Gaon khon khub dhunia.iman xeugia soku aru mon dui o bhori jae.Eta bostu loikkho korisu ei blog khon women's empowerment or xundor udahoron.Atai kaam bur manuh goraki nijei kori aase.I just adore your blogs.Bhagoban bhale rakhok apunlokok.
Apunar xokolu kheni video sai bohut val lage khuri xejiya prakritik xowndojore vora poribekh sai mon tu xukhe 🥰 hoi uthe dhekiyajuli pora morom jaselu apunak😘😘😘
Apunalukor video sai bohut bhal lage ..... Muru mon jai eneke thakibole ....moi Jen tate asu tenekua lage ..... Kotha eta kou please jodi pare music't olop bhalke kam korok.....sob thike ase khali Fute tune bur olop kisuman jegat nimile .....ekdom natural rakhok jiman pare ... Baki good wishes thakile bohut bhal hoise kam
ধন্যবাদ জনালোঁ । লগতে আপোনাৰ পৰামৰ্শও আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ , এই বিষয়ে চিন্তা কৰা হব । music বনাবলৈ আমাৰ কিছুমান অসুবিধা হৈ আছে । যাৰ বাবে আমাৰ ওচৰত available music ৰ কমি হৈছে । লাহে লাহে নতুন নতুন music আৰু বনোৱা হব ।।
Assam's original beautiful village...& this village makes me nostalgic, when we were listen Assamese Writer Rashraj Lakshminath Bejbaruah's 'Burhi aair xadhu's..Stories..Which are full of Extrem Thriller, Suspence, Romantic drama, Humanity..And which are based on Assamese attractive original beauty. Jai Lachit, Jai Bharatvarsh
We are very grateful for your love and support, we always try our best to present our traditional village culture in front of you. Always seeking for your love and support.
@@amargaon3296 support r ki kotha ase akou..I'm also a Original Assamese (Ahom period t loi oha Rajporohit-vangsh)..So, I'm so glad j apni amar Assamese original Villages k as it is present korise., Jitue Mainland r Villages r pora amak unique rupot clear kore...Thanks so much. Jai Lachit, Jai Bharatvarsh
ওফ কি সুন্দৰ পৰিবেশ। আপোনালোকৰ গাওঁ খন ক'ত আছে যাবলৈ বৰ আশা আছে গাঁওখনলৈ।
Oti hundor
Thank u so much
ইমান সুন্দৰ পৰিৱেশ
Video tu sai bohut val lagil. Bihur .huveshya jonalu agotiyakoi .
Dhanyabaad janalu ... Apunaloio Bihur hubheshya janalu
বহুত ভাল লাগিল দেই ভিডিঅ'টো ।
বহুত বহুত ধন্যবাদ জনালোঁ
Val lagil video tu sai
thank u so much for your support
১০০ এটা আগলৈ মনত পৰি গল
101 টা নিশ্চয় দেখুৱা হব ।।।
বহুত ভাল লাগিল ভিডিঅ টো চাই, ইমান সুন্দৰ পৰিবেশ
আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
যান্ত্ৰিকতাৰ পৰা বহুত আঁতৰত।ধুনীয়া পৰিবশত কিমান যে শান্তিত আছে আপোনালোক।বৰ ধুনীয়া গাওঁ খন।ইমান শান্ত।বহু যুগ যেন পিছুৱাই গৈছো জীৱনৰ।গাৱৰ ভাল লগাসেই সময়?বোৰলৈ উভতাই নিয়ে আপোনাৰ ভিডিঅ' বোৰে।
আমাৰ গাঁও video বিলাকে আপোনাৰ স্মৃতি ক সজীৱ কৰিছে বুলি জানি অতি সুখী হৈছোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ
Bohut val lagil sai
Thank u so much..
খুউব ভাল লাগিল
ধন্যবাদ জ্ঞাপন কৰিলোঁ
সুন্দৰ প্ৰাকৃতিক পৰিবেশ দেখি ভাল লাগিছে।
ধন্যবাদ জনালোঁ
অসমীয়া সংস্কৃতিৰ সুন্দৰ উপস্থাপন🙏🙏🙏
আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
Apunar gaon kt baru iman dhunia thaidukhr
চৰাইদেও জিলাত ।।
অপূব´ মনোমোহা।
ধন্যবাদ জনালোঁ
লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ কিতাপৰ কাহিনী,পুৰণি সাধুকথাৰ কাহিনীবোৰ মনত পৰি গল💞কি সুন্দৰ গাঁও🙏চিনেমা চাই থকা দৰে লাগে আপোনাৰ video বোৰ
Thank u so much apunar hundor comment r babe...
Hosakoie
Thikei koise apuni
@@amargaon3296 0000
Hosa koi akhon hadhu kitap jan lage...... Saliy sai thakib mn 😘❤..... Ki ak hundor...... Atiau jen agr vl loga din bur jeai ase
নিভাঁজ আপোনাৰ ভিডিঅ'বোৰ বহুত ভাল লাগিল ।
আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে অশেষ ধন্যবাদ জনালোঁ
সুন্দৰ লাগিছে চাই। ইমান মনোমোহা প্ৰাকৃতিক পৰিৱেশ।
ধন্যবাদ জ্ঞাপন কৰিলোঁ
ইমান ধুনীয়া গাৱৰ পৰিবেশ দেখিলে ভাল লাগি যায়.
ধন্যবাদ জনালোঁ আমাৰ গাঁওৰ পৰিবেশ ভাল পালে বুলি জানি ।
Gaon khon khub dhunia.iman xeugia soku aru mon dui o bhori jae.Eta bostu loikkho korisu ei blog khon women's empowerment or xundor udahoron.Atai kaam bur manuh goraki nijei kori aase.I just adore your blogs.Bhagoban bhale rakhok apunlokok.
অশেষ ধন্যবাদ আপোনালৈ ।। আপোনাৰ কমেণ্ট বিলাকে আমাক উৎসাহ আৰু প্ৰেৰণা যোগায়
ভাল লাগিল৷খাওঁ খাওঁ লাগি গ’ল
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Sundor apurba bahut vl lagil sai
ধন্যবাদ জ্ঞাপন কৰিলোঁ
পৰিবেশ আৰু পৰিবেশন দুয়োটাই সুন্দৰ।আগুৱাই যাওক এনেদৰে
আপোনাৰ সহযোগৰ বাবে ধন্যবাদ জনালোঁ
কি যে সুন্দৰ প্ৰাকৃতিক পৰিবেশ বৰ ভাল লাগিল
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
Apnr ghrr kt baidoy.... apnk log paboloi bor mon goise
পাছলৈ নিশ্চয় জনাম , বৰ্তমান কিছু অসুবিধা হৈছে social site ত কবলৈ , বেয়া নাপাব ।।
Bahut val lagil video to sai. Moro video sab buli akha korilo
Thank u so much .. nischoi..
সুন্দৰ উপস্থাপন....বহুত ভাল লাগিল লগতে বহুত মৰম থাকিল আপোনালৈ ।
অশেষ ধন্যবাদ জনালোঁ
কি সুন্দৰ পৰিবেশ,কি সুন্দৰ উপস্থাপন ।
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Iman dhuniya gaw
Apunar video 2 sai bihu bihu lagi goise
হয় , বিহু পালেহিয়েই আৰু । ধন্যবাদ জনালোঁ
Sobot k besi bhal loga channel Tu🥰 eman pure🥰
আপোনাৰ ইমান মৰম চেনেহ সহযোগৰ বাবে অশেষ ধন্যবাদ জনালোঁ ।
Birat dhuniya hoy apunalukor videos bur....
Thank u so much for your love and support
Bohut morom dilu video to val logisa aru aigolo ana video pam buli akka korelu ❤️❤️❤️
Thank u so much ... এনেদৰে আগলৈ সহযোগ কৰি যাব বুলি আশা ৰাখিলো ।।
কি যে অপূৰ্ব, আপুৰুগীয়া কিছুমান দৃশ্য দেখিবলৈ পালোঁ
অশেষ ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে
Apunalukor gaoliya poribesh tu hosai bohut dhuniya
💛💛❤️❤️❤️❤️ধন্যবাদ জ্ঞাপন কৰিছো
কি সুন্দৰ পৰিৱেশ লগতে বাঁহীৰ সুৰ টোৱে মন চুই গৈছে ।
বহুত বহুত ধন্যবাদ জনালোঁ
Apunar video bur bht vl lge badeu
Thank u so much
ভাল লাগিল খুৰি
ধন্যবাদ জ্ঞাপন কৰিলোঁ
বহুত ভাল লাগিল৷ শুভেচ্ছা থাকিল
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
ইমান ধুনীয়া পৰিবেশ।কোন জেগা নো ❤যাবলে মন যায়
Emaan dhuniya....bujabo nuari
Thank u so much
মন একদম সতেজ হৈ যায় আপোনাৰ ভিদিও বোৰ চালে
আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
সুন্দৰ প্ৰাকৃতিক সেউজীয়া পৰিবেশ বিশেষকৈ বাহিৰ সুৰ হুনি ৰ বই নোৱাৰিলোঁ
বহুত বহুত ধন্যবাদ জনালোঁ
বহুত ধুনীয়া লাগিল বাইদেউ। আগলৈ অাৰু আগবাঢ়ি যাওক।🙏
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
গাওঁবোৰ গাওঁ হিচাপে থাকিব দিব , চহৰ হব নিদিব। বহুত ধুনীয়া গাওঁ খন ❤️
Thank u
বৰ সোৱাদ হৈছে চাগে
Thank u
so beautiful. apunar video hodai sam
Thank u so much
সুন্দৰ
ধন্যবাদ জনালোঁ
No 1 TH-cam channel 👌👌🙏
Heartily thank u so much
বহুত বহুত ভাল লাগে আপোনাৰ ভিডিঅবোৰ চাই.... গাওঁ ৰ কি সুন্দৰ পৰিবেশ মন ভৰি যায়.... বাঁহী ৰ সুৰ উফ.... আৰু আপোনাৰ হাতৰ ভিন্ন ভিন্ন থলুৱা খাদ্য ৰ জুতি বহুত ধুনীয়া বাইদেউ ।
বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে
Vaal lagil munna Munna
Thank u
সচাকৈ বুজাবলৈ ভাষা নাই কি সুন্দৰ ❤❤ শান্ত পৰিবেশ ❤❤
👍👍🙏🙏🙏🙏🙏
বাঁহীবাদক জনলৈ আন্তৰীক শুভেচ্ছা থাকিল । আগলৈ অপেক্ষাত ৰলো । আপ্লুত
কৰে মন বাঁহীৰ মাতে ।
আপোনাৰ সুন্দৰ comment টোৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ
বহুত ভাল লাগিল দেই বা 😍😍👌👌
অশেষ ধন্যবাদ তোমালৈ।।।।।
woow bhut dhunia Gaon khoni...mur u bhut jabo mon jai moi Gaon r porebekh bhut val pau 👌👌👍
Thank u so much
আজি প্ৰথমবাৰ আপোনাৰ video চালোঁ সচাকৈ বৰ আনন্দিত হলো । মই অসমৰ বাহিৰত থাকো বাবে আপোনাৰ video চাই এনেকুৱা লাগিলে যেন মই অসমতে আছোঁ। আপোনালৈ ধন্যবাদ থাকিল। এনেকৈয়ে সদায় আগবাঢ়ি গৈ থাকক।
বহুতবহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ মৰম চেনেহ আশীৰ্বাদৰ বাবে ।।। এনেদৰেই আগলৈ সহযোগ কৰি যাব বুলি আশা ৰাখিলোঁ ।।।
Apuner vedo xunder laga
Thank u so much
কি সুন্দৰ উপস্থাপন চালে চাই থাকিব মন যায় , অতিকৈ সহজ সৰল মৰম লগা ❤❤❤❤❤❤❤❤❤
Thank u so much for your love and support
Apunar xokolu kheni video sai bohut val lage khuri xejiya prakritik xowndojore vora poribekh sai mon tu xukhe 🥰 hoi uthe dhekiyajuli pora morom jaselu apunak😘😘😘
বহুত বহুত ধন্যবাদ ।। এনেদৰে আগলৈ মৰম চেনেহ সহযোগ কৰি যাব বুলি আশা ৰাখিলোঁ
Thanks for the video
Heartily thanks
আপোনাৰ ভিডিও চাই মনটোত এক বেলেগ ধৰণৰ শান্তি পোৱা যায়।❤️
অশেষ ধন্যবাদ জনালোঁ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে
কি সুন্দৰ 💕
Axom amar rupohi.very nice video.love your video so much😘
Thankyou so much 🧡🙏
Val lagil baidew🙏🙏🙏🙏
Thank u so much
Bohut dhunia lagil Sai 🎉🎉🎉
Dhanyabaad janalu
Background music tu bht vl lgise....mon poroxa music
কামৰূপীয়া লোকগীত।।।। ধন্যবাদ আপোনাৰ অনুভৱৰ বাবে ।।।
Dhuniya
Video 2 sai ..akhaj khabo Mon goise
Thank u so much for your love
ধুনিয়া মহৰ দৈ , কোমল চাউল নতুন গুৰৰ জলপানৰ সুকিয়া সোৱাদ ।মই ভাল পাও ।মাজে মাজে খাবৰ মন গলে চাপৰিলৈ গৈ খাওগৈ ।গাঁওৰ পৰিবেশ মই খুব ভাল পাও । অকলশৰীয়া জীৱনতোত এই বিলাককে উপভোগ কৰি ভাল পাঁও ।সহজ সৰল চহা জীৱন ভাল পাঁও ।
নিশ্চয় ।। সুন্দৰ কমেণ্ট ।। ধন্যবাদ জনালোঁ।।
Bohut dinor murot akw bhaal lagil parile goru bihu aru 100 haak khua video dibo buli aakha thakil
ধন্যবাদ জ্ঞাপন কৰিলোঁ ।। নিশ্চয় দিয়া হব ।।
গাঁৱৰ মনোমোহা পৰিবেশ আৰু বাঁহীৰ সুৰে ভিডিঅ নহয় যেন এখন পুৰনা ছবিহে চাই আছো । আপুনি সুন্দৰকৈ আগবাঢ়ি যাওক ।
আপোনাৰ সুন্দৰ comment বাবে বহুত বহুত ধন্যবাদ জনালোঁ ।
Bohut bohut dhunia♥️
Thank u so much
Love from darrang
.... 🥰🥰... Apunar video sai moi bhut val paw... Mor maa o sai apunar video 🥰🥰
আপোনাৰ লগতে আপোনাৰ মা আৰু সমুহ পৰিয়ালৈ আমাৰ গাঁও channel ৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ যাছিলোঁ ।
@@amargaon3296 ধন্যবাদ।। আপুনি আৰু আগবাঢ়ি যাওঁক।। আপুনি মোৰ মাৰ দৰেই 🥰🥰🥰।।
@@sonasarma7887 heartily thanks to u ...💛💛💛💛💛😊😊😊
Treat to watch
Bohut dhunia..
Doi khini birat bhal dise dei
Videography excellent
Akomani joni bor moromloga dei
আপোনাৰ সুন্দৰ comment ৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
Khabole mon goise oo dekhi
Thank u
Apunr video sai val lage apunr gor kot hoi
ধন্যবাদ জনালোঁ। আমাৰ গাঁও চৰাইদেও জিলাৰ দিচাং নদীৰ পাৰত ।।
খুব সুন্দৰ হৈছে Presentation। আগুৱাই যাওক আপোনালোক। শুভেচ্ছা জাচিলো...
Thank u
আপোনাৰ vedio লৈ অপেক্ষা কৰি থাকো সদায় 💚 প্ৰাকৃতিক পৰিৱেশ বোৰ চাবলৈ 💚 কি যে সুন্দৰ 💚
অশেষ ধন্যবাদ জনালোঁ আপোনালৈ ।।।
moiu akei .vdio loi bad sai rou
@@meghahdas5492 আপোনালোকৰ মৰম চেনেহৰ বাবেই আমি আৰু ভাল ভাল ভিদেও বনাবলৈ উৎসাহ আৰু প্ৰেৰণা পাওঁ ।।
বহুত বহুত ধন্যবাদ জনালোঁ।।।
Video ... Ajikali sobote ei vedio tu he dekha pau ghonta
Apunalukor video sai bohut bhal lage ..... Muru mon jai eneke thakibole ....moi Jen tate asu tenekua lage .....
Kotha eta kou please jodi pare music't olop bhalke kam korok.....sob thike ase khali Fute tune bur olop kisuman jegat nimile .....ekdom natural rakhok jiman pare ...
Baki good wishes thakile bohut bhal hoise kam
ধন্যবাদ জনালোঁ । লগতে আপোনাৰ পৰামৰ্শও আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ , এই বিষয়ে চিন্তা কৰা হব । music বনাবলৈ আমাৰ কিছুমান অসুবিধা হৈ আছে । যাৰ বাবে আমাৰ ওচৰত available music ৰ কমি হৈছে । লাহে লাহে নতুন নতুন music আৰু বনোৱা হব ।।
ইমান ধুনীয়াকৈ ভিডিঅ' বিলাক বনাই চিনেমা চাই থকা যেন লাগিল ❤️😍👍 খুব সুন্দৰ 🥰❤️
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
সুন্দৰ । ভিডিওটো চাই বহুত ভাল লাগিল ।
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Bohut vall lagil mohor doi kumol saulor jlpan moi bohut vall khai .dhoibobad thakil🥰🥰
Thank u so much for your love and support
wow,nao solabo oo janene bht active de aapuni👌👌
ধন্যবাদ জনালোঁ
Apuni Bohut Tasty Bonai...Bohut Bohut Dhuniya...
Thank u so much for your beautiful comment
Apunar video bilak sai bht val laage.
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ
উপস্থাপন সঁচাকৈ অতুলনীয় 😍❤❤❤❤❤
ধন্যবাদ জনালোঁ
Apunar vedeo sai bohut val lage ghor kot apunar jonabo sun
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Apuni eman dhuniya prokritir majot thak ...muru jab mon jay
Thank u so much for your Love
ধুনীয়া
ধন্যবাদ
আপোনালোকৰ ভিডিঅ বোৰ চাওঁ বহুত বেছি ভাল লাগে
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
Apunar video to sai val lagil 👌👌 new friend holu 👍❤️❤️❤️❤️❤️
ধন্যবাদ আপোনাৰ সহযোগৰ বাবে
আপোনাৰ vdo আজি প্ৰথম চাইছো , বৰ ভাল লাগিছে । অসমীয়া চলচ্চিত্ৰ এখন চাই থকা যেন লাগিছে ।
Beautiful editing .
ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে
Apuni nau solua drisyo tuye bohut kotha khikai dile aji uthi oha noboprojonmo k ....... Keep going baideo 🙏🙏
ধন্যবাদ জনালোঁ আপোনাৰ সহযোগৰ বাবে
Assam's original beautiful village...& this village makes me nostalgic, when we were listen Assamese Writer Rashraj Lakshminath Bejbaruah's 'Burhi aair xadhu's..Stories..Which are full of Extrem Thriller, Suspence, Romantic drama, Humanity..And which are based on Assamese attractive original beauty.
Jai Lachit, Jai Bharatvarsh
We are very grateful for your love and support, we always try our best to present our traditional village culture in front of you. Always seeking for your love and support.
@@amargaon3296 support r ki kotha ase akou..I'm also a Original Assamese (Ahom period t loi oha Rajporohit-vangsh)..So, I'm so glad j apni amar Assamese original Villages k as it is present korise., Jitue Mainland r Villages r pora amak unique rupot clear kore...Thanks so much.
Jai Lachit, Jai Bharatvarsh
পৰিৱেশনটো আৰু অলপ সুন্দৰকৈ কৰিবচোন দেখিবলৈ আৰু বেছি ধুনীয়া লাগিব😊😊
নিশ্চয় । এই ভিদেও টোত অলপ ভুল হৈ গল , পিছলৈ আৰু ভালকৈ মন দিয়া হব । আপুনি আমাৰ ভূল টো আঙুলিয়াই দিয়া বাবে বহুত ধন্যবাদ জনালো ।। আপোনালোকৰ পৰামৰ্শ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।।
নিশ্চয়। আপোনালোক আৰু আগুৱাই যাওঁক তাকেই কামনা কৰিলো🤗🤗
Bohut dhuniya gaon.. Kun thait ase
Thank u so much ... Charaideo District ত আছে ।।
Bohut tasty jolpan khaisa dei 😘😘😘👌
বৰ সুন্দৰ পৰিবেশন😊😊
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
Bor dhuniaa
Thank u so much for your love and support
Really cinema sai thoker dore lagil 👍.Best food in the world 👌
Lots of thanks to you ... Love from AMAR GAON .