মুকলি বিহু।। পৰিহৰেশ্বৰ বিহুৱা দল।। দেৱৰা হৰিমন্দিৰৰ প্ৰাংগনত।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • নমস্কাৰ, পোনপ্ৰথমে সেৱা গ্ৰহণ কৰিব লগতে আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো ।
    এই চেনেলটোৰ জৰিয়তে পৰম্পৰাগত অসমীয়া লোক সংস্কৃতি, থলুৱা অনুষ্ঠান, হৰি নাম কীৰ্ত্তন, নাগাৰা নাম আদি অনুষ্ঠানবোৰ সকলোৰে মাজত প্ৰচাৰ কৰাৰ ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছো। এই প্ৰচেষ্টাত সকলোৱে আমাক সহযোগ কৰাৰ অনুৰোধ কৰিলো। আপোনালোকৰ আশীৰ্বাদে আমাক আগুৱাই যোৱাৰ সাহস আৰু অনুপ্ৰেৰণা প্ৰদান কৰিব।
    ধন্যবাদ।। 🙏🏻🙏🏻

ความคิดเห็น •