ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
চাৰিজনে চাই থাকিল, কিন্তু কোনেও সহায় নকৰিলে, সেই কেইটা কাপূৰুশ, সিহঁতে চুৰিদাৰ পৰিধান নকৰে কিয় ?
Right
Hosa kotha
Ji hoy valor karone Hoy 😂
মানুহ নহয় ইহঁত।কলে বেয়া পাব বহুতে আমাৰ গাওঁ বোৰত এনে কৰা হলে কোনো চাই নাথাকিল হয়।এইয়া চহৰ যে so এনে মনো ভাৱৰ মানুহ তাত।
প্ৰত্যক্ষদৰ্শীৰ মানবতা হেৰোৱা নাই ! উন্মুক্ত ছুৰী দেখি মৃত্যু ভয়ে আগুৰি ধৰিছিল !!
সেই চাৰি জনক যদি ছূৰিৰে আঘাত কৰিলেহেতেন তেন্তে সেইয়া দায়িত্ব কোনে ললেহেতেন ।
Saritakoi manuhok ekeloge attack korar homoit karure hatot eku nathakil heten ney....Aataikeitai Helmet pindhi asil,Eku napaleu ontoto Helmet keita hihotor hatot asil.Helmetere ki ki koribo pari took dekhai dibo lagibo neki.
আজি যুগৰ মানুহ সহায় কৰিবলৈ নাহে কিন্তুু মৰি যোৱা মানুহজনৰ ফটো লবলৈ আগতে দৌৰ মাৰি আহিব মানুহবোৰ এইটোৱেই হল কলিৰ যুগ ।
Yes
মই দেখা পাইছোঁ গুৱাহাটীত কিছুমান লোকে নিজৰ উচৰ পাজৰৰ বস্তুকে চিনি নাপায় এনেকুৱা লোকো গুৱাহাটীত থাকে এইটো লাজৰ কথা ।
ইয়াকে কয় স্মাৰ্ট চিটি,তাত কোনেও কাকো চিনি নেপাই,তাত মানৱতা নেথাকে😢
আমাৰ যিখন আইন আছে একো কাম নাই বুলিয়ে কওঁ ; কাৰন মানুহ মাৰিলেও তিনি মাহ পিচতে জামিন পাই ওলাই আহে ! এই কাৰনে একো ভয়েই নোহোৱা হৈছে ? মানুহ মাৰাৰ পিচত হয় গোটেই জীৱন জেল দিয়ক নহয় ফাঁচি দিয়ক তেতিয়াহে ভয় খাব ? আৰু সেই ঘটনাটো দেখি থকা মানুহ কেইজনেও কি কাপুৰুষ আছিল তেওঁক তাতে ধৰি ৰাখিবও নোৱাৰিলে নে ? চকুৰ আগেদি গাড়ী চলাই পলাই গল ?
লাচিতৰ দেশৰ মানুহ হয় আমি 😅😅😅😅😅😅
আজিকালি মানুহৰ দয়া মমতা নাইকীয়া হল । চাৰিওফালে কেবল মাৰা কটা এইবোৰেই ....
চিনেমা শ্বুটিং বুলি চাই আছিল আকৌ | সিহঁত কেইটাক মেখেলা -পেটিকোত পিন্ধিব দিয়ক |
যি কেইজন এ চাই আছিল সেই কেইজনে you tube, facebook ৰ video ত ডাঙৰ ডাঙৰ comments কৰি থকা কেইজন নহয় জানো।।।
সেই সময়ত চাই থকা 4জন লোক হত্যাকাৰীটোৰ সমানেই দায়ী গতিকে তেঁওলোকৰো বিচাৰ আৰু শাস্তি হব লাগে ।
@@BinodPathak-dv9zjঅবৈধ উপভোগ কেবল দুয়ো কৰিছিল লুকাই চুৰিকৈ !! প্ৰত্যক্ষদৰ্শী এ পাপৰ ভাগ কিয় লব !!
চাৰিজন কাপুৰুষ
বাইদেউ চাই থকা সহায় নকৰা সেই লোক চাৰিজনকো গুলীয়াই মাৰিব লাগিছিল
Kio ba jodi hei 4 Jon muslim hol hoy tenehole tho Jina haram hoi gol hoy
পৰকীয়া প্রেমৰ বাবেই যদি কৰিল তেনে বহুত ভাল কৰিল।
Purukh nhy seibor mekhela pindha he😮😮😢
চাই থকাতো অইন মতে অপৰাধ বুলি গণ্য কৰিব লাগে।
Bohut dukh lagil manuh ne aikaijon ke
himonto mama r smart city.....jot nki manobota nai...😢😢😢😢😢
Nam kouk
Hei. 4. Ta. Manuhok. Jeil. Dibo. Lage. Hihot. Manuh. Ne. Jontu.
যিমানেই ভাল সিমানেই ইমান মহাকাল কিয় হবলৈ গৈ আছে মন্ত্ৰী ৰ বাসস্থান খনি।কিমান আৰু কিমান ?
Paap'r majot heral ‘মানৱতা’
Manuh kakhot thakiu roikha koribo nuwarile sih matro sai thakil 😮
What we understand the deseaed Mousumi Gogoi filed FIR already, why police did not take action?
Kalprit tuk phasi dibo lage
আজি দিনত মতা মানুহ বিলাক মাইকী মানুহ সৈছে ।
Police r harsastir babei ajikali kuneu karu help nora hol..sohai kori tune bipad sapai lobo..
Sai thoka manuh keita HIJRA asil gotike bosabo nuarile 😢
Dear NB news, jolibo, jolibo yei baideuye porhar dore jodi aru kunubai bhulkoi batori poribeson kore NB news lal batti nichoy jolibo.😂😂😂😂😂😂😂😂😂
এতিয়া নিজে সাবধান হব লাগে আনক ভৰসা কৰি লাভ নাই
সেই চাৰিটা কা পুৰুষ আছিল!
কবলৈহে ভাল !! পৰিস্থিতিৰে face কৰা জনেহে বুজিব মৃত্যু ভয় কি ?
Sai nathaki ki nijar maran nije matiba lagisil surire jodi hihatak akraman korile hoi teya
Manobota bihin akhon norok boli kom Guwahati xon !
চাই থকা পাখণ্ড কেইটাক জেলত দিব লাগে।
দূটা সন্তান বু্ লি কত পালে
Ai sangbadik bure olta pulta news poribeshon kore
Cc tvr futaj si 4tak dhoribo lagy acton
O baideu, mausimir swami akou kor pora olal? ...... Mousumir duti hontan ne eti hontan??? Hey prabhu, kalir pora ulta palta news sai sai brain gorom hoi gol.
Holeo aji kali aru anor bbe kt nijor pran heri kribo aji kali nijr bbe nije save nhy
Phasi. Diya. Deka. Napai
Picot bosabo jua gitae police or jalat vugi thkibo lgeeee haikarone nogoll sagee
Si thoka Kotak jalt dibo lagy
Arest karibo lage
Manuhbur Pixas Hol Manobota Nuhuwa Hol
Fasi hab ne tar
Heikeijon mota nki...manuhe manuhor babe nohoi aji kali
Moi ata ktha kow j xai sari jone manhuk xudi vl pua nasile xohai korib
Hei keita vorua asil....maiki vorua...Nijor maikik kunubai susorai nileu hihote Sai thakibo...

দূটা সন্তান বু্ লি কত
পালে
Ai sangbadik bure olta pulta news poribeshon kore
Cc tvr futaj si 4tak dhoribo lagy acton
O baideu, mausimir swami akou kor pora olal? ...... Mousumir duti hontan ne eti hontan??? Hey prabhu, kalir pora ulta palta news sai sai brain gorom hoi gol.
Holeo aji kali aru anor bbe kt nijor pran heri kribo aji kali nijr bbe nije save nhy
Phasi. Diya. Deka. Napai
Picot bosabo jua gitae police or jalat vugi thkibo lgeeee haikarone nogoll sagee
Si thoka Kotak jalt dibo lagy
Arest karibo lage
Manuhbur Pixas Hol Manobota Nuhuwa Hol
Fasi hab ne tar
Heikeijon mota nki...manuhe manuhor babe nohoi aji kali
Moi ata ktha kow j xai sari jone manhuk xudi vl pua nasile xohai korib
Hei keita vorua asil....maiki vorua...
Nijor maikik kunubai susorai nileu hihote Sai thakibo...