Sunali hahire dubori bhora xunaru

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 43

  • @maheshkalita7603
    @maheshkalita7603 ปีที่แล้ว

    প্ৰিয় দীপ দাস ডাঙৰীয়া, আপোনাক মনৰ পৰা ধন্যবাদ জনাইছো ....তেতিয়াৰ দিনৰ সুন্দৰ গীতবোৰ শুনাৰ সুবিধা কৰি দিয়াৰ বাবে...

  • @sailendrakumarmoral3675
    @sailendrakumarmoral3675 3 ปีที่แล้ว +2

    Sira Natun ,Sira Sundor

  • @bhesojbaruah8725
    @bhesojbaruah8725 5 ปีที่แล้ว +17

    অতি সুন্দৰ !গীত বিলাক আপলোড কৰোতে গীতিকাৰ ,সুৰকাৰ, সঙ্গীতকাৰ ৰ নাম description ত দি থলে ভাল আৰু গীতটি কোনচনত প্ৰথম realese হৈছিল !!এইক্ষেত্ৰত বাংলা চেনেল বিলাক বৰ ভাল !তেওঁলোকে এই সকলোবোৰ বিতংকৈ দিয়ে ।আমি গীত ৰ ক্ষেত্ৰত অলপ আগ্ৰহী শ্ৰোতা ,সেয়েহে মনৰ কথা বোৰ ক'লো !!

  • @ridipduarah1427
    @ridipduarah1427 4 ปีที่แล้ว +6

    ৰেডিঅত শুনা এই সুন্দৰ গীতবোৰ আজিকালি শুনিবলৈ নোপোৱা হলো । এনেকৈ শুনিবলৈ সুবিধা কৰি দিয়া বাবে আপোনাক ধন্যবাদ জনাইছোঁ ।

  • @tridipborah1124
    @tridipborah1124 3 ปีที่แล้ว +1

    Xundor deepor puhorot ujjol hoi porese geet te

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +2

    দৰদী শিল্পী শান্তা উজীৰ বাইদেউৰ গীতটি বহু বছৰৰ পাছত পুনৰ শুনিবলৈ পাই আপ্লুত হলোঁ। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

  • @diganataboruah6897
    @diganataboruah6897 4 ปีที่แล้ว +3

    Pori baideo ai geet to agoty akhabani jugy hunisilu .oti monumuha geet.siro hawoj geet.

  • @pollymahanta7508
    @pollymahanta7508 2 ปีที่แล้ว +2

    সুন্দৰ গীত

  • @pranabbhuyan1100
    @pranabbhuyan1100 ปีที่แล้ว +3

    ১৯৮৩ চনত মুক্তিলাভ অসমৰ দ্বিতীয়টো আধুনিক গীতৰ কেছেট ৰাগিণীত সন্নিৱিষ্ট পৰী বৰদলৈৰ এই গীতটিৰ সুৰকাৰ ভূপেন উজীৰ, গীতিকাৰ হেমন্ত দত্ত। HMVসংস্কৰণটো ৰেকৰ্ড যোগে আকাশবাণীয়ে সম্প্ৰচাৰ কৰিছিল। পৰবৰ্ত্তী সময়ত শান্তা উজীৰকে ধৰি কেইবাগৰাকীয়ে গানটো গাই আহিছে আৰু গাই যাব।

  • @Kaberi-h6q
    @Kaberi-h6q หลายเดือนก่อน

    Beautiful evergreen 🎵🎵🎵🎵🎵

  • @prasantagoswami1477
    @prasantagoswami1477 3 ปีที่แล้ว +2

    গানটো কোনে লিখা? সুৰ কাৰ?গাইছে কোনে? মিউজিক কাৰ? ইমান সুন্দৰ এটা গান জানিবলৈ মন গৈছে।

  • @chhandadas9118
    @chhandadas9118 3 ปีที่แล้ว +2

    Khub val lagil gaantu singar r baidor namtu janibo bisau

  • @anamikatamuli2733
    @anamikatamuli2733 3 ปีที่แล้ว +2

    Very sweet and beautiful evergreen song💐💐🌹

  • @kabitadoley5615
    @kabitadoley5615 5 หลายเดือนก่อน

    Very nice song ❤

  • @benuramdeuri5191
    @benuramdeuri5191 3 ปีที่แล้ว +2

    এইবিলাক গান শুনিলে বতৰলৈ বৰকৈ মনত পৰি যায় ।।

  • @bornalisaikia3145
    @bornalisaikia3145 4 ปีที่แล้ว +2

    বৰ ভাল লগা গীত

  • @mamonipator7640
    @mamonipator7640 ปีที่แล้ว +4

    pratham Pari Bordoloi baidewe gaisil aitu pari baideur voice nohoy Santa baideu jen lagise

  • @naturaldesigner1004
    @naturaldesigner1004 5 ปีที่แล้ว +3

    বৰ সুন্দৰ শ্ৰুতিমধুৰ মনপৰশা গীত শিল্প কোন

  • @dipenmurmu6126
    @dipenmurmu6126 3 ปีที่แล้ว +2

    Very nice song

  • @mridudas450
    @mridudas450 3 ปีที่แล้ว +2

    Nice song

  • @rajibdas9727
    @rajibdas9727 2 ปีที่แล้ว +2

    mm

  • @hemantarajkonwar146
    @hemantarajkonwar146 3 ปีที่แล้ว +2

    শান্তা উজীৰ বাইদেউৰ কণ্ঠ, ৰেডিঅত শুনিছিলো ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা।

  • @moumitahazarika425
    @moumitahazarika425 ปีที่แล้ว +4

    Original geetir logot xur xoloni kori guar babe bhal napalu ,pori bordoloi e gua xur tu besi bhal lagisil pise

  • @gautamborthakur5909
    @gautamborthakur5909 4 ปีที่แล้ว +3

    Ai git tu Shanta Ujira gaisa.

  • @lnbbharali273
    @lnbbharali273 5 ปีที่แล้ว +2

    Mur bhut val lage ganto

  • @joydevbhuyan3066
    @joydevbhuyan3066 6 ปีที่แล้ว +5

    ভাল পালো |

  • @prasantagoswami1477
    @prasantagoswami1477 3 ปีที่แล้ว +2

    গানটো বহুত sweet. But কিন্তু, what মানে কি? কি, ক'ত, কিয় বিখ্যাত।একো নাজানিলো।

  • @naturaldesigner1004
    @naturaldesigner1004 5 ปีที่แล้ว +2

    মনপৰশা শ্ৰুতিমধুৰ গীত

  • @naturaldesigner1004
    @naturaldesigner1004 5 ปีที่แล้ว +3

    শিল্পী গৰাকী নামটি উল্লেখ কৰিব

    • @dipdas39
      @dipdas39  5 ปีที่แล้ว

      Origin গানটো পৰী বৰদলৈ বাইদেউৰ । কিন্তু এই গীতটোত কোনে কণ্ঠদান কৰিছে মই নিশ্চিত নহয়, গতিকে শিল্পী গৰাকীৰ নাম উল্লেখ কৰিব নোৱাৰাৰ বাবে দুঃখিত.....

    • @gautamborthakur5909
      @gautamborthakur5909 4 ปีที่แล้ว

      Shanta Ujir.

  • @alakahaloi1376
    @alakahaloi1376 5 ปีที่แล้ว +5

    পৰী বৰদলৈ বাইদেউ এ গাইছে

    • @dipdas39
      @dipdas39  5 ปีที่แล้ว +2

      Origin গীতটোত পৰী বৰদলৈ বাইদেউৱে কণ্ঠদান কৰিছিল । এইটো অৱশ্যে শান্তা বাইদেউ যেন লাগিছে, মইয়ো নিশ্চিত নহয় । origin টো youtube ত search কৰিলে পাব ।

  • @naturaldesigner1004
    @naturaldesigner1004 6 ปีที่แล้ว +5

    শ্ৰুতিমধুৰ মনপৰশা গীত ।শিল্পী গৰাকী নাম উল্লেখ কৰিব।

    • @keyaduttafilms1812
      @keyaduttafilms1812 4 ปีที่แล้ว

      Pori Bordoloi r kontho

    • @shantauzir3765
      @shantauzir3765 4 ปีที่แล้ว +3

      Aitu Shanta Uzir gaise Bhupen Uzir composition.Hamanta Datta likha.

    • @satyanjalirangmon677
      @satyanjalirangmon677 3 ปีที่แล้ว

      @@shantauzir3765 thank you baideo eman hundor geet bilak amak upohar diyar babe, moi apunar geet bohut val paou ❤️❤️

  • @ansumankalita9421
    @ansumankalita9421 6 ปีที่แล้ว +2

    Aai gan tur track tu pam na

  • @pranjaldutta5493
    @pranjaldutta5493 3 ปีที่แล้ว +1

    Original Tu nohoi