Ki 2014 para hb lagisil neki sala Bangladeshi good decision loise sc.ami BJP r andha vokta nhy2 mukhre ky 1951 aru bangladeshi r boja lb 2014 para garu murkh
Assam treat as Colony in India other states in India Citizenship base year 1951 and in Assam our citizenship base year 1971 counting looking into birthday for Bangladesh 25th March 1971.After all we have to survive till country's secularism colour after conversion in Islamic rule other religion base people in India what Minorities in Islamic countries same they will loss religion,Sanatani coulture,Buddhist coulture and other fundamental rights we are enjoying in Secular Bharat.Bharat name also will delete.
ধন্যবাদ উচ্চতম ন্যায়ালয় । বহুদিনীয়া সমস্যাৰ সমাধান হ'ল ।
হাৰিলোঁ।
Atia nohoi, tetiai jetia Mahanta & co sukti korisil
Ki 2014 para hb lagisil neki sala Bangladeshi good decision loise sc.ami BJP r andha vokta nhy2 mukhre ky 1951 aru bangladeshi r boja lb 2014 para garu murkh
Mojah ❤❤❤❤❤
❤❤ good
Thanks soprimcourd
Thanks SC and Amsu🎉
ছাএ সণথ ই এতি যা বিদেশীৰ ণৰা ঘোষ লব পাৰিব। ধংস কৰিলে খিলনজিযাক।নিপাত নিপাত য ওক।
SC k danyabad
AMSU zindabad
বিদেশী বহিস্কাৰৰ ভিত্তি বছৰ যিয়েই নকৰক কিয়, চৰকাৰৰ সদ্দিচ্ছা নেথাকিলে কোনো লাভ নহ'ব, সেয়া ধুৰূপ @ খাটাং 💯💯💯 গতিকে খাটি অসমীয়া সকলে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যাতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায় আখৰে আখৰে পালন কৰে 💯💯💯 ( বৰ্তমানৰ , ৰাজ্য চৰকাৰখনে কিবা এটা যে কৰিব আশা খুব কম ⁉️💯)
কঙগৰেছ আচু ৰ বাবে শুভ দিন ।
ASsu zindabad
bangladeshi Hindu zindabad
Thank you supreme court zindabad
Amsu zindabad
তেনেহলে কিয় দীর্ঘদিন অপেক্ষা করিব লগীয়া হ'ল ! বা ইমান হৈ হৈ করিব লগীয়া হ'ল !
❤❤❤
Right
Axom future bhoout dangerous 😢😢assy pisoli, 1951 hobo lagisile
অসমীয়াই অসমীয়াৰ শত্ৰু । চৰকাৰে বিদেশী বুলি কাক খেদিব । অসমত এজনো বিদেশী নাই ।
BTC is the best ❤❤❤
Moja
উচ্চতম ন্যায়লয় আৰু চৰকাৰৰ ভূলৰ বাবেই এদিন অসম খন পেলেষ্টাইন লৈ ৰূপান্তৰিত হৱ তাৰ বাবে চৰকাৰেই দায়ী হৱ,অসমক কৰি অহা অন্যায় উত্তৰ পুৰুষে কেতিয়াও মানি নলয়,১৯৪৭ চনৰ পৰা কৰি অহা অসমক অন্যায় উত্তৰ পুৰুষে সহজ ভাৱে গ্ৰহন নকৰে,চৰকাৰে অসমীয়াক নিশকটিয়া কৰিবলৈ হে অসমৰ ভূমি বহিৰাগত বনিয়াক হস্তান্তৰ কৰি আছে যাতে অসমীয়া ভগনীয়া জাতিলৈ ৰূপন্তৰিত হয়।না খেতি-না মাটি -না ভাষা-না জাতি ,না বা জেগা বাঁস না বা জেগা বাসঁৰি।
So sad 😭
1951 hob lagisile
ছুপ্ৰিম কোৰ্টে যি ৰায়দানেই নকৰক কিয় , সেইসময়ৰ কংগ্ৰেছ চৰকাৰে এজনো বাংলাদেশী বিদেশী খেদিব নোৱাৰা ব্যৱস্থা কৰি থৈ গৈছে। মহা মূৰ্খ আছু আৰু অগপ দলৰ নেতা বোৰৰ মুৰ্খামীৰ বাবেই আজি সকলো বিদেশী স্বদেশী হ'ল।এন আৰ চি খনো কংগ্ৰেছৰ বাবেই বুমেৰাং হ'ল। এতিয়া বাংলাদেশীৰ কথা ওলালেই কংগ্ৰেছ, অখিলুদ্দিন মিঞা আৰু লুৰিণুদ্দিন মিঞা হতে ভোটৰ লোভত খিলঞ্জীয়া জনগোষ্ঠীক প্ৰতাৰণা কৰি সিহঁতৰ হৈহে ওকালতি আৰম্ভ কৰে। গতিকে এইবোৰ বকি একো লাভ নাই, কংগ্ৰেছ আৰু বিৰোধীপক্ষৰ দালালিৰ বাবেই এজনো বাংলাদেশী বিদেশী বহিস্কাৰ কৰিব কেতিয়াও নোৱাৰে।
BJP য়ে 2014 লৈকে অহা বাঙালী হিন্দুক নাগিকত্ব দিছে।
Miya khub anando hoise ai ratdanor pasot.
পৰমুখাপেক্ষী হব নালাগে । নিজেই হাতে কামে লাগি যাওক ।
সাংবাদিক ডাঙৰীয়া আপোনাৰ কথা খিনি উচ্চতম ন্যায়ালয়ত গৈ কথা খিনি কওক। ইয়াত পেকপেকাই তো লাভ নাই।
১৭/১০/২৪ ৰপিছত আচুৰ কি প্ৰয়োজন?
আছূই আজিৰ পিছত আমচু হৈ নগল নে?
আছূ - আমচু মাজত পাৰ্থক্য থাকিল নে? আচুই আৰু এটা আন্দোলন কৰক।
Kela tohoter Khali andolon e Karibo paro. Baki eku korar xomota nai
Write dadagiri thik katha kois. Gharte bhibikhan aase jadi hamadhan nohoy. Mahi aai disti thakibai.
Atia ki hobo.... Kharkhuwai kharai khab lagibo...
ভবিষ্যতে অসমত অসমীয়াৰ অস্তিত্ব নাথাকে।
Eitiya ostitto ase neki?
1951 hobo lagisile
"CAA' খন কি হব এতিয়া?
আছুৰ সপোন পূৰণ হল।কিন্ত প্ৰকৃত অসমীয়া কোন???
Lav Hoise Rajnytik Neta, Aru Aandolon Kari Netar.
Sakalo Falor Pora Lav Hoise
ৰাজনীতিৰ খেল
Smsu ziindddabad
Try to become junior Arnab Goswami
Thank you so much
Many ma nythankstihonourablesupremecourt
Namanu 😂
Khedibo lage hunkale
Kaphinat sesh gajal
Assam treat as Colony in India other states in India Citizenship base year 1951 and in Assam our citizenship base year 1971 counting looking into birthday for Bangladesh 25th March 1971.After all we have to survive till country's secularism colour after conversion in Islamic rule other religion base people in India what Minorities in Islamic countries same they will loss religion,Sanatani coulture,Buddhist coulture and other fundamental rights we are enjoying in Secular Bharat.Bharat name also will delete.
Bhal Batari Parisa
1951 hobo lage kintu 1971 pasor aha bidekhir buja axomey bohon nokore.
এই ৰাই দান কোনো অসমীয়াই মানি লব নোৱাৰে। এই ৰাইদানত যি যনেই ফুৰ্টি পাইচে জানি লব তেও অসমত অহা বাংলাদেশী এতিয়া তেওৰ ভাৰতীয় হোৱাৰ পথৰ সুবিধা হল
You are a Terrorist if you don't abide by Supreme Court's rule.
Iman dena aye natak bill khanar😮😮😮
Dom asy jodi assam government and India government bangladeshi kedi dekuak hindu Muslim ji huk
AASU Assam xotru.
i am not satisfaction 1971 Jas
Aapil korok aaru