Boriya, Moja. Ruju hobo lagay. Mama 1 number to Mami 10 number. Mama aru kiman lutibo aru kar kar namot lobo. Assamr rijok banga buli vabisay naki ? God is great. Bhogoban pethibit asey aru sai asey. CM Todontot ahibo lagay. Cmr putakor aru jiekor namot thoka skolu acaunt but todanta hobo lagay. Thank you joi hind.
Congress party/I.N.D.I.A should lunch a mass democratic movement against Dr. Himanta Bisha Sarma family' s land scan throughout Assam.Wherr as C.M. Siddaramaiah' s wife offers the alleged govt. land to return to the state govt. will Assam C.M.' s wife Riniki Bhuyan Sarma has the courage to return the alleged occupation of govt. land by her to Assam govt.?
হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ তদন্ত হ'ব লাগে।
Absolutely right. Charkar BJPr. Kone karibo?
😸😺😹 কোনে 🔔🔔🔔 বজাব
Ajmal and bangladshi r Mia keitar tondonto hobo lage.bangladeshi Mia MLA khelibo nuwara law policy ahi ase.
হিমন্ত বিশ্বই কেংকাৰী কৰি পৰিয়ালৰ নামত মাটি, সম্পত্তিৰে পাহাৰ গঢ়িলে তেওঁৰ ওপৰত কিয় ED, CBI নালাগে।
Asomor CM k ED ye deka nai kiya?
অকল মূখ্যমন্ত্ৰীৰ পত্নীকেই নহয় ;মূখ্যমন্ত্ৰীৰ সকলো সম্পৰ্কীয়ক তদন্তৰ আওতাত আনিব লাগে।
অকল অসমৰ মুখ্য মন্ত্ৰী কিয় অসমৰ আৰু বহু নেতা আছে সেই সকলৰো উপৰত তদন্ত হব লাগে ।
মোৰ দৃষ্টিৰে----------------
হাঃ হাঃ হাঃ ED য়ে বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰ পত্নীৰ ভূমি কেলেংকাৰী দেখে কিন্তু অসমত নেদেখে ? এইটো আকৌ কেনে বৈষম্য ? আইন সকলোৱে বাবে সমান হব লাগে
ED,CID r BJP r oport ultimately kono action
noloi.News t aibilak
Dekhawatihe.
হিমন্ত বিশ্বই বহুত কেলেংকাৰি কথা শুনিলো তেওঁৰ নামত আপোনালোকে বাতৰি পৰিৱেশন নকৰে যে গোদ্দি মিডিয়া হিচাপে নেকি?
Dallal je... hei karone nokore
দুৰনীতি মুখ্যমন্ত্ৰীয়ে কৰিলেও তাৰ তদন্ত হবই লাগিব৷
নিৰ্মলা সীতাৰামায়াৰ ইমান ডাঙৰ কেলেংকাৰি হোৱাৰ পিছতো কিয় ৰাষ্ট্ৰপতিযে অনুমোদন দিয়া নাই।
হিমন্ত চুৰক কেতিয়া তদন্ত কৰিব
অসমৰ কথা কোৱা
হিমন্তবিশ্বৰ ঘৈণিয়েকৰ সম্পত্তিৰ তদন্ত কৰিবলৈ দম আছে নে ED,CBIৰ
তেওঁলোকৰ বিচাৰ নেদেখা জনে হে কৰিব, তেওঁৰ বিচাৰ নিৰপেক্ষ আৰু অসহনীয় সেই দিনলৈ বাট চাই থাকক সকলোৱে দেখা পাব।
হিমন্তৰ তিৰিৰ সম্পত্তিৰ কেতিয়া হব ED তদন্ত ।
তেওঁ পাৰে যিহেটো অসমৰ মুখ্যমন্ত্ৰী হ'য় গতিকে তেওঁ যি মন যায় তাকেই কৰিব পাৰে
অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ নালাগে নেকী
A moja
Oh কেলাঃ বেলেগৰ হে
ছিদদাৰামায়া বিৰুদ্ধে EDৰ তদন্ত হৈছে আৰু মূখ্যমন্ত্ৰী আছে ভুমি কেলেঙকাৰি সেই বিলাকৰ তদন্ত হক
,
মৰিলেনো লগত কি নিব ইহঁত নমৰু বুলি ভাবিছে নে কি লোভেই পাপ বেচি লোভেই মহা পাপ
বিজেপিৰ মুখ্যমন্ত্ৰী হলে সাতশুন মাফ,
ৰিনিকিৰ কেতিয়া নিউজ বজাব
অসমৰ মুখ্য মন্ত্ৰীক কেতিয়া somon dib
কৰ্ণাটকৰ মূখ্য মন্ত্রীৰ কথাহে কয় অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে নকয় দেখোন। এয়া গোদি মিডিয়া। দি ক্ৰচ কাৰেণ্টেহে সচা বাতৰি কয়।
মামা বিৰুদ্ধে ই ডি লগাবলৈ কাৰ সাহস হব, কোন সাংবাদিকে বাতৰি প্রচাৰ কৰিব পাৰিব
🐕🐺🐖 mama😂😂
E D CBI ক যে কিনি ৰাখিছে তাৰ প্ৰমান ওলাই গ'ল সকলো ৰাজ্যতকৈ অসমত বেছি আছে ভূমি কেলেংকাৰী কিন্তু কি হ'ব ইয়াত যে বিজেপি চৰকাৰ
আমাৰ হিমু মামাৰ কি হব
বিৰোধি মূখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এইবোৰ হৈ থাকিব। কিন্তু বিজেপি শাসিত ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ক্ষেত্ৰত অনুসন্ধান নহয় কিয়? আমাৰ মূখ্যমন্ত্ৰী জনকেই উদাহৰণ হিচাবে নলয় কিয়?।
এই টো কোন মন্ত্ৰীৰ অসমত কি হৈছে সেই টো বাতৰি কক।
অসমত কি হ'ব এটা বাতৰি কৰিবাচোন।সাহস হবনে।
হিমুৰ কথা নকয় দেখোন বেলেগ ৰ হে বকিলি ???
ই ডি এ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী তদন্ত নকৰে কিয়?ই ডিৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰী দুৰ্নিতী আওতাত নপৰে নেকি নাই এই বিলাক অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী হোৱা বাবে ই ডিএ দেখা পোৱা নাই বা ই ডিএ এই বিলাক কেলেংকাৰী নহয় বুলি ভাবি তদন্ত কৰা নাই,যদি মুখ্যমন্ত্ৰীৰ ভুমি কেলেংকাৰী বৈধ তেন্তে অন্য বিলাক কেলেংকাৰী অবৈধ বুলি কিয় তদন্ত কৰিছে তাৰ উত্তৰ দেশ বাসীক দিবলৈ ই ডিক অনুৰোধ জনালো।
ED ৰ চকু অসমত নপৰে নেকি?
নিজৰ হলেহে পত্নী বা ঘৈণী বুলি কয় ,আনৰ হলে ঘৈণীয়েক বুলি কয় অসমীয়া ব্যাকৰণ মতে।
মুখ্য মন্ত্ৰী গোটেই পৃথিৱীৰ খনৰ অধিকাৰী হব পাৰে বুলি কোনখন সংবিধানত লিখা আছে?
আমাৰ জন কেতিয়া Ed তদন্ত হব
ভাৰতৰ বিভিন্ন ৰাজ্য ৰ মুখ্যমন্ত্ৰী সকলৰ তদন্ত। কৰিব লাগে। ই,ডি য়ে ধন্যবাদ , জয় আই অসম ,
মজা মজা 👍👍😁😁😁
আমাৰ জনৰ ওচৰলে কেতিয়া আহিব ই ডি।
Nahe. Charkar BJPr.
বসুন্ধৰা দি অসমৰ মাটি কোনোবাই নামত লৈ আছে।
Aosomor.cm.ru.todonto.hobo.lage.
ED/CBI/IT ৰ অনুসন্ধান এইখন দেশত কেৱল বিৰোধী দলবোৰৰ নেতা সকলোৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় । সেয়েহে এইখন গণতান্ত্ৰিক দেশত দুখন আইনৰ প্ৰয়োজন।
Asamot ED ketia action lobo
মাইকিয়ে বহু CM দুবাইছে সাৱধান আমাৰ জনিয়ে ও তেনে গতিত গৈ s আছে ।
কোন ৰাজ্যৰ মূখ্য মন্ত্ৰী সেই টো আগতেই কোৱাটো ভাল নেকি।
আপোনালুকে আমাৰ ৰাজ্যৰ
নিউজ বনাৱ লাগে
বনাইছে বেলেগ ৰাজ্যৰ
ভাবিছিলো আমাৰ জনৰ(হিমন্ত মামা ৰ) কথা বকিছে হবলা। কোনো সাহ নাই তহঁতৰ আমাৰ জনৰ কথা এইদৰে বকিবলৈ। মাত্র তোষামোদ কৰি নিজৰ মানুহ হোৱাৰ পিছত লাগি থাকক।
😂😂😂amr jon🤣🤣
হিমন্তৰ তিৰি মাটি চুৰনিৰ NEWS বজাওক না
ই ডিক বহুত ধন্যবাদ
ঠিক আছে ।তেনেহলে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা কক .... কি হ'ব......?
অসমৰ পৰা কৰ্ণাটক লৈ গল কিয়?
❤ Good News Thank you ❤
অসমৰ ভূমি কেলেংকাৰীৰ খবৰ জনাওক হাজৰিকা ডাঙৰীয়া ।লোকৰ কথা আমাক নালাগে
ধুৰ, এইবিলাক নিজে ৰচা নাটক।
বনৰিৰ সতৰ বংখৰ বিছাৰ হব লাগে
আসামের মুখ্যমন্ত্রীর কি হয়েছে উনার এখানে নাম নাই কেন
Verry good news
কর্ণাটকৰ কথা গায় কি লাভ ?আমাৰ অসমৰ মুখ্যমন্ত্রীৰ কথা কওক |অসমৰ মুখ্যমন্ত্রীয়ে অসমত কেনেকৈ ভুমি ক্রয় কৰিছে ?
অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় Ed নালাগে
Himantar ghoiniekar hampatir uparat ed e ketia action labo.
Boriya, Moja. Ruju hobo lagay. Mama 1 number to Mami 10 number. Mama aru kiman lutibo aru kar kar namot lobo. Assamr rijok banga buli vabisay naki ? God is great. Bhogoban pethibit asey aru sai asey. CM Todontot ahibo lagay. Cmr putakor aru jiekor namot thoka skolu acaunt but todanta hobo lagay. Thank you joi hind.
Akhomor ketiya hobo
ফালটো নিউজ । মই নাচাও
অসমত নহয় যি ৰাজ্যত বিজেপি নাই সেই ৰাজ্যতে হৈ থাকিব বিজেপিত যোগ দিব লাগিব নহলে আমাৰও এনেকুৱা হব পাৰে😅😅
অসমৰ বাবে কি হব Edৰ
ফালটু খবৰ
Where. The. Chowder. Is. Sleeping. Realy. Chowder. Chore. Hi
Very good 👍
দুখীয়াৰ এখন ঘৰ বনাবলৈ অলপ মাটি নাই, নাখায় নিপিন্দাকৈ জিবন মৰনৰ যুদ্ধ কৰি যদিও অলপ চৰকাৰী মাটি কিনে সেই খিনিও আকৌ চৰকাৰেই কঢ়ি লয় । নিৰ্দয় কাক কয় ।
MANA/MAMI Zindabad 👍
Apunalokar cenal to kiman takat bikri haise. Prabhu.
Asomor jonok ED ye ketiya graptar karibo? Dekhilehe lekhim, ED kiman nika
অতি সুখৰ বাতৰি।
Bhabisilu amar mamar buli kintu 😂😂😂😂 xosake media k mamai kinile nnn 😂😂😂 kirisno kirisno 😂😂🙏🙏
মাটি নিজৰ নামত বাৰু পৃথিৱী খনেই যদি লৈও কি নো কৰিব । লালসা মায়া মোহ , আকল ।
অসমৰ ক্ষেত্ৰত কি খবৰ নকয় কিয়;লাজ লাগে নেকি?
Hemontoi news tu sabo lage. Homoi bor nisthur.
সুগ্ৰীৱৰ দিন আহি আছে ।
অসমৰ বেলিকা?
কৰ্ণাটকৰ মুখ্যমন্ত্রীৰ পত্নীয়ে যদি চৰকাৰক অবৈধ মাটি ঘূৰাই দিব পাৰে, অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে চৰকাৰী মাটি কিয় ঘূৰাই নিদিব ???????????
Thanks
এই বোৰ বাতৰি পৰিৱেশন কৰণ, তেওঁ লোকক লাজত পেলোৱাৰ বাহিৰে আন একো নহয়। আকৌ কৰ্মফলো প্ৰাপ্ত হব।
I m rdy from this momant
Janotak oboidho Kam korile jodi jelot vorabo pare tente sarma dangoria atiya jelot vorabo paribone ?
মই আকৌ অসমৰ মুখ্যমন্ত্ৰী বুলি ভাবিছিলো ।
What about Assam cm's wife
ED ৰ দৃষ্টি শক্তি C C TV Cameraৰ দৰে সীমাবদ্ধ নেকি, যাৰ বাবে আপোনাৰ কৰ্ম ক্ষেত্ৰ- ৰাজ্য দেখা নাপায়??? পথ কিন্তু উন্মোচন হৈ গল।
A mojja mojja lagibo ....kintu Ata abhinoy hobo jen lagise 😂😂😂
Good news ❤❤❤
Mama i kiman hompotti korise heytu olop kobo sun 😂
Congress party/I.N.D.I.A should lunch a mass democratic movement against Dr. Himanta Bisha Sarma family' s land scan throughout Assam.Wherr as C.M. Siddaramaiah' s wife offers the alleged govt. land to return to the state govt. will Assam C.M.' s wife Riniki Bhuyan Sarma has the courage to return the alleged occupation of govt. land by her to Assam govt.?
News tu kaoty eman suspence rakhib laga ako nai
Very good information regarding land scam. ED has done wel. Law applicable to all.
Today's hero, a big zero tomorrow, this is final
Best news
Anty BJP Against ot ED a hara hasti koriboi
Assam r cmr sinta korok
Assom mukhy mantrir oparat ketiya red mariba ED ye
Aporadhi hole punishment hobo lage.
Rite
,
ED CBI amak lagibo son kale
Bjp raku nahe neki ed