ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অসমৰ বহুত ধৰণৰ সম্ভাৱনা আছে, কিন্তু সকলো ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ দুৰ্নীতি নিম্নতম স্তৰত নামিবলৈ লাগিব।
আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ প্ৰয়োজনীয় দাবীসমূহ সঠিকভাৱে কৰিব নোৱাৰোঁ, সেয়েহে আমি আন ৰাজ্যসমূহৰ পৰা পিছ পৰি আছোঁ।
Mama DLC hoi ase composition apartment bur diyak plz
Bhut bhal khabor prodarshoni karile sir.
বৰ্তমান পৰিস্থিতিত অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰ OBC জনগোষ্ঠীৰ মাজত প্ৰায় ৫০ লাখ লোকৰ কোনো নিজা ব্যৱসায় নাই। তেওঁলোকৰ এক বৃহৎ অংশ মজবুৰীত প্ৰাইভেট চাকৰি কৰি জীৱন নির্বাহ কৰিছে। আনহাতে, ST আৰু SC জনগোষ্ঠী বহু সুবিধা লাভ কৰিছে, কিন্তু অসমীয়া ভূমিপুত্ৰ OBC সকলক এই ধৰণৰ সুবিধা সোনকালে প্ৰদান কৰা হোৱা নাই। এনে অৱস্থাত, বছৰি ২ লাখৰ পৰা ৩ লাখ পৰ্যন্ত আয় থকা শিক্ষিত অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিয়াল বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজন।
Sir 10 januari diya hol aru kiman dibo
Bostur Dam komowa . . agote