মা'ক বহুত Miss কৰি আছো 😭 Soubhagngi interview

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ม.ค. 2025

ความคิดเห็น •

  • @riyadas7774
    @riyadas7774 8 วันที่ผ่านมา

    All the best sobhangi for your great future. you're really a strong girl ... Love from Barpeta ❤

  • @MinakshiDas-h9h
    @MinakshiDas-h9h 15 วันที่ผ่านมา +3

    ❤️ Iman positive deha, God bless you deha 👏👏👏👏👏 bohut val lagile video tu sai... i love you shemim baa, God bless you moromor baa👏👏👏❤️👏

  • @priyojonorbandhun
    @priyojonorbandhun 13 วันที่ผ่านมา +1

    ছেমিম এটি ভোটা তৰা পৃথিৱীত মাতৃয়ে দি গল।বৰ ভাল লাগিল ছেমিম।পদ্মনাভ বেটি গুৰু হিচাপে তোমাৰ কাষত আছে।বেটি ভগৱানে তোমাক বহুত দিছে মাঁথো তুমি এটা এটাকৈ কৰি যোৱা প্ৰতিটো খোজত দেউতাক কাষত ৰাখিবা।পৰীক্ষালৈ শুভেচ্ছা যাঁচিলো।তুমি যে ভাল কিবা চমকলগা কাম কৰিবা তোমাৰ চিন্তাই কয়।পৰীক্ষাৰ পিছত আকৌ মাতিবা ছেমিম।❤🎉❤

  • @gayatribaruah7801
    @gayatribaruah7801 14 วันที่ผ่านมา +1

    বহুত ভাল লাগিল৷ শেষৰখিনি সঁচাই চকুপানী ওলাল৷ কাৰণ ৫মাহৰ আগত মোৰো মা ঢুকালে৷ বুজি পাওঁ কেনেকুৱা লাগে৷ বহুত বুজি পোৱা ছোৱালী৷ ভাল হওক সকলোফালৰ পৰা❤

  • @shuhelahmed6488
    @shuhelahmed6488 15 วันที่ผ่านมา +3

    "Bhal pao deotar snehhona mukh mur bhabe taw hohe kiman je dukh" Hope U go ahead with your Father's support.

  • @JoankiPathak-nq6yi
    @JoankiPathak-nq6yi 14 วันที่ผ่านมา

    বহুত ভাল লাগিল - Shubhangi ৰ মাক ( জুমি‌) মোৰ স্কুলীয়া বান্ধৱী আছিল বহুত ভাল আছিল তাই Miss you jumi ❤

  • @sonalilahon7548
    @sonalilahon7548 14 วันที่ผ่านมา

    Ma সদায় তোমাক লগত আছে মাৰ axkhibad সদায় থাকিব মাৰ সমান হব কোন নৈৰ সমান বব কোন God bless you

  • @shuhelahmed6488
    @shuhelahmed6488 15 วันที่ผ่านมา +2

    "Bhal pao maak mur othi moromor mur bhabe jaar nai cin bhagoror"feel sorry for U miss Mother Care.

  • @tanaydas9134
    @tanaydas9134 14 วันที่ผ่านมา

    সূন্দৰ

  • @lalitakalita3701
    @lalitakalita3701 4 วันที่ผ่านมา

    এই সাক্ষাৎকাৰটো চাই বৰ ভাল লাগিল 👌🏽
    কেইটামান উপদেশ শোভাংগীলৈ
    অসমীয়া ভাষাটো শুদ্ধকৈ ক’বলৈ শিকিবা দেই 👌🏽
    “স“ আৰু “খ“ বৰ্ণৰ উচ্ছাৰণৰ পাৰ্থক্য আছে ৷
    “ঠেলিয়াব“ বুলি অসমীয়াত কোনো শব্দ নাই ৷
    বৰগীতৰ ইংৰাজী অনুবাদ কৰাটো এটা বৰ ডাঙৰ পৰিকল্পনা ; সেইটো কৰাৰ আগতে সকলো কথা খৰচি মাৰি শিকি ল’বা ৷
    আশীৰ্বাদ থাকিল দেই ( ময়ো বৰপেটাৰেই ছোৱালী, শ্বিকাগ’ৰ পৰা চাইছোঁ ) ৷
    তোমাৰ মা সদায়েই তোমাৰ লগত আছে, মাজনী 🥰
    Always practice your music ( ৰিয়াজ কৰিবা সদায়) 🥰
    শাস্ত্ৰীয় সংগীতৰ বিকল্প নাই (শাস্ত্ৰীয় সংগীতৰ ভোটাতৰা পণ্ডিত ভীমসেন যোশীয়ে ৮৮ বছৰ বয়সলৈকে গান গাই আছিল ) ৷

  • @dipaligogoi8719
    @dipaligogoi8719 15 วันที่ผ่านมา

    Bohut val lagil...God bless you hodai agbahi jua

  • @MajidaBegum-p4d
    @MajidaBegum-p4d 15 วันที่ผ่านมา

    Bhut bhut Val lagise video tu sai❤❤❤❤❤❤

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 15 วันที่ผ่านมา

    Khub besi vl lagil morom loga. aAagbadhi juwa

  • @ayushchanda7626
    @ayushchanda7626 14 วันที่ผ่านมา

    তোমাৰ এই ভিদিওটো চাবৰ বাবে বহুত আশাৰে বাট চাই আছিলোঁ ।তোমাৰ পেহি হিচাপে মই তোমাক আশীৰ্বাদ কৰিলো তুমি আৰু আগুৱাই যোৱা।

  • @binubarman521
    @binubarman521 15 วันที่ผ่านมา

    Bohut bhal lagile

  • @sobhangivoiceofficial8808
    @sobhangivoiceofficial8808 14 วันที่ผ่านมา

    Thanks Baa❤❤❤❤❤❤❤

  • @rupalichutiapriyanka4266
    @rupalichutiapriyanka4266 14 วันที่ผ่านมา

    Val lagil .ako new vdo apekha

  • @shayanikakalita4960
    @shayanikakalita4960 14 วันที่ผ่านมา

    God bless You🙏🙏🙏

  • @achiyakhatun1091
    @achiyakhatun1091 15 วันที่ผ่านมา +1

    পৰিকল্পনা নহয় কল্পনা