ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
A master piece from Hem Barua. The poem is a jewel in Assamese modern poetry.
উহ কি অনুপম সৃষ্টি, প্ৰাণভৰি পান কৰিলোঁ কবিতাৰ সুধা ❤🙏
এক হৃদয়স্পৰ্শি কবিতা।সুন্দৰ,ভাল লাগিল।
সুন্দৰ আবৃতি
বৰ ভাল লাগিল৷
Indeed a Heart touching recitation. ❤️❤️❤️❤️
অতিশয় সুন্দৰ, হৃদয়স্পৰ্শী হৈছে।মেঘালী দেৱীৰ সুন্দৰ কন্ঠস্বৰ আৰু কবিতাৰ কথাৰ লগত মিলাই কৰা ভি.ডি.অ.ব্যৱস্হাপনাই চিৰসেউজ কবিতাটিক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে। কবিতাটিৰ লগত জড়িত আটাইকেইজন ব্যক্তি লৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
অশ্ৰু নিগৰি আহিল ।
এক হৃদয় স্পৰ্শক কবিতা! অ .........
সৰ্ব কালৰ সৰ্বশ্ৰেষ্ঠ এক কৰুণ হৃদয়স্পৰ্শী কবিতা । মহান স্ৰষ্টা কবি গৰাকীলৈ শত কৌটি প্ৰনাম জনালোঁ জনমে জনমে !!! কবিতাৰ মঞ্চত অভিনয় কৰা অভিনেতাআৰু অভিনেত্ৰী গৰাকীলৈ অলেশ অজস্ৰ ধন্যবাদ জনালোঁ লগতে আবৃতিকাৰ মেঘালী দেৱী বাইদেউলৈ মোৰ তৰফৰ পৰা এক বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ । কবিতাৰ সাৰৰ্মম অনুধাৱন কৰিলে মোৰ কঠিন পুৰুষ অন্তৰ খনে নিৰৱে উচুপি উঠে সংগোপনে !! মই পুৰুষ !!!।মই কান্দিব জানিলেও মই সেইয়া কৰিব নোৱাৰু !!!কেৱল নিৰবে-নিতালে চকুলোৰে জগতক জনাইচো বৰ অসহায় আমাৰ জীৱন পৰিক্ৰমা বোৰ । লকৈ এণ্টাৰ প্ৰাইজলৈ বিশেষ ধন্যবাদ এই ধুনীয়া কবিতাটো জগতত বিয়পাই দিয়াৰ বাবে । Thank you Lokoi এণ্টাৰপ্ৰাইজ 🙏🙏🙏🙏
ধন্যবাদ
😭😭😭ভাল লাগীচে
সুন্দৰ ।😢😮
So heart Touching, খুব ভাল লাগিল ।
ধন্যবাদ জনালো
Bohut val lagil so very nice
Thanks
বহুত ধুনীয়াকৈ আবৃত্তি কৰিছে। মন চুই গ'ল।
বহুত ধুনীয়া হৈছে
সুন্দৰ আবৃত্তি হৃদয় চুই গ'ল।
Waoooo dhunia hoise ❤️
ধুনীয়া হৈছে
কিবা বুকুখন কপি উঠিল❤❤😭
বৰ সুন্দৰ।
Bor dhuniya hoisa😊
সচাঁকৈ বহুত বেছি ভাল লাগিল।
গাৰ নোম শিৱৰি উঠিছে🌹💞
ধন্যবাদ জ্ঞাপন কৰিলো
সুন্দৰ উপস্থাপন..❤
❤❤❤
সুন্দৰকৈ উপস্থাপন কৰিছে (দাদা ধন্যবাদ থাকিল আপোনালৈ)
স্বাগতম
সুন্দৰ
Bohut besi bhal palu agoloi aru anekuwa video bonabo jate ami porhi thoka lora suwali buror jate ei tur dore sohay hoy
অতি সুন্দৰ
অসাধারণ আবৃত্তি, খুব ভালো লাগলো ❤️❤️
লকৈদা💕
Val lgl lokoi daa
Thank you
সুন্দৰ।
Dhuniya lagise
Val lagil...
সুন্দৰ উপস্হাপন .....
👌👌👌
Fine from Rajgarh Dibrugarh
কবিতাটো বহুত ভাল লাগিল দেই ....😢😰
অতি সুন্দৰ।কবিতা মোৰ বহুত প্ৰিয় হ'য়।
অশেষ ধন্যবাদ
Val hoise
সুন্দৰ মোৰ প্ৰিয় কবিতা
First view...
ধন্যবাদ খগেন
Nice 👌
বহুত ভাল লাগিল বাইদেও,মোৰ আবৃত্তি ও শুনিবচোন।
My favourite 1💗
Moi ata kobita dibo bisaru kanakoi dim aponar voice bohut modhur .
দিব
Nice...
চকুপানী ওলাই গল
❤️
Bor hundar upasthapon. Hakalu dikh oti hundar .
অশেষ ধন্যবাদ জনালো
Nice
th-cam.com/video/edYRRt93THo/w-d-xo.htmlঅনুগ্ৰহ কৰি মোৰ আবৃত্তি টিও শুনিবচোন। কবিতা আৰু আবৃত্তি ভালপোৱা সকলে এবাৰ শুনক আৰু ভাসল লাগিলে মোৰ চ্যেনেল টো চাব্ক্ৰাইব কৰি দিবচোন।
Bohut val lagil. Share koribo parine?
নিশ্চয় কৰিব পাৰে
লিংক তো কঁপি কৰি লব
If you are coming down through the narrow of the river KiangPlease let me know beforehand,And I will come out to meet you As far as Cho-fu-sa -----Ezra Poundমৰমৰ,এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি।… চাওঁ খিৰিকীখন জপাই দিওঁ।…সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ।… মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল।সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা।পদুলিত তল সৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া, মই তোমালোকৰ ঘৰলৈ ন-কৈ আহিবৰ দিনা, আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ।…মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা?মোৰ কেনে লাগিছিল, জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। আৰু মই? মই যেন তলসৰা এপাহ শেৱালি।সেইদিনা মন-সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢউৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই?আমাৰ দেউতাই যে চিঠিত লিখিছিল: "আই, তই নতুন ঘৰত হাঁহি-মাতি থাকিবি।"এইবোৰ সাত বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে।… জেঠমহীয়া দেউতাৰবছেৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে।তাৰ ওপৰপাৰিত এধানমানি ডালিম-গুটিযেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। (কেতিয়াবা মোৰ যে ইমান খং উঠে--তুমি নাই নহয়, সেই কাৰণে!)সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰচিনাকি,-- সেইকাৰণে-- নহয়? বাবুল এতিয়া বৰটো হৈছে, বুজিছা? (আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। স্কুলত সি আতঁৰি থকা সময়খিনি মোৰ যে বুকুখন উদং হৈ থাকিব, ভাই।)আৰু কি লিখিম। বিশেষ একো নাই। মোৰে শপত,তুমি যিদিনা উলটি আহিবা, মোক আগতীয়াকৈ জনাবাঁ দেই। মই ভোগদৈয়েদি ভটিয়াই গৈবুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,-- তুমি যিদিনা উলটি আহিবা, মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা। ইতি। তোমাৰ মমতাপুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল।… আমাৰ আইতাৰ ক'লী ছাগলীজনীৰ দুটা পোৱালি জগিছে। এটা শুধ বগা। আৰু আনটো পখৰা.
Atulonio
অতি উত্তম ' শব্দ নাই কবলৈ ।
বহুত সুন্দৰ
Thanks, watch it .
A master piece from Hem Barua. The poem is a jewel in Assamese modern poetry.
উহ কি অনুপম সৃষ্টি, প্ৰাণভৰি পান কৰিলোঁ কবিতাৰ সুধা ❤🙏
এক হৃদয়স্পৰ্শি কবিতা।সুন্দৰ,ভাল লাগিল।
সুন্দৰ আবৃতি
বৰ ভাল লাগিল৷
Indeed a Heart touching recitation. ❤️❤️❤️❤️
অতিশয় সুন্দৰ, হৃদয়স্পৰ্শী হৈছে।মেঘালী দেৱীৰ সুন্দৰ কন্ঠস্বৰ আৰু কবিতাৰ কথাৰ লগত মিলাই কৰা ভি.ডি.অ.ব্যৱস্হাপনাই চিৰসেউজ কবিতাটিক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে। কবিতাটিৰ লগত জড়িত আটাইকেইজন ব্যক্তি লৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
অশ্ৰু নিগৰি আহিল ।
এক হৃদয় স্পৰ্শক কবিতা! অ .........
সৰ্ব কালৰ সৰ্বশ্ৰেষ্ঠ এক কৰুণ হৃদয়স্পৰ্শী কবিতা । মহান স্ৰষ্টা কবি গৰাকীলৈ শত কৌটি প্ৰনাম জনালোঁ জনমে জনমে !!! কবিতাৰ মঞ্চত অভিনয় কৰা অভিনেতাআৰু অভিনেত্ৰী গৰাকীলৈ অলেশ অজস্ৰ ধন্যবাদ জনালোঁ লগতে আবৃতিকাৰ মেঘালী দেৱী বাইদেউলৈ মোৰ তৰফৰ পৰা এক বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ । কবিতাৰ সাৰৰ্মম অনুধাৱন কৰিলে মোৰ কঠিন পুৰুষ অন্তৰ খনে নিৰৱে উচুপি উঠে সংগোপনে !! মই পুৰুষ !!!।মই কান্দিব জানিলেও মই সেইয়া কৰিব নোৱাৰু !!!কেৱল নিৰবে-নিতালে চকুলোৰে জগতক জনাইচো বৰ অসহায় আমাৰ জীৱন পৰিক্ৰমা বোৰ । লকৈ এণ্টাৰ প্ৰাইজলৈ বিশেষ ধন্যবাদ এই ধুনীয়া কবিতাটো জগতত বিয়পাই দিয়াৰ বাবে । Thank you Lokoi এণ্টাৰপ্ৰাইজ 🙏🙏🙏🙏
ধন্যবাদ
😭😭😭ভাল লাগীচে
সুন্দৰ ।😢😮
So heart Touching, খুব ভাল লাগিল ।
ধন্যবাদ জনালো
Bohut val lagil so very nice
Thanks
বহুত ধুনীয়াকৈ আবৃত্তি কৰিছে। মন চুই গ'ল।
ধন্যবাদ
বহুত ধুনীয়া হৈছে
ধন্যবাদ
সুন্দৰ আবৃত্তি হৃদয় চুই গ'ল।
Waoooo dhunia hoise ❤️
Thanks
ধুনীয়া হৈছে
ধন্যবাদ
কিবা বুকুখন কপি উঠিল❤❤😭
বৰ সুন্দৰ।
Bor dhuniya hoisa😊
ধন্যবাদ জনালো
সচাঁকৈ বহুত বেছি ভাল লাগিল।
ধন্যবাদ
গাৰ নোম শিৱৰি উঠিছে🌹💞
ধন্যবাদ জ্ঞাপন কৰিলো
সুন্দৰ উপস্থাপন..❤
ধন্যবাদ জ্ঞাপন কৰিলো
❤❤❤
সুন্দৰকৈ উপস্থাপন কৰিছে (দাদা ধন্যবাদ থাকিল আপোনালৈ)
স্বাগতম
সুন্দৰ
ধন্যবাদ
Bohut besi bhal palu agoloi aru anekuwa video bonabo jate ami porhi thoka lora suwali buror jate ei tur dore sohay hoy
অতি সুন্দৰ
ধন্যবাদ
অসাধারণ আবৃত্তি,
খুব ভালো লাগলো ❤️❤️
ধন্যবাদ
লকৈদা💕
Val lgl lokoi daa
Thank you
সুন্দৰ।
ধন্যবাদ
Dhuniya lagise
ধন্যবাদ
Val lagil...
ধন্যবাদ
সুন্দৰ উপস্হাপন .....
ধন্যবাদ জনালো
👌👌👌
ধন্যবাদ
Fine from Rajgarh Dibrugarh
কবিতাটো বহুত ভাল লাগিল দেই ....😢😰
ধন্যবাদ
অতি সুন্দৰ।কবিতা মোৰ বহুত প্ৰিয় হ'য়।
অশেষ ধন্যবাদ
Val hoise
ধন্যবাদ
সুন্দৰ মোৰ প্ৰিয় কবিতা
ধন্যবাদ
First view...
ধন্যবাদ খগেন
Nice 👌
Thanks
বহুত ভাল লাগিল বাইদেও,মোৰ আবৃত্তি ও শুনিবচোন।
My favourite 1💗
Thank you
Moi ata kobita dibo bisaru kanakoi dim aponar voice bohut modhur .
দিব
Nice...
Thank you
চকুপানী ওলাই গল
❤️
Bor hundar upasthapon. Hakalu dikh oti hundar .
অশেষ ধন্যবাদ জনালো
Nice
Thanks
th-cam.com/video/edYRRt93THo/w-d-xo.html
অনুগ্ৰহ কৰি মোৰ আবৃত্তি টিও শুনিবচোন। কবিতা আৰু আবৃত্তি ভালপোৱা সকলে এবাৰ শুনক আৰু ভাসল লাগিলে মোৰ চ্যেনেল টো চাব্ক্ৰাইব কৰি দিবচোন।
Bohut val lagil. Share koribo parine?
নিশ্চয় কৰিব পাৰে
লিংক তো কঁপি কৰি লব
If you are coming down through the
narrow of the river Kiang
Please let me know beforehand,
And I will come out to meet you
As far as Cho-fu-sa
-----Ezra Pound
মৰমৰ,
এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহুদিনৰ
মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে
মমডাল আহি কোবাইছেহি।… চাওঁ খিৰিকীখন জপাই দিওঁ।…
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত
আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি
মেলিছিলোঁ।… মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে
লাগিছিল।
সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা।
পদুলিত তল সৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া, মই তোমালোকৰ ঘৰলৈ ন-কৈ আহিবৰ দিনা, আকাশৰ
মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে
ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ।…
মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ
কিয় একেথৰে চাইছিলা?
মোৰ কেনে লাগিছিল, জানা? তুমি যেন কোনোবা দূৰ
বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। আৰু মই? মই
যেন তলসৰা এপাহ শেৱালি।
সেইদিনা মন-সাগৰত মোৰ এৰি অহা আৰু
আহি পোৱা অলেখ ঢউৰ কঁপনি জাগিছিল। তোমাৰ
জানো এইবোৰ কথা মনত নাই?
আমাৰ দেউতাই যে চিঠিত লিখিছিল: "আই, তই নতুন
ঘৰত হাঁহি-মাতি থাকিবি।"
এইবোৰ সাত বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ
পুৰাণৰ সাধু যেন লাগে।… জেঠমহীয়া দেউতাৰ
বছেৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো
হৈছে।
তাৰ ওপৰপাৰিত এধানমানি ডালিম-গুটি
যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে
নিদিয়ে। (কেতিয়াবা মোৰ যে ইমান খং উঠে--
তুমি নাই নহয়, সেই কাৰণে!)
সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি
চাই থাকে কিয়? তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
চিনাকি,-- সেইকাৰণে-- নহয়? বাবুল এতিয়া বৰটো
হৈছে, বুজিছা? (আৰু ডাঙৰ হ'লে স্কুলত তাক
নাম লগাই দিম। স্কুলত সি আতঁৰি থকা সময়খিনি মোৰ যে
বুকুখন উদং হৈ থাকিব, ভাই।)
আৰু কি লিখিম। বিশেষ একো নাই। মোৰে শপত,
তুমি যিদিনা উলটি আহিবা, মোক আগতীয়াকৈ জনাবাঁ
দেই। মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ
বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,-- তুমি যিদিনা
উলটি আহিবা, মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা
দেই। মৰম ল'বা। ইতি।
তোমাৰ
মমতা
পুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল।… আমাৰ আইতাৰ ক'লী ছাগলীজনীৰ দুটা পোৱালি জগিছে। এটা শুধ বগা। আৰু আনটো পখৰা.
Atulonio
ধন্যবাদ জ্ঞাপন কৰিলো
অতি উত্তম ' শব্দ নাই কবলৈ ।
অশেষ ধন্যবাদ
বহুত সুন্দৰ
ধন্যবাদ জনালো
❤️
Nice
Nice
Thanks
Nice
Thanks
Nice
Thanks, watch it .