ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Very important point sir.
Sundor
Video tu Sai bohut val lagile 👍
Very good information sir.. you are a doctor of trees
ধন্যবাদ।
very helpful. Thanks
Very good sir
Nice....
hosake de info video
দাদা নমস্কাৰ ।নাৰিকল কেই জোপা মা ন আছে নাৰিকল লাগে কিন্তুকম আৰু ভাদ আহিন পকা নাৰিকল কেইটাৰ ভিতৰৰ নাৰিকল সম্পূৰ্ণ নহ য় ।নাৰিকল লাহে লাহে বেয়া হৈ যায়।।কি কৰিলে ভাল হব জনাব বুলি আশা কৰিলো ।
মোৰো এজোপা ডালিম গছ আছে কিন্তু ফল নালাগে।পৰামৰ্শৰ বাবে ধন্যবাদ।🙏
Amr ajupa noga tnga gos asa kinto gosot tnga nalaga ki koribo laagibo
We may use banana for Potus. We may use onion for phosphorous.
Very nice sharing sir
💐☕️
Can we use DAP and potash in lemon tree?
Namaskar... Apunaloi eta prosno ase. mur ejupa ponoliyol gos ase, boyox 10-12 bosor. Aji 4-5 bosor dhori gosjupa daal bhori phule kintu eta pholu nodhore. Anugroh kori kiba upai ase jodi kobo sun
Sir vermi compost dile ei duta nidileu hob nki please reply karib ❤❤❤❤❤
Foliar spray kur mari matit nedea..nam tu a foliar..mane patot dea..matit nedea..
Organic fertilizer fruit and vegetables karone ki use koribo pari
আমাৰ কেইবাজোপা ডালিম গছ আছে কেইবাবছৰ হল কিন্তু ফল ধৰা নাই কি কৰিব লাগিব
Dada jorhator kot ase
লোকেল ডিমৰু কেনেকৈ খায় জনাবছোন।
Planofix 1 ml for 4.5 littes.
Dada kol goss puli aase neki
Terrace garden t Thora fruit tree ei Keta har dibo parim ne
Sir, mur lichoo jupat phool hoi kintu phol nodhore. Ki koribo lagibo?
Lisugasat kidarb dile fall dharibo
Kamala gosor jotno kidore lobo lage??
Drafting Kara ase neki apunar tat. Online delivery kare ne
Gosote fol bur posi beya hoi jai eyar karn ki...?
Mor dalim ejopa ase...bhori bhori fule kintu koli nalage....ki koribo lagibo baro. Jonabosun dada.
মোৰ বাৰীতো ডালিম এজোপা আছে, ইমান ফুলে কিন্তু এটাও ডালিমৰ কলি দেখা নাই, কি কৰিব লাগিব প্রশান্ত ক'বাচোন।
খৰকৈ বৃদ্ধি হোৱা ঘন পাতৰ ছাঁ দিয়া গছৰ বিষয়ে ভিডিঅ'বনাবচোন।।।
দাদা, বহুত দিনৰ পিছত দেখিলোঁ । Planofix (plant growth regulator) ৰ dose হৈছে প্ৰতি 1 লিটাৰ ত 4 drops. মই মনত হে পেলাই দিলোঁ, তেজপুৰৰ লিছু আজি পৰ্য্যন্ত আনিবলৈ পৰা নাই, সেইবাবে আপোনাক কথা দি কথা ৰাখিবলৈ সক্ষম হৈ উঠা নাই ।
Tracel 2 কিনিবলৈ ঠিকনা বা লিংকটো দিব নেকি
Terrace garden t moi fruit tree ei Keta har dibo parim ne
Npk plant.r patot spry kri dbo pari ne. Jonabo
আমি ইয়াক 'কমল মধু' বুলি কওঁ।
দাদা, আমাৰ ঘৰত ভাল জাতৰ আম দুজোপা আছে। ডাঙৰ আৰু সোৱাদো বৰ ভাল। পিছে বৰ পোক হয় আৰু কিছুমান পচি যায়। কি কৰিব লাগিব অনুগ্ৰহ কৰি জনাবচোন 🙏
দাদা ফুল আৰু ফলৰ গছত পোকে নধৰিবলৈ কি ব্যবহাৰ কৰে ? সেই লৈ ভিডিঅ এটা বনাবচোন
আমাৰ দুজোপা মান তামোল গছ খুব লাগে কিন্তু ফল বোৰ ধনা হয় কি দিলে ভাল হব জনাবৱোন।
দাদা আমাৰ ঘৰত আম এজোৱা আছে আম নে লাগে কি কৰিবলৈ লাগিব
মোৰ এজোপা ডালিমত ফুল ধৰে কিন্তু ফল নধৰে। কি কৰিলে ভাল হ'ব।
মোৰ এজোপা কুজি থেকেৰা ছয় সাত বছৰৰ পৰা বহুত ফুলি থাকে কিন্তু এটাও ফল নধৰে কাৰণটো কি জনাব নেকি ৷
আম বেছিকৈ লাগিবলৈ কি কৰিব লাগিব অনুগ্ৰহ কৰি ক'বছোন।
মোৰ এজোপা ডালিম লগা নাই।৫ /৬ বছৰ মান বয়সৰ।লগাৰ উপায় জনাবচোন।
আমি তা বোৰ নাবাঢে কিয
চজিনা গছ এজোপা আছে মোৰ বাৰিত । ফুল বাৰমাহেই ফুলি থাকে কিন্তু ফল নধৰে । সমাধান এটা দিৱ ।
এজেলিয়া ফুল ৰ বিষয়ে কব
চাৰ আম ফুলাৰ পাছত ফুল টো মৰহী যায় | পাছত এটাও আম নেথাকে গৈ ইয়াৰ কাৰণ কি হব পাৰে ? ইযাৰ উপায় এটা দিব চাৰ
আমাৰ এজোপা নেমুগছ আছে দহ বাৰ বছৰ হল ফল ধৰিবলৈ কি দিব লাগিব ।অনুগ্ৰহ কৰি জনাবচোন ।
এজেকিয়েল ফুলৰ বিষয়ে কবচোন। মো ৰ ফুল বিলাক লগালে কেইদিনমানৰ পিচত মৰি যায়।
আমলখি গছত ফুল ফুলে কিন্তু ফল নধৰিলে কি দৰব প্ৰয়োগ কৰিব লাগে (6-7) বছৰ গছত
নাৰিকল গছ, লিচু গছ, আজিলৈকে ফল নাই, কি কৰিব লাগিব?
2ta nahai bohut jat aase
নেমু গছত ফল নালাগিলে কি সাৰ দিব লাগিব জনাবচোন।
লেটেকু এজোপা ফুলে কিন্তু ফল নধৰে কি কৰিব লাগিব জনাবচোন ।
Bor bhal palu
Regular video update dibosun dada please
Very important point sir.
Sundor
Video tu Sai bohut val lagile 👍
Very good information sir.. you are a doctor of trees
ধন্যবাদ।
very helpful. Thanks
Very good sir
Nice....
hosake de info video
দাদা নমস্কাৰ ।নাৰিকল কেই জোপা মা ন আছে নাৰিকল লাগে কিন্তুকম আৰু ভাদ আহিন পকা নাৰিকল কেইটাৰ ভিতৰৰ নাৰিকল সম্পূৰ্ণ নহ য় ।নাৰিকল লাহে লাহে বেয়া হৈ যায়।।কি কৰিলে ভাল হব জনাব বুলি আশা কৰিলো ।
মোৰো এজোপা ডালিম গছ আছে কিন্তু ফল নালাগে।পৰামৰ্শৰ বাবে ধন্যবাদ।🙏
Amr ajupa noga tnga gos asa kinto gosot tnga nalaga ki koribo laagibo
We may use banana for Potus.
We may use onion for phosphorous.