🎉idol and iron man of Assam.He was eminent evergreen and energetic revolutionary evergreen strong man of all time in our society. Grand salute to Rabha dev.
সূত বললেন: বৃহস্পতি পৃথিবীতে অবস্থানকালে একদিন তার ভাই ঊষিজার স্ত্রীকে দেখলেন, যিনি গর্ভবতী ছিলেন এবং তাকে এভাবে সম্বোধন করলেন: - "তোমাকে সুন্দর করে সাজিয়ে নাও এবং আমাদের উপভোগ করতে দাও।" তিনি এইভাবে সম্বোধিত হয়ে বৃহস্পতিকে এইভাবে উত্তর দিলেন:- ”আমার গর্ভের ভ্রূণটি পরিপক্ক এবং ইতিমধ্যে বেদ পাঠ করেছে।তোমার বীজও নিষ্ফল হবে না এবং তোমার প্রস্তাব পাপ।" শুনিয়া বৃহস্পতি বলিলেনঃ- "হে মধুর, তোমার দ্বারা আমার নৈতিকতা শিক্ষার প্রয়োজন নাই।" একথা বলার পর জোর করে নিজের ইচ্ছা পূরণ করলেন; যখন তার অন্তিম ভোগের দ্বারপ্রান্তে, তখন তার গর্ভের শিশুটি বৃহস্পতিকে চিৎকার করে বললেন: - "হে বৃহস্পতি, আমি প্রথম গর্ভে প্রবেশ করেছি, তোমার বীজও বৃথা যাবে না। এই গর্ভে দ্বিতীয় দেহের স্থান নেই।" বৃহস্পতি এইভাবে গর্ভের সন্তানকে সম্বোধন করে রাগে উত্তর দিলেন:-"যেহেতু এমন একটি মুহূর্তে, যা সমস্ত প্রাণীর প্রিয়, আপনি আমাকে ভোগ থেকে বিরত রেখেছেন, আপনি স্থায়ী অন্ধকার দেখতে পাবেন। (মৎস্য পুরাণ; পারা:১; অধ্যায়: ৪৯; শ্লোক: ১৭-২৮; পৃষ্ঠা: ১৪৭)(মৎস্য পুরাণ পড়তে চাইলে আপনার ইমেল আপ্লোড করুন)(পড়ুন এবং জ্ঞান অর্জন করুন)
প্ৰথমবাৰৰ বাবে এজন আদৰ্শবান কিংবদন্তি লোকৰ জীৱনৰ সৈতে জড়িত দুটিমান কথা আগবঢাইছো।কওঁতে, প্ৰকাশ কৰোতে যদি কিবা ভূল হৈছে তেন্তে ক্ষমা কৰি দিয়ে যেন 🙏🙏
বহুত ভাল লাগিল এইটো মন্দিৰ❤❤❤❤❤
Nice
ষসস হ@@himanibanikya8168
এই মহান শিল্পী জনাৰ থকা ঘৰটো চৰকাৰে ৰক্ষণাবেশন দিযা উচিত।
সেই সময়ত এইবোৰ ঘৰ বহুত দামি ঘৰ আছিল । খুব ভাল লাগিল।
সুন্দৰ ভিডিও, কলাগুৰুলৈ প্ৰণিপাত 🙏🙏
কলাগুৰু বিষ্ণুপ্ৰসাদৰ ৰাভাদেৱে অসমীয়া জাতিক যি ধুনীয়া ধুনীয়া গীত উপহাৰ দি থৈগল তাৰ বিনিময়ত আজি জাতিয়ে তেখেতৰ সেই সাধাৰণ ঘৰটোৱে পৰিস্কাৰ পৰিচন্নতা কৰি ৰাখিবলৈ সদিচ্ছাৰ অভাৱ দেখিবলৈ পোৱা গৈছে ।আজি ঘৰখনৰ অবস্থা দেখি বৰ দুখ লাগিল। আজি চৰকাৰখনৰ যেন আহৰি নাই এই বিলাকত গুৰুত্ব দিবলৈ। আজি হাজাৰ হাজাৰ শিল্পীৰ সৃষ্টি হব পাৰে কিন্ত তেখেতৰ গীতৰ লগত কুন তুলনা কৰিব নোৱাৰে।
সুন্দৰ পদক্ষেপ ।বৰ ভাল লাগিল ।
ঘৰটো ভালদৰে ৰখা হয় আজিও তেওঁ থকা জেন লাগিল হেতেন🎉🎉🎉❤❤❤❤❤❤❤
ঘৰটো দেখোতে মানুহ জন আজিও জীয়াই আছে যেন লাগিছে। তেওঁ নাথাকিলেও স্মৃতি জীয়াই আছে আৰু থাকিব ❤❤
Juntu notoras murti dekhila mur kokar samadhi hoi bht dinr pasot dekhi val lgil tq😊
আপোন শিল্পী জনলৈ মৰম ।
শিল্পী জনৰ ঘৰ এনে অৱস্থাত দেখা পায় ভাষা মোৰ নাই । ধন্যবাদ ককাইদেউ ।
Vedio khini diyar babe bohut vhal lagil ..doinyabad dada 👍👍👍🤔😭💞🎉
সুন্দৰ বহুত ভাল লাগিল ভিডিঅটো চাই 👍👍
ধন্যবাদ আগলৈকে আৰু বহুত পোৱাৰ আশাৰে।
মহান শিল্পী গৰসকী লৈ সহস্ৰ প্ৰনাম🙏🙏
মহান শিল্পী গৰাকী লৈ সশ্রদ্ধ প্রনাম 🙏🙏🙏
অতি সুন্দৰ ,,👌👌 আমাৰ হিয়াৰ আমঠু সদৃশ মহান শিল্পী গৰাকীলৈ সশ্শ্ৰদ্ধ প্ৰণিপাত 🙏 জনোৱাৰ লগতে আমাক তেখেতৰ বাসগৃহটিৰ পৰিচয় কৰি দিয়াৰ বাবে তোমালৈ অশেষ ধন্যবাদ থাকিল ।
সচাকৈ বহুত ভাল লাগিল।
Hundor bujabo nuwaru kolaguru rava amar majot atiau jiai asy
ঘৰটো দেখি বহুত দূখ লাগিছে
ভালো লাগিছে. ....অতীত বোৰ আজি বুলি উপস্থাপন হোৱা বাবে
সুন্দৰ
Bohut bohut Val lagise
Mza love from boko Kamrup
Bhut val lagil apunar ei rava devr vedioto sai
Bhal lagil ❤
Thanku.
Bhut bhal lagil video2 sai।
Bhal lagil👍🙏
আমি চৰকাৰ আৰু অসমীয়া মানুহবোৰে এদিন কাৰণে ৰাভা দিৱস পাতিয়েই সকলো দায়িত্ব সামৰছোঁ ।
ভাল লাগিল !!
অখেশ,ধণয়বাদ
Bohut bohut thanks, share kora babe.❤
🙏🙏🙏🙏♥️
Great video❤❤❤❤.
সুন্দৰ❤❤❤
এনে এজন মহান ব্যক্তিৰ ঘৰটো অসমৰ চৰকাৰে সুৰক্ষিত কৰি ৰাখিব লাগে।ৰাভা দেৱৰ ঘৰটোকে অসমত এটা সঙগ্ৰাহলয় হিচাপে ৰাখিব লাগে। কোনো মূল্য নাই। এই ঘৰটোকে
Bhal lagil video tu sai
ধন্যবাদ।
আমিও ব্যত্ত্বিগত ভাবেও কাম কৰিব পাৰোঁ কাৰণ আমি অতীত বস্তুবোৰ ৰক্ষাৰ কৰিৱ লাগিব । যদি জীৱনত অলপ হ'লেও আৰ্থিক ভাৱে ভাল হ'ব পাৰোঁ মই নিজে এই হাতত লম জয় আই অসম 🥺🥺😔
Dhunia
❤ Val lagil❤
বহুত ভাল লাগিছে ❤❤😂
Kolaguru bishnu prashad rabha loi 🙏
Vall lagil❤❤
Nice video
Bar sundar video.
Very informative news. The government should take immediate action to preserve this House. It should be a Cultural Heritage centre.
🎉idol and iron man of Assam.He was eminent evergreen and energetic revolutionary evergreen strong man of all time in our society. Grand salute to Rabha dev.
Good ❤❤
Very good beautiful video
Good
আৰু কিছু বছৰৰ আগতেই চৰকাৰে চকু দিব লাগিছিল মহান ব্যক্তিৰ মৰমলগা ঘৰখন।
😢sorkare songrokhon korar babe anurodhkorilo
Moi bahut bhal palu tumr video
Pallire Atu Sekh howar porowa bosowa besta kora
Next video kalaguru pam buli Akash rakhilo........ ❤
Very good video, Thank you🙏
govt must protect it
pranam kalaguru,🙏🙏🙏🙏
Vl lagela
❤❤
Ankur pritam 💥
Good very nice,
Video to vl lgil sai
Very nice vedo❤
ভাল লাগিল সচাকৈ,,,,,❤❤❤
❤️❤️❤️
Really
পুত্ৰ সন্তান পৃথিৰাজ ৰাভা ডাঙৰীয়াই কি কৰি আছে। তেওঁ টো চৰকাৰৰ এটা ভাল পদবিত আছে। এই ঘৰ টো ৰক্ষা কৰা, সংৰক্ষণ কৰা কথাটো তেখেতে চৰকাৰক অৱগত কৰাব পাৰিলে হেতেন। ইচ্ছা কৰিলে তেওঁ অকলে কৰিব পাৰে!!!!
Sad that we have forgotten a national hero
Nice
🙏
🙏🙏
👌👌👌
memories of kalaguru
keptitwellforfuturegenerationofassam❤❤
ঘৰটো ভালকৈ পকী কৰিব লাগে অসমৰ সম্পদক সংৰক্ষণ কৰি থব লাগে
❤
Guru debor ghorotu eaitia bhal korile saage , 🎉🎉🎉🎉🎉
❤❤❤🙏🙏🙏🙏
great sonofmotherlandassam
Val lagil .pise ghorkhon kot ase nokole son
Tezpur
Nice shareing fd 👌👌
🎶🎧❤
এই অভাজনে এটা কথা কব গৈছো। ৰাভাদেৱৰ পজাটি ৰক্ষনা বেখন দিয়াতো চৰকাৰৰ নিতান্তই প্ৰয়োজনীয়। কিন্ত্ত এটা কথা সমানে তেওঁৰ পুত্ৰৰো কৰনীয়।
❤❤❤❤❤❤😊😊😊😊😊
Hoi apuni thikei saisa
Kunubai muk Background music tur link tu dia na
আপুনি ঠিকেই কৈছে,কিন্তু আজি এই গানবোৰ হেৰুৱাব আমাৰ অসমীয়াই নিজেই । কোনোটো শুনিব নোখোজে । বুজিবও নোখোজে । এইবোৰ গানৰ যি আন্তৰিকতা আছে , সেয়া আৰু কটো নাই ।
🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽
🙏🙏❤
🙏🤔🤔👍👍👍👍👍
😢😢😢😢😢😢😢😢😢😢🇮🇳🙏🙏🙏
ৰাভা হাচং পৰিষদৰ পুজিৰ পৰা ঘৰতো সংৰক্ষণ কৰিব লাগে
সূত বললেন: বৃহস্পতি পৃথিবীতে অবস্থানকালে একদিন তার ভাই ঊষিজার স্ত্রীকে দেখলেন, যিনি গর্ভবতী ছিলেন এবং তাকে এভাবে সম্বোধন করলেন: - "তোমাকে সুন্দর করে সাজিয়ে নাও এবং আমাদের উপভোগ করতে দাও।" তিনি এইভাবে সম্বোধিত হয়ে বৃহস্পতিকে এইভাবে উত্তর দিলেন:- ”আমার গর্ভের ভ্রূণটি পরিপক্ক এবং ইতিমধ্যে বেদ পাঠ করেছে।তোমার বীজও নিষ্ফল হবে না এবং তোমার প্রস্তাব পাপ।" শুনিয়া বৃহস্পতি বলিলেনঃ- "হে মধুর, তোমার দ্বারা আমার নৈতিকতা শিক্ষার প্রয়োজন নাই।" একথা বলার পর জোর করে নিজের ইচ্ছা পূরণ করলেন; যখন তার অন্তিম ভোগের দ্বারপ্রান্তে, তখন তার গর্ভের শিশুটি বৃহস্পতিকে চিৎকার করে বললেন: - "হে বৃহস্পতি, আমি প্রথম গর্ভে প্রবেশ করেছি, তোমার বীজও বৃথা যাবে না। এই গর্ভে দ্বিতীয় দেহের স্থান নেই।" বৃহস্পতি এইভাবে গর্ভের সন্তানকে সম্বোধন করে রাগে উত্তর দিলেন:-"যেহেতু এমন একটি মুহূর্তে, যা সমস্ত প্রাণীর প্রিয়, আপনি আমাকে ভোগ থেকে বিরত রেখেছেন, আপনি স্থায়ী অন্ধকার দেখতে পাবেন। (মৎস্য পুরাণ; পারা:১; অধ্যায়: ৪৯; শ্লোক: ১৭-২৮; পৃষ্ঠা: ১৪৭)(মৎস্য পুরাণ পড়তে চাইলে আপনার ইমেল আপ্লোড করুন)(পড়ুন এবং জ্ঞান অর্জন করুন)
CM sir, ghortu kiba kori hoingroikkhon korok, 🙏
ঘৰটো সংৰক্ষণৰ বাবে এতিয়া কিবা পদক্ষেপ লোৱা হৈছেনে?
Nice video❤
Tenekua ake ata Ghar notunke hajibo lage🙏
Bishnu rabha ghor kot asil
😭😭🙏🙏🙏🙏
কোন ঠাইত আছে??
ঘৰটো কত আছে জনাব চোন
তেওঁৰ ঘৰ কত
😢😢😢😢