নমিতা কলিতা আৰু লভিতা নাথে একেলগে নামৰ সামৰণি কেনেকৈ কৰিলে চাওঁক Namita kalita & lavita nath

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.พ. 2025
  • মই Ritamani Kalita entertainment চেনেলৰ জৰিয়তে সকলোলৈকে পোন প্ৰথমে মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ 🙏
    মোৰ চেনেলটোলৈ নতুনকৈ অহা সকললৈ বিনম্ৰ অনুৰোধ সকলোৱে যাতে মোৰ চেনেলটো subscribe কৰি দিয়ে লগতে আগতীয়াকৈ মোৰ ভিডিওবোৰ পাবলৈ 🔔 press কৰি ল'ব 🙏
    মই এই চেনেলটো খোলাৰ উদ্দেশ্য হৈছে নাগাৰা নাম প্ৰচাৰ কৰা গতিকে কোনোৱা পাঠকে যদি নিজৰ নামৰ ভিডিঅ'প্ৰচাৰ কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে 🥰‌ মোৰ যোগাযোগ নম্বৰ - 8822514380 🙏
    আপোনালোকৰ মৰম আৰ্শীবাদ মতামত আৰু সহায় সহযোগিতা মোৰ কাম্য 🙏 চেনেলটো আগুৱাই নিবলৈ মোৰ সহায় কৰিব আৰু দিহা পৰামৰ্শ দি যাব 🙏 কৃষ্ণ
    #nagaranaam #nagaranaam #song #assaisian #viralmusic #unfrezzmyaccount #assameese #viralsong #funny #viralvideo #assammusic ‪@refugiomental6032‬ ‪@tseries‬ ‪@suicideboys-G59‬ ‪@ChuChuTV‬ ‪@TheDaniRep‬ ‪@PokemonAsiaHindiOfficial‬ ‪@issei0806‬ ‪@itowngameplay‬ ‪@FreeMusicEgypt‬ ‪@LooLooKids‬ ‪@LittleAngel‬ ‪@DaFuqBoom‬ ‪@vocesabia‬ ‪@nagaranaambitunath6720‬ ‪@N̈̇̃‬ ‪@FWSGaming‬

ความคิดเห็น •