LIVE | Assam Heat Wave | পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান। N18L
ฝัง
- เผยแพร่เมื่อ 19 ก.ย. 2024
- LIVE | Assam Heat Wave | পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান। N18L
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assamheatwave #heatwave #weatherupdate #school #schooltime #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
কামৰূপ মহানগৰ জিলাত মাত্ৰ দিলে নহব কাৰণ সকলো জিলাত একে গৰম হৈছে
পূৱা ৭ বজাৰ পৰা ১১বজালৈ পাঠ দান কাৰ্যসূচী ললে বেছি ভাল হব ।
কলেজতো একে হ'ব লাগে এনে নিয়ম।
আমাৰ অলপ দিগদাৰ হ'ব ।কাৰন আমাৰ দুৰৈত
বৰ্তমান লেকে বিদ্যালয়ত সময় সলনি হোৱা কথা কোৱা নাই
🌞হয়টো কব কাইলৈ ভাল পদক্ষেপ 🌄
All Assam time same hobo lage both private and government school
ভাল হৈছে। গোলাঘাটত ও পাঠ দানৰ সময় আগবঢ়াই দিব লাগে। জোতা পৰিধান কৰাটো বাধ্যতামূলক হ'ব নালাগে।
Nalbari,t Ake hob lage
পুৱা 7.30am টো ঠিকেই আছে । কিন্তু 12.30 pm ঠিকেই হোৱা নাই । 10.30 am ত ছুটী দিয়া ব্যৱস্থা কৰক ।
এইয়া আমাৰ কৰ্ম ফল। আৰু ভূগিব লাগিব।
বিষুৱ ৰেখাই যেন ঠাই সলনি কৰি উত্তৰ পূব ভাৰতৰ সোঁমাজেৰে পাৰ হৈ গৈছে।
গৰম আৰু ঠান্দাৰ চিজন চাই UNIFORM দিব লাগে ।চুটিৰ সময় 10 বজাত হব লাগে
এসপ্তাহৰ আগৰে পৰা হ'ব লাগিছিল।
C. D. Kalita from santipur, good steps
10 ৰ পৰা 11বজালৈ হ'ব লাগে আৰু জোটা মৌজা এৰাই দিব লাগে বিশেষ কৈ প্ৰাথমিক পৰ্যায়ত
Morigaon টো মৰ্নিং স্কুল হব লাগে 🙏
ভাল কথা হৈছে ধেমাজি জিলা প্ৰদীপ লাহন
সুন্দৰ সিদ্ধান্ত ।
সকলো ঠাইতে একে সময়সূচী হলে ভাল হয় ।
Schools should be shut for few days
সুন্দৰ পদক্ষেপ ।
শিক্ষাৰ ক্ষেত্ৰত আন সিদ্ধান্ত সকলোতে একে কিন্তু এই সিদ্ধান্ত সকলোতে হব লাগে, । ৭ তাৰ পৰা ১০ তালৈ হব লাগে।
বৰ্তমান 7-30 বজাৰ পৰাই হৈ আছে পাঠদান আমাৰ
Val kotha goalpara
সুন্দৰ পদক্ষেপ। বৰপেটাতো দিব লাগে।
All assam hole bhal hoboe
Half yearly exam is going on...but extreme weather is not allowing the children to give their best...
Good step Mankaçhar
মহাবিদ্যালয়ত সময় একেই কৰিব লাগে।
Bhal hobo sir
Mornig schoolor kotha shuni bohut val lagil
গছ কাত আৰু ৰাস্তা বানাও,পাহাৰ কাত অট্টালিকা বানাও🎉🎉🎉
মানুহক development লাগে development দিছে প্ৰকৃতিয়ে l
ভাল পদক্ষেপ লৈছে
Good step
Same same TEZPUR Assam
ভাল পদক্ষেপ।
Nagaon r pora nagaon t u hobo lage bohut gorom porise
Very good.Goalpara
Good step. Tamulpur district
অতি সুন্দৰ বাতৰি
Good step we 2ant
Same nagaon district
Bohut bhal lagise lokhimpurot jitu gorom
Very good Step.
Good step.
Good step🙏🏻🙏🏻🙏🏻
ভাল কথা
জোনাই
Really admitible step of govt
শিৱসাগৰ পৰা চাই আছো ।পাৰিলে.স্কুল বোৰ বন্ধ দিব লাগে।
Tinsukia ত আগবঢ়াই দিলে ভাল হয়
Val hoise
All assam rull
অঁতি ভাল থবৰ
ক্ৱাইলৈ গোৱালপাৰাত মাননীয় উপায়ুক্ত মহোদয়ে চাইকেল ৰেলীৰ আয়োজন কৰিছে। পৰীক্ষা আৰু গৰমক নেওচি কাইলৈ চাইকেল চলাব। ৰ'দ বৰষুণ নলগা জিলা- গোৱালপাৰা
DIGBOI Tu Aag Borale Bhal Hoi
Excellent!!!
বঙাইগাঁও টো একে সময় হলে ভাল হব
Good News
Guwahati
Lakhimpurotu akei timeote hobo ne
Very good
Good information.
অতি ভাল সিধান্ত
Good decision
Biman Borah , Majuli; Ahatguri
Good step. Majulito hbo lage.
Very good dis
Main kota tu pua nai
All assam need to morning class because of hot weather☀️
All District same time
Goodstep
7:30 am thik a ase kintu 12:30 pm tu ake kotha hobo duporiya goromont school, college over mane gorom murot dhoribo 10:30 ba 11:00 pm koribolage.
ৰ৷তিপুয়া বিদ্যালয় আৰম্ভ কৰিব নোৱাৰি দেই, আদেশ দিয়া সকল এচি রুমত বহি কলে নহয়, দুপৰীয়া চূটিৰ সময়ত বেছি কষ্ট হে হয়,
Good
Good newz
Change the office timing also
শ্ৰেণীসমূহহেই বন্ধ হব লাগে।
I m barpeta
যোৰহাট ত হব লাগে
শিৱসাগৰ জিলাত ৭_৩০ ৰ পৰা হৈয়ে আছে
Dibrugarh👍
School should be closed for warm wrather
Emandine goram feel korai asil, ketiyabai koribo lagisil,parents hoi ketiyabai feel.korisilu,schl thoi ahi ghart chinta kori thaku,last holeou good step decision
বন্ধ দিয়ক 15 দিন শিশুৰ স্বাস্থ্য পতি লখৃ ৰাখি ।
Good. 7.30 to11am.hobo lage
Val kotha sibsagor
গোটেই অসমতে একে হ'ব লাগে।
All Assam t pathdan aguaba lagey.
Good step. This steps should also follow in Hailakandi
Bahut bhal 7 Bajaj school hobo lage
Nlbari.bhut grm.ephale exam
এইতো গৰম কমা আশা নাই, গতিকে পাৰিলে একেলগে পূজালৈ বন্ধ হলে বেয়া নহব নেকি?
Nagaon 40 / good step💚
Bohut gorom, amer Chirang District kot
সমগ্ৰ জিলাতে একেটা সময়তে সব লাগে
Dergaon
লখিমপুৰ জিলাত পুৱা ৭.৩০ বজাত হ'ব নে ? হৰ গোহাঁই বিহপুৰীয়া।
Nagaon district ot morning school hobo lag as.
All Assam t ake time hobo lage ,Darrang t aji highest 41 degree hoisil .
Bandho diyok 4-5 din..time agborhai lav nai..puwa 5tar porai 30 degree hoi tapmatra..
12.30 t ghuri ahute botor thanda hobo neki???
Burbokor dore kotha koi aru noo
জোতা পৰিধান কৰাটো বাধ্যতামূলক হ'ব নালাগে