মাক ভালেই জীয়েক ভাল বোলা কথাষাৰ আছে ,,,,বোৱাৰী জনীক মাকে কি শিক্ষা দিছিল ঔ,,ইমান ধুনীয়া মা গৰাকী,,তাই এহেকা পাব ,,ভগৱানে চাই আছে ।।আৰক্ষীয়ে কি কাৰণত নাহে টকা লাগে ,,,টকা
edin police station goi saba bondhu.... kiman tenekua case aahe... police station etaat kiman police thaake... kimanor ghorot jaabo.... family matter compromise korile bhaal.... pisot police aahi section logai dile akou police ke bea buli koi...
এনে কথা শুনিলে বহুত দুখ লাগে ৷ কিছুমান বোৱাৰীয়ে কিয় গুৰুগোসাই নামানে নাজানোঁ ৷ ভগৱানে সকলো দেখি থাকে , এদিন এই অত্যাচাৰৰ ফল নিশ্চয় পাব ৷ আৰু এটা কথা পুত্ৰ ভাল হলে বোৱাৰীয়ে কেতিয়াও সাহস নাপায় ৷ বিয়া পাতি ঘৈণীয়েকে সচাঁ মিছা কি কয় অলপ চিন্তা কৰিব লাগে ৷ কিছুমান পুত্ৰ ভাল হলেও বোৱাৰীয়ে পুত্ৰই গম নোপোৱাকৈ বেয়া ব্যৱহাৰ কৰে আৰু শাহুৱে ঘৰৰ পৰিবেশ বেয়া হ’ব বুলি নিৰৱে কষ্ট সহ্য কৰি থকাও দেখিছোঁ ৷ বহুত দুখ লাগে ৷
তাইৰ নিজৰ মাক জনী কেনেকুৱা....এইবোৰে শিক্ষা দি বেলেগৰ ঘৰত পঠাইছে তাই ও যদি ল'ৰা মাক হয় তাইৰো এই অৱস্থা হ'ব ...আইলৈ যিমান,বাইলৈ সিমান মনত ৰখা উচিত...বোলে মাটি ৰুবি মাজ খাল , ছোৱালী চাবি জাত ভাল.....ছাল চতা যদি বগা চাই বিয়া পাতিছা তোমাৰ জীৱনেই বালললল.....
আজিকালি বোৱাৰীক টকা আৰু লৰাটোক লাগে!বাকীবোৰ পৰিয়াল লগত থাকিলে বোৱাৰীজনীৰ অশান্তি হয়!
ল'ৰাৰ গাত দোষ দিয়ক আগতে
ল'ৰা লাগে ন খুউব!! এতিয়া কিয় ছোৱালীৰ ঘৰত আশ্ৰয়
বোৱাৰী জনী শিকিব at first ল'ৰাৰ পৰা
Thik koise suwali janma hole lora lora koi more hai hai teur lora thik nohoi lora buli murot uthai thoi
ৰাইজে বিচাৰ কৰক।নোৱাৰি জনীক ঘৰৰ পৰা উলিয়াই দিয়ক।
অ আই এই কলি দিনত কোনোবা মাৰ মৰম কি বুজি পাব জানো।
পুত্ৰ বোৱাৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি জেলত দিব লাগে। পাষণ্ড পুত্ৰ পাষণ্ডি বোৱাৰী।
Ysss
এদিন তেওঁ লোকৰ ও লৰা ছোৱালী হব.....
Hahu joni ba kenekuwa kune jane.kebol buwari dukh di lav ni
বোৱাৰী জনিক ভুত জলকিয়াৰে খজুৱাব লাগিব
মাক ভালেই জীয়েক ভাল বোলা কথাষাৰ আছে ,,,,বোৱাৰী জনীক মাকে কি শিক্ষা দিছিল ঔ,,ইমান ধুনীয়া মা গৰাকী,,তাই এহেকা পাব ,,ভগৱানে চাই আছে ।।আৰক্ষীয়ে কি কাৰণত নাহে টকা লাগে ,,,টকা
Nichoi pabo teur lorai koriboi koriboi nichoi
😢😢😢😢😢dukh lagil 😢😢❤❤
বেয়া কৰিলে জীৱন ভৰ উদ্ধাৰিব নোৱাৰিব । সকলো শেষ হৈ যাব ।
Putaktu. Bohut beya Ami hihotor varaghart thaki.ahisu
বোৱাৰী নহয় যশিনী , বোৱাৰী নামত কলংক এইজনী তাইয়ো এদিন বুঢ়ী হব ন তেতিয়াহে অনুতাপ কৰিব মই এদিন মোৰ শাহুমাক এনে ব্যৱহাৰ কৰিছিলোঁ সেয়ে এতিয়া😮
বোৱাৰী উলিয়ায় দিয়ক। মাকৰ ঘৰত পঠাই দিয়ক
Anekuwa buwari jiyai thakib napai
আজি কালি বোৱাৰী বোৰে স্বামী জনক ঘৰৰ পৰা লগত লৈ আহে যাৰ কাৰণে লৰাৰ মাক দেউতাকক বেয়া ব্যৱহাৰ কৰে৷আচলতে ছোৱালীৰ মাক বিলাকেই এনে কথা বিলাক বিয়া দিয়াৰ সময়ত শিকাই পথাই যেন অনুভৱ হয় ৷কিয় পাহৰি যায় তেনেকুৱা ডাইনী জনীও এদিন শাহু হব লাগিব ৷ নিজৰ স্বামীৰ সকলো টকা পইচা নিজৰ কৰি লব পাৰিলে অপাৰ শান্তি পায়৷ সকলো বোৱাৰী এনে নহয় ৷বেয়া পাব নালাগে৷
পিতৃ মাতৃ বন্দনা দিৱস কেতিয়া। চেলফি লব লাগিব নহয়
Lora jon kenekua hoi ooo nijor mak jonik anekua korib parise je lora jon jitai thoka অৱস্থাত আৰু এই জনি কেনেকুৱা বোৱাৰী হয় জীয়াই থাকি শান্তি নাপাই হেই জনীয়ে
😢😢
বোৱাৰী নে ৰাক্ষসী
এদিন তেওঁৰ অৱস্থাত একে হ'ব
Hoboi hobo
শব্দটেই জব্দ হৈ এদিন আমাৰ হিয়াৰ পৰা বিদায় মাগিব "মা" শব্দটিয়ে ❓🫣🤭🫣
মাত
Parbotir Lion,Sankar Snake,cow,Gonesh nigoni kunu kaku nakhai milere thake .ak sup 100 shukh.
Emn dom ne tai😮
😢😢😢😢😢😢😢😢😢
Moi sun hahu nanand otyasarot he atori thakibo loga hoise.
Kore2 holeu moi ki km bhal tu koru hosa kou karone 😅
Homane duk take okl buwarire duk okl natake
Mama Tu action lua aajibon vote dim
Tina Duttae val korile karon putra. Val. Hole. Buwariu. Val. Hobo. Make putakok. Beya. Babohar. Hikaisa. Ami. Pai. Aahilu.. Donoya.bad😂😂😂😂😊😊
Ki ja hobo..aji kali buwari bisakh koribo nuari..
Dui goraki bhaisya luok. Akol agoraki bhaisua huni buwarik dukh dibo nuari....
😭😭😭 police manuh mora pasot ahib sage
edin police station goi saba bondhu.... kiman tenekua case aahe... police station etaat kiman police thaake... kimanor ghorot jaabo.... family matter compromise korile bhaal.... pisot police aahi section logai dile akou police ke bea buli koi...
Kinu kom ehotok nosasa hulot debo lage
Eta putro hontanor akhat koto habathuri khai koto matriye....kintu aji ei goraki matri lora thakiu suwalir ghorot asrai lobo logiya obostha ....😭
৭০ বছৰ বয়সত এনে কোৱা কৰিব নেপাই দেই, পিতেক টো মাকী তলিতিয়া, এটো বয়সত মাকক এনেকোৱা কৰিছ লাজ লগা নাই?
Tew kinan dhowa tolokhirr pat. Anekuwa kisuman hahu dekhisu bowarir bohut badnam gai fure. Ghar khont anoborte okhanti kri thake. Hey bowari jonir pra janibo lage. Ma'k boreo hontank bohut kosto diy. Kisuman bori manuh bore misa badnam gai thake bowari ykr
Vale hol tur😂😂😂😂
Ane akhon ain bonabo lage bowari bilake jate hahu hur nonod thoka layke bowarik ako adhikar dibo nalage plz mor gharoto ane hayase plz aibilak sabo.
Lora tu gat dhuk ase ki sai ase he
😢😮
চৰকাৰে কিয় এইবিলাকৰ ওপৰত কঠোৰ শাস্তি নিদিয়ে ।ৰাইজে ধৰি মেলি গৰু পিতন দিব লাগে ।
Amaru ghart eke hoi ase.
Nijor makok khuwabo nuware akow devi k maa buli mate 😂
Lora turo dosh ase ki sai thake
Taiko krib Tai bowarijni ajily ase
Jethai
Aru ata case hoisil alop din agot. Putek buariek Gyan Jyoti academy junior college r principalor.pasot ki hol .
Adha Pagol. Buwari
Lora bea... Bwarik dukhi lv ny....
Bodamas Lora suwaliye edin holeo pabo folafol
Lolr bhale bowari bhal
Taeir. Nigor. Makok. Jodi. King. Buried. And. Kora. Hole. Tae. Ki. Korile. Heten.