Tumaloi Barasha | Shankuraj Konwar | Pankaj Saikia | Manash Jyoti Borah (Bubu)

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ก.ย. 2024
  • #shankurajkonwar #assamesesong #tumaloibarasa
    Lotus World Creation proudly presents you the awaited love song of 2022 'Tumaloi Barasa' by Shankuraj Konwar & Pankaj Saikia.
    বৰষা তোমালৈ
    __
    মোৰ অনুৰোধ তোমালৈ বৰষা
    তুমি অনুপম অনুৰাগ আশা
    আনিবা মোলৈ সুৰৰ সোপান
    মৰমে ওপচা বহু বেলা৷
    My request to you, dear rain
    You are unique, passion and hope
    Please bring me the stairs of melody
    many seasons showered with love
    কবাগৈ মোৰ প্ৰেয়সীক সেই
    জিলমিল সন্ধিয়াৰ স্মৃতি লেখা৷
    Go tell my beloved those
    memories of a starry evening
    মোৰ অনুৰোধ তোমালৈ বৰষা...
    My request to you, dear rain
    তুলি ললো এই পত্ৰ প্ৰেয়সীৰ
    হৃদয় সফুঁৰা খুলি
    আকৌ এবাৰ তিতিব বিচাৰো
    প্ৰণয় বিয়াকুল ৰাতি৷
    Picking up this letter from my beloved
    Opening the heart
    I want to get drenched again
    in that night wet with love
    আনিবা মোলৈ সুৰৰ সোপান মৰমে উপচা বহু বেলা..
    Please bring me the stairs of melody
    many seasons showered with love
    আহিবা আকৌ সেই বাটেৰে
    সজাবা সুৰৰ মেলা৷
    অনুভৱ মোৰ তুমি অপৰূপা
    প্ৰেৰণাৰ চিত্ৰলেখা ৷
    Come back again treading that path
    decorating with trove of melodies
    I feel like you're beautiful
    🎼 A U D I O C R E D I T S 🎼
    Vocals: Shankuraj Konwar
    Lyrics: Pankaj Saikia
    Composer: Rintu Saikia
    Music Arrangement: Manash Jyoti Borah (Bubu)
    Musicians:
    Guitar: Rajib Lochan Baruah
    Tabla: Naba jyoti Chutia
    Flute: Simanta Saikia
    Added Drums: Rintu Saikia
    Bass: Bulbul Das
    Keys & Orchestration: Manash Jyoti Borah (Bubu)
    Instruments recorded at Audio World, Jorhat,
    Asst. Recordist: Ankur Jyoti Borah
    Mix-Mastering: Diganta Bordoloi, Studio Audioholic, Guwahati
    🎞️ V I D E O & A N I M A T I O N T E A M 🎞️
    Writwika Nisha Saikia
    Instagram: / aestheticmesss_
    Protap Hazarika
    Instagram: www.instagram....
    ⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐
    Producer: Pankaj Saikia
    Production Coordinator: Bikash Boruah
    ⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐
    Digital Audio Distributor: Shopolo Digital
    Song available at Audio platforms:
    📍 Spotify: tinyurl.com/2p...
    📍 Wynk Music: wynk.in/u/soqn...
    📍 Apple Music: tinyurl.com/3t...
    📍 JioSaavan: tinyurl.com/46...
    📍 Amazon Prime Music: tinyurl.com/5n...
    📍 Gaana.com: tinyurl.com/yk...
    Caller tune section (Jio & Airtel) : 4:10
    ⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐
    Our Social Media Links
    📍 FB Page: / lotusworldcreation
    📍 Instagram: / lotusworldcreation
    T H A N K Y O U

ความคิดเห็น • 4.8K

  • @Nekib45
    @Nekib45 ปีที่แล้ว +165

    "আহিবা আকৌ, সেই বাটেৰে
    সজাবা সুৰৰ মেলা।
    অনুভৱ মোৰ, তুমি অপৰূপা,
    প্ৰেৰণাৰ চিত্ৰলেখা।"
    এইখিনি শুনি হেপাহেই নপলায়।
    সঁচাকৈয়েই এটি খুবেই ধুনীয়া গীত।

  • @charubordoloi562
    @charubordoloi562 2 ปีที่แล้ว +521

    Arei moi kandi dim🥺🥺🥺 Axomia gaaan anekoi aguai jaok 🥺🥺bhut val lagise ...ki je modhur khobdor poiug totha baikyor gathoni

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +21

      Thank you so much 💓

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +18

      Once again I go through your comment, it brings tears to my eyes.

    • @charubordoloi562
      @charubordoloi562 2 ปีที่แล้ว +9

      @@pankajsaikia6215bro ♥️♥️ hodai support ase aguai jua

    • @bhaskarjyotisaikia2959
      @bhaskarjyotisaikia2959 ปีที่แล้ว +1

      অতি জনপ্ৰিয় গীত ❤❤❤❤❤

    • @arjunbeniwal2011
      @arjunbeniwal2011 11 หลายเดือนก่อน +1

      Soul touching song❤

  • @dipankargohain1994
    @dipankargohain1994 2 ปีที่แล้ว +1089

    নুশুনা সকলে শুনাই নাই আৰু যি সকলে শুনিছে এৰিব পৰা নাই😍❤️

  • @shashakamaljajabor6555
    @shashakamaljajabor6555 ปีที่แล้ว +78

    অসমীয়া ভাষাৰ ইমান ধুনীয়া শব্দৰ প্ৰয়োগ । আগুৱাই নিয়া

  • @bhaswatiikalitaa1176
    @bhaswatiikalitaa1176 2 ปีที่แล้ว +547

    গভীৰ অনুভূতি থকা মানুহৰ হৃদয় চুব গীতটিয়ে...বৰ্তমানৰ যান্ত্ৰিক যুগত প্ৰেমিক আৰু প্ৰেয়সী শব্দ দুটা মোৰ বহুত প্ৰিয়❤ ভালে থাকক গভীৰ ভালপোৱাৰ অনুভুতি থকা সকলো মানুহ❤

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +7

      Thank you so much ❤

    • @thenightmare1945
      @thenightmare1945 2 ปีที่แล้ว +5

      Gobhir bhal pai labh nai....

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +3

      @@thenightmare1945 thank you for kind advice 🙏

    • @pubalisaikia1971
      @pubalisaikia1971 2 ปีที่แล้ว +10

      Moii val pau teuk.. teu buje.. kintu xomoii e log nidie Amak. Vale thak xodaii

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +1

      @@pubalisaikia1971 😍❤

  • @bozropatmusic7968
    @bozropatmusic7968 2 ปีที่แล้ว +242

    really soulful , really beautifiul...

  • @barashabaruah9691
    @barashabaruah9691 6 หลายเดือนก่อน +27

    সঁচাকৈ নিজৰ নামৰে ইমান ধুনীয়া গীত টি শুনি বৰ ভাল লাগিল❤
    মোৰ অনুৰোধ তুমালৈ বৰষা 🍂

  • @jagritgoswami9744
    @jagritgoswami9744 2 ปีที่แล้ว +57

    এই গানটোত জীৱনত হেৰুৱা সকলো ওভতাই পোৱা যেন লাগে, অনুভব💗 #Shankuraj আপোনাৰ গানত পোৱা বোৰ আন কটোৱে নায়,,,,🙏🥰

  • @ChanditaBordoloi-CB
    @ChanditaBordoloi-CB 2 ปีที่แล้ว +37

    কেইবাৰ শুনিলো হিচাব নাই ❤️❤️❤️ এনেকুৱা গানে হৃদয়ত স্থান পাই ,, আগলৈও আমাক যেন এনেদৰে ধুনীয়া ধুনীয়া গান উপহাৰ দি যায় ❤️
    ❤️❤️মোৰ অনুৰোধ❤️❤️

  • @gopalkrishnabailung7237
    @gopalkrishnabailung7237 2 ปีที่แล้ว +11

    কিযে অতুল অদ্ভুত অপূৰ্ব সৃষ্টি......
    সুৰ-সংগীত ভাষা-শব্দ
    বাদ্য-তাল-মাত্ৰা
    ব্যৱহাৰ উচ্চাৰণ, কণ্ঠ
    পৰিকল্পনা-উপাস্থাপন
    ৰেখাচিত্ৰ-ত্ৰিমাত্ৰিক
    চিত্ৰপট জীৱন্ত অপৰূপ.....

  • @jyotishnaborah1358
    @jyotishnaborah1358 2 ปีที่แล้ว +40

    আহিবা আকৌ সেই বাটেৰে
    চোৱা চোন এতিয়াও ৰৈ আছো মই সেই ঠাইতে ✨❤ দূৰত্ব বোৰ চোন সহ্য ই নহয় আজি কালি, দুৰত্ববোৰ যদি অতিক্রম কৰিব পৰা হলে 🌼 ভালপোৱাৰ গভীৰতাবোৰ বুজিব পৰা নহল হেতেন। তুমি আছা বাবেই ভাল লাগে এতিয়া শূন্য আকাশখনো , ভাল লাগে সৰাপাত বোৰো ✨❤

  • @Explore_TheReality
    @Explore_TheReality ปีที่แล้ว +47

    দিনটোত ১০ বাৰ মান নুহুনিলে শান্তি নালাগে❤️❤️❤️ কি গীত বনালা O এইটো ❤️🔥❤️🔥

    • @pankajsaikia6215
      @pankajsaikia6215 ปีที่แล้ว +1

      💝 thank you so much 💓

    • @nandansaha5151
      @nandansaha5151 ปีที่แล้ว +2

      Same condition bhai
      Jiman ae hunu Iman ae bhal laagi aase Gaan tu
      Masterpiece song aitu

  • @udayphukon
    @udayphukon 2 ปีที่แล้ว +373

    Pure Assamese music... Ene bur gaan huniley hosai okhomiya geet bur aako jiyay uthe... Keep it up..👍

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +8

      Thank you so much 💓

    • @prityray610
      @prityray610 2 ปีที่แล้ว

      Q

    • @bunukonwar7333
      @bunukonwar7333 ปีที่แล้ว +5

      P

    • @mborthakur7338
      @mborthakur7338 ปีที่แล้ว +10

      অসমীয়া গীতবোৰ আকৌ জীয়াই উঠে বুলি যে ক'লে ; ইয়াৰ আগতে কি অসমীয়া গীতবোৰৰ মৃত্যু হৈছিল নেকি?

    • @barashadas2098
      @barashadas2098 ปีที่แล้ว +1

      Agree

  • @indiansoldier2.082
    @indiansoldier2.082 ปีที่แล้ว +34

    হৃদয় চুই গ'ল মোৰ গানটোৱে😢❤ অসমীয়া গানৰ ভিতৰত একমাত্ৰ গান যিটো নেকি হিচাপে নাই কিমানবাৰ যে শুনিছোঁ

  • @nayannilimsagar9446
    @nayannilimsagar9446 ปีที่แล้ว +16

    ওফ কলিজা কঁপাই দিছা Sankuraj . ঘূৰি গলোঁ এৰি অহা দিনবোৰলৈ। কিযে এক মিঠা অনুভূতি। কিমানবাৰ যে গীতটি শুনিছোঁ। ইমান মধুৰ গীত এটি উপহাৰ দিয়াৰ বাবে আপোনালোক সকলোৰে লৈকে অশেষ ধন্যবাদ জনালোঁ।

  • @adityakalita5560
    @adityakalita5560 ปีที่แล้ว +37

    জয় আই অসম।
    চিৰ চেনেহী মোৰ ভাষা জননী।
    ❤❤❤

  • @hiyakalita2142
    @hiyakalita2142 2 ปีที่แล้ว +34

    আহিবা আকৌ সেই বাটেৰে 🥺💞....
    চোৱা চন আজিও সেই একেই আছোঁ 🙂🥺.....
    Soul touching 💞💞💞😣

  • @amaljyotikashyap9970
    @amaljyotikashyap9970 2 ปีที่แล้ว +100

    শংকুৰাজে এতিয়ালৈকে গোৱা গীতবোৰৰ ভিতৰত শ্ৰেষ্ঠ এইটো।

  • @dipikasonowal9615
    @dipikasonowal9615 2 ปีที่แล้ว +13

    মোৰ অনুৰোধ তোমালৈ বৰষা!
    কি আৰম্ভণি!! অন্তৰ চুই যোৱা এটি এটি কথা! নিজক বিচাৰি পাইছো প্ৰতিটো কথাৰ মাজত সুৰৰ মাজত!অলেখ অযুত ধন্যবাদ আপোনালৈ🙏🙏

  • @khushmitakhusi7101
    @khushmitakhusi7101 3 หลายเดือนก่อน +6

    সদায় ভাবো কিমান শুনিম একেটা গান😢 নুশুনো আজিৰ পৰা। কিন্তু বিশ্বাস কৰা এই গানটো নুশুনালৈকে শান্তি নাপাওঁ😢❤

  • @Nituborah409
    @Nituborah409 2 ปีที่แล้ว +37

    গানটো কেইবাৰ যে শুনিলো তাৰ হিচাব নাই....উফ্ কি শব্দ, কি সুৰ💙

  • @walterahmed5011
    @walterahmed5011 2 ปีที่แล้ว +16

    বৰ ধুনীয়া লাগিল।
    শংকুৰাজৰ নতুনত্ব।
    কথাখিনি👌🏼👌🏼👌🏼👌🏼👌🏼
    এনিমেশ্বন ভিডিঅ'ই সোণত সুৱগা চৰাইছে

  • @goyaloraa8804
    @goyaloraa8804 ปีที่แล้ว +6

    হৃদযৰ নিবিৰ কোণত এখুন্দা মাৰি গল.......এক বুজাব নোৱাৰা অনুভুতি......শেষ হৱ ধৰা মৰম বোৰ আকৌ প্ৰান পাই জিপাল হব ধৰিছে.......পাহি মেলিৱ মৰহা গোলাপে......অপূৱ

  • @mrrabha36
    @mrrabha36 2 ปีที่แล้ว +49

    মোৰ অনুৰোধ তোমালৈ বৰষা,,, ❤❤❤
    শুনি থাকিলেও হেপাহ নোপোলায়

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +2

      Thank you

    • @indrajyotihazarika
      @indrajyotihazarika ปีที่แล้ว +2

      আকৌ এবাৰ মনত পৰিল এৰি অহা দিন বোৰ।। সংকু ৰাজ সুন্দৰ

  • @priyankaborah6381
    @priyankaborah6381 2 ปีที่แล้ว +42

    গীতটি শুনি মনটো শান্তি হৈ উঠে❤️😌কবলৈ ভাষা😌 নাই কি সুন্দৰ😊💕

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +1

      Thank you so much 💖

    • @bhaskardas5637
      @bhaskardas5637 2 ปีที่แล้ว

      Seriously 😍😍😍

    • @Athelatics_Abhi07
      @Athelatics_Abhi07 ปีที่แล้ว

      Moi Notun gan eta bonaisu Olop support diba sunn please

    • @Athelatics_Abhi07
      @Athelatics_Abhi07 ปีที่แล้ว

      Moi Notun gan eta bonaisu Olop support diba sunn please 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @abhoyborah0739
    @abhoyborah0739 2 ปีที่แล้ว +8

    কি সুন্দৰ গীত।স্কুলীয়া জীৱনৰ প্ৰেমৰ কথা সোঁৱৰাই দিলে। মনটো সেমেকি গ'ল। ❤❤❤❤

  • @manjitsaikia7633
    @manjitsaikia7633 ปีที่แล้ว +19

    Uff, listeng almost more than 1000 times. Unbelievable lyrics. Congratulations to whole Team.
    All the Best.
    Jai Aai Axom

  • @nirupdas5224
    @nirupdas5224 2 ปีที่แล้ว +11

    ইমান সুন্দৰ কৈ গাইছে....শব্দৰ সৃষ্টি অপূৰ্ব....

  • @sushmitalakhi6536
    @sushmitalakhi6536 2 ปีที่แล้ว +22

    মন ভৰি যায় এনেবোৰ গীত শুনিলে
    প্ৰিয় কণ্ঠ 💚

  • @satyajitnath3268
    @satyajitnath3268 2 ปีที่แล้ว +6

    Addiction hoi gol gantur ❤️❤️❤️ ki composition Rintu Saikia 👍❤️👍 sankuraj dar voice r ktha tu nkou ai ru 👍👍 . Lyrics 👌

  • @YamiSukehiroX
    @YamiSukehiroX ปีที่แล้ว +6

    Axomiya books burot agote enekua characters bur asil. Bor xundor animation.
    Lyrics khini bohut relatable & unique.
    And Shankuraj Da'r voice enriched the song to a cosmic level.

  • @anupamflutexur7819
    @anupamflutexur7819 2 ปีที่แล้ว +10

    বাঁহী টো সুন্দৰ বজাইছে দেই বাকী সকলো ভাল লাগিল, সুন্দৰ সংগীত

  • @moonbasumatary1906
    @moonbasumatary1906 2 ปีที่แล้ว +92

    গীতৰ কথা, সুৰ আৰু শংকু দাৰ কন্ঠ আহ্ কি শুৱলা! A masterpiece! ❤️

  • @Xyz-n5x
    @Xyz-n5x 2 ปีที่แล้ว +36

    গীতৰ কথা, সুৰ অনুপম তাতে শঙ্কুৰাজ দাৰ কন্ঠ 🥀🥰 শুনি যেন আমনি নলগা এটা গীত।

  • @user-ol4re5ho3f
    @user-ol4re5ho3f 2 หลายเดือนก่อน +2

    কিছুমান গান বাৰে বাৰে শুনি থাকিও আমনি নালাগে যেনে এই গানটো🔥 মধুৰ স্মৃতিবোৰ আকৌ উভতি অহাৰ অনুভৱ ❣️😊

  • @kunaltalukdarTSK
    @kunaltalukdarTSK 2 ปีที่แล้ว +64

    Simplicity at its best... Congratulations to the entire team...the TABLA player has done his best...

  • @barshanath4800
    @barshanath4800 2 ปีที่แล้ว +65

    মোৰ নামেৰে গানটি শুনি আপ্লুত হলো ❤️ তোমাৰ কণ্ঠত যাদুৰ বৰষুণ 🙏

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +1

      Thank you so much 💓

    • @nopursworld1170
      @nopursworld1170 ปีที่แล้ว

      Barsha ahiba

    • @nilutpalsaikia3447
      @nilutpalsaikia3447 ปีที่แล้ว

      Hoi dya tmi jimna dhuniya gan tu mili goisa tmr lgt xosai bhut dhuniya gaan ha

    • @mrinalhaloi6033
      @mrinalhaloi6033 ปีที่แล้ว

      you r so lucky thn...

    • @kangkandeka6797
      @kangkandeka6797 ปีที่แล้ว

      Borakha নাম টো সঁচাই বহু ভাল লাগে

  • @AlwaysDeka
    @AlwaysDeka 2 ปีที่แล้ว +14

    কথা, সুৰ আৰু কণ্ঠই যি এক প্ৰশান্তিৰ সৃষ্টি কৰে ক'বলৈ ভাষা নাই 💚💚💚...ই সেউজীয়াৰ দৰে স্নিগ্ধকৰ, এক চিৰযুগমীয়া উপহাৰ। 🙏

  • @thecm3276
    @thecm3276 ปีที่แล้ว +1

    Rati tupani juar agt hodai etu gan hunu🌸😌😍gan2 hunile jen blg ekhn duniyat khumai paro bhut vl lge gan2 huni bhut besi😍❤

  • @BishrutSaikia
    @BishrutSaikia 2 ปีที่แล้ว +24

    Respect to team 💝

  • @arunjyotidas7
    @arunjyotidas7 2 ปีที่แล้ว +10

    কথা সুৰ কন্ঠ আৰু এনিমেশ্যন! আহ!..কিবা এক কাব্যিক পৰি‌ৱেশলৈ লৈ গ'ল ..বৰ সুখদায়ক এই অনুভূতি..

  • @weirdnisha
    @weirdnisha 2 ปีที่แล้ว +208

    Thank you so much everyone those who have liked the animation video. It was very nice to work with Lotus World Creation. Our heartfelt gratitude to Pankaj Saikia for choosing us to do the job :)

    • @lotusworldcreation
      @lotusworldcreation  2 ปีที่แล้ว +7

      Thanks again!

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +4

      Thank you so much for wonderful job. We are looking forward to work with you in near future .

    • @probrain6878
      @probrain6878 2 ปีที่แล้ว +2

      আপোনালোকৰ প্ৰচেষ্টাক প্ৰণাম 🙏

    • @ankitsaikia2058
      @ankitsaikia2058 2 ปีที่แล้ว +2

      Superb work' proud proud

    • @mridulislam4630
      @mridulislam4630 2 ปีที่แล้ว +3

      Very nice work 🔥🔥.....How can we contact you for animation ..

  • @Ankurdas-cc3mm
    @Ankurdas-cc3mm 3 หลายเดือนก่อน +4

    Bohut dhuniya lagise abar khuni saok❤❤

  • @cRAzY-lg4cy
    @cRAzY-lg4cy 2 ปีที่แล้ว +4

    নাজানো কিয় এই গানটো এইকেইদিন মোৰ নিচাত পৰিণত হৈছে .....সেই জাতীয় বিদ্যালয়ত পঢ়ি থকা দিনৰ জ্যোতি সংগীত ,বিষ্ণু সংগীতৰ আখৰালৈ উভতিছে মনটো । music set up...voice...lyrics...one of the best combo...love it❤️

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว +1

      Thank you for expressing your feelings.

  • @riturajdewraja4769
    @riturajdewraja4769 2 ปีที่แล้ว +42

    Unknown feelings for someone who never ever know you exist. This is so amazing. This situation is amazing, so pure. You are so lucky Mr. Pankaj. Your lines give me a whole different level of emotion. Thank you.

  • @pranjalborgohain4091
    @pranjalborgohain4091 2 ปีที่แล้ว +11

    সুন্দৰ সুৰ আৰু কথা। shankuraj konwar ৰ মাত আগতকৈ বহুগুণে মিঠা হল যেন পাইছোঁ। thank you for this really soulful song..!!

  • @ushaboro9855
    @ushaboro9855 ปีที่แล้ว +1

    Hridoy ontor atma hokolubur jipal kori tule. eman dhuniya gaaan.. Hridoyor onuvob onuvuti jogai tula geet.... Hei linetu j, "ahiba akou hei batere ....." ekdom mon mogojot humai ase..jot tot gungunoa jai...😍😍😍

  • @18-muninlahan52
    @18-muninlahan52 2 ปีที่แล้ว +5

    অসমীয়া গানৰ ভাল দিনবোৰ উভতি আহিব ধৰিছে।শুনি থাকিলে শুনি থাকিব পৰা গান।শব্দবোৰে মনটো কোবাই থৈ যায়।
    (আহিবা আকৌ সেই বাটেৰে সজাবা সুৰৰ মেলা..উফ)

  • @dhirajrajbongshi5999
    @dhirajrajbongshi5999 2 ปีที่แล้ว +4

    Bohut besi a Val lagil a gaan2...
    Ahiba akow xei batere...
    Xojaba xuror mela
    Anubhob mur tumi aparupa..
    Preronar sitrolekha....
    ❤️❤️❤️❤️❤️❤️

  • @naturalblogger2884
    @naturalblogger2884 2 ปีที่แล้ว +4

    সুন্দৰ ,, কব'লৈ ভাষা নাই ,, এনেকুৱা গান আগলৈও আগবঢ়ায় যেন 😘😘🤗🤗,,, mindblowing 👌👌

  • @newtechvalley7746
    @newtechvalley7746 2 ปีที่แล้ว +7

    আহিবা আকৌ সেই বাটেৰে
    সজাবা সুৰৰ মেলা
    অনুভৱ মোৰ তুমি অপৰুপা
    প্ৰেৰণাৰ চিএলেখা....
    আকিবা দুচকুত তাইৰে ছবি
    সপোনত প্রতিটো মধুৰ নিশা
    মোৰ অনুৰোধ তোমালৈ বৰষা
    অ' অ' বৰষা
    বহুত বাৰ ণ্ডনিলো গানটো ♥️

  • @krishanumedhi
    @krishanumedhi 2 ปีที่แล้ว +12

    যেতিয়া শঙ্কো দাই গায় ,
    " আহিবা আকৌ সেই বাটেৰে ,
    সজাবা সুৰৰ মেলা ।
    অনুভৱ মোৰ তুমি অপৰূপা
    প্ৰেৰণৰ চিত্ৰলেখা " ।
    এনেকুৱা লাগে যেন তেওঁ আকৌ ঘূৰি আহিব মোৰ জীৱনলৈ এদিন । এনেদৰেই অপেক্ষা কৰি থাকি তেওঁৰ বাবে🙂

  • @hellonaba
    @hellonaba 2 ปีที่แล้ว +43

    Shankuraj in a different genre ! Loved it.
    Animation works are also so appreciable.

  • @sanjuktashill4070
    @sanjuktashill4070 2 ปีที่แล้ว +10

    প্ৰতিটো শাৰীয়ে হৃদয় চুই গ'ল ❤️ & Shankuraj always my fav 🤗

  • @dharani002
    @dharani002 ปีที่แล้ว +1

    Ufff relex....... Pratiek2 Line t jen kiba notuntto bisari pao😍....

  • @writuparnadeka4638
    @writuparnadeka4638 2 ปีที่แล้ว +6

    শব্দকেইটা, শুনি থাকিলেও আমনি নলগা এটা গান ❣️

  • @jpvlog8689
    @jpvlog8689 2 ปีที่แล้ว +13

    মোৰ অনুৰোধ এনেকুৱা গীত আকৌ শুনিবলৈ পাম । বহুত বছৰ জীয়াই থাকক । Pankaj saikia আৰু shankuraj daa l 🙏

  • @sankarjyotihirasankar5397
    @sankarjyotihirasankar5397 2 ปีที่แล้ว +9

    Shanku da xosakoi apunar voice tue ontor khon sui jai❤

  • @SurajRajak-e4r
    @SurajRajak-e4r หลายเดือนก่อน +3

    Mein vale hi bihari hu but assam mein rahta hu aur mujhe Assamese smjh mein aata hai aur ye gana mein bohot pasand krta hu❤

  • @lakhyajsonowal
    @lakhyajsonowal 2 ปีที่แล้ว +9

    বৰ ধুনীয়া গান...কথা,সুৰ ,কন্ঠৰ অনন্য সমাহাৰ...সচাঁই অপূৰ্ব ! বাৰে বাৰে শুনিবলৈ মন যোৱা গান...

  • @sanjibs3799
    @sanjibs3799 ปีที่แล้ว +9

    গীতটিৰ সুৰ খুব সুন্দৰ হৈছে। হৃদয় চুই গ'ল। শংকুৰাজৰ কণ্ঠ বৰ ধুনীয়া 👌।

  • @DeepDarshanHD8
    @DeepDarshanHD8 2 ปีที่แล้ว +5

    Iman dhuniya gaise Sankuraj...Hats off to you 🙏

  • @HeYyourShaaN
    @HeYyourShaaN หลายเดือนก่อน +2

    One of the Greatest Assamese Composition Of all Time... No One I said no one Can Match this level of Creativity In assam " ..

    • @pankajsaikia6215
      @pankajsaikia6215 หลายเดือนก่อน

      Thank you ❤

    • @HeYyourShaaN
      @HeYyourShaaN หลายเดือนก่อน +2

      @@pankajsaikia6215 HeY :) champ Are You the one behind this masterpiece?? 😄 Superb Boss Fidaa " Lyrics " Axhomia Bhakat Iman Morom ase agote bhoba a nasilu " .. Dhnya Prabhu 🤗 keep going Man _

    • @pankajsaikia6215
      @pankajsaikia6215 หลายเดือนก่อน +1

      ​@@HeYyourShaaNyes. I tried my best to express my feelings through these words. 🤗 It is a team work. ❤

    • @HeYyourShaaN
      @HeYyourShaaN หลายเดือนก่อน +2

      @@pankajsaikia6215 Keep Going Boi :) .. aru Bohut Akha thakil Tumar pora future oth u Ahi thakibo Enka masterpiece 🤗

  • @bornaliborgohain5336
    @bornaliborgohain5336 2 ปีที่แล้ว +8

    গানটো ৰাগী লগা...শুনিলে শুনি থাকিৱলৈ মন যোৱাকৈ...❤

  • @lakhyajeet
    @lakhyajeet 2 ปีที่แล้ว +22

    মাইনী মণত পৰিছে তোমালৈ, তুমি এৰি যোৱাৰ পৰা এনে দিন যোৱা য'ত তোমালৈ মণত পৰা নাই।।প্ৰভু ভালে ৰাখা তাইক।।

  • @mntknwr
    @mntknwr ปีที่แล้ว +17

    Gaan tur viewers Kom kintu Jun keijone hunise they had a great taste in music.. ❤️

  • @Gargi2014
    @Gargi2014 ปีที่แล้ว +1

    My god. What a song. Thanks Shankuraj for a beautiful song.

  • @rishirajsaikia4420
    @rishirajsaikia4420 2 ปีที่แล้ว +8

    ৰাতি হেডফোন লগাই .... আৰামত পৰি .... ভালপোৱা গৰাকীৰ কথা ভাবি টোপনি যোৱা❤️💥❤️

  • @karishmasahariah6984
    @karishmasahariah6984 2 ปีที่แล้ว +6

    উফ্ফ্❤️ কিমান যে ভাল লাগে গানটো😍 বৰ্ননা কৰিবলৈ শব্দৰ অভাৱ ❤️❤️❤️ অনুভৱী মন উতনুৱা কৰে🥀

  • @madhurjyasaikia1116
    @madhurjyasaikia1116 2 ปีที่แล้ว +7

    বৰ ভাল পালো। কথা-সুৰ-সংগীত সকলো অতুলনীয়। কোনোবাখিনিত জয়ন্ত হাজৰিকা ৰ দৰে লাগিছে।।

  • @biswajit5436
    @biswajit5436 ปีที่แล้ว +1

    Shanku দা আপুনাৰ গান যদি দুজনেও শুনে সেই দুজনৰ বাবেও আপুনি গান গাব লাগিব । শূন্যৰো মাদকতা আৰু পৃথিৱী খন জীপাল দেখুওৱা আপুনাৰ গানেও শিকাইছে। ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ গান উপহাৰ দিয়া বাবে❤️❤️❤️❤️। from chabua .

  • @jilhazvlogs9381
    @jilhazvlogs9381 2 ปีที่แล้ว +6

    Dudin bisari bisari ajihe palo gan to 🥰😍😍

    • @pankajsaikia6215
      @pankajsaikia6215 2 ปีที่แล้ว

      Thank you so much for so much patience 💕

  • @bishalcalisthenics4961
    @bishalcalisthenics4961 2 ปีที่แล้ว +14

    Uff , Lyrics 🔥❤️

  • @Dharmajyoti1
    @Dharmajyoti1 2 ปีที่แล้ว +6

    তবলাৰ শব্দটো এনেও ভাল লাগে, তাতে আকৌ শংকু দা ৰ গান 👌😎😎💚

  • @KGTRD163
    @KGTRD163 2 ปีที่แล้ว +1

    words nai koboloi ki gaan bonaixa ....ata a kom .... Makosom kiba ata hanti lage gaan tu huni really bohut dhunia gaan ❣️😘

  • @niharikagogoi2738
    @niharikagogoi2738 2 ปีที่แล้ว +5

    গানটোৰ শব্দ আৰু সুৰ যে কি সুন্দৰ .. বাৰে বাৰে শুনিও হেপাহ পলুৱা নাই..... তাতে আকৌ মোৰ ভাললগা মিঠা মাতখাৰ❤️

  • @barshadevi4305
    @barshadevi4305 2 ปีที่แล้ว +13

    এনে গীত আৰু আশা কৰিছো । শুনি শুনি হেপাহ নাই পেলোৱা ।

  • @mominurislam
    @mominurislam ปีที่แล้ว +24

    This song literally created goosebumps and a great example of the sweetness of Assamese language.

  • @Kio-on
    @Kio-on ปีที่แล้ว +2

    Bohut dhunia... Bohut bhal lagil sanku. and Pankaj . Xosakoie unexplainable... Am in love with the 🎵🎵🎵song...

  • @Ritupnhz
    @Ritupnhz 2 ปีที่แล้ว +6

    Lora tu dekha t ekdom mur nisina... ☺️☺️ And story tu u prai milise.. 🙂 baki lyrics, music, composition bohut bohut dhuniya hoise.. ratipuwa r pora huni asu.. caller tune u d dilu.. ❤️❤️❤️ lots of love to all.

  • @JAYDEELEE75
    @JAYDEELEE75 10 หลายเดือนก่อน +5

    The writer of this masterpiece is an engineer by profession and is a Jecian. Shankhuraj himself is also a Jecian. Kudos for Jecian.

  • @prastutirabha9116
    @prastutirabha9116 2 ปีที่แล้ว +8

    আহিবা আকৌ
    সেই বাটেৰে,সজাবা সুৰৰ মেলা🥺🥀

  • @kosuguti5331
    @kosuguti5331 9 หลายเดือนก่อน +2

    ভালপোৱাই হাজাৰ কিলোমিটাৰ দূৰত্বক ওচৰ চপাই এনে - এক ঐশ্বৰিক শক্তি ভালপোৱা ।
    প্ৰাৰ্থনা সৰ্বশক্তিমান নেদেখাজনলৈ - সকলোৱে যেন সেই ঐশ্বৰিক শক্তিক হিদয়ৰ পৰা অনুভৱ কৰিব পাৰে ।
    হিয়া জুৰ পৰি যোৱা এটি গীত ।
    এবাৰ নহয় ,,,দুবাৰ নহয়,,,,হয়তো হাজাৰবাৰ হল এতিয়ালৈকে শুনা । ❤❤❤❤❤❤❤❤❤❤

  • @nilotpalsarma2406
    @nilotpalsarma2406 2 ปีที่แล้ว +30

    Shankuraj sir and his voice just a combination that never comes without feel just wowww❤

  • @preetimapathak6913
    @preetimapathak6913 2 ปีที่แล้ว +12

    যেতিয়াই শুনো গীতটো ক'ব নোৱাৰাকৈয়ে চকুলো বৈ আহে ❤️💔

  • @prajayitakakati7066
    @prajayitakakati7066 2 ปีที่แล้ว +5

    প্ৰতিটো শব্দই চুই গৈছে 🥺❤️বাৰে বাৰে শুনি থাকিলেও হেঁপাহ নপলায়😌

  • @Faithfull20m
    @Faithfull20m 4 หลายเดือนก่อน +2

    আহিবা সেই আকৌ বাটেৰে❤ Love it this line❤

    • @pankajsaikia6215
      @pankajsaikia6215 3 หลายเดือนก่อน

      ❤ Thank you so much 😊

  • @lakhinandanlld9175
    @lakhinandanlld9175 2 ปีที่แล้ว +62

    গান টো ভাইৰেল হবলৈ গৈ আছে , অভিনন্দন সকলোলৈ ❤️

  • @dinkugogoi5713
    @dinkugogoi5713 2 ปีที่แล้ว +4

    উফফ মোৰ playlist ত গানৰ সংখ্যা আৰু এটা বাঢ়িল ।

  • @pranabthakuria7392
    @pranabthakuria7392 ปีที่แล้ว +45

    Listening in loop since last few days... Congratulations to the entire team working behind this beautiful song. This song should be the best song of 2022. Best Lyrics of 2022. Best singer as well. We need more songs like this. All the best.

    • @pankajsaikia6215
      @pankajsaikia6215 ปีที่แล้ว +1

      Thank you so much for encouraging words. We will try for such more songs 🙏

  • @mrigankakakati4423
    @mrigankakakati4423 ปีที่แล้ว +3

    The feel of one side love 😌❣️

  • @papuborthakur5424
    @papuborthakur5424 2 ปีที่แล้ว +8

    প্ৰশংসা কৰিবলৈ ভাষা নাই বন্ধু ৰিন্তু শ‌ইকীয়া, গীতৰ কথা সুৰ সংগীত অপূৰ্ব। শঙ্কুৰাজ মোৰ সদায়য়েই গায়ক 🌺🌺

  • @kuwalisarma
    @kuwalisarma ปีที่แล้ว +12

    Dintur aromvoni aitu ganerei hoi❤️❤️❤️❤️

    • @pankajsaikia6215
      @pankajsaikia6215 ปีที่แล้ว

      ❤ Is it! Thank u so much 😍

    • @BabuDas-hk4dp
      @BabuDas-hk4dp 4 หลายเดือนก่อน

      Hosake hui uthi aitu gaan hunu moi❤

  • @tapansarmahazarika497
    @tapansarmahazarika497 2 ปีที่แล้ว +5

    সুন্দৰ কথা আৰু সুৰ ভাল লাগিল । বহুতদিনৰ পাচত ভাল গীত এতি শুনিবলৈ পালো।👌👍

  • @nilotpalbora946
    @nilotpalbora946 ปีที่แล้ว +3

    এইবোৰ হে গান।।। সুন্দৰ, সৃষ্টিশীল কাম ।

  • @monalishaborah1458
    @monalishaborah1458 2 ปีที่แล้ว +7

    Wow Shankuraj your every song touches my heart 💝💝 this is purely masterpiece 👌👌🥰🥰

  • @tushtigoswami2870
    @tushtigoswami2870 2 ปีที่แล้ว +5

    ধুনীয়া lyrics, ধুনীয়া সংগীত 😍
    বহুদিনৰ মূৰত শংকুৰাজৰ গান শুনি আমনি নাপালোঁ।

  • @ajayray265
    @ajayray265 2 ปีที่แล้ว +11

    Shankuraj sirr protito 🥺🎧🎵🎵♥️গীতেই ontr sui jai

  • @GitaGogoi-nd6jt
    @GitaGogoi-nd6jt 17 วันที่ผ่านมา +1

    Emn dhuniya gaan...huni bhutt vl lgil hunile ariboi mon najaii 💘😌

  • @ripumonisaikia6312
    @ripumonisaikia6312 2 ปีที่แล้ว +7

    বহুত ধুনীয়া হৈছে। গীতৰ কথা আৰু পৰিবেশন দুয়োটাই। One of the best Assamese songs of recent times