ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এক গোট হব লাগিলে ভাগৱতৰা হব লাগিব অকলে খাব বিছাৰিলে এক গোট কত হব ।
Akil govoi nohoi samashyasistri govoi.
চাই ভাল লাগি আছে
আমি এক গোঠ হোৱাটো বিচাৰো
অখিল গগৈ অসমীয়াৰ অভিভাৱক নহয়।
কংগেছ দলৰ নীতি লোকক গাদাৰী কৰা
এও বি জে পিৰ হৈ কাম কৰি আছে বুজিবলৈ বাকী নাই আজমলৰ কামতো এও কৰি আছে
অখিলে অসমত চৰকাৰ কেইবাৰ গঠন কৰিছে! কথাবিলাক চিন্তা কৰি সমালোচনা কৰা ভাল।
ভূপেন, গৌৰবে ঝাৰুদি কোবালেও অখিলর উপায় নাই
অখিল গগৈ 2:19 বিজেপিৰ লগত বুজাবুজি আছে ।
কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ বিৰোধীসকলৰ এনে এক জোঁট য’ত নেকি মিত্ৰতাৰ বৈশিষ্ট্য বিচাৰি পোৱা নাযায় ৷ তেওঁলোকে পৰস্পৰে পৰস্পৰক এনেধৰণে কটাক্ষ কৰে যে; বাহিৰত সকলোৱে মিত্ৰতা নে কৃত্ৰিমতা সেয়া সকলোৱে দেখা পায় ৷ সেইহে তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা ক্ৰমাৎ নাইকিয়া হ’ব ধৰিছে যিটো বিজেপি বিৰোধীসকলৰ কাম্য নহয় ৷ বিৰোধী ঐক্যমঞ্চই এহাতে মুখেৰে বিজেপিক পৰাস্ত কৰিব লাগে বুলি কয় আনহাতে কামেৰে বিজেপিক লাভৱান কৰাৰ মূৰ্খামি কৰে ৷ ৰণাংগণত এক হৈ যুঁজাৰ পৰিকল্পনা নাই আৰু নোৱাৰে ৷ কুকুৰ-মেকুৰীৰদৰে হাই-কাজিয়া কৰি থাকিলে বিৰোধী মঞ্চ কাহানিও সফল নহয়; এয়া ধুৰূপ ৷ বিগত লোসভা নিৰ্বাচন তথা উপ-নিৰ্বাচনত এই বাস্তৱ-সত্য প্ৰতিফলিত হৈছে ৷ আমি ভাবোঁ; তেওঁলোকে যদি যুদ্ধত জয়ী হ'ব বিচাৰে তেন্তে; আত্ম-সমালোচনা কৰক ৷ পৰস্পৰে পৰস্পৰক কটাক্ষ কৰাটো বন্ধ কৰক আৰু সুদক্ষ ৰণনীতি প্ৰস্তুত কৰি খেল-পথাৰত নামক ৷৷
লূৰীণ গগৈয়েও অখিল দৰে কংগ্রেছক গালি পাৰে। তেওঁকো সোঁৱৰাই দিয়াটো ভাল হ'ব।
ভূপেন বৰা ই সমিলমিলেৰে যাব লাগে বুলি কোৱা কথাটো ভূটত মুখত ৰাম নাম লোৱা একেই কথা
Raije Buji paboli baki thaka nai.
Kam naikhia Congress party