Special meeting! opposition parties meet at Guwahati regarding the political future of Assam

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ธ.ค. 2024

ความคิดเห็น •

  • @kamelgogoi4916
    @kamelgogoi4916 ปีที่แล้ว +11

    অখিল আৰু লুইণ এক হ তেতিয়া হে কিবা হব

    • @rg9577
      @rg9577 ปีที่แล้ว

      Eku laabh naj

  • @krishnagogoi1657
    @krishnagogoi1657 ปีที่แล้ว +9

    সুন্দৰ পদক্ষেপ |

  • @bhaskarborah4254
    @bhaskarborah4254 ปีที่แล้ว +9

    অসমৰ স্বাৰ্থত হ'লে ধন্যবাদ 👋

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว +7

    সুন্দৰ ।

  • @bigantapatar6326
    @bigantapatar6326 ปีที่แล้ว +13

    Good decision

  • @rajlk1706
    @rajlk1706 ปีที่แล้ว +5

    তিনি গগৈ লগ হোৱাতোয়ে বিচাৰিছিলো, আৰু সেই তিনিয়ৰে যিকোনো এজনেই মুখ্যমন্ত্ৰী হোৱাত একো আপত্তি নাই, তিনি গগৈ লগ হ'লে বিপুল ভোটত জয়ী হোৱাতো নিশ্চিত

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 ปีที่แล้ว +21

    কংগ্ৰেছ দুৰ্বল বুলি কব নোৱাৰি কিন্তু সুসংগঠিত নহয় ।ৰাহুল গান্ধীৰ ভাৰত যোৰো অভিযানৰ সময়ত এটা ঢৌ প্ৰবাহিত হৈছিল আৰু শুই থকা লাখ লাখ কৰ্মী জাগৃত হৈ আলোড়ন সৃষ্টি কৰিছিল । ঠিক সেই ধৰণৰ জাগড়ণ অসমত হলেহে বিজেপিৰ দৰে শক্তিশালী দলৰ লগত যুঁজিব পাৰিব ।

  • @tahimabegum5896
    @tahimabegum5896 ปีที่แล้ว +5

    অখিল লুরিন ভূপেন এক হলে বিজয় নিশ্চিত। আমি আদরণি জনাইছো।

  • @alokdutta5907
    @alokdutta5907 ปีที่แล้ว +9

    সুন্দৰ পদক্ষেপ,বিজেপিৰ বি' টিম এ.আই.ইউ.ডি.এফক বাদ দি সকলো বিৰোধী আঞ্চলিক দল একত্ৰিত হব লাগে এইয়া বৰ্তমান সময়ৰ এক আহ্বান । বিৰোধী একত্ৰিত হলেহে বিজেপিৰ বিৰুদ্ধে শক্তিশালী যুদ্ধ কৰিব পৰা যাব নহলে বিৰোধী দল বা নেতা একত্ৰিত নহলে কাহানিও কোনো জীৱনতে বিজেপিক পৰাভূত কৰিব পৰাটো কাহানিও সম্ভৱপৰ নহব ।

  • @jundihingia2231
    @jundihingia2231 ปีที่แล้ว +5

    আমিও আশা ৰাখিচো। আপোনালোক জয়ী হক। যদিহে এ আই ইউ ডি এফক বাদ দি সকলো এক হয়।

  • @kanaksonowal8602
    @kanaksonowal8602 ปีที่แล้ว +8

    ৰাইজে কয়, টাকাৰ কাছে গোপাল নাচে। গতিকে মই ভোটাৰ হে, নাচিমেই! 😀😀😀

    • @rivanondita6679
      @rivanondita6679 ปีที่แล้ว +1

      Akhil. Gogi humalaa jodi hokolu hakh lion b j p

  • @TC-nn6sn
    @TC-nn6sn ปีที่แล้ว +4

    Very good step. .. Try your best. Unity is power. .

  • @BillalHossain-kb4kv
    @BillalHossain-kb4kv ปีที่แล้ว +3

    Well done

  • @bidisha3082
    @bidisha3082 ปีที่แล้ว +1

    অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত মই একমত কিন্তু মিছা পলোভনেৰে একগোট নহ'ব । যদি সঁচা মই আপোনালোকক সমৰ্থন কৰিছো ।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 ปีที่แล้ว

    লূৰীনৰ নেতৃত্বত আগবাঢ়ি যাওক । অখিল ৰাইজৰ দৃষ্টিত প্ৰতিপালিত হ'ব লৈ আৰু কিছু দিনৰ দৰকাৰ হ'ব , কথা বতৰা, মন্তব্য আদিৰ মানদণ্ড তেওঁৰ এতিয়াও পুৰঠ হ'ব লৈ বাকী । কংগ্ৰেছৰ গগৈৰ দ্বাৰা অসমৰ এদিন উন্নতিৰ নিৰ্মাণ সকলো দিশতে প্ৰস্তুত হৈ জিলিকি থাকিব ।

  • @dibakarswargiary235
    @dibakarswargiary235 ปีที่แล้ว +5

    Great; but it smoothly should be acted tody before, because Assembly is started.

  • @jakir8327
    @jakir8327 ปีที่แล้ว +4

    Good Decision , Congress zindabad | Jai Hind Jai Bharat 🇮🇳

  • @aruntawofficial7238
    @aruntawofficial7238 ปีที่แล้ว +1

    Good

  • @TC-nn6sn
    @TC-nn6sn ปีที่แล้ว +2

    Hokolu birudhi akelog houk .. success .. hoboi.

  • @jayantasaikia8543
    @jayantasaikia8543 ปีที่แล้ว +6

    Result = 00

  • @minakhichetia1896
    @minakhichetia1896 ปีที่แล้ว

    Good decision 👍🏿

  • @kamalkalita338
    @kamalkalita338 ปีที่แล้ว

    ভালে হব

  • @bhargavswargiary5460
    @bhargavswargiary5460 ปีที่แล้ว

    শুনিছো,ৰাজনীতিত হেনো ভোটৰ অংক নামত,কামত বোলে ভোটৰ বাকচহে।কাৰণ আজি বিছ বছৰ আগত কংগ্ৰেছ প্ৰতিনিধিয়ে গণ্তি কাৰ্য্যত জয় মালা লগত লৈ গৈছিল!

  • @daibakideka4126
    @daibakideka4126 ปีที่แล้ว

    ভোটাৰ পাৰ্টি ইন্টাৰনেছনেল আৰু আপকো ৰাখিব লাগিব

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3le ปีที่แล้ว

    Very good decision.

  • @afterhussain3245
    @afterhussain3245 ปีที่แล้ว +3

    Etiahe rakhya poribo axom

  • @amitmukharjee6907
    @amitmukharjee6907 ปีที่แล้ว +1

    Arunodoi dibo na?

  • @sukumarbaishya8549
    @sukumarbaishya8549 ปีที่แล้ว +1

    Olp lav hobo.. kin2 apunaloke jikar anko t he j aibor natok kori ase Jane sakoluye. Development korar sartho aku nai apunLokor.

  • @mintusaikia8875
    @mintusaikia8875 ปีที่แล้ว +1

    এইবোৰ হল কাগজৰ বাঘ। কি ডাল হব । মেকুৰীজাতীয় দলৰ লগত লগ লাগি সিংহ জাতীয় দলৰ লগত ফেৰ মাৰিবলৈ যোৱাটো আটলান্টিক মহসাগৰত চাং পটাৰ দৰে হব।

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว +1

      বিজেপি সিংহ নেকি ? ঘণ্টা 😂😂😂

  • @hridayjitsharma4808
    @hridayjitsharma4808 ปีที่แล้ว +1

    অজিত কুমাৰ ভূঞাদেৱকো আমন্ত্ৰণ জনাওক ।

  • @amitmukharjee6907
    @amitmukharjee6907 ปีที่แล้ว +1

    Current prepaid is bad for poor

  • @Rindawmuchari
    @Rindawmuchari ปีที่แล้ว

    সাপ,,নেউল,,কুকুৰ,মেকুৰী চব একলগ হলেও সিংহৰ নোম এডাল হিলাব নোৱাৰে

  • @rupamborah7002
    @rupamborah7002 ปีที่แล้ว

    আশাৰ ৰেঙণি

  • @trishnachannel7176
    @trishnachannel7176 ปีที่แล้ว

    I'm inthe

  • @pranabofficial8951
    @pranabofficial8951 ปีที่แล้ว +1

    Kam no hobo,sibur hara manuh

  • @syedforidhussain90
    @syedforidhussain90 ปีที่แล้ว

    How we should Resignation of Mama ?

  • @Akash-ok7su
    @Akash-ok7su ปีที่แล้ว

    Lurin Akhil go back, BJP long live

  • @rajukumarboruah4466
    @rajukumarboruah4466 ปีที่แล้ว

    AIUDF BJP PIR SUPORTER.

  • @syedforidhussain90
    @syedforidhussain90 ปีที่แล้ว

    Bhupen Bara credited brain of Samujal Kr bhatt ( _ + _ ) !

  • @monumb4659
    @monumb4659 ปีที่แล้ว +1

    Jode assamor sarthot apunaluk 3ta dol 1hoi tatia assamot B.J.P pora mukto hobo parela nejor sartho noholau raijor sarthot apnaluk 3 jon 1hok,

  • @prodipborah8794
    @prodipborah8794 ปีที่แล้ว

    Nichartho vabe kam korok val hobo.

  • @maneswarboro9390
    @maneswarboro9390 ปีที่แล้ว

    Leader keijonor kotha bhorokha kribo nawari.

  • @sondipthakur1705
    @sondipthakur1705 ปีที่แล้ว

    Sarkari.matit.thoka..manuh.kak.vot.dibo.aru.miyadi.matit.thoka.manuh.kak.vot.dibo.tare.sinta.hoklu.raijor.

  • @habezali4738
    @habezali4738 ปีที่แล้ว

    Eybar.birati.sarkar.karib.amrikat

  • @mdrustamali4278
    @mdrustamali4278 ปีที่แล้ว +1

    4 parsent ahome birodhir sokolo adhikar bhog koribo neki?

  • @Rubulgogoi209
    @Rubulgogoi209 ปีที่แล้ว +5

    ঘেণ্টা । এইকেইটা দলৰ সাংগাঠনিক স্থিতি একেবাৰেই দূৰ্বল । বহু ঠাইত বুথ সমিতিয়েই নাই । সাংবাদিক মহোদয়া কিহৰ ভিত্তিত আপুনি কলে যে বিৰুধীৰ আজিৰ সভাই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপত নিৰ্ণয় কৰিব ? তথ্য ভিত্তিক কৈছো বিৰুধীৰ দখলত থকা শিৱসাগৰ সমষ্টিতে কংগ্ৰেছ / ৰাইজৰ দল / অ জা প ৰ বহু ঠাইত বুথ সমিতিয়েই নাই । সংবাদৰ নামত মিছা কথা কৈ পেইড নিউজ ধৰ্মী নিউজ কৰিলে বেয়া দেখি ।

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว

      বিজেপিৰ অন্ধভক্তই বিৰোধীক বেয়া পোৱাটো নিত্যান্তই এক স্বাভাৱিক কথা তাতে কিবা এটা সুযোগ পালে বিজেপি দলে কথাই প্ৰতি বিৰোধীক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয় ।

  • @moniramkalita735
    @moniramkalita735 ปีที่แล้ว

    Ak brahat darkar hoboi amadmir dol bjp rss nasat karar lokhya nichit hoboi Assamat aibar Assam buliya nohai samagrah desh jori

  • @ShantanaRajkhowa
    @ShantanaRajkhowa ปีที่แล้ว

    👍🙏

  • @17Dp17
    @17Dp17 ปีที่แล้ว +1

    একো কৰিব নোৱাৰে, বুদ্ধি লাগিব মিটিং কৰিলেই নহব

  • @bishwaraj3340
    @bishwaraj3340 ปีที่แล้ว +1

    Results =14-14+14×0=00😂😂😂

  • @moniramkalita735
    @moniramkalita735 ปีที่แล้ว

    Birodhiya nichit raijor astha lave kariboi iya sujug birodhi maholor

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 ปีที่แล้ว

    AJP+RD+INC=14

  • @parashgogoi2076
    @parashgogoi2076 ปีที่แล้ว

    Bhupendai kiba khai thake haha

  • @rinimahoque6912
    @rinimahoque6912 ปีที่แล้ว

    Udf k matile aku agr Dre hb .

  • @Abcd-im5cm
    @Abcd-im5cm ปีที่แล้ว

    Only BJP Assam ot
    Baki kam nai
    Lurin bhupen akhil eko kam nai

  • @RajkumarRajkumar-qw7yy
    @RajkumarRajkumar-qw7yy ปีที่แล้ว +1

    Mur konitu koribi

  • @trafalgarlaw4778
    @trafalgarlaw4778 ปีที่แล้ว +1

    NO ST NO REST

  • @pradipkumarkalita99
    @pradipkumarkalita99 ปีที่แล้ว +1

    অখিল টো এটা ফটুৱাই পিছে লুৰিণৰো যে টকা ঘটাই একমাত্ৰ লক্ষ্য সেইটো এতিয়া ৰাইজে ভালদৰে বুজি পাইছে।79চনত বিদেশী খেদিব বিছৰা ছাত্ৰ নেতা এতিয়া টকাৰ কাৰণেই Congress ৰ ভৰি চেলেকিবলৈ ললে। গতিকে এই ছাত্ৰ সংগঠন টোৰ আচল ৰূপ এতিয়া ৰাইজে দেখিব পালে।885জন শ্বহীদৰ তেজ খোৱা ছাত্ৰ নেতাসকলক জনতাই কেনেকৈ শিক্ষা দিব লাগে ভালদৰে জানে ।

    • @banjitchangmai4047
      @banjitchangmai4047 ปีที่แล้ว

      নিজৰ কাম কৰ তোৰ চাৰ্টিফিকেট নালাগে,,

  • @gkbhitechlenses
    @gkbhitechlenses ปีที่แล้ว

    Ako lov nahai, jadi he amar khilanjiya raijor majat Biswas aru jagaran sristhi karak

  • @popybora173
    @popybora173 ปีที่แล้ว

    Akhil aru lrunjuty laj nai

  • @mamu1469
    @mamu1469 ปีที่แล้ว +2

    Luna Uddin Bangladeshi usko jail mein dalna sahi hai

  • @tapandas5309
    @tapandas5309 ปีที่แล้ว

    base less opposition.

  • @anuwaruddinmiya2181
    @anuwaruddinmiya2181 ปีที่แล้ว

    Bjp jindabad

  • @smviews632
    @smviews632 ปีที่แล้ว

    Kam nohobo....... Only BJP.........
    and Only Mama......

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว +1

      ঘণ্টাৰ বিজেপিৰ এইবাৰ একো কাম নহব ।

  • @shahjahanali1735
    @shahjahanali1735 ปีที่แล้ว

    Without AIUDF Result o

  • @fulenrabha680
    @fulenrabha680 ปีที่แล้ว

    Lllllll

  • @Lionlio.
    @Lionlio. ปีที่แล้ว

    Labra bhaji

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว

      গো-মূত্ৰ খোৱা নাগপুৰীয়া ফেউৰা অন্ধভক্ত ।

  • @padmachetry5857
    @padmachetry5857 ปีที่แล้ว

    Kam nai ihatar

  • @supernicetv7080
    @supernicetv7080 ปีที่แล้ว

    100%righ deceshion

  • @gautomgogoi699
    @gautomgogoi699 ปีที่แล้ว +1

    Good

  • @nabajyutibaishya5800
    @nabajyutibaishya5800 ปีที่แล้ว +6

    Good

  • @swapansarma5966
    @swapansarma5966 ปีที่แล้ว +1

    Good