ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ🙏। মই বতৰ্মান ৩ মহীয়া গৰ্ভৱতী । আশীৰ্বাদ কৰিব যাতে মোৰ হব লগা সন্তানটি সুস্থ সবল আৰু ইশ্বৰ ভক্তি লগতে ভাল গুণৰ অধিকাৰী হয়।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আমি আপোনাৰ মুখে সুন্দৰ অমৃত ময় বাখ্যা শুনি পৰম কৃতাৰ্থ হলো ❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো
কবলৈ আৰু বুজাবলৈ ভাষা নাই।ইমান সুন্দৰ ভাঙনি ।কৃষ্ণ সমস্ত জনলৈ সেৱা নিবেদিলো ।
Bor bhal lagil🙏🙏🙏🙏🙏krishna
Khub bhal lagil krishna jay guru sankar krishna , o hari o ram
কৃষ্ণ প্ৰভূ সুন্দৰ ব্যাখ্যা
প্ৰভু জন সেৱা হে কৰিছোঁ কৃষ্ণ ইমান ধুনীয়া বাইকখা সুব সুন্দৰ হৈছে আৰু অলপ দিনৰ আগতে পালো হয় যদিমই বৰ্তমান অসমৰ বাহিৰত আছোঁ ভাগৱত গীতা গাঁৱত থকা হ'লে পালো হয় শুনিবলৈ এতিয়া ম'বাইলত আপোনাৰ ভাগত গীতাকে শুনো আপুনি ইমান ধুনীয়া কৈ বাইকখা কৰি দিছে শুনিয়েই ভাল লাগে
কৃষ্ণ কৃষ্ণ প্ৰভু ও হৰি ও ৰাম 🙏🙏🙏
Ati sondar ,dhuna"
প্ৰভু ভগৱান কৃষ্ণ আমাৰ লগত মানুহৰ দেহত কেনেকৈ থাকে সদায় থাকে নে লগত ভাগৱতৰ অনুসাৰি বুজাই দিব কৃষ্ণ অ হৰি অ ৰাম
Amar hridoy t thake ,atmat thake,vgwan bohut nhy ,vgwan ajonei.vogwank bishakh kori proti2 kam,hukh dukh .....hklu vogwanre issha buli,hklu vgwnke orpon kori vogwnar nam loi thakibo sun tetiya vgwan kot ase kot thake onuvob koribo paribo...Vogwan murti t nhy,mod mondirot nathake.vgwan juge juge obotar hoy..ji dore hotya jug,treta jug,dapor jug aru atiya soli thoka jug tu hoyse koli jug.dapor jugot krishna obotar,aru treta jugot ram obotar.vgwane juge juge obotar loi aru ai koli jugot monushya jonom loi hot guru rupe obotar loi hishyok udhar kori ase..ai koli jugot krishnaguru rupe obotar loise..heiye koli jugot manuhe vogwank sini npai vgwank bisari puja patol kori boli hoyse..apuni vagobot pohile aru vlke kotha bur buji pabo.moi kintu vagowoti nhy, ghorte olp solop vagobot pat koru kintu mur hahu maa dewta vagowoti hoy,amar gutei family vokot hoy.moi2 apunak bujabo pora emn hokti nai..jona nojonake vogwanr bihoye olp hole u kobo mon jai heibabe koi palu apnk 🤗..beya napabo Moi ktha bur kobo najanibo paru jodi u olp apunk koble sesta korilu beya npbo dei
কৃষ্ণ এনেকৈ ভাগৱত শ্ৰবন কৰিবলৈ পালে নিজকে সুখি বুলি ভাবিম
সুন্দৰ সময়োপযোগী ভাগৱতৰ জ্ঞান প্ৰদান কৰিলে.. অশেষ ধন্যবাদ জ্ঞাপন কৰিলো 🙏
krishna sankar guru..🙏🙏 krishna baap jona oti xundor bakhya xuni xosai bht bhal lagil..😊🙏 krishna..🙏
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কত বিচাৰি পাম ভক্তি ৰ ৰস ৰ পথেদি হে প্ৰভু ক লগ পাম ধন্যবাদ
বাপ 🙏কৃষ্ণ 🪷 কৃষ্ণ 🙏 কৃষ্ণ 🪷 কৃষ্ণ🙏
Krishna Krishna provu
বহুত ভাল লাগিছে 🙏🙏🙏🙏মা হঁতক সৰুৰে পৰা গোঁসাই ঘৰত সোমোৱা দেখি আমিয়ো সদায় যাওঁ । আৰু মা হতৰ পৰাই ঘোষা বোৰ শুনিছোঁ
Hsai bhut bhut bhuut bsi vl lgil
আমাৰ ল’ৰা নাম বিষ্ণুৰাত ৰাখিছোঁ৷ কৃষ্ণ
Om namah bhagawata basudevai.
Hosai huni bhut val lagel
Krishna krishna bap
কৃষ্ণ প্ৰভু ,
Krishno krishno krishno krishno krishno🙏🙏🙏🙏🙏
krishna pravu
কৃষ্ণ🙏।মই ৬মাহৰ গৰ্ভৱতী আগতেই গ'ম পোৱা হ'লে জলকীয়া নাখালো হয় বহুত জ্বলা খালো।আগলৈ নাখাওঁ আৰু।গৰ্ভত থকা সন্তানটি যাতে ভগৱানে ভালে-কুশলে দিব্য জ্ঞান দি পথায়🙏🙏🙏
কৃষ্ণ প্ৰভু ৷ বহু উপকৃত হ’লো। আগলৈকে দি থাকিবৰ বাবে সেৱা ধৰিলো ৷ কৃষ্ণ।
Bahut BHAl lagil provu 🙏🙏🙏
কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏
ধন্যবাদ প্রভু কথা খিনি জনোবাৰ বাবে
আপোনাৰ ভাগৱত বাখ্যা সুন্দৰ 🙏 কৃষ্ণ কৃষ্ণ
ৰাম ৰাম
সুন্দৰ কৃষ্ণ 🙏
Sundor prashna korise apuni bapjon .Moi bhagawatr ai Katha khini sadai bhabi thaku.bapjonar byakhya shuni bhal pau.joi Guru Sankar.
কৃষ্ণ🙏 জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ ৷খুউব সুন্দৰ ব্যাখ্যা বাপ ৷আমি ভাবো নৱপ্ৰজন্মই এই কথাখিনি জনাৰ অতি প্ৰয়োজন ৷কৃষ্ণ ৷
আই গৰাকীয়েই সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে।আপোনি বুজাই দিয়াত উপকিত হলো🙏🙏🙏🙏
কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ🙏🙏🙏
Iman khundor xunile xuni thkbo mon jua
Dhunia lagil dada
কৃষ্ণ কৃষ্ণ বাপ আমি আপোনাৰ শ্ৰী মুখে অমৃত ময় বাখ্যা শুনি পৰম কৃতাৰ্থ হলো 🙏🙏🙏🙏
কৃষ্ণ প্ৰভু
Krishna prabhu 🙏🏽🙏🏽🙏🏽 Apunar bhagawat bakhya huni bor val lagil 🙏🏽🙏🏽🙏🏽 Krishna krishna.
Krishna Krishna
Krishna krishna
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিছে ।
কৃষ্ণ কৃষ্ণ নজনা বহুতো কথা শুনিব পালোঁ
Krishna Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ ব্যাখ্যা ইমাম. সূনদৰ সকলোৱে উপকাৰ হৈছে
মই।শিৱ পুজা কৰো।।শিৱ পুৰাণ মিছা নেকি।।শিৱ গীতা মিছা নেকি।
Krishno
সুন্দৰ সুন্দৰ
কৃষ্ণ কৃষ্ণ বাপজনা সুন্দৰ ব্যাখ্য ।আমি অতিকৈ উপকৃত হৈছো বুলি অনুভৱ কৰিছো।অনাগত দিনত আপুনি আৰু আগুৱাই যাওক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। কৃষ্ণ।
KrisnaKrisna
Krishna krishna provu apunar armit moi bhagobot baikha xuni amar hidoi sui goise.. Isore apunak valei rakhok🙏🙏🙏
Q
কৃষ্ণ৷ বাপ প্ৰণাম৷
অতি সুন্দৰ বাপ...🙏🙏🙏🙏
Krishna provu mur u ahibo loga hontan tu jen vle kukhole rakha🙏🙏❤❤
কৃষ্ণ বাপ, সুন্দৰ দেই কথাখিনি বহুত ভাল লাগিছে ।
কৃষ্ণ বাপ জনা আপোনাৰ কথাই সচাই অন্তৰ চুই গৈছে কৃষ্ণ 🙏🙏🙏🙏🙏🙏
পহৰৰ কথাটো শুনি হে আছিলোঁ কিন্তুু কোনটো কি পহৰ জনা নাছিলো জানি পেলাই ভাল লাগিল ধন্যবাদ বাব জনা৷আপোনালৈ বহুত বহুত সেৱা থাকিল৷ভগবানে ভালে ৰাখক৷কৃষ্ণ
Alop bujai diyoksun.moi alop confused holu
কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ 🙏🙏সেৱা নিবেদিছো কৃষ্ণ সুন্দৰ বাখ্যা শনি বৰ আনন্দ পাছে প্ৰভূ কৃষ্ণ 🙏🙏কৃষ্ণ কৃষ্ণ
ইমান সুন্দৰকৈ ব্যাখ্যা ডাঙি ধৰিলা শুনি ভাল লাগিল। সভক্তিৰে প্ৰণিপাত নিবেদিলো ক্বষ্ণ...।
কৃষ্ণ কৃষ্ণ 🙏🙏🙏বৰ সুন্দৰ🙏 🙏🙏🙏আপোনালৈ কোটি কোটী প্ৰণাম জনালোঁ🙏🙏🙏
ইমান ধুনীয়াকৈ আলোকপাত কৰা বাবে বাপজনলৈ অশেষ ধন্যবাদ।।
কৃষ্ণ প্ৰভু🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ 🙏বহুত বহুত ভাল লাগিল কথা বোৰ জানি ।।।
Jai shree krishna ❤️😘❤️
জয় গুৰু শংকৰ । বৰ ভাল লাগিল শুনি।
Hare Krishna Prabhuji 🙏🙏
Bht val lagise apunar bakhya huni
কৃষ্ণ বাপ এই খিনি কথা আমি আগতে শোনা হলে এনেকুৱা ভূক্ত ভুগি নহলো হয় ছাগৈ । 🙏
ধন্য হ’ল জীৱন সেৱা হে জনাইছো কৃষ্ণ
কৃষ্ণ কৃষ্ণ ৰাম
হয়, হয়,হয়
Povujona kotha khini huni bohut val lagil
Krishna KrishnaBaap
Krishna provu
কৃষ্ণ কৃষ্ণ
মোৰ আহিব লগিয়া সন্তান তি হুষ্ট হক প্ৰভূহ 🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু ঈশ্বৰ🙏🙏🙏
Kirsn kirsn
@@bablukarmakar8829!??м..!
সুন্দৰ কথা । বাপজনাৰ সাৰমৰ্ম ব্যাখ্যা সাম্প্ৰতিক সময়ত নিতান্তই প্ৰয়োজন ।
খুব ভাল লাগিল। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ ৰাম ।
🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰ বাখ্যা।
জাৰজ সন্তান বোৰৰো জীৱন বহুত ভাল হয় যাৰ পিতৃৰে পৰিচয় নাথাকে এনেকুৱা সন্তানৰো জীৱন বহু ভাল হয় নিজে দেখিছো জাৰজ ল'ৰা এটা Doctor hol
Kotha bur huni xosai bhal lagil.. bhagawator tatwa gadhur kotha
Krishna provu akhebad koribo provu 🙏🙏🙏❤❤
🙏জয় গুৰু শঙ্কৰ🙏
সঁচাকৈ বৰ সুন্দৰ ব্যাখ্যা বাপ
Krishna Krishna Krishna🙏🏿🙏🏿🙏🏿.
কৃষ্ণ বাপ আপোনাৰ চৰণত সেৱা জনালো
কৃষ্ণ কৃষ্ণ 🙏🙏
🙏🏼🙏🏼🙏🏼🙏🏼কৌটি কৌটি প্ৰণাম প্ৰভু ,কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ সেৱা জনালো
কৃষ্ণ.... 🙏🙏🙏
Krishna Krishna 🙏🙏bap khomosto logote I marti khomosto🙏🙏
🙏 কৃষ্ণ
Krishna 🙏❤
বহুত ভাল লাগিল শুনি কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিব। কৃষ্ণ।
Val lagil suni..krishna krishna 🙏
কৃষ্ণ🙏। মই বতৰ্মান ৩ মহীয়া গৰ্ভৱতী । আশীৰ্বাদ কৰিব যাতে মোৰ হব লগা সন্তানটি সুস্থ সবল আৰু ইশ্বৰ ভক্তি লগতে ভাল গুণৰ অধিকাৰী হয়।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আমি আপোনাৰ মুখে সুন্দৰ অমৃত ময় বাখ্যা শুনি পৰম কৃতাৰ্থ হলো ❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো
কবলৈ আৰু বুজাবলৈ ভাষা নাই।ইমান সুন্দৰ ভাঙনি ।কৃষ্ণ সমস্ত জনলৈ সেৱা নিবেদিলো ।
Bor bhal lagil🙏🙏🙏🙏🙏krishna
Khub bhal lagil krishna jay guru sankar krishna , o hari o ram
কৃষ্ণ প্ৰভূ সুন্দৰ ব্যাখ্যা
প্ৰভু জন সেৱা হে কৰিছোঁ কৃষ্ণ ইমান ধুনীয়া বাইকখা সুব সুন্দৰ হৈছে আৰু অলপ দিনৰ আগতে পালো হয় যদি
মই বৰ্তমান অসমৰ বাহিৰত আছোঁ ভাগৱত গীতা গাঁৱত থকা হ'লে পালো হয় শুনিবলৈ এতিয়া ম'বাইলত আপোনাৰ ভাগত গীতাকে শুনো আপুনি ইমান ধুনীয়া কৈ বাইকখা কৰি দিছে শুনিয়েই ভাল লাগে
কৃষ্ণ কৃষ্ণ প্ৰভু ও হৰি ও ৰাম 🙏🙏🙏
Ati sondar ,dhuna"
প্ৰভু ভগৱান কৃষ্ণ আমাৰ লগত মানুহৰ দেহত কেনেকৈ থাকে সদায় থাকে নে লগত ভাগৱতৰ অনুসাৰি বুজাই দিব কৃষ্ণ অ হৰি অ ৰাম
Amar hridoy t thake ,atmat thake,vgwan bohut nhy ,vgwan ajonei.vogwank bishakh kori proti2 kam,hukh dukh .....hklu vogwanre issha buli,hklu vgwnke orpon kori vogwnar nam loi thakibo sun tetiya vgwan kot ase kot thake onuvob koribo paribo...
Vogwan murti t nhy,mod mondirot nathake.vgwan juge juge obotar hoy..ji dore hotya jug,treta jug,dapor jug aru atiya soli thoka jug tu hoyse koli jug.dapor jugot krishna obotar,aru treta jugot ram obotar.vgwane juge juge obotar loi aru ai koli jugot monushya jonom loi hot guru rupe obotar loi hishyok udhar kori ase..ai koli jugot krishnaguru rupe obotar loise..heiye koli jugot manuhe vogwank sini npai vgwank bisari puja patol kori boli hoyse..apuni vagobot pohile aru vlke kotha bur buji pabo.moi kintu vagowoti nhy, ghorte olp solop vagobot pat koru kintu mur hahu maa dewta vagowoti hoy,amar gutei family vokot hoy.moi2 apunak bujabo pora emn hokti nai..jona nojonake vogwanr bihoye olp hole u kobo mon jai heibabe koi palu apnk 🤗..beya napabo
Moi ktha bur kobo najanibo paru jodi u olp apunk koble sesta korilu beya npbo dei
কৃষ্ণ এনেকৈ ভাগৱত শ্ৰবন কৰিবলৈ পালে নিজকে সুখি বুলি ভাবিম
সুন্দৰ সময়োপযোগী ভাগৱতৰ জ্ঞান প্ৰদান কৰিলে.. অশেষ ধন্যবাদ জ্ঞাপন কৰিলো 🙏
krishna sankar guru..🙏🙏 krishna baap jona oti xundor bakhya xuni xosai bht bhal lagil..😊🙏 krishna..🙏
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কত বিচাৰি পাম
ভক্তি ৰ ৰস ৰ পথেদি হে প্ৰভু ক
লগ পাম ধন্যবাদ
বাপ 🙏কৃষ্ণ 🪷 কৃষ্ণ 🙏 কৃষ্ণ 🪷 কৃষ্ণ🙏
Krishna Krishna provu
বহুত ভাল লাগিছে 🙏🙏🙏🙏
মা হঁতক সৰুৰে পৰা গোঁসাই ঘৰত সোমোৱা দেখি আমিয়ো সদায় যাওঁ । আৰু মা হতৰ পৰাই ঘোষা বোৰ শুনিছোঁ
Hsai bhut bhut bhuut bsi vl lgil
আমাৰ ল’ৰা নাম বিষ্ণুৰাত ৰাখিছোঁ৷ কৃষ্ণ
Om namah bhagawata basudevai.
Hosai huni bhut val lagel
Krishna krishna bap
কৃষ্ণ প্ৰভু ,
Krishno krishno krishno krishno krishno🙏🙏🙏🙏🙏
krishna pravu
কৃষ্ণ🙏।মই ৬মাহৰ গৰ্ভৱতী আগতেই গ'ম পোৱা হ'লে জলকীয়া নাখালো হয় বহুত জ্বলা খালো।আগলৈ নাখাওঁ আৰু।গৰ্ভত থকা সন্তানটি যাতে ভগৱানে ভালে-কুশলে দিব্য জ্ঞান দি পথায়🙏🙏🙏
কৃষ্ণ প্ৰভু ৷ বহু উপকৃত হ’লো। আগলৈকে দি থাকিবৰ বাবে সেৱা ধৰিলো ৷ কৃষ্ণ।
Bahut BHAl lagil provu 🙏🙏🙏
কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏
ধন্যবাদ প্রভু কথা খিনি জনোবাৰ বাবে
আপোনাৰ ভাগৱত বাখ্যা সুন্দৰ 🙏 কৃষ্ণ কৃষ্ণ
ৰাম ৰাম
সুন্দৰ
কৃষ্ণ 🙏
Sundor prashna korise apuni bapjon .Moi bhagawatr ai Katha khini sadai bhabi thaku.bapjonar byakhya shuni bhal pau.joi Guru Sankar.
কৃষ্ণ🙏 জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ ৷খুউব সুন্দৰ ব্যাখ্যা বাপ ৷আমি ভাবো নৱপ্ৰজন্মই এই কথাখিনি জনাৰ অতি প্ৰয়োজন ৷কৃষ্ণ ৷
আই গৰাকীয়েই সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে।আপোনি বুজাই দিয়াত উপকিত হলো🙏🙏🙏🙏
কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ🙏🙏🙏
Iman khundor xunile xuni thkbo mon jua
Dhunia lagil dada
কৃষ্ণ কৃষ্ণ বাপ আমি আপোনাৰ শ্ৰী মুখে অমৃত ময় বাখ্যা শুনি পৰম কৃতাৰ্থ হলো 🙏🙏🙏🙏
কৃষ্ণ প্ৰভু
Krishna prabhu 🙏🏽🙏🏽🙏🏽 Apunar bhagawat bakhya huni bor val lagil 🙏🏽🙏🏽🙏🏽 Krishna krishna.
Krishna Krishna
Krishna krishna
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিছে ।
কৃষ্ণ কৃষ্ণ নজনা বহুতো কথা শুনিব পালোঁ
Krishna Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ ব্যাখ্যা ইমাম. সূনদৰ সকলোৱে উপকাৰ হৈছে
মই।শিৱ পুজা কৰো।।শিৱ পুৰাণ মিছা নেকি।।শিৱ গীতা মিছা নেকি।
Krishno
সুন্দৰ সুন্দৰ
কৃষ্ণ কৃষ্ণ বাপজনা সুন্দৰ ব্যাখ্য ।আমি অতিকৈ উপকৃত হৈছো বুলি অনুভৱ কৰিছো।অনাগত দিনত আপুনি আৰু আগুৱাই যাওক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। কৃষ্ণ।
Krisna
Krisna
Krishna krishna provu apunar armit moi bhagobot baikha xuni amar hidoi sui goise.. Isore apunak valei rakhok🙏🙏🙏
Q
কৃষ্ণ৷ বাপ প্ৰণাম৷
অতি সুন্দৰ বাপ...🙏🙏🙏🙏
Krishna provu mur u ahibo loga hontan tu jen vle kukhole rakha🙏🙏❤❤
কৃষ্ণ বাপ, সুন্দৰ দেই কথাখিনি বহুত ভাল লাগিছে ।
কৃষ্ণ বাপ জনা আপোনাৰ কথাই সচাই অন্তৰ চুই গৈছে কৃষ্ণ 🙏🙏🙏🙏🙏🙏
পহৰৰ কথাটো শুনি হে আছিলোঁ কিন্তুু কোনটো কি পহৰ জনা নাছিলো জানি পেলাই ভাল লাগিল ধন্যবাদ বাব জনা৷আপোনালৈ বহুত বহুত সেৱা থাকিল৷ভগবানে ভালে ৰাখক৷কৃষ্ণ
Alop bujai diyoksun.moi alop confused holu
কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ 🙏🙏সেৱা নিবেদিছো কৃষ্ণ সুন্দৰ বাখ্যা শনি বৰ আনন্দ পাছে প্ৰভূ কৃষ্ণ 🙏🙏কৃষ্ণ কৃষ্ণ
ইমান সুন্দৰকৈ ব্যাখ্যা ডাঙি ধৰিলা শুনি ভাল লাগিল। সভক্তিৰে প্ৰণিপাত নিবেদিলো ক্বষ্ণ...।
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
বৰ সুন্দৰ🙏
🙏🙏🙏আপোনালৈ কোটি কোটী প্ৰণাম জনালোঁ🙏🙏🙏
ইমান ধুনীয়াকৈ আলোকপাত কৰা বাবে বাপজনলৈ অশেষ ধন্যবাদ।।
কৃষ্ণ প্ৰভু🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ 🙏বহুত বহুত ভাল লাগিল কথা বোৰ জানি ।।।
Jai shree krishna ❤️😘❤️
জয় গুৰু শংকৰ । বৰ ভাল লাগিল শুনি।
Hare Krishna Prabhuji 🙏🙏
Bht val lagise apunar bakhya huni
কৃষ্ণ বাপ এই খিনি কথা আমি আগতে শোনা হলে এনেকুৱা ভূক্ত ভুগি নহলো হয় ছাগৈ । 🙏
ধন্য হ’ল জীৱন
সেৱা হে জনাইছো কৃষ্ণ
কৃষ্ণ কৃষ্ণ ৰাম
হয়, হয়,হয়
Povujona kotha khini huni bohut val lagil
Krishna Krishna
Baap