ALOHI HOI AHIM | ANJANA 2005 | BIHU VIDEO SONG | GOLDEN COLLECTION OF ZUBEEN GARG
ฝัง
- เผยแพร่เมื่อ 5 ต.ค. 2024
- LIKE | SHARE | COMMENT | SUBSCRIBE
Song Credits:
♫ Song : ALOHI HOI AHIM
♫ Album : ANJANA 2005
♫ Singer : ZUBEEN GARG, NIRMALI DAS
♫ Music : BIMAN BARUAH
♫ Label : NK Production
♫ Category : Album
♫ Sub Category : Bihu Song
♫ Langauge : Assamese
Cast : ARUP BORA, AAIMEE BARUAH
Friends Watch Assamese Famous Geet & Share, Comments, Subscribe Channel for more updates.
aru notun bihu git uplod diboson apunalokor logot xodhi asu🙏🙏
@DHIRAJ DHIRAJ gHàygyhhiàa
Nice
@@ashikikbal3577 mlmikkkkii
.
DHIRAJ
কি সুন্দৰ গীত আছিল এইবোৰ , যিবোৰ বৰ্তমানো জনপ্ৰিয়😊
লৰালি কালৰ মনত পৰে গানটো শুনিলে, নাজানো দাদৰ সুৰত কি মহিমা আছে সকলো গানতেই যাদু, জুবিন দা আমাৰ জান ❤️❤️❤️
❤️তিনিচুকী়য়া শদিয়াৰ পৰা সন্দীপ চেত্ৰী ❤️
ক্লাছ ফৰ ত থাকোঁতে গানটো ওলাইছিল....তেতিয়াৰ পৰাই আজি এখন বিদ্যালয়ৰ শিক্ষয়িত্রী হ'লো তথাপি আগৰ দৰেই ভাল লাগে গানটি...😍😍
Aami tetia class (viii) ne ix asilu
Eta somoy r bia t Baja eta c'mon gan
@@nayankumarpawe2671
।
@@nayankumarpawe2671 a
Really ❤😂
2024 লৈ কোনে কোনে শুনি আছা এই গীতটো । অঞ্জনা , বগীতৰা , জানমণি , আইমণি , চিনেমাৰ গানবোৰ কি মধুৰ আছিল ।
Xasa de
❤❤❤
Moi
Moi
Moi
জুবিন দাৰ হিট বিহু | ভাল লাগিল শুনি 🎧
পুনৰ শুনিছোঁ...
বহু সোঁৱৰণিৰ জীয়া ছবি চকুৰ আগত ভাঁহি উঠিছে...
কিছুমান চিনাকি মুখ
কিছুমান ঠিকনা
কিছুমান নাটকীয় কথা...
😢😢এৰা গীতবোৰ সকলো জীয়াই ৰাখে...
চিৰ তৰুণ
চিৰ মধুৰ...👍👌
সংগীত কি বুজি পোৱাৰ আগতে শুনা এটা মনত সাঁচ বহুৱা গীত। সদায় যুগমীয়া।
হেৰাই যোৱা অতীত বিচাৰি পাওঁ......এই সমূহ গানত 💓😊😍🌼🌿
.ycg.h.y.y.gynfb.
Right
গানটো শুনিলে মনত কষ্ট হয়,, আৰু ভালোও লাগে,, মনত পৰি গ'ল অতীত,,,!Dear প্ৰাক্তন শুনিছোঁ,,,
তুমি বোলে দুই সন্তানৰ মাক হ'লা। ভালে থাকক তোমাৰ সংসাৰ জীৱন।❤️❤️
Ki kosto
@@hafizuddinahmed1261 প্ৰাক্তনেৰ ভালোবাসা নিয়ে কষ্ট,,,গানটা শুনলে তাইৰ কথা মনে পৰে,,,,!
😢😢
@@baikunthakalitagolaghat6370 👍👍😂😂 Thanks ,,,,বন্ধু ।❤️
Dada 🤣..apuni jee teur kotha vabise eneke ..cl lagil
2024 people 👍???? 🎉
এই গান বোৰ সকলোৰে মন জয় কৰে লগতে অৰ্থ আছে ।এনে গান আকৌ হব লাগে
আজি কালি কিছুমান গান শুনিবয় নোৱাৰি।
Isko kehte hai,,,,,bihu gaan(Axomor Bihu)........love u #ZubeenDaa💖💖💖👍👍👍👍👍👍👍👍👍
এই হৃদয় পৰশা জুবিনদাৰ সুন্দৰ বিহুগীত বোৰ শুনিলে তেতিয়াৰ দিনলৈ মনটো উৰি যায়। ২০০৫ চনত এজন ৬ বছৰীয়া দ্বিতীয় শ্ৰেণীত পঢ়া কণমানি ছাত্ৰ এজন আছিলোঁ মই। ডিভিডিত চাইছিলো তেতিয়া সুন্দৰ বিহুটি। বহুত আৱেগিক হও এইবোৰ গীত শুনিলে। পুনৰ এবাৰ যদি সেই দিনবোৰলৈ উভতি যাব পাৰিলো হেতেন😓😓😓😓
Moi class 3 t aselu ❤
ক'ত গ'ল এইবোৰ চিৰসেউজ অভিনেতা, হাত যোৰ কৰিছো আপোনালোক আকৌ ওভতি আহক,আকৌ দিয়ক সেই মৰমৰ হিয়াৰ নিষ্ঠাত মৰম
Anyone listening this masterpiece in 2024
Yess❤😊
Me😊
😊
Me
🤘
2024 ত কোনে কোনে শুনি আছা লাইক কৰা ❤️
From Gorakhpur up
Moi bohut pawo
গানটো আজিয় জনপ্ৰিয় হৈ আছে আৰু হৈ থাকিব।
*One of the best Zubeen...❤️* *2021চনত কোনে কোনে শুনিছা like এটা কৰা* .. *জুবিন দা তোমাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ* । *তোমাৰ বিহু গান নুশুনিলে যেন বিহু এই গাত নালাগে* ।
Best song
Moja
❤️🥰🥰❤️❤️🥰🥰
@@montudas5319 ĺpppp
@@montudas5319 ĺpppp
'Biya Ghor' is incomplete without this song 😍
Kune kune 2024 t khuni asa ata ata like kora
আসঃ কি মধুৰ গীত....বাৰে বাৰে শুনিও যে হেপাহঁ নপলায়...
Moja
ইমান মজা গান
Nic song
Kessa matir gundho Pau gaan tur
majot. Asomiya jibobon japonor jibonto sobi reflect korise.What an absolute delightful song I have ever listen in Assamese language. I feel proud to be an Assamese.
So nice song
E
@@zakirhussain6772 00
কি সুন্দৰ মনৰ ভাৱ প্ৰকাশ কৰিছে, যেন এতিয়াই বিয়া হৈছে।
২০২১ ৰ বহাগ বিহুত কোনে কোনে শুনিছা,লাইক এটা দি যোৱা🤗
Hokolule ৰঙালী বিহুৰ শুভেচ্ছা থাকিল🌚
th-cam.com/channels/LdFxYUttQbLgeuEknyAOtw.html
2022
Hkh kkmll0ôk.
24/07/2022 😊
29/8/2022
আগৰ জনীলৈ মত পৰি যায় এইবোৰ গান শুনিলে ৷
Ajoi koleza.
Ami jtya high school ot pohi asilu ati dhuniya smriti 👌👌👌👌💕💕💕💕💕 ai geet te gai ami sobe class 8th r morom loga suali kaijonik jukai Silu. Missing those awesome days 😭😭😭😭😢😢😢
এইবোৰ বিহুগীত এতিয়াও শুনি ভাল লাগে
Moi xunu deliy
@@sikhamonimaybiswas4935 tome Jana bogi tora
Tomi Jana bogi tora
মোৰ অতি প্ৰিয় পুৰণি বিহুগীতবোৰ
ঝ
মোৰ সকলোতকৈ প্ৰিয় বিহু গীত ♥️ ♥️
সদায় এবাৰ হলেওঁ শুনিবই লাগিব ❤️❤️
বহুত ভালপাওঁ গীতটো ♥️♥️
B7
পুৰণি বিহুৰ মাদকতা অপূৰ্ব 😍
rat
গানটো শুনিলে এতিয়াও শৈশৱে বৰকৈ আমনি কৰে সেইদিনবোৰলৈ আকৌ এবাৰ ঘূৰি যাব মন যায়
2020 চনৰ চেপ্তেম্বৰত কোনে কোনে শুনিছা লাইক এটা মাৰা ❤️❤️❤️জয় জুবিন দাদা 😍😍
Pagoll
শোণিত গগৈ কথাৰে এটি নিভাজ থলুৱা সুৰৰ গীতটি শুনি থাকিলেও হেঁপাহ ৰৈ যায়।
Logote Mrinnmoy Mrittik u ase
6000768218
Don't worry.... We will meet here after 30 years listing this gem ❤❤❤
O
1 year check ✅
🎉😊
@@kangkandas9006f😢 yy
Jodi naha eat amr majot rista khotom 😂❤
সঁচাকৈয়ে এক অতুলনীয় গান ।
জুবিন দা আপোনাৰ কণ্ঠত সুৰৰ যাদু আছে ।
২০২১ ৰ বিহুত কোনে কোনে শুনিছা❤️❤️....old is gold
Horu kalor kotha monot porigol
2023 xuni aso...
এতিয়াও এইবোৰ গানে ভাল লাগে 💗💗💗💗
Hi.কেমন আচেন। আমি একজন বাংলাদেশি। আমার বন্ধু হবেন।জাস্ট বন্ধু। 008801690207212. My imo. Call me
S
I love you jaan
কি যে আৱেগ এইবোৰ গীতত ❤️😢😢
দেহা মন সাত পৰি যোৱা গীত।
মনটো অবুজ হৈ যায়।
The good old days ❤️.. N.K production makes every Assamese memories awesome
Very nice song
It's 2021 and we're listening this Gem ❤️ we're honestly blessed.
@@sonalikalita15 b kii kodol
Yes exactly ❤️
@@dilipdas1901 js
Exactly ❤
@@Nen_00is yy😢🎉😢y
No dout,,,,, Old is gold........ love u zubeen Da 😍👍👍👍
Mon muhi niye anekua gaan bur xunile.....joi Zubeen daa 💖💖💖
Same 👍❤️
ভাল লাগে শুনি পুৰণা দিন বোৰ মনত পৰে এইবোৰ গান শুনিলে
Right
❣️
jdkdjdkdjtdgskhirkdkf.ng.h😡😬😡😤?hhvb.
Hoi dei
😓😓
Moi Daily hunu eitu Gaan,,,❤❤❤,,I miss you my assam and my born place ,,,,jai aai akham
Singer - Zubeen Garg # Music - Biman Baruah # Lyrics - Sunit Gogoi #....... All time favorite song zubeen da ❣️❤😊love from ✍️👉Rangia 💜
Jubeen Da and NK will be come back with a blockbuster.
মোৰ আটাইতকৈ প্ৰিয় বিহু গীত এইটো,,, শুনি থাকিলেও আমনি নালাগে 😍😘😘😘😘😘
ূরৎৎি
Bahut val pao song 2
Like theis song
Zubeen dak like kora👍👍👍👍
Old is Gold zubeen da nice song jai ho zubeen da.
Ki music ki lyrics xasake zubeen da ki masterpiece gan ajir gane pattai napai❤❤❤❤❤❤
Mon sui joa geet...Love you zebben dad❤
Jubeen da apunk eiyarporai selut......Eman dhuniya...mur koboloi vasha nai oooo ...I love you jubeen da 😘😘😘
2020 চনৰ August মাহত কোনে কোনে শুনিছা Like কৰিৱা 😍😍
Moi brother,
যিমান শুনিলেও মন নভৰে....এইবোৰ গান যিমান বেছি শুনো সিমান বেছি ভাল লাগি যায় ❤️❤️
2021ত শুনি আছো। শৈশৱৰ ভাল লগা গীতবোৰ আজিও বহুত ভাল লাগে।।। জয় জুবিনদা 💓💓💓💓
যিকোনো সময়ত জনপ্ৰিয় হৈ থাকিব এইটো গান।
পুৰণি গীতবোৰৰ মাজত থকা সু ৰ , কথা মোৰ বৰ প্ৰীয় ❤️
My love song
Yes mur priyo
এই গানবোৰ শুনি এতিয়াৰ গান শুনিলে খং হে উঠে
মইও একমত
❤❤❤❤❤❤❤❤❤
2021 ot kune kune sai asa ayi dhuniya song tu.. Like plz
👇
Moi
Asu
These songs the actors the scenes are the gems of Assamese film industry..hope one day old good days will be revived
Wow 😲 so super video n song 👍 love from Nepal 🇳🇵 🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵🇳🇵
I love Bihu Song❤️
জয় আই অসম
Jai ai sxom
Bht dinor murot khunilu gaan tu... Love from guwahati.. Make love n peace everybody.
Any one 2025 people ??😂🎉❤❤
এনে গীত শুনিলে শুনিবৰ মন যায়
এনেকুবা গীতে মোৰ আগৰ কথা মনত পৰে
NK production was the greatest production of all time Assamese music. All songs are in my heart... Thanks NK production
Zz vu vu
Right
This song has a seperate fanbase 💕
Mur bukut roi goise serodenor babe nk productionor proti2 nebedon.
Evergreen song of legend Zubeen da... ❤❤❤❤
Zubeen da gaan mor kub balage❤️
Rajusanga
Video
শুভেচ্ছা বাংলাদেশ থেকে
Assamese kene lage,,,,, mur nam JAKIR HUSSAIN FROM ASSAM OF ASSAMESE
Mur favorite song ajiu huni thaku ❣️❣️❣️❣️❣️❣️👌👌👌👌👌
কোন দিনা যে আহিব এনেকুৱা দিন???
আলহী হৈ এদিন যাম আৰু তাৰ পিছত দৰা সাজি লৈ আহিম 😘😘
moja.dai.mur.pripo.
Takaito🤔
Ahibo. Da nishoi. Ahibo.
Kak loi ahiba
ahibo diya tention lobo nelage
Eibur he gaan...zubeen daak lakh lakh dhanyabaad ene sunali geet amak upohar diyar babe..
Aru logote new gen singers buroloi eta anurodh...sostiya kothar kisuman gaan gai nijor popularity borhabo khujat koi eib dhoronor gaan bur olop study kori jodi gaan bonua...tumaloke besi bhal result paba aru amiu kisuman quality song pam
2023 t Kune Kune hunise ai gaan tu..🥰❤️
মনৰ মাজৰ ।।কিছু ভাল পোৱা মৰম বোৰ আগৰ গীত বোৰেহে ।। বুজাই তোলে
Hvyy
২০২০ চনটো কোন কোন আছা এই গান চোৱা❤️😍
Moi hunisu
Asu
Moi hunisu
👌你个人
Moi asu
Listeners love those songs that are sung in the way they want.
আজিও গুণগুণাই থাকোঁ, জীয়াই থকা লৈকে শুনি থাকিম আৰু গুণগুণাই থাকিম এইটো গান
2024 washing please like ❤❤❤
Washing nahi watching
Washing powder nirma 😆🤣
😮❤
'Tumak xun kenekoi nisukou xomajor agot'💞💞💞
Xosae mdhur geet..joi zubeen Da
2019/20 nohoi 2050 sonat o zubeen dar atayai bor gan sokalu a sunibo...jonapriya hoi thakibo..
No,axom jetiya loike thakibo, prithibit axomiya thokaloike
20jzmzmxmfzc
20vhzhjcmfcj.hhux.
,ke Karan ase
Wow ... High quality video
এই গানটো 2023 বহাগত কোনে কোনে চাই আছে like কৰক
কান্দি দিলো আগৰ ভালপোৱা জনীলৈ মনত পেলাই 😭😭😭 এই গানটো যেতিয়া ওলাইছিল তেতিয়া মই class six ত আছিলো।। আজিও মনত পৰে সেই লৰালি কালৰ দিন বোৰলে।। ধন্যবাদ আমাৰ মৰমৰ জুবিন দা এনেকুৱা সুন্দৰ গীত আগবঢ়াই দিয়াৰ বাবে।।। আপুনি আৰু দীৰ্ঘায়ু হওক দাদা❤
NK PRODUCTION ARU AIBUR SONG IS FULL OF EMOTIONS AND NOSTALGIA.. BRINGING BACK THE GOOD OLD DAYS.
2020 February কোনে কোনে শুনি আছে লাইক কৰা
bohut kandi lu o😢😢😢🙏🙏🙏🙏🙏🙏🙏👌👌
😥😥😋😋🤣🤣
Hoi ne
Hoi janu
@@monjitborah2833 umm
Bdjekejgdlwlsgsjs
বিহু গিততো মোৰ বহুত প্ৰিয় । লাভ ইউ 💘💘💝❣️❣️প্ৰিয়ংকা ❣️❣️💝💕💞
Soo Preety song,Old is Gold 💥👍
.. Evergreen Assamese song👌👍👍👍👍👍👍👍
Zubeen the legend of Assam 😍 u
Joy Zubeen da ♥️♥️♥️
Love from Barpeta
সেইদিনবোৰ জীয়াই আছে গীতটোত........!
VCD ভাড়াত আনি ৰাতিপুৱাই চোৱা দিনবোৰ!
Gaan tu 👌👌👌
Corona virus r timet kune kune sai asa 😀
(1) Like kri jaba___
Moi sai aasu..... 😀😀😀💖💖💖
getting some peace here during corona..
All tym fvrt song😍
বহাগ বিহু আহি আছে ❤️