ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ভাল লাগিছে প্ৰথম শুনিছো আমাৰ মিচিং সম্ৰদায়ৰ ইলা মিলি বাইদেউ বহুত ভাল লাগিছে ❤️❤️ আৰু আগুৱাই যাওক আপুনি ভগৱানৰ ওচৰত তাৰে কামনা থাকিল ❤❤ কৃষ্ণ
সদায় শুনিলেও আমনি নালাগে ৷ আমাক আৰু লাগে আইৰ কণ্ঠত এনে ধৰণৰ নাম ৷
বাপ চাই আই অতি সুন্দৰ হৈছে নাম আৰুআগুৱাই যাবলৈ ভগবানক পাথনা জনাইছো ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ❤ বহুত ভাল লাগিল
কৃষ্ণ, কৃষ্ণ অতি সুন্দৰ । আই, বাপ, ঈশ্বৰৰ কৃপা হওক । আপোনাসৱৰ দ্বাৰা যেন অসমত গুৰু দুজনাই বিছৰা সমাজখন দেখা পাওঁ।
অতি সুন্দৰ
কৃষ্ণ 🙏 ।সুন্দৰ ।
অতি সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ।
কি ধুনিয়া লাগিছে গিত একো ভাষা নাই কবলে.
One. Of. The. Best. Bap. Jaanar. Bhagabat. Kanthaa. Mur. Aati. Priyaa. Bahut. Bahut. Dhanyabad
Iman sundor kotha bohut val lagise Krishna aii
বৰ সুন্দৰ লাগিল ৷ আই বাপ দুজনালৈ অশেষ প্ৰণাম ৷ সুন্দৰ যুটি ৷
ইলা মিলি আই আৰু চিমি আইৰ ভবিষ্যতে এনে ধৰণৰ সুন্দৰ দিহানাম শুনিবলৈ পাম বুলি আশা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ আই পুবাতে নাম ভাগ শুনি মন ভালটো ভাল লাগিল ♥️♥️♥️♥️🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ, বৰ সুন্দৰ
সুন্দৰ ,বৰ সুন্দৰ মধুৰ কন্ঠ। আই দুগৰাকী। হৰিৰ কৃপা দান। 9:33 👋👋👋👋
এই হৰিনামটিৰ সকলো শিল্পী আৰু বাদ্য-যন্ত্ৰী আটাইকে ঈশ্বৰ কৃষ্ণই কৃপা কৰক ।জয় জয় কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏জয় গুৰু শংকৰ 🙏🙏🙏
অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল আগবাঢ়ি যাওক ঈশ্বৰে আশীৰ্বাদ কৰিব। কৃষ্ণ কৃষ্ণ।
সুন্দৰ আই গৰাকীৰ এই মধুৰ সুৰ আৰু আগলৈ শুনিব পাম বুলি আশা থাকিল 🙏🙏🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ শুনি থাকিবৰ মন যায় ।কি মধুৰ কণ্ঠ!আই দুগৰাকীৰ ।সাধনা অব্যাহত ৰাখক ।কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏🙏🙏🙏
Krisno bap.,....Eman dhuniya hurHkolu Jen pahori nijoke orpon korisuAji.....
ভাল লাগিল আৰু আগ বঢ়াই নিয়ক। কৃষ্ণ কৃষ্ণ প্ৰভু।
Krishna🙏 বঢ়িয়া হৈছে
বহুত সুন্দৰ শঙ্কৰৰ নাম ভাগ ভাল লাগিল শ্রৱণ কৰি সুন্দৰ কন্ঠ আইসকলৰ
কৃষ্ণ 🙏 বাপ আই ৰ সহযোগত আমাৰ দৰে কলিৰ মল মতি মনুষ্য ক নাম সৰোবৰ ত স্নান কৰোৱালে। কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ আই গৰাকীলৈ,, বহুত ভাল লাগিল শুনি বাপ...
ইলা মিলি আই প্ৰানজিৎ বাপে জনোৱা গুৰু আবিৰ্ভাৱ দিৱসৰ ভাল উপহাৰটি শ্ৰবন কৰি আৰু চাই আমি আপ্লুত হৈছো, ভিডিঅটো সকলো দিশতে সুন্দৰ হোৱাৰ লগতে তোমাৰ পৰিবেশন ,সাজ পোচাক সুন্দৰ হৈছে আদৰ্শনীয় হৈছে,পৰম গুৰু জনাই কৃপা কৰক ,আৰু শক্তি প্ৰদান কৰক- কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে। জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ আই আপোনাৰ কণ্ঠ অতি সুন্দৰ, আপোনাৰ কণ্ঠৰ লগতে সুৰ আৰু কথা অতি মনোৰম 🙏🏿🙏🏿🙏🏿🙏🏿
Good bless you .bahut bahut khub kamana janalo.khundar paribekhan .krishna..
বহুত বহুত ভাল লাগিল কৃষ্ণ আৰ্শীবাদ জনালোঁ কৃষ্ণ কৃষ্ণ
কৃষ্ণ ,বৰ সুন্দৰ হৈছে🙏🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ।আগলৈ আৰু আগবাঢ়ি যোবা সেয়ে পৰম ঈশ্বৰ চমনত সেৱা জনালো🙏🏼🙏🏼🙏🏼 কৃষ্ণ🙏🏼🙏🏼🙏🏼 কৃষ্ণ ৰাম ।।
আই নামভাগ বহুত ভাল লাগিল কৃষ্ণ ।বাপ জনাৰ দৰেই আপোনাৰো কণ্ঠ বৰ শুৱলা ।
অতি সুন্দৰ গুৰুদেও । জয় গুৰু শংকৰ । শংকৰ গুৰুৰ নাম ভাল পাওঁ বহুত । ❤️❤️❤️❤️🙏🏻
Eman hundor hoise kipa borikhon houk vogobanor
কৃষ্ণ । জয় গুৰু শ্ৰীমন্ত শঙ্কৰ🙏🙏🙏মিলি আই গৰাকীৰ অতি সুন্দৰ কণ্ঠ। প্ৰভূ ভগৱন্তই কৃপা কৰক ।।কৃষ্ণ
কৃষ্ণ আই সুন্দৰ হৈছে ভাল লাগিল।
Bhut Bhut vl lagile huni.. 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏বাপ আৰু আই গৰাকীক বহুত বহুত ধন্যবাদ কৃষ্ণ 🙏🙏 ।
কণ্ঠ টো ধুনীয়া ,জানিবলৈ মন গল বেয়া নাপাব ।
কৃষ্ণ ৰাম গগৈ বাপ সেৱা জনালো ৷আপোনাক আই গৰাকীক লগতে সমস্ত জন বাপ আইৰ চৰণত ৷কৃষ্ণ কৃষ্ণ হৰি ৰাম
🙏🙏🙏 Krishna Krishna.Bhal lagil.
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ 🙏 সেৱা নিবেদিলো
বহোত বহোত প্ৰনাম৷🙏🙏 মোহময়ী সুৰ সঞ্জাৰ৷ মন ভৰিগল আই৷❤👌👌
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😢😢😢😢😂😂😂😭😭😭
ও আই সকল সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ
কৃষ্ণ বাপ আই গৰাকীয়ে সুন্দৰ গাইছে
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna 🙏 🙏 Eman hundor huria konthor Aai garakir naam bhag huni bahut bhal lagil 🙏🙏🙏🙏 Krishna , Krishna .
বৰ ধুনীয়া হৈছে
কৃষ্ণ কৃষ্ণ,🙏🙏 সুন্দৰ হৈছে।
ইমান সুন্দৰ কৃষ্ণ হে bulis
নামভাগৰ পৰিবেশন খুউব সুন্দৰ হৈছে । আইগৰাকী আৰু আগবাঢ়ি যাওক , কৃষ্ণ ।
Krishna. Krishna. Oti.hundor. hoise.Ai🙏🏻🙏🏻🙏🏻🙏🏻
Ati hundor poribekhon......Joy guru sankar 🙏🙏🙏
বহোতেই ভাল লাগিল কৃষ্ণ কৃষ্ণ ।
বৰ ভাল লাগিল। জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ।
অতি মজা গাইছে আমাৰ শুভেচ্ছা জনালো যোৰহাট
কৃষ্ণ কৃষ্ণ, শুনি বহুত ভাল লাগিল। উজ্জ্বল ভবিষ্যত কামনা কৰিলো । কৃষ্ণ
সুন্দৰ দিহা নাম , কৃষ্ণ জয় জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভুৰ কৃপা হৈছে, সুন্দৰ কণ্ঠ নিগৰাইছে আগলৈও এনেকৈয়ে নাম শুনাৰ ইচ্ছা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কথা,সুৰ, পৰিচালনা সকলো খূউব সুন্দৰ হৈছে।🙏🙏🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে🙏🙏🙏
সুন্দৰ হৈছে৷ কৃষ্ণ
bohut hundor prosar hoise ,,Krishna Krishna ..
❤🎉❤Bohut bohut xuvokamona jonaloo. Go ahead way to your journey. All the best wishes to you. God bless you ❤🎉❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏❤
কৃষ্ণ জয় গুৰু শঙ্কৰ ৷সুন্দৰ হৈছে আই।
কৃষ্ণ হৰি ৰাম ।অতি সুন্দৰ প্ৰভু ভগৱন্তৰ কৃপা হওক
সুন্দৰ কন্ঠৰ গৰাকী, ইলা মা:ম: শুনি ভাল লাগিল।
Oti xundor bap...... Krishna Krishna Prabhu
জয় গুৰু শংকৰদেৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ। প্ৰাণ ভৰি গ'ল। বাপ আইলৈ সেৱা জনালো। 🙏
Bohut besi Val lagil👍 🥰
সুন্দৰ আই। কৃষ্ণ কৃষ্ণ ❤
Krishna Krishna Krishna sewa nibedisu..... Bahut bhal haise
কৃষ্ণ কৃষ্ণ জন্ম গুৰুৰ শংকৰ কৃষ্ণ আৰু মাধৱদেৱৰ গুৰুজনাৰ আমাৰ কৃপালু গুৰূ 🙏🙏প্ৰভূ ঈশ্বৰ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ হৰি নাম শুনি বৰ আনন্দ পাছে আপোনা লোকক লই আই মাতি সকলো লই চৰণ ভক্তি ভৰা সেৱা নিবেদিছো 🙏🙏কৃষ্ণ কৃষ্ণ
Bahut bhal loga hoise ,dhanya,,,,,,
বৰ সুন্দৰ হৈছে কৃষ্ণ
Ati sundar Nam bhag.......Krishna Krishna..Hari Hari.........
কৃষ্ণ🙏 দিয়ো গৰাকী বাপ আই সশস্ত্র প্ৰণাম কৃষ্ণ🙏🙏🙏
Bohut val lage namtu
কৃষ্ণ ভাল লাগিল ৷
কৃষ্ণ কৃষ্ণ ৷ বৰ সুন্দৰ হৈছে ৷
বৰ সুন্দৰ কণ্ঠ দেই
Iman sundor knth 🙏🙏🙏🙏👍
আই গৰাকী কন্ঠ সুন্দৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ
❤🎉❤🎉 bahut val lagise ela mili god bless u ❤🎉❤ bina
বৰ সুন্দৰ হৈছে........কথা সুৰ বহুত বেছি ভাল হৈছে
সুন্দৰ অতিসুন্দৰ
বৰ সুন্দৰ আই
বৰ সুন্দৰ নাম । শুনি বৰ ভাল লাগিল ।
🙏 Krishna 🙏 oti sundar ❤️.. 🔥🔥🔥
Krishna,সকলো আই আৰু বাপ সেৱা জনালোঁ,অতি সুন্দৰ গুৰু কৃপা হক কৃষ্ণ 🙏
Moja.
Krishna , Bahut bhal lagil.
🙏❤️🙏কৃষ্ণ 🙏👌অতি মধুৰ, সুন্দৰ,আপ্লুত হলো শুনি,কৃষ্ণ 🙏
সুন্দৰ। 🙏🙏। জয় গুৰু শংকৰ🙏
কৃষ্ণ আই, বৰ ভাল লাগিল ।
Krisno bohut vale lagil
বৰ সুন্দৰ কণ্ঠ | আপ্লুট হলো |
ভাল লাগিছে প্ৰথম শুনিছো আমাৰ মিচিং সম্ৰদায়ৰ ইলা মিলি বাইদেউ বহুত ভাল লাগিছে ❤️❤️ আৰু আগুৱাই যাওক আপুনি ভগৱানৰ ওচৰত তাৰে কামনা থাকিল ❤❤ কৃষ্ণ
সদায় শুনিলেও আমনি নালাগে ৷ আমাক আৰু লাগে আইৰ কণ্ঠত এনে ধৰণৰ নাম ৷
বাপ চাই আই অতি সুন্দৰ হৈছে নাম আৰুআগুৱাই যাবলৈ ভগবানক পাথনা জনাইছো ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ❤ বহুত ভাল লাগিল
কৃষ্ণ, কৃষ্ণ অতি সুন্দৰ । আই, বাপ, ঈশ্বৰৰ কৃপা হওক । আপোনাসৱৰ দ্বাৰা যেন অসমত গুৰু দুজনাই বিছৰা সমাজখন দেখা পাওঁ।
অতি সুন্দৰ
কৃষ্ণ 🙏 ।সুন্দৰ ।
অতি সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ।
কি ধুনিয়া লাগিছে গিত একো ভাষা নাই কবলে.
One. Of. The. Best. Bap. Jaanar. Bhagabat. Kanthaa. Mur. Aati. Priyaa. Bahut. Bahut. Dhanyabad
Iman sundor kotha bohut val lagise Krishna aii
বৰ সুন্দৰ লাগিল ৷ আই বাপ দুজনালৈ অশেষ প্ৰণাম ৷ সুন্দৰ যুটি ৷
ইলা মিলি আই আৰু চিমি আইৰ ভবিষ্যতে এনে ধৰণৰ সুন্দৰ দিহানাম শুনিবলৈ পাম বুলি আশা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ আই পুবাতে নাম ভাগ শুনি মন ভালটো ভাল লাগিল ♥️♥️♥️♥️🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ, বৰ সুন্দৰ
সুন্দৰ ,বৰ সুন্দৰ মধুৰ কন্ঠ। আই দুগৰাকী। হৰিৰ কৃপা দান। 9:33 👋👋👋👋
এই হৰিনামটিৰ সকলো শিল্পী আৰু বাদ্য-যন্ত্ৰী আটাইকে ঈশ্বৰ কৃষ্ণই কৃপা কৰক ।
জয় জয় কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
জয় গুৰু শংকৰ 🙏🙏🙏
অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল আগবাঢ়ি যাওক ঈশ্বৰে আশীৰ্বাদ কৰিব। কৃষ্ণ কৃষ্ণ।
সুন্দৰ আই গৰাকীৰ এই মধুৰ সুৰ আৰু আগলৈ শুনিব পাম বুলি আশা থাকিল 🙏🙏🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ শুনি থাকিবৰ মন যায় ।কি মধুৰ কণ্ঠ!আই দুগৰাকীৰ ।সাধনা অব্যাহত ৰাখক ।কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏🙏🙏🙏
Krisno bap.,....
Eman dhuniya hur
Hkolu Jen pahori nijoke orpon korisu
Aji.....
ভাল লাগিল আৰু আগ বঢ়াই নিয়ক। কৃষ্ণ কৃষ্ণ প্ৰভু।
Krishna🙏 বঢ়িয়া হৈছে
বহুত সুন্দৰ শঙ্কৰৰ নাম ভাগ ভাল লাগিল শ্রৱণ কৰি সুন্দৰ কন্ঠ আইসকলৰ
কৃষ্ণ 🙏 বাপ আই ৰ সহযোগত আমাৰ দৰে কলিৰ মল মতি মনুষ্য ক নাম সৰোবৰ ত স্নান কৰোৱালে। কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ আই গৰাকীলৈ,, বহুত ভাল লাগিল শুনি বাপ...
ইলা মিলি আই প্ৰানজিৎ বাপে জনোৱা গুৰু আবিৰ্ভাৱ দিৱসৰ ভাল উপহাৰটি শ্ৰবন কৰি আৰু চাই আমি আপ্লুত হৈছো, ভিডিঅটো সকলো দিশতে সুন্দৰ হোৱাৰ লগতে তোমাৰ পৰিবেশন ,সাজ পোচাক সুন্দৰ হৈছে আদৰ্শনীয় হৈছে,পৰম গুৰু জনাই কৃপা কৰক ,আৰু শক্তি প্ৰদান কৰক- কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে। জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ আই আপোনাৰ কণ্ঠ অতি সুন্দৰ, আপোনাৰ কণ্ঠৰ লগতে সুৰ আৰু কথা অতি মনোৰম 🙏🏿🙏🏿🙏🏿🙏🏿
Good bless you .bahut bahut khub kamana janalo.khundar paribekhan .krishna..
বহুত বহুত ভাল লাগিল কৃষ্ণ আৰ্শীবাদ জনালোঁ কৃষ্ণ কৃষ্ণ
কৃষ্ণ ,বৰ সুন্দৰ হৈছে🙏🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ।আগলৈ আৰু আগবাঢ়ি যোবা সেয়ে পৰম ঈশ্বৰ চমনত সেৱা জনালো🙏🏼🙏🏼🙏🏼 কৃষ্ণ🙏🏼🙏🏼🙏🏼 কৃষ্ণ ৰাম ।।
আই নামভাগ বহুত ভাল লাগিল কৃষ্ণ ।বাপ জনাৰ দৰেই আপোনাৰো কণ্ঠ বৰ শুৱলা ।
অতি সুন্দৰ গুৰুদেও । জয় গুৰু শংকৰ । শংকৰ গুৰুৰ নাম ভাল পাওঁ বহুত । ❤️❤️❤️❤️🙏🏻
Eman hundor hoise kipa borikhon houk vogobanor
কৃষ্ণ । জয় গুৰু শ্ৰীমন্ত শঙ্কৰ🙏🙏🙏
মিলি আই গৰাকীৰ অতি সুন্দৰ কণ্ঠ। প্ৰভূ ভগৱন্তই কৃপা কৰক ।।কৃষ্ণ
কৃষ্ণ আই সুন্দৰ হৈছে ভাল লাগিল।
Bhut Bhut vl lagile huni.. 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
বাপ আৰু আই গৰাকীক বহুত বহুত ধন্যবাদ কৃষ্ণ 🙏🙏 ।
কণ্ঠ টো ধুনীয়া ,জানিবলৈ মন গল বেয়া নাপাব ।
কৃষ্ণ ৰাম
গগৈ বাপ সেৱা জনালো ৷
আপোনাক আই গৰাকীক লগতে সমস্ত জন বাপ আইৰ চৰণত ৷
কৃষ্ণ কৃষ্ণ হৰি ৰাম
🙏🙏🙏 Krishna Krishna.Bhal lagil.
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ 🙏 সেৱা নিবেদিলো
বহোত বহোত প্ৰনাম৷🙏🙏 মোহময়ী সুৰ সঞ্জাৰ৷ মন ভৰিগল আই৷❤👌👌
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😢😢😢😢😂😂😂😭😭😭
ও আই সকল সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ
কৃষ্ণ বাপ আই গৰাকীয়ে সুন্দৰ গাইছে
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna 🙏 🙏 Eman hundor huria konthor Aai garakir naam bhag huni bahut bhal lagil 🙏🙏🙏🙏 Krishna , Krishna .
বৰ ধুনীয়া হৈছে
কৃষ্ণ কৃষ্ণ,🙏🙏 সুন্দৰ হৈছে।
ইমান সুন্দৰ কৃষ্ণ হে bulis
নামভাগৰ পৰিবেশন খুউব সুন্দৰ হৈছে । আইগৰাকী আৰু আগবাঢ়ি যাওক , কৃষ্ণ ।
Krishna. Krishna. Oti.hundor. hoise.Ai🙏🏻🙏🏻🙏🏻🙏🏻
Ati hundor poribekhon......Joy guru sankar 🙏🙏🙏
বহোতেই ভাল লাগিল কৃষ্ণ কৃষ্ণ ।
বৰ ভাল লাগিল। জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ।
অতি মজা গাইছে আমাৰ শুভেচ্ছা জনালো যোৰহাট
কৃষ্ণ কৃষ্ণ, শুনি বহুত ভাল লাগিল। উজ্জ্বল ভবিষ্যত কামনা কৰিলো । কৃষ্ণ
সুন্দৰ দিহা নাম , কৃষ্ণ জয় জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভুৰ কৃপা হৈছে, সুন্দৰ কণ্ঠ নিগৰাইছে আগলৈও এনেকৈয়ে নাম শুনাৰ ইচ্ছা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কথা,সুৰ, পৰিচালনা সকলো খূউব সুন্দৰ হৈছে।🙏🙏🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে🙏🙏🙏
সুন্দৰ হৈছে৷ কৃষ্ণ
bohut hundor prosar hoise ,,Krishna Krishna ..
❤🎉❤Bohut bohut xuvokamona jonaloo. Go ahead way to your journey. All the best wishes to you. God bless you ❤🎉❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏❤
কৃষ্ণ জয় গুৰু শঙ্কৰ ৷সুন্দৰ হৈছে আই।
কৃষ্ণ হৰি ৰাম ।অতি সুন্দৰ প্ৰভু ভগৱন্তৰ কৃপা হওক
সুন্দৰ কন্ঠৰ গৰাকী, ইলা মা:ম: শুনি ভাল লাগিল।
Oti xundor bap...... Krishna Krishna Prabhu
জয় গুৰু শংকৰদেৱ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ। প্ৰাণ ভৰি গ'ল। বাপ আইলৈ সেৱা জনালো। 🙏
Bohut besi Val lagil👍 🥰
সুন্দৰ আই। কৃষ্ণ কৃষ্ণ ❤
Krishna Krishna Krishna sewa nibedisu..... Bahut bhal haise
কৃষ্ণ কৃষ্ণ জন্ম গুৰুৰ শংকৰ কৃষ্ণ আৰু মাধৱদেৱৰ গুৰুজনাৰ আমাৰ কৃপালু গুৰূ 🙏🙏প্ৰভূ ঈশ্বৰ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ হৰি নাম শুনি বৰ আনন্দ পাছে আপোনা লোকক লই আই মাতি সকলো লই চৰণ ভক্তি ভৰা সেৱা নিবেদিছো 🙏🙏কৃষ্ণ কৃষ্ণ
Bahut bhal loga hoise ,dhanya,,,,,,
বৰ সুন্দৰ হৈছে কৃষ্ণ
Ati sundar Nam bhag.......Krishna Krishna..Hari Hari.........
কৃষ্ণ🙏 দিয়ো গৰাকী বাপ আই সশস্ত্র প্ৰণাম কৃষ্ণ🙏🙏🙏
Bohut val lage namtu
কৃষ্ণ ভাল লাগিল ৷
কৃষ্ণ কৃষ্ণ ৷ বৰ সুন্দৰ হৈছে ৷
বৰ সুন্দৰ কণ্ঠ দেই
Iman sundor knth 🙏🙏🙏🙏👍
আই গৰাকী কন্ঠ সুন্দৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ
❤🎉❤🎉 bahut val lagise ela mili god bless u ❤🎉❤ bina
বৰ সুন্দৰ হৈছে........
কথা সুৰ বহুত বেছি ভাল হৈছে