Xaboti Luwana || Nikhil Chetry || Pankaj PuNK || Lyrical Video 4K || SSS Present

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.พ. 2025
  • Xaboti Luwana || Nikhil Chetry || Pankaj PuNK || Lyrical Video 4K || SSS Present
    Download OR Live Play - baahi.xomoy.co...
    Song - Xaboti Luwana
    Singer - Nikhil Chetry
    / manjit.chetry.9
    ...
    Music & Lyrics - Pankaj PuNK
    www.instagram....
    ...
    Editing & VFX - Utpal Hazarika
    Contect No. 8876837073
    / utpal.hazarika.choreog...
    ...
    Presenting - SSS (Studio Sun Shine)
    ...
    Special Thanks To - Mukesh Mark
    Lyrics Of Song XABOTI LUWANA :-
    মোৰ প্ৰতি খোজত
    মোৰ প্ৰতি সুৰত
    তুমি আহি ৰোৱানা
    মোৰ সীতানতে
    তুমি মনে মনে
    মোক সাৱটি লোৱা না (x2)
    মৰমেৰে আহি মোৰ হৃদয়ত
    তুমি জিৰণি লোৱা না
    তোমাতে মই মগন হয়ে ৰম
    মোক বিলিন হব দিয়া না
    মোৰ প্ৰতি খোজত
    মোৰ প্ৰতি সুৰত
    তুমি আহি ৰোৱানা
    মোৰ সিতানতে
    তুমি মনে মনে
    মোক সাৱটি লোৱা না
    MUSIC - - - - - - - - - - -
    ভালপোৱা বোৰ চিয়াহী হলে
    লিখিললো হয় তোমাৰে নাম
    ভাল পোৱা বোৰ বৰষুণ হলে
    বৰৰ্ষা থলো হয় তোমাৰে নাম (x2)
    মোক ৰদালীয়ে পোহৰ দিলে
    পোহৰ যেন নালাগে
    মোক তুমি মৰম নিদিলে
    মৰম যেন নালাগে
    মৰমেৰে আহি মোৰ হৃদয়ত
    তুমি জিৰণি লোৱা না
    তোমাতে মই মগন হয়ে ৰম
    মোক বিলিন হব দিয়া
    মোৰ প্ৰতি খোজত
    মোৰ প্ৰতি সুৰত
    তুমি আহি ৰোৱানা
    মোৰ সিতানতে
    তুমি মনে মনে
    মোক সাৱটি লোৱা না
    Xaboti Luwana || Nikhil Chetry || Pankaj PuNK || Lyrical Video 4K || SSS Present
    #XabotiLuwana #NikhilChetry #PankajPunk

ความคิดเห็น • 58