ৰঙা লাও গছত অধিক উৎপাদন কৰাৰ বৈজ্ঞানিক পদ্ধতি

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ก.ย. 2024
  • ৰঙা লাও গছত অধিক উৎপাদন কৰাৰ বৈজ্ঞানিক পদ্ধতি
    মাটি:
    সাধাৰণতে বালিচঁহীয়া, ওখ পানী নোহোৱা মাটিয়েই ৰঙা লাও খেতি বাবে উপযোগী। যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি।
    বীজৰ পৰিমাণ:
    ৬-৮ কি. গ্ৰাম প্ৰতি হেক্টৰত
    সিঁচাৰ সময়:
    গ্ৰীষ্মকালী চপাবৰ বাবে= জানুৱাৰী পৰা এপ্রিল আৰু বসন্ত কালি চপাবৰ বাবে =চেপ্তেম্বৰ পৰা অক্টোবৰ
    ব্যৱধান:
    ২.৫ মিটাৰ পৰা ৩.০ মিটাৰ শাৰিৰ পৰা শাৰিলৈ আৰু ০.৯ মিটাৰ পৰা ১ মিটাৰ পুলিৰ পৰা পুলিলৈ

ความคิดเห็น • 1