Live | Jorhat News | যোৰহাটত সংঘটিত এটা ভয়ংকৰ ঘটনা ! আপোনাৰ মন-মগজুক বিচলিত কৰি তুলিব এই ঘটনাই ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024

ความคิดเห็น • 19

  • @SanjayboroSanjay-k6t
    @SanjayboroSanjay-k6t 2 หลายเดือนก่อน

    😢😢

  • @BonditaDuttA-q8q
    @BonditaDuttA-q8q 2 หลายเดือนก่อน +1

    আজিকালি অভিভাৱকে বিশেষ কৈ মাক গৰাকী য়ে কেচু ৱাৰ আমনি সহ্য নকৰি সহজে ডাঙৰ কৰিবলৈ কণমানি তেই মোবাইলটো দি দিয়ে।তাৰবাবে আমি অভিভাৱকেই দায়ি । প্ৰথম অভিভাৱক সচেতন হ'ব লাগিব।

  • @jayadass2681
    @jayadass2681 2 หลายเดือนก่อน

    কি বাতৰি দিছে একো বুজি পোৱা নাই।এনে বাতৰি প্ৰকাশ নকৰিব।

  • @bipinkonwar6673
    @bipinkonwar6673 2 หลายเดือนก่อน +10

    কি বকিলে একো বুজা না ই 2:30 2:32

  • @sameerkrneog4553
    @sameerkrneog4553 2 หลายเดือนก่อน +1

    এইবোৰ কলিযুগৰ পাপ ,ল'ৰা ছোৱালী বোৰৰ গাত ভূল নাই ম'বাইলত ৰাতি মাক বাপেকে ইউতুবত সেইবোৰ বেয়া ভিডিঅ'বোৰ চায় বাবে আহি থাকে ,,যদি ম'বাইলত সেইবোৰ নেতাই কোনো দিন নাহে বা নোলাই,চাই থাকে বাবে আহি যায় ,ভূল কাৰ ক'ত

  • @jayadass2681
    @jayadass2681 2 หลายเดือนก่อน

    ইউটিপ চেনেল হল বুলি কিছুমান মানুহে ভাল বেয়া দৃশ্য সমূহ প্ৰচাৰ কৰে তাত চেনেল সমূহে মাত কিয় নামাতে? প্ৰশাসনে ও নিমাত কিয়।

  • @konamiborah3383
    @konamiborah3383 2 หลายเดือนก่อน

    বক্তব্য থকাৰো এটা সীমা থাকিব লাগে একে সহস্ৰ জনে একেলগে বকিলে কোনে বুজি পাব।

  • @bikerayan0977
    @bikerayan0977 2 หลายเดือนก่อน

    Mak bapeke Sai sake khi bhur

  • @JOHNDEVIL-w8p
    @JOHNDEVIL-w8p 2 หลายเดือนก่อน +2

    Good job😊

  • @dipabhuyan3684
    @dipabhuyan3684 2 หลายเดือนก่อน

    কি কৈছে ভাল কৈ কক দুই তিনি জনে কথা কলে বু জি পাই নেকি

  • @s_rgaming9256
    @s_rgaming9256 2 หลายเดือนก่อน

    Ki koi ase🫨🫨💩

  • @golapdeka4446
    @golapdeka4446 2 หลายเดือนก่อน +2

    উন্নত চেনেল দুজনে কৈ আছে ।

  • @purobidas616
    @purobidas616 2 หลายเดือนก่อน +4

    কিছুমানে যে কয় লৰা - ছোৱালীক মবাইল দিয়া টো মাক -বাপেকৰ ভূল কিন্তো এই কথাটো শুদ্ধ নহয় কিয়নো আজিকালি যে ধৰষণ হৈছে তাৰ কাৰণ হল মবাইল নহয় মবাইলত দিয়া জঘন্য ভিডিঅবোৰ যিবোৰ চৰকাৰে অতি সোনকালে বন্ধ কৰা উচিত আৰো ইয়াৰ বাবে সকলোৱে অতি সোনকালে এই জঘন্য ভিডিঅ বোৰ বন্ধ কৰাৰ ব্যৱস্থা হাতত লব লাগে । মবাইলটো সৰোৰৰ পৰা ডাঙৰ লৈকে বহুত উপকাৰী । কিয়নো মবাইলতে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেলা ধূলা লৈকে সকলো দৰকাৰী জ্ঞান আহৰণ কৰিব পাৰি গতিকে আমি মবাইল টোক বেয়া বুলিব নোৱাৰো ইয়াৰ উপায় হল এই জঘন্য বেয়া ভিডিঅ বোৰ বন্ধ কৰিলে অপকাৰ নহয় মাত্র উপকাৰ হব আৰো এখন শান্তি ৰ সমাজ স্থাপিত হব আৰো ধৰষণ ৰ মাত্রা হ্রাস পাব 🙏🙏🙏🙏🙏🙏

  • @NehoruRamday
    @NehoruRamday 2 หลายเดือนก่อน +7

    বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আৰু অসম চৰকাৰে্ অতি সোনকালে ম'বাইলত জঘন্ন কৰ্ম ভিডিঅ'নেটৱৰ্কক বন্ধ কৰা ব্যৱস্থা কৰা বাবে অনুৰোধ কৰিলোঁ।নহ'লে অসম ভৱীৎ নতুন পজম্নৰ আদৰ্শ সৈনিক দিশত শেষ হৈ যাব।সময়ত আৰক্ষী বিভাগে নিৰ্মল কৰা অসম চৰকাৰে বিফলিত হ'ব।

  • @niteswardutta
    @niteswardutta 2 หลายเดือนก่อน +1

    কি বাকিচ একো বুজা নাই

  • @toxiclyrics37
    @toxiclyrics37 2 หลายเดือนก่อน

    Eibur Dede a hru lora burok ruh bya korok

  • @BitupankonwarKonwarBitupan
    @BitupankonwarKonwarBitupan 2 หลายเดือนก่อน +1

    Bahut dangor kotha hoisr

  • @ranudevimorang9103
    @ranudevimorang9103 2 หลายเดือนก่อน

    একো বুজি পোৱা নাই ৷

  • @bipinkonwar6673
    @bipinkonwar6673 2 หลายเดือนก่อน +1

    মাক বাপেকৰ দুখ লৰাটোক মবাইল ই দিযে নে