জেলৰ ভাত খোৱাটো খাটাং হৈ পৰিল লাখপতি আচঁনি দহ হাজাৰ ওপৰত ভিডিঅ' বনাই

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ม.ค. 2025

ความคิดเห็น • 269

  • @GunadharTanti-cz8km
    @GunadharTanti-cz8km 27 วันที่ผ่านมา +19

    ফাকিয়া চৰকাৰ সচা কলে বেয়া পায় আৰু ভয় খোৱায় সিহঁতক ভোট দিলে বিপদত পৰিবা দেই ৰাইজ ।তুমি ভয় নকৰি তোমাৰ জয় হ'ব

  • @JitaBorahofficial
    @JitaBorahofficial 27 วันที่ผ่านมา +12

    তুমি ভাল কথা কৈছিলা ভগৱানে তোমাক সহায় কৰিব

  • @monjuheujnursery9724
    @monjuheujnursery9724 หลายเดือนก่อน +39

    লাখ টকা বাদ দিয়ক,দহ হাজাৰ টকাও দিব পৰা নাই যে, প্ৰতিনিধি বিলাকে লাজ পাইছে আকৌ

  • @bipulsaikia4260
    @bipulsaikia4260 หลายเดือนก่อน +26

    আপোনালোকে একো বেয়া কাম কৰা নাই।ভগৱানে কৃপা কৰক,,

  • @MakhaniBuragohain
    @MakhaniBuragohain หลายเดือนก่อน +24

    আইন সকলোৰে বাবে সমান, আপুনি চিন্তা নকৰিব ইয়াৰ সুফল লাভ কৰিব।

  • @KamalaBaishya-w4x
    @KamalaBaishya-w4x หลายเดือนก่อน +25

    দুখ লাগিছে😂😂😂😂😂 ভগৱানে সহায় কৰক আপোনাক

  • @RitumoniBora-wb5cs
    @RitumoniBora-wb5cs หลายเดือนก่อน +50

    সচা কথা ক’লে এই চৰকাৰৰ প্ৰতিনিধিয়ে লাজ পাই ৷

  • @GopalDas-b1p6x
    @GopalDas-b1p6x 2 วันที่ผ่านมา

    ভগৱান আছে আপোনা লোকৰ লগত

  • @bashabdas1685
    @bashabdas1685 29 วันที่ผ่านมา +10

    চিন্তা নকৰিব আপোনালোকৰ একো নহয়

  • @MonikaRay-r6v
    @MonikaRay-r6v หลายเดือนก่อน +15

    দুখীয়া মানুহৰ বিপদ সোণকালে আহে ,সেয়ে নোকোৱাই ভাল। তোমাক ভগবানেসহায় কৰি ব।

  • @iyaruddinalli4623
    @iyaruddinalli4623 วันที่ผ่านมา

    Freedom country state freedom right person don't fear no tension you are right

  • @KalpanaHindiVlogs
    @KalpanaHindiVlogs หลายเดือนก่อน +7

    গৈ আছোঁ ❤❤ চিন্তা নকৰিবা

  • @rulirahman1288
    @rulirahman1288 หลายเดือนก่อน +26

    চিন্তা নকৰিব সতই সদাই জয় ভগৱানে সহায় কৰিব।

  • @BhaskarDeka-pl4sn
    @BhaskarDeka-pl4sn หลายเดือนก่อน +5

    চিন্তা নকৰিব সতই সদাই জয় ভগৱানে সহায় কৰিব

  • @JyotiDas-jb1hq
    @JyotiDas-jb1hq 18 วันที่ผ่านมา +1

    God bless you🌹🌹

  • @7gc970
    @7gc970 29 วันที่ผ่านมา +7

    জেললে গলে ভালে হব । চৰকাৰে ধাৰ খাই থোৱাৰ নাই তহতক টকাৰ দিবলৈ । নিদুখী হলে চিন্তাৰ কৰিব কাৰণ নাই । দুখী হলে জেগা আছে ।

  • @prmix
    @prmix หลายเดือนก่อน +12

    এই বন্ধু জীৱন নিজৰ । আনক আশা কৰি লাভ নাই। গতিকে আনৰ কথাত ভুল গলে নিজৰে বিপদ। নিজেই সাৱধানে থকা, কোৱা আৰু লোৱা উচিত। আপোন ভালে জগত ভাল। এই কথাসাৰ বেয়া পাই কোৱা নাই দেই।

  • @AnkurDas-p5v
    @AnkurDas-p5v 15 วันที่ผ่านมา

    সছা, কথা,ভযনাই❤❤

  • @santoffgaming6708
    @santoffgaming6708 23 วันที่ผ่านมา +4

    চিন্তা নকৰিব চব থিক হৈ জাব আপুনি ভাগি নপৰিব

  • @dilumonibaruah1741
    @dilumonibaruah1741 หลายเดือนก่อน +14

    গছত উঠাই গুৰি কাটে। সময়ত চিন টকা পাইনে নাপাই। বেয়া কথা। চৰকৰ আজি আছে কালি নাই। বেলেগ চৰকাৰ হব পাৰে। আমাৰ মাজত এইবোৰ খোৱা কামুৰা হব নালাগে আমিহলো সৰু মানুহ। লাগি কিবা লাভ আছে জানো। নাজানি কিবা বনালে মকামিলা কৰক দুৱো পক্ষ ই ।

  • @LakhiGohain-g8o
    @LakhiGohain-g8o 29 วันที่ผ่านมา +3

    সত্য সদাই জয় চিন্তা নকৰিব। সচাতো কলে কি লাজ পাব লাগে।

  • @worldadvancedmovies
    @worldadvancedmovies หลายเดือนก่อน +9

    Apuni sinta nokori bo raije apunar logote ase😊😊😊😊😊

  • @rumabora7966
    @rumabora7966 24 วันที่ผ่านมา +2

    বৰমা আপোনাক যে ইমান বেয়কে কৈছে আমাৰ বহুত বেয়া লাগিছে আপুনি যি কৈছে সঁচা কৈছে আপোনাৰ লগত আমি আছোঁ

  • @AminaBegum-q3n
    @AminaBegum-q3n หลายเดือนก่อน +4

    সছা কথা কলে এই চৰকাৰখনে জেলত ভৰাই থয় বাইদেউ ভয় নকৰিব সকলো ঠিক হব

  • @abinahsdas5306
    @abinahsdas5306 28 วันที่ผ่านมา +5

    বাইদেউ আপুনি সঁচা মানুহ আপুনি হতাশ নহ'ল

  • @RituChetia-xd6zn
    @RituChetia-xd6zn 11 วันที่ผ่านมา

    Bohut val kotha dai.

  • @UttamDas-u6c
    @UttamDas-u6c วันที่ผ่านมา

    ভাগ্যত যি হ'ব লগা আছে হ'ব তাৰ বাবে চিন্তা কৰিব নালাগে হোৱাটো হ'ব ভগৱানৰ ওচৰত বিসাক ৰাখা ভয় নাখাব কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @gourigogoi2588
    @gourigogoi2588 17 วันที่ผ่านมา +1

    একো নহয় ভগৱানে সহায় কৰিব চিন্তা নকৰিব

  • @PranabDas-ng7dq
    @PranabDas-ng7dq 29 วันที่ผ่านมา +6

    Apunar. Lagot. Ami. Asu

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy หลายเดือนก่อน +14

    সাধাৰণ এগৰাকী বয়সস্ত মানুহক এনেকাম কৰাটো উচিত হোৱা নাই

  • @debijanibarman3604
    @debijanibarman3604 หลายเดือนก่อน +5

    Mama Laj paise ooo

  • @MonimaPhukon-w2k
    @MonimaPhukon-w2k หลายเดือนก่อน +7

    Ami logot asu

  • @niruprovaniruprova763
    @niruprovaniruprova763 28 วันที่ผ่านมา +2

    আপোনালোকে মিছা কোৱা নাই ৷ আমিও ঘৰে ঘৰে ঘুৰি ফুৰিছিলোঁ মাটি ভৰাই অমৃত কলহত ৷ ক’তা আজিলৈকে একোএ নাই ৷

  • @TaraliDevi-f5h
    @TaraliDevi-f5h หลายเดือนก่อน +5

    God bless you

  • @LakhyaGogoi-b2z
    @LakhyaGogoi-b2z 22 วันที่ผ่านมา +1

    Bahut 😂val lagil

  • @gunakantaburagohain9074
    @gunakantaburagohain9074 หลายเดือนก่อน +2

    May God help you days to come. 🙏

  • @LilyMach-l1b
    @LilyMach-l1b หลายเดือนก่อน +6

    Bohut val khbr ,Pagol Manuhor dore ,Ji age mukhot pagolir Tolonat dence ,Ai boysot Horinam Gano lage ,Aku Raijor hai mat nai ,Asom mukhya Monti sirok ,Kiman Beya byboher kori kori kotha dence ,All the best Disition BJP sorker Jindawaad ,🙏

  • @sanowarhussain902
    @sanowarhussain902 หลายเดือนก่อน +3

    শৈতৰ সদায় জয় 🙏✊🥺

  • @BipulHandique-gv2gu
    @BipulHandique-gv2gu หลายเดือนก่อน +6

    পালি এইবাৰ ফকতিয়া কামবোৰৰ ফল ?

  • @BidyutDutta-cg7uo
    @BidyutDutta-cg7uo 17 วันที่ผ่านมา +1

    এখন আঁচনি প্ৰস্তুত কৰোতে সময় লাগে দিও বুলিলে দিব নোৱাৰে ন,কি ভাল কাম কৰিছিল আপোনালোকে এতিয়া বিপদত পৰি দেখাই কাম দেখাই আছে,ভিদিঅ বনোৱা সময়ত কাম নাছিল নি।কিয় আপোনালোকে এজোপা গছপুলি এনেই ৰুপন কৰিব নোৱাৰে টকা পালেহে পাৰে ন।

  • @patrishmunda2944
    @patrishmunda2944 26 วันที่ผ่านมา +1

    অলপ ধয্যধৰি কথা পাতেক আ চি চাৰৰ লগত

  • @alamali773
    @alamali773 3 วันที่ผ่านมา

    Very good

  • @KamalDaimary-gw8wk
    @KamalDaimary-gw8wk 28 วันที่ผ่านมา +2

    Cort tot kestu pothiale jodi apuni ukil ajon dhori kenedhoronor pratibad korisila teunk bhaldore jnaba hei ukile toka alop khabo kintu teu bosabo dei thankyou

  • @AbhijitPatiri
    @AbhijitPatiri หลายเดือนก่อน +8

    ভয় কৰিব নালাগে। ভগৱানে সহায় কৰিব।

  • @NabajyotiaHazarika
    @NabajyotiaHazarika หลายเดือนก่อน +6

    ভালেপাইচো বেচিতেল

    • @GayatriDevi-mz1vo
      @GayatriDevi-mz1vo หลายเดือนก่อน

      তহত ভাল নেকি

  • @PriYamHA
    @PriYamHA หลายเดือนก่อน +10

    ভয় নকৰিব ।ক'টলৈ কেচটো পঠিয়ালে ভালে হ'ল,একো চিন্তা নকৰিব।একো নহয়। মেজিষ্ট্ৰেট দে সুধিব কিয় এনেকুৱা ভিডিঅ' বনাইছিল। চিন্তা কৰি নাথাকিব।দিন লাগিব হয়তু আপোনাক ভয় ও খুৱাব পাৰে।

  • @jboruah8404
    @jboruah8404 21 วันที่ผ่านมา

    Val nalagil

  • @anjanadas5377
    @anjanadas5377 หลายเดือนก่อน +9

    জি সকলে‌ গছত উঠাই ‌গুৰিকাটিছে‌‌ তেওঁ লোকক কিন্তু মানিছো দে।

  • @PrasantaBaruah-s9e
    @PrasantaBaruah-s9e 15 วันที่ผ่านมา

    চিন্তা নকৰিব ভগৱান আছে......

  • @MridulaRoy-qu9cl
    @MridulaRoy-qu9cl หลายเดือนก่อน +46

    Xosa kotha dada. Bipodar somoiot kuno nathaka. Val dinot hokalo thaka bipodot gota bilak poloi.

    • @DibaTongla-lx9lw
      @DibaTongla-lx9lw หลายเดือนก่อน +10

      Poisadimbolikoletopoisadibolagibolage hemontokinidukhimanukjalkhubokaronekiministarhoise

    • @DibaTongla-lx9lw
      @DibaTongla-lx9lw หลายเดือนก่อน

      Bohutbeahoteneholemukhomonteieridekalicongresfineholekiamakkijallokhubaboneki

    • @DebasisBarman-s9m
      @DebasisBarman-s9m หลายเดือนก่อน +1

      ❤❤❤

    • @ArupBaruah-kg6pu
      @ArupBaruah-kg6pu 15 วันที่ผ่านมา

      Toy kio nathaka

  • @LachitRajbonshi
    @LachitRajbonshi 16 วันที่ผ่านมา

    ❤❤❤❤❤❤

  • @toramaihazarika6527
    @toramaihazarika6527 หลายเดือนก่อน +4

    তোমাৰ নিজৰ উপৰত বিশ্বাস আছে যদি ভয় নকৰিবা

  • @PopyGogoi-p8l
    @PopyGogoi-p8l 9 วันที่ผ่านมา

    😊😊😊.

  • @NirmalBoro70
    @NirmalBoro70 3 ชั่วโมงที่ผ่านมา

    Good

  • @minagogoi7643
    @minagogoi7643 27 วันที่ผ่านมา +1

    হিমু মামা লাজপাইমীনা গগৈ

  • @lohatinmofizali8509
    @lohatinmofizali8509 13 วันที่ผ่านมา

    Video bor say val paw aponak abar log paboloy issa

  • @KrishnaBorah-ou8kw
    @KrishnaBorah-ou8kw หลายเดือนก่อน +5

    কিনো দৰকাৰ আছিল বেল বেলাই থাকিব মৰ এতিয়া

  • @JaganathDahal
    @JaganathDahal 29 วันที่ผ่านมา +1

    উপকাৰীক আজগৰে খায়,দহৰ হিত কৰিবলৈ গৈ এইটোৱে হ'ল। ভয় নকৰিব কাৰো হত্যা কৰা নাই। কিন্তু চৰকাৰৰ প্ৰতি বহুবাৰ ভিডিঅ' দ্বাৰা তাচিলয কৰা বাবে ভৱিষ্যতে নকৰিবৰ বাবে সতৰ্ক কৰিছে।

  • @TutumoniKhanikar
    @TutumoniKhanikar หลายเดือนก่อน +6

    দুখ লাগিছে

  • @Dimbeswar-k9c
    @Dimbeswar-k9c หลายเดือนก่อน +2

    ভয় নকৰিব সব ঠিক হৈ যাব

  • @MitaliBuragohain-k5z
    @MitaliBuragohain-k5z หลายเดือนก่อน +1

    Moja

  • @munindraborgohain6054
    @munindraborgohain6054 29 วันที่ผ่านมา +1

    Nihar.varit.nijei.thiya.diyak..lunar.dhnle.akha.nkarib.❤❤❤❤

  • @leenasan.
    @leenasan. หลายเดือนก่อน +2

    C m k kya beyakoi gali parishila moja paisha verigoog

  • @bogennarah2316
    @bogennarah2316 หลายเดือนก่อน +1

    চিন্তা নকৰিবা বাইদেউ

  • @kanikadeka2591
    @kanikadeka2591 25 วันที่ผ่านมา +1

    ৰাইজে তোমালোকক কৈছিল নেকি,যে আমাৰ বাবে মাত মাতক বুলি?

  • @ddas4452
    @ddas4452 29 วันที่ผ่านมา +3

    এই খন মামা চৰকাৰ হয় চৰকাৰ বেয়া টো কলেই জেললৈ যাব লাগিব।

  • @junmonigogoi5037
    @junmonigogoi5037 หลายเดือนก่อน +2

    Bhale hoise. Lukor Toka kiyo akha koribo Lage....

  • @bulletlifes9060
    @bulletlifes9060 หลายเดือนก่อน

    Beta lagosa , God bless you ,

  • @popibaruah3204
    @popibaruah3204 หลายเดือนก่อน +3

    এইখন চৰকাৰ সচা কথা কলেই বিপদ ।

  • @mridulsaikia3585
    @mridulsaikia3585 หลายเดือนก่อน +1

    Best acting

  • @RinkumaniDeka-ge4sd
    @RinkumaniDeka-ge4sd 19 วันที่ผ่านมา

    উচিত কথা কোৱা মানুহৰ বিপদ বেচি ।

  • @rumabora7966
    @rumabora7966 24 วันที่ผ่านมา +1

    আপোনা লোকৰ ঘৰ কত

  • @user-hq6qv3yo1opriuuu....
    @user-hq6qv3yo1opriuuu.... 13 วันที่ผ่านมา

    Bikash moi Aasu your ades

  • @Runjunborah-un5zk
    @Runjunborah-un5zk หลายเดือนก่อน +5

    হব দিয়া😂😂😂 অ বনাই থাকা

    • @binabosumatary-oq8rs
      @binabosumatary-oq8rs 27 วันที่ผ่านมา

      Ai sorkaray mohila hokolok putolar doray bebohar kori asay hosa Kota kuwar bay bay las paisay sorkaray
      Voi nakhabo khuri aru dada vogonok antoror prarthana Kari thakok vogobanay rasta dekhuwabo apunalukok

  • @crazygaming8141
    @crazygaming8141 หลายเดือนก่อน +5

    হিমন্ত লাছ পাইছে টকা দিম বুলি কৈ দিব নোৱাৰিলে নিদিয়ে আৰো কোনোৱে যদি কয় সকলোকে জেলত ভৰাই দিব

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js หลายเดือนก่อน

    যদি সঁচাকৈয়ে সুকৰ্ম কৰি থাকে তেন্তে অলপ সময়ৰ পিছতে ৰাতি পুৱাবৈ আৰু এই এন্ধাৰ গুচিব। সুফল প্ৰাপ্ত হব।

  • @kusumbaruah2336
    @kusumbaruah2336 หลายเดือนก่อน +2

    বুঢ়া বয়সত ডাঙৰ ভূল কৰিলি oii সৰকাৰ বাইদেউক ৰাখি থৈ দিবি

  • @alakarabha6314
    @alakarabha6314 หลายเดือนก่อน +4

    থানাত মতা কাৰনে বেয়া লাগিছে

  • @Onlyone-ks3yp
    @Onlyone-ks3yp หลายเดือนก่อน +6

    সচা কথা কলো চৰকাৰৰ গাত লাগো

  • @HemchandraBoruah-x6k
    @HemchandraBoruah-x6k หลายเดือนก่อน

    A mojja

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg หลายเดือนก่อน +4

    ভিডিঅ'কৰি ৰাইজৰ কমেণ্ট পোৱাৰ আশাত এতিয়া মজা পাইছে নহয় নে?আপোনালোকে নিশ্চয় জানে কবিতা লিখিও জেললৈ যোৱা ঘটনা।

  • @umeshkardong6116
    @umeshkardong6116 หลายเดือนก่อน +1

    চৰকাৰে লাখ পতি বাইদেউ নালাগে দহ টকাৰ ভন্টীও বনাব নোৱাৰে ।

  • @padumborah47
    @padumborah47 23 วันที่ผ่านมา +2

    অকলে প্ৰতিবাদ কৰিব গ'লে গতি এনেকুৱা হয়।
    কাম নাপালি কৰিবলৈ।
    পা মাজা আৰু কেজনী মানে কয়‌ থাকে।

  • @jhoondeka8568
    @jhoondeka8568 หลายเดือนก่อน +1

    আইনৰ ওপৰত বিশ্বাস ৰাখক । ভয় নকৰিব

  • @MitraPrasad-g7h
    @MitraPrasad-g7h หลายเดือนก่อน

    U are Right...God bless you

  • @lakhinathkuli8669
    @lakhinathkuli8669 หลายเดือนก่อน +2

    বাইদেওর বিদিঅতো ভালেই আছিল ।

  • @JonalinathJonali-t7g
    @JonalinathJonali-t7g 15 วันที่ผ่านมา

    Apunaloka khoma khojoke aru gotor pora olyajoyoke

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 27 วันที่ผ่านมา

    জেলৰ ভাত ফ্ৰী, টেটু গুৰিলৈকে খাব লাগে, ভাতখোৱাৰ পাচতে ৪টামান হজমুলা পাগলী গিলি দিব ৷ টিকাত দিয়া কোবৰ দাগ কেইটাটো দেখাব পাৰেটো 😅

  • @dulusaikia8726
    @dulusaikia8726 29 วันที่ผ่านมา +1

    V D O টো ধেমেলীয়াকৈ বনোৱা হৈছিল তা😅তাতে কেচদিব লাগে নেকি

  • @Tulikakalita0000
    @Tulikakalita0000 19 วันที่ผ่านมา

    একো নাই। দিয়া নাই বাবে কৈছিল

  • @UraniBaro-s1k
    @UraniBaro-s1k 29 วันที่ผ่านมา

    Hosa kotha kole beya pai sorkare bhogobane hohai koribo aponalokok ❤

  • @HimanBarman-dx9yg
    @HimanBarman-dx9yg 21 วันที่ผ่านมา

    😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @NishaNisha-n3h
    @NishaNisha-n3h 28 วันที่ผ่านมา

    ❤❤❤❤❤❤❤❤❤

  • @ToraBaruah-l7j
    @ToraBaruah-l7j หลายเดือนก่อน

    Xosa koi doh hajar tokar karone bohut koruwale deii amak

  • @DipaliNeog-r5w
    @DipaliNeog-r5w 27 วันที่ผ่านมา +1

    Ki dorkar ase blg video bonably ni naki haituhe acil aru n

  • @gungunbora708
    @gungunbora708 หลายเดือนก่อน +3

    সেই কাৰণে জোখতকৈ বেছি কৰিব নালাগে

  • @SaidulIslam-v1k9h
    @SaidulIslam-v1k9h 4 วันที่ผ่านมา

    Santa Nokoribi Somadhan Hobo

  • @joysingh2414
    @joysingh2414 หลายเดือนก่อน

    Good 👍

  • @bolendowarah9188
    @bolendowarah9188 หลายเดือนก่อน +5

    চৰকাৰৰ চৱ আঁচনী লাগে কিন্তু সমালোচনা ,বদনাম কৰি থাকিব।ইফালে আঁচনী লাগে এফালে দেখিব নোৱাৰে ,সন্তুষ্ট নহয় ,অ কৃতজ্ঞ। সীমা চেৰাই চৰকাৰক বিৰোধীতা কৰিব নে লাগে।ধৈৰ্য ধৰকচোন এই চৰকাৰে আপোনালোকৰ বাবে কি কৰা নাই? যোগ্য হোৱা হেতেন বিনাঘোচত চাকৰী পালে হয়।

  • @SuyabAli-x4i
    @SuyabAli-x4i 13 วันที่ผ่านมา

    B,J,P,kedebo lage