"মোৰো এটা সপোন আছে "।।ড° ৰুবুল মাউত।। পাঠ আৰু প্ৰযোজনা -কাজল সোনোৱাল।

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ส.ค. 2022

ความคิดเห็น • 27

  • @parthabiborah4491
    @parthabiborah4491 ปีที่แล้ว +1

    অলপ সোনকালে সোনকালে দিবাচোন.. শুনিবলৈ বৰ আগ্ৰহেৰে ৰৈ থাকোঁ /

    • @kajalsonowal8024
      @kajalsonowal8024  ปีที่แล้ว +1

      অ ঠিক আছে। কিছু ব্যস্ততাৰ বাবে দিব পৰা নাছিলো।আচলতে বিদ্যালয়ৰ পৰা আহি ভাগৰি পৰো যে সেইকাৰণে। আপোনাৰ আগ্ৰহ টো দেখি বহুত বেছি ভাল পালো।

  • @_mondeep_das_
    @_mondeep_das_ 6 หลายเดือนก่อน +1

    ❤❤❤

  • @meghaliborah9441
    @meghaliborah9441 ปีที่แล้ว +1

    Borhiya

  • @_mondeep_das_
    @_mondeep_das_ 6 หลายเดือนก่อน +1

    ভাল লাগিল বাইদেউ ❤

  • @haraprasadsharma7750
    @haraprasadsharma7750 ปีที่แล้ว +1

    আপোনাৰ কথা বোৰ এ মোৰ মনলৈ বৰ সাহস দিছে, মোৰ ও এহাল লৰা ছোৱালী, ২ও তাকে এনেকৈ এ পঢ়াই ছিল ও, আপোনালোকৰ আশীৰ্বাদ ছোৱালী জনি MA first class second in Linguistic, লৰাটো এ এইবাৰ MCA complete কৰিছে first class first with Gold Medal, আপোনাৰ কথাবোৰ এ মোক ও সেই দিন বুৰলৈ লৈ গৈছিল বাবে কথা বোৰ কৈ বৰ আনন্দ পাইছোঁ, বেয়া যেন নেপায়, আশীৰ্বাদ কৰক লৰা ছোৱালী হাল যেন আৰু আগ বাঢ়ি যায়

    • @kajalsonowal8024
      @kajalsonowal8024  ปีที่แล้ว

      Nitsoi...apuner kothakhini huni vll plu....apuner lora swali keitar aru besi vll howk tare kamona korilu vogobnr usrt... dhnybad apunaloi..

  • @simplecookingstyle6855
    @simplecookingstyle6855 ปีที่แล้ว

    👍

  • @ranjanbharadwaj5256
    @ranjanbharadwaj5256 ปีที่แล้ว

    👍👍

  • @ratulrabha4841
    @ratulrabha4841 2 หลายเดือนก่อน

    সঁচাকৈ বাইদেউ এই কিতাপখন পঢ়ি বহুত ভাল লাগে ❤

    • @kajalsonowal8024
      @kajalsonowal8024  2 หลายเดือนก่อน

      ধন্যবাদ। চেয়াৰ কৰি দিব পাৰিলে ।

    • @ratulrabha4841
      @ratulrabha4841 2 หลายเดือนก่อน

      ইমান ধনিয়াকৈ ভিডিওবোৰ বনাই দিছে বাইদেউ বহুত ভাল লাগিছে আৰু এনেকুৱা ভিডিও পাম বুলি আশা কৰিছোঁ । চেয়াৰ কৰিছো বাইদেউ ।

    • @kajalsonowal8024
      @kajalsonowal8024  2 หลายเดือนก่อน

      @@ratulrabha4841 নিশ্চয়কৈ । ধন্যবাদ আপোনালৈ ।

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว

    Bhout bhal lagil sister

  • @user-xy3vv9sy6n
    @user-xy3vv9sy6n 4 หลายเดือนก่อน

    Inspirbleat chenairams life

  • @user-jq6yi7ku9v
    @user-jq6yi7ku9v ปีที่แล้ว

    কিতাপ খন পঢ়িম পঢ়িম কৈ আছিলোঁ ,কিন্তু পঢ়া নাই হোৱা । এনেকৈ শুনি পাই বহুত আনন্দিত হৈছো । পাৰিলে দুই দিনৰ মূৰে মূৰে দিব চোন ।

    • @kajalsonowal8024
      @kajalsonowal8024  ปีที่แล้ว +1

      নিশ্বয়। মই চেষ্টা কৰিম দিবলৈ। খুউব ভাল কিতাপ। ধন্যবাদ,এনেকৈ মোৰ অডিঅ পাঠ শুনাৰ বাবে।

    • @user-jq6yi7ku9v
      @user-jq6yi7ku9v ปีที่แล้ว

      @@kajalsonowal8024 সোনকালে দিব বিচাৰিব চোন যদি পাৰে