Taik Mur Val lage || তাইক মোৰ ভাললাগে || An Assamese poem by Bedanto Hazarika | Meer Mridul | Palash

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • Taik Mur Val lage || তাইক মোৰ ভাললাগে
    Lyrics and Reciter: Bedanto Hazarika
    Music: Meer Mridul
    Flute: Niranjan
    Artwork & Animantion: Palash borgohain
    Social Media Links:
    Bedanta Hazarika: / bedanta.hazarika.927
    #BedantaHazarika #TaikMurValLage #Assam #TrendingAssamese

ความคิดเห็น • 276

  • @BedantaHazarika
    @BedantaHazarika  2 ปีที่แล้ว +118

    বহুত দিনৰ মূৰত কিবা এটা আগবঢ়ালো। মুখত যদি অলপ হাঁহি বিৰিঙাব পাৰো,মই ধন্য। শুনক,অনুভৱ কৰক আৰু ভাল যদি পায়,আনকো শুনাব❤️

    • @hasnapriyapatra3872
      @hasnapriyapatra3872 2 ปีที่แล้ว +1

      আপোনাৰ মাতৰ প্ৰেমত পৰোঁ বাৰে বাৰে

    • @Sarang289
      @Sarang289 2 ปีที่แล้ว

      💜💜

    • @supriyamoran
      @supriyamoran 2 ปีที่แล้ว

      ভাল লাগে,
      আপোনাৰ মাতত কবিতাবোৰ সচায়ে বহুত ভাল লাগে🌸🌼

    • @riyonborah4560
      @riyonborah4560 2 ปีที่แล้ว

      Apunar kuar style tu waaah

    • @diyasaha7745
      @diyasaha7745 2 ปีที่แล้ว +1

      @@riyonborah4560 Takai

  • @rimi_rabha
    @rimi_rabha 2 ปีที่แล้ว +19

    শব্দবোৰ হৃদয় চুই যোৱা @bedanta da.. এককক্ষীয় প্ৰেম বোৰ এনেকুৱাই❤️❤️🌻
    "প্ৰেম মানেইটো নহয় প্ৰাপ্তিৰ হিচাপ
    নহয় ই কোনো লালসাৰ সমীকৰণ
    হেঙুলীয়া আকাশৰ বেলি টোৰ দৰে
    নজনাকৈয়ে
    মই মাথো ডুবি যাওঁ আৰু ডুবি যাওঁ
    তেওঁৰ প্ৰেমত"
    বহুত বহুত শুভেচ্ছা ❤️

  • @chandanbaishya7402
    @chandanbaishya7402 2 ปีที่แล้ว +1

    Like হে কৰি গৈছো আৰু এফালৰ পৰা❤️❤️❤️

  • @kuldeepgogoi4374
    @kuldeepgogoi4374 2 ปีที่แล้ว +17

    একপক্ষীয় প্ৰেম .... বিচাৰিব জানিলে ইয়াৰ মাজতো পোৱা যায় প্ৰাপ্তিৰ অন্য এক মাদকতা ❤️🦋

  • @priyahazarika23
    @priyahazarika23 6 หลายเดือนก่อน

    Bor dhunia apunar voice to....bohut bhal lage poem bur apunar ❤

  • @rakeshborah7595
    @rakeshborah7595 2 ปีที่แล้ว +12

    মাথো ডুবি যাওঁ একপক্ষীয় প্ৰেমিকৰ কবিতাত ❤️❤️।। মৰমলগা কবিতা 🥰।।বহুত শুভেচ্ছা।।🎉

  • @user-si3xe8em6s
    @user-si3xe8em6s 9 หลายเดือนก่อน

    Kiman bar j hunisu.... huni huni navagoru❤❤❤

  • @hemantaboruah6903
    @hemantaboruah6903 2 ปีที่แล้ว +10

    প্ৰতিটো শব্দই হৃদয় চুই গ'ল❤️
    প্ৰেম মানেইটো নহয় প্ৰাপ্তিৰ হিচাপ💫🥀

  • @davidhassanmirja6642
    @davidhassanmirja6642 2 ปีที่แล้ว +11

    তাই মোৰ হৃদয়ৰ উত্তাল দাবী❤️
    উফ,চুই গ'ল🥳🙏

  • @kakali2705
    @kakali2705 2 ปีที่แล้ว +5

    উফ্...ভাগৰ লাগি গ’ল বেদান্ত দা..বাৰে বাৰে শুনিছো যদিও আপোনাৰ শব্দবোৰ ইমান শক্তিশালী , মই ভাগৰ কমাব পৰা নাই ৷ বহুত ভাল লাগিল ❤️❤️

  • @pranjanakashyap9642
    @pranjanakashyap9642 2 ปีที่แล้ว +4

    হেঙুলীয়া আকাশৰ বেলিটোৰ দৰে.... নজনাকৈয়েই মই মাথোঁ ডুবি যাও আৰু ডুবি যাওঁ.... আপোনাৰ কবিতাৰ প্ৰেমত ❤️❤️

  • @polidutta8735
    @polidutta8735 2 ปีที่แล้ว

    বহুত ভাল লাগিল ।।। আগলৈ আৰু এনেকুৱা ধুনীয়া ধুনীয়া কবিতাৰ উপহাৰ পাম বুলি আশা থাকিল🥰

  • @b.shikhadutta5430
    @b.shikhadutta5430 2 ปีที่แล้ว

    বেদান্ত দা ❤️ University r দিনবোৰ মনত পৰি গৈছে।

  • @user-tn5yo1yx3d
    @user-tn5yo1yx3d 2 ปีที่แล้ว

    মোৰ জীৱনৰ সৈতে খাপ খাই পৰিছে ,ইমান সুন্দৰ কথা ও পাঠ ,শুনি শুনি আমনি নালাগে

  • @senideyaprank7068
    @senideyaprank7068 ปีที่แล้ว +2

    ভাল পোৱা বিলাবলৈ ধন নালাগে
    অলপ সময় আৰু অলপ মৰম লাগে ।✌
    Bor val lagil Dada

  • @dipakgogoi6408
    @dipakgogoi6408 2 ปีที่แล้ว

    Tumar mat tu bhut dhunia dada ☺️😍 hunile hunia thakib mon jai .

  • @mjssonowal1864
    @mjssonowal1864 2 ปีที่แล้ว

    একপক্ষীয় প্ৰেমৰ কথাই সুকীয়া

  • @garimasaikiaentertainment5997
    @garimasaikiaentertainment5997 2 ปีที่แล้ว +1

    এনেকুৱা লাগে মোৰ মনৰ অৱেগ বোৰ..... আপোনাৰ মুখেৰে যেন শব্দ ৰূপে প্ৰকাশ পাই💞💞💞💞💞বহুত বেছি ভাল লাগে ও 💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝💝

  • @barnalibora1420
    @barnalibora1420 2 ปีที่แล้ว

    Bohut vl lge tumar kobita bur ❤️

  • @agcreation866
    @agcreation866 2 ปีที่แล้ว +2

    একপক্ষীয় প্ৰেমবোৰ সচাঁই বৰ আচৰিত ৷

  • @aradhanasaikia2639
    @aradhanasaikia2639 2 ปีที่แล้ว

    কি ক'ম ইমান ধুনীয়া উপহাৰ

  • @hiramonibora8538
    @hiramonibora8538 2 ปีที่แล้ว +2

    বহুদিনৰ অপেক্ষাৰ অন্তত পুনৰ তোমাৰ হৃ দয়স্পশী কবিতা এটি শুনিবলৈ পায় বহুত ভাল লাগিল।

  • @birajnath7230
    @birajnath7230 2 ปีที่แล้ว +1

    সচা ভালপোৱাৰ ঠিক আপোনাৰ এই কবিতাৰ দৰেই । ভাল লাগিল বহুত বহুত ।

  • @kritishmitakalita195
    @kritishmitakalita195 2 ปีที่แล้ว +1

    Uffff... Eman dhuniya ❤❤

  • @bmxcrazyofassam5242
    @bmxcrazyofassam5242 ปีที่แล้ว

    Ki kom
    Eyer protito xobde hidio shuie goise ❤❤❤

  • @loveguru1414
    @loveguru1414 2 ปีที่แล้ว

    Bohut vl lage huni share nkoraka thakib nuaru... Potitu kobita...

  • @niharikadevivideos
    @niharikadevivideos 2 ปีที่แล้ว +1

    প্ৰথমবাৰ শুনিলো আৰু নিজকে হেৰুৱালো।
    একপক্ষীয় প্ৰেম হয়তো এনেকুৱাই দূৰৰ পৰা চাইয়ে ভাল লাগে। শব্দ আৰু কণ্ঠই আপ্লুত কৰিলে।

  • @prashantaart473
    @prashantaart473 2 ปีที่แล้ว

    যদি পাৰে ইয়াৰ video দিবলৈ চেষ্টা কৰিব আৰু ভাল লাগিব 💖💖love you বেদান্ত দা

  • @prastutidutta5929
    @prastutidutta5929 2 ปีที่แล้ว

    ♥️♥️♥️♥️♥️♥️woww ... every words touch my heart 💓

  • @jatinlahan5095
    @jatinlahan5095 2 ปีที่แล้ว +4

    শব্দবোৰেই চুই গৈছে ভাই ৷ মৃদুলে বৰ ধুনীয়াকৈ সজাইছে ৷ Output একদম🔥❤️

  • @rintukrishnangabora8191
    @rintukrishnangabora8191 2 ปีที่แล้ว +3

    বেদান্ত দা ভাল লাগিল,একপক্ষীয় প্ৰেমিকৰ অনুভৱ❤️
    সঁচাই তাইক মোৰ ভাল লাগে ❤️

  • @dhanadanath4001
    @dhanadanath4001 2 ปีที่แล้ว +4

    অপেক্ষা ৰ অন্ত পৰিলে আজি ❤️ হৃদয়স্পৰ্শী কবিতা ❤️

  • @anamikahaloi3795
    @anamikahaloi3795 2 ปีที่แล้ว +3

    কিমান বেছি ভালপালে বুকুত অহৰহ বাজে অনুৰাগৰ গান ❤️ শব্দ আৰু কন্ঠ🔥🔥

  • @bornaliborgohain5336
    @bornaliborgohain5336 2 ปีที่แล้ว +2

    বাকী তোমাৰ কবিতা আমাৰো ভাল লাগে। এই যে আমাৰ দৰে একপক্ষীয় প্ৰেমিক বোৰৰ ভাৱনাবোৰ তুমি আটোল-টোল কৈ সজাই কবিতাৰ মালা গাঁঠা...ভাল লাগে...💚💚

  • @dipankarhazarika5354
    @dipankarhazarika5354 2 ปีที่แล้ว +3

    আহ..........😌 শব্দ বোৰে হৃদয়ৰ মাজেৰে পাৰহৈ গৈছে❤️
    প্ৰেম মানেইটো নহয় প্ৰাপ্তিৰ হিচাপ💫

  • @mrinali_official7189
    @mrinali_official7189 2 ปีที่แล้ว +6

    এই যে ভালপোৱাবোৰ... এনেকুৱাই!
    কি ধুনীয়া কবিতা 🥺🥺🥺
    মন চুই যোৱা! 💙💙💙❣️

  • @sforsome601
    @sforsome601 2 ปีที่แล้ว

    ati sundor hoise....val lagil xuni...

  • @kashmireehazarika3650
    @kashmireehazarika3650 2 ปีที่แล้ว

    Mon sui juwa kobita

  • @rimpiborah6669
    @rimpiborah6669 2 ปีที่แล้ว

    Bhout dhuniya dada tumr voice tu ❤️..

  • @bristikachari2938
    @bristikachari2938 2 ปีที่แล้ว

    Uff hunila huni thakim Jen loga tmr mat 🥺❤️

  • @kakumonikalita4878
    @kakumonikalita4878 2 ปีที่แล้ว

    বৰ ধুনীয়া voice apunr ❤

  • @yankigogoikoch1562
    @yankigogoikoch1562 2 ปีที่แล้ว

    ☺hodai a priyo
    Apunar kobita

  • @mildlycrush567
    @mildlycrush567 2 ปีที่แล้ว +1

    Ey hridoysporxi kobita bur spotify , amazon music , apple music , hungama,jio music etc t u upolobdho kora usit bondhu .... Oxomiya kobita raije xuna ussit aaru besikoi..... Bondhu aaguwai jua ❤️🌺🌿

  • @aruhikakati9218
    @aruhikakati9218 2 ปีที่แล้ว +1

    হৃদয়ৰ কোনোৱা এখিনিত আপুনাৰ কবিতাবোৰে বাৰুকৈ স্পৰ্শ কৰে ----- এনেদৰেই আগবঢ়াই যাওক কবিতা বোৰ ---- ❤️❤️❤️

  • @karnapitu143
    @karnapitu143 2 ปีที่แล้ว

    Roi asilu kobita bur bro.. bohut val lagi

  • @bhagyaboruah2275
    @bhagyaboruah2275 2 ปีที่แล้ว +4

    "তেওঁ মোৰ হৃদয়ৰ উওাল দাবী"❤,,,
    আৰু আপোনাৰ কবিতাবোৰ আমাৰ মুখৰ হাঁহি💚💚খুব ভাল লাগিল বেদান্ত দা ,,,

  • @rashmidutta466
    @rashmidutta466 2 ปีที่แล้ว +2

    "তেওঁ মোৰ হৃদয়ৰ উত্তাল দাবী❤"
    uff💖💖

  • @jyotishnaborah1358
    @jyotishnaborah1358 2 ปีที่แล้ว +1

    অপ্রাত্তিটো ভালপোৱা থাকে
    একপক্ষীয় ভাৱে ❤

  • @karabidevi4079
    @karabidevi4079 2 ปีที่แล้ว

    Outstanding Bedanta...best wishes

  • @vagnahriday3074
    @vagnahriday3074 2 ปีที่แล้ว +1

    উফফফ ,, ককাইদেউ হৃদয়স্পৰ্শী কাব্যিক উপস্থাপন ।।
    বৰ ভাল লাগিল ।।

  • @trilochangogoi856
    @trilochangogoi856 2 ปีที่แล้ว

    বহুত ভাল লাগিল....।।

  • @kuwelsmitaojah5258
    @kuwelsmitaojah5258 2 ปีที่แล้ว +3

    কি ধুনীয়া❤️হৃদয় চুই গৈছে 🤗

  • @loss_Eagle
    @loss_Eagle 2 ปีที่แล้ว

    mojjja hoise kokai

  • @akankhyamadhabdutta9855
    @akankhyamadhabdutta9855 2 ปีที่แล้ว +5

    হৃদয়স্পৰ্শী কবিতা❤️...শব্দ আৰু কণ্ঠ🔥🔥...এনেদৰেই আৰু ভাল ভাল কাম কৰি যোৱা।

  • @hemantakhataniarofficial1808
    @hemantakhataniarofficial1808 2 ปีที่แล้ว +4

    2nd view
    Love from lakhimpur

  • @Kangkita_vlog
    @Kangkita_vlog 2 ปีที่แล้ว

    তোমাৰ নতুন ভিডিঅ'লে সদায় অপেক্ষা কৰি ৰও 💖 বহুত বেছি ধুনীয়া লাগে তোমাৰ ভিডিঅ'বোৰ ❤️ ❤️

  • @dipankarnayak98
    @dipankarnayak98 2 ปีที่แล้ว +1

    Badanta da 🔥🔥bahut vl lge tumr kobita bur xuni ❤️

  • @bibektalukdar8157
    @bibektalukdar8157 2 ปีที่แล้ว +1

    Bedanto daa... Vaal lagil ❤️

  • @jayadas488
    @jayadas488 2 ปีที่แล้ว

    Khub val lagil

  • @ratankumarnath3880
    @ratankumarnath3880 2 ปีที่แล้ว

    অতি সুন্দৰ।

  • @lostinthejungle5065
    @lostinthejungle5065 2 ปีที่แล้ว +3

    শব্দহীন মই আজি তোমাৰ কবিতাত ❤️ প্ৰতিটো শব্দই মোৰ হৃদয় চুই গৈছে ❤️

  • @user-vh3qh4hn8i
    @user-vh3qh4hn8i 2 ปีที่แล้ว +1

    ইমান ধুনীয়া 😍❤️😇 বাৰে বাৰে শুনি আছো ।

  • @lxmithubhai.djarnav4414
    @lxmithubhai.djarnav4414 2 ปีที่แล้ว +1

    এক সুন্দৰতম উপস্হাপন ..
    উফ্ #awesome
    #adorable

  • @kangkitasarma9199
    @kangkitasarma9199 2 ปีที่แล้ว +1

    Bohut dhuniya hoisa dada,❣️🌼

  • @moupriya15
    @moupriya15 2 ปีที่แล้ว +1

    মৰম লগা কবিতা ❣️সঁচাকৈ তেওক মোৰ লাগে। বহুত ভাল লাগে

  • @nishitaborah9047
    @nishitaborah9047 2 ปีที่แล้ว +1

    আপোনাৰ মাতটো, আপোনাৰ শব্দৰ উচ্চাৰণবোৰ ইমান স্পষ্ট । বৰ ভাল লাগে কবিতাবোৰ

  • @kobitadutta3909
    @kobitadutta3909 2 ปีที่แล้ว +4

    Excellent sir ☺️👌

  • @bhanitadeka2340
    @bhanitadeka2340 2 ปีที่แล้ว

    খুব ধুনীয়া😊

  • @multistoremusicdancestudy9518
    @multistoremusicdancestudy9518 2 ปีที่แล้ว +2

    উপস্থাপন তথা সম্পাদনা বৰ সুন্দৰ বেদান্ত👌👌
    মাজে মাজে ব্যৱহাৰ কৰা কিছুমান বাক্য 🔥🔥
    তথাপি তোমাৰ আগৰ কামবোৰলৈ চাই, কথাখিনি অলপ উন্নত হোৱাৰ অৱকাশ থাকি গ'ল যেন লাগিল।
    আগলৈ আৰু ভাল হওক। শুভেচ্ছা।

  • @kuhikashyap3858
    @kuhikashyap3858 2 ปีที่แล้ว +1

    কিনো কম আপোনাক কবলৈ শব্দৰ অভাৱ🔥🔥❤️Uff❤️

  • @ritikjyotiborah1849
    @ritikjyotiborah1849 2 ปีที่แล้ว

    সচাঁই বৰ সুন্দৰ হৈছে শুনি বৰ ভাল লাগিল।

  • @Ikumoni720
    @Ikumoni720 2 ปีที่แล้ว +1

    Bohut dhunia Bedanto daa ❤️

  • @rimlychutia9481
    @rimlychutia9481 2 ปีที่แล้ว +1

    উফ্ফ শব্দবোৰে হৃদয় চুই গৈছে ...কি যে সুন্দৰ উপস্থাপন ...❤

  • @kavyashreesaikia8250
    @kavyashreesaikia8250 2 ปีที่แล้ว

    প্ৰতিটো লাইনে হাঁহি বিৰিঙালে🥰❤️

  • @nikhilsonowal3086
    @nikhilsonowal3086 2 ปีที่แล้ว +1

    শব্দৰ কথা নকলোৱেই যেনিবা.....কণ্ঠই হৃদয় চুই গ'ল

  • @mintsfeelings7062
    @mintsfeelings7062 2 ปีที่แล้ว +3

    তুমি যেন পুৰাই যোৱা মোৰ প্ৰতিটো সপোনৰ টুকুৰা তোমাৰ মৰম লগা কবিতাৰে

  • @BBTalksOfficial
    @BBTalksOfficial 2 ปีที่แล้ว

    বৰ সুন্দৰ কবিতা আৰু আবৃত্তি।

  • @buragohainsisters1727
    @buragohainsisters1727 2 ปีที่แล้ว +3

    Ufffss 🕊️❤️

  • @laxmirekhanath7226
    @laxmirekhanath7226 2 ปีที่แล้ว +1

    খুব ভাল লাগিল বেদান্ত দা😍 জুই

  • @dipankarhazarika7630
    @dipankarhazarika7630 2 ปีที่แล้ว +4

    অতি সুন্দৰভাৱে উপস্থাপন কৰিছা।সদাই আগবাঢ়ি যা we are also with you.....👑

  • @bhaskarjeet8851
    @bhaskarjeet8851 2 ปีที่แล้ว

    Deu, juiii juii

  • @smileswithdipangkar9078
    @smileswithdipangkar9078 2 ปีที่แล้ว +1

    Emn moja voice.... Lgote background music is best..... 😍🥰😍🥰

  • @hrishikeshdekahd8200
    @hrishikeshdekahd8200 2 ปีที่แล้ว +3

    ককাইদেউ 💝💝

  • @ritupanritupan6719
    @ritupanritupan6719 2 ปีที่แล้ว

    তোমাৰ কবিতা বোৰ মোৰ বহুত প্ৰিয় ককাইদেউ ❤️ এইটো মজা ❤️ তুমি আৰু আগুৱাই যোৱা

  • @tmborah4526
    @tmborah4526 2 หลายเดือนก่อน

    Superb❤❤

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 2 ปีที่แล้ว +2

    💚ধুনীয়া কবিতা………🌹
    পাঠ ,, সম্পাদনা খুবেই মনোমোহা💙

  • @onlyone-1-s2e
    @onlyone-1-s2e 2 ปีที่แล้ว +1

    Love from majuli dada 💓💓💓🌼

  • @priyankapriyankaphukan8418
    @priyankapriyankaphukan8418 2 ปีที่แล้ว +1

    Wow Amazing ❤🥀🤗

  • @meghranjanstudio8198
    @meghranjanstudio8198 2 ปีที่แล้ว

    Bohut dinor murot ahi tumar koriba xuni bo loi pai moi , bor hukhi hoisu
    Hosa koi bohut bohut val lage tumr kobita

  • @xopunjyotixaikia4357
    @xopunjyotixaikia4357 2 ปีที่แล้ว +1

    বহুত অপেক্ষা ত অন্তত😍 কিবা এটা সাংঘটিক ভাল লাগিল💖

  • @mustafaali89621
    @mustafaali89621 2 ปีที่แล้ว +3

    First

  • @prantikborgohain587
    @prantikborgohain587 2 ปีที่แล้ว +2

    হৃদয়স্পৰ্শী কবিতা বেদান্ত দা❣️

  • @karabigogoi2571
    @karabigogoi2571 2 ปีที่แล้ว

    Kali pora bht bar hunilu hepah poluwa nai❤️

  • @mitugayan8288
    @mitugayan8288 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল♥️

  • @krishtichangmai9418
    @krishtichangmai9418 2 ปีที่แล้ว

    আপোনাৰ কবিতাৰ সুৰ আৰু শব্দ বোৰৰ অনুভৱেই সুকীয়া আপোনাৰ কবিতাৰ প্ৰতিটো শব্দই হৃদয় স্পৰ্শ কৰি যায় ❤️❤️

  • @anupamapatgiri6645
    @anupamapatgiri6645 2 ปีที่แล้ว

    Bedanta da apunar voice ,sbdo😍🔥

  • @xurjyudoy4251
    @xurjyudoy4251 2 ปีที่แล้ว

    ভাল লাগিল 💕

  • @ullahuddiptaborah3468
    @ullahuddiptaborah3468 2 ปีที่แล้ว +2

    খুব ভাল লগা

  • @harshanwitadatta5663
    @harshanwitadatta5663 2 ปีที่แล้ว +2

    Khub dhunia bedanta

  • @hariprasadsaikia6724
    @hariprasadsaikia6724 2 ปีที่แล้ว +3

    Dhunia lagise.. Keep going Hazarika.. 🥳✌👌👌