৱানৰ ওছৰত প্ৰাৰ্থনা কৰিছো, যাতে তোমাৰ আশা পুৰ্ণ হয়।

  • @shanidullovemoromi
    @shanidullovemoromi 9 หลายเดือนก่อน

    Well done Time8.....salute

  • @domborugogoi971
    @domborugogoi971 2 ปีที่แล้ว

    Sweet voice she has a good future abhbhut hoisu thank you time eight for give her this good afortunity

  • @pbtablaclass956
    @pbtablaclass956 2 ปีที่แล้ว +2

    ভগৱানে তোমাক সুন্দৰ কণ্ঠ দিছে মাইনা ৷ তোমাৰ সপোন বোৰ পূৰ্ণ হওক।

  • @bituaxam7723
    @bituaxam7723 2 ปีที่แล้ว +2

    Time8 dhayabad jonaixu eman hundar pothivak ulliyai anar babe bohut vall lagil? vontir Voice so sweet 👌👌tumi aru aguwai juwa

  • @ranjudeka4818
    @ranjudeka4818 2 ปีที่แล้ว +8

    বৰ ধুনীয়া গাইছে ,তুমি বহুত আগুৱাই যোৱা তাৰে কামনা কৰো

  • @HABIBUR_RAHMAN_2002
    @HABIBUR_RAHMAN_2002 2 ปีที่แล้ว

    God bless you Rukshana parbin. God gifted talent your ♥️

  • @khaleksk8770
    @khaleksk8770 2 ปีที่แล้ว

    Bohut Val lagil thanks

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 2 ปีที่แล้ว +6

    বৰ সুন্দৰ সুৰীয়া কন্ঠ তোমাৰ 🥰 আগুৱাই যোৱা তুমি 🥰 আশীৰ্বাদ কৰিলো। ভগৱানে সদায় কুশলে ৰাখক আৰু সহায় কৰক। শুভেচ্ছা জনালোঁ 🥰

  • @villagelifewithaminul7705
    @villagelifewithaminul7705 2 ปีที่แล้ว

    Ruksana very🌹🌹🌹 good👍👍👍👍👍👍

  • @chowsukumarnamchoom8553
    @chowsukumarnamchoom8553 2 ปีที่แล้ว +7

    Sweet voice Miss Ruksana Parbeen, one day you will become a great singer that I can say. Keep it up.

  • @RafiqulIslam-kl5rx
    @RafiqulIslam-kl5rx 2 ปีที่แล้ว +1

    Tomar gan khub val laga80113

  • @achyutsaikia2955
    @achyutsaikia2955 2 ปีที่แล้ว +8

    Khub hundor

  • @nripensonowal6612
    @nripensonowal6612 2 ปีที่แล้ว

    Ag bahi jua akhirbad thakil

  • @ibrahimali2085
    @ibrahimali2085 2 ปีที่แล้ว

    Best of luck Rukhsana....god bless you 💕

  • @khafijulhoque5529
    @khafijulhoque5529 3 หลายเดือนก่อน

    Ki kom koboloi vakha nai vonti, aguwai juwa ashirbad thakil hiya ujari koisho.God bless you ❤️❤️❤️

  • @arsanusanu6842
    @arsanusanu6842 2 ปีที่แล้ว

    i like this song💚💚 you are all song my favourite

  • @akmajumdar4511
    @akmajumdar4511 2 ปีที่แล้ว +3

    Super, awesome and so sweet voice...

  • @sarataxom1651
    @sarataxom1651 2 ปีที่แล้ว +7

    জন্ম স্বত্ব কন্ঠ ভন্টি জনীৰ বিপিন চাউদাঙৰ গানটো ছোৱালী জনীৰ কন্ঠত স্পষ্ট প্ৰকাশ কৰিছে যিটো বিপিন দাৰ কণ্ঠত মোৰ ব্যক্তিগত ভাৱে ভাল নালাগে কিন্তু ছোৱালী জনীৰ কন্ঠত গানটো শুনি বিৰাট ভাল লাগিল

  • @firuzuddin9961
    @firuzuddin9961 2 ปีที่แล้ว +8

    Excellent singing without music 🎵🎵👍👍

  • @rupalisaikia5520
    @rupalisaikia5520 2 ปีที่แล้ว

    Tumar hopun purn hok best of luck

  • @arminhussain4398
    @arminhussain4398 2 ปีที่แล้ว

    Bahut xumadhur konntho dei...

  • @litonsvlogs.2530
    @litonsvlogs.2530 2 ปีที่แล้ว +4

    Aguwai juwa sister tare kamona korilo

  • @minhajurrahman8323
    @minhajurrahman8323 2 ปีที่แล้ว +16

    অতুলনীয় সুমধুৰ কণ্ঠ | উজ্জল ভৱিষ্যত কামনা কৰিলোঁ | জীৱনত অতি উচ্চ শিখৰলৈ আগবাঢ়ি যোৱা |

  • @sekharsharma8232
    @sekharsharma8232 2 ปีที่แล้ว

    Nice tumar uparat bhut bhut akhirbad thakil

  • @prohladdas789
    @prohladdas789 2 ปีที่แล้ว

    Dhunia konto aguwai juwa

  • @saiful7757
    @saiful7757 2 ปีที่แล้ว

    মধুৰ সুৰ.. 👌👌👌

  • @rafikulali2885
    @rafikulali2885 2 ปีที่แล้ว

    Dhunya lagisa

  • @bikashsaikia2967
    @bikashsaikia2967 2 ปีที่แล้ว

    Mjja gaise good voice

  • @soonmoni6746
    @soonmoni6746 2 ปีที่แล้ว

    Bhut bhut hundar kontha

  • @AyubAliOfficial221
    @AyubAliOfficial221 2 ปีที่แล้ว +15

    Nice song ❤️❤️❤️❤️

  • @n.musiccompany9670
    @n.musiccompany9670 2 ปีที่แล้ว +1

    বৰধুনীয়া কণ্ঠ ও আগুৱাই যোৱা দোয়া থাকিল

  • @jodumonigogoigogoi7592
    @jodumonigogoigogoi7592 2 ปีที่แล้ว +1

    Vanti 2mi aru ag bahi jua 2mak vagabany akhibad karak🙏🙏

  • @trendingsonly6500
    @trendingsonly6500 2 ปีที่แล้ว

    Mind blowing 👌🏻💯💌

  • @ilove-youtube.
    @ilove-youtube. 2 ปีที่แล้ว

    Waw🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥