ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- ৰণ্টু শইকীয়া বাপ | Bhagwat Bakhya | Rantu Saikia | মাজুলী

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- ৰণ্টু শইকীয়া বাপ | Bhagwat Bakhya | Rantu Saikia | মাজুলী
    ব্যাখ্যাকাৰ-
    ৰণ্টু শইকীয়া (বিশ্বনাথ চাৰিআলি)
    পূজা আমি কৰিলেও একো আপত্তি নাই বুলি কৃষ্ণ প্ৰভুৱে কিয় ক'লে? কিন্তু...!
    আমি যদি সকলোৱে মৃত্যু ফালে আগবাঢ়ি গৈ আছো তেতিয়া হ'লে কেনেকৈ উদ্ধাৰ হ'ম?
    স্হান- নীলমণি নাথ পৰিয়ালবৰ্গ, বৰগুৰি, মাজুলী, অসম
    #ভাগৱতপাঠ #Rantu_saikia #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️

ความคิดเห็น • 85

  • @birenbarmon-nz3gf
    @birenbarmon-nz3gf 3 วันที่ผ่านมา

    কৃষ্ণ জয় জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤

  • @Porii334
    @Porii334 3 หลายเดือนก่อน +1

    অমৰিৎ সম 🙏🏻

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 5 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 4 หลายเดือนก่อน +1

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @ritatalukdar7264
    @ritatalukdar7264 4 หลายเดือนก่อน +1

    Krishna Krishna 🙏🙏🙏💐🌺❤❤❤❤❤❤

  • @Request_motivation
    @Request_motivation 4 หลายเดือนก่อน +1

    কৃষ্ণ বাপ অতি সুন্দৰ 🪔🪔🪔🪔

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @hrishi6946
    @hrishi6946 4 หลายเดือนก่อน +1

    Om krishnaya basudabay namaha Radha Radha 🎉❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @mamoniborah8806
    @mamoniborah8806 5 หลายเดือนก่อน +1

    কৃষ্ণ বাপ্ আপোনা বাখ্যা শুনি আপ্লুত হলো।

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @robisonpegu9619
    @robisonpegu9619 3 หลายเดือนก่อน +1

    আপোনি আহিলা নামি মহাভাগৱত ।
    শাস্ত্ৰত উত্তম হুয়া জগত মধ্যত।।
    পূর্নকৰা মনোৰথ ভকত বৎসল।
    তোমাৰ প্রসাদে হৌক জীৱন সম্পল।। কৃষ্ণ কৃষ্ণ বাপ।
    আপোনাৰ ভাগৱত ব্যাখ্যা মই,সদায় শুনি থাকো।

  • @DulalSaikia-v4y
    @DulalSaikia-v4y 4 หลายเดือนก่อน +1

    কৃষ্ণ, কৃষ্ণ ভগৱন্তৰ কৃপা আৰু বৰিষণৰ প্ৰাথনা জনালো

  • @tilakdas139
    @tilakdas139 4 หลายเดือนก่อน +1

    🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 4 หลายเดือนก่อน +1

    প্ৰভু আপোনাৰ পাৱে পৰি কৰ যোৰে কৰা এই অধমৰ কাতৰ প্ৰাৰ্থনা গ্ৰহণ কৰে জেন তাৰেই কামনাৰে প্ৰভু আপোনাৰ ভাগৱত পাঠৰ পৰা পোৱা পৰম তৃপ্তিৰ বাবে আন্তৰিক সেৱা জনালো আপোনাৰ ভাগৱত পাঠৰ এই অমৃত ৰস পান কৰিবলৈ পোৱাৰ আশাৰে ভিক্ষা ৰি অধমে পদুলিত ৰৈ থাকিলো সেৱৰে

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @jadumonihazarika998
    @jadumonihazarika998 4 หลายเดือนก่อน +1

    Sri Ram sir Ram Katha khini suni bar val lagil

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @PrabinNath-c3y
    @PrabinNath-c3y 4 หลายเดือนก่อน +1

    কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @promodborah3768
    @promodborah3768 4 หลายเดือนก่อน +1

    কৃষ্ণৰ কৃষ্ণৰ পভু জনা আমি গুৰ দেৱ নাম ভক্তি বিষয়ক চিকাৰ কৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি আখৰে আখৰে পালন কৰিম বুলি বিশ্বাস কৰা হয় গুৰুজনাৰ মুখেৰে কবিতা কৰতল কমল কমল দল নয়ন এই কথা ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিছোঁ ভগৱানে আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে বৰহুখি অনুভৱ কৰিছো হকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ ভগৱানে কুশলে ৰাখে য়েন ধন্যবাদ থাকিল ❤❤❤❤❤❤❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @RajTanti-n9m
    @RajTanti-n9m 4 หลายเดือนก่อน +1

    Apuni Amrit bilaise bap dainabad krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @PunaBora-l3i
    @PunaBora-l3i 4 หลายเดือนก่อน +1

    Krishna Prabhu

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @kandarpadas6792
    @kandarpadas6792 5 หลายเดือนก่อน +1

    কৃষ্ণ বাপ

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @minibordoloi8714
    @minibordoloi8714 5 หลายเดือนก่อน +2

    কৃষ্ণ প্রভু। আপোনাৰ ব্যাখ্যা শুনিলে শুনি থাকিব মন যায়

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @ramcharandeka9143
    @ramcharandeka9143 5 หลายเดือนก่อน +2

    Krishna Krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @dhankaibarta3971
    @dhankaibarta3971 5 หลายเดือนก่อน +3

    কৃষ্ণ বাপ ❤️🙏🙏🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @GandheswarGogoi
    @GandheswarGogoi 5 หลายเดือนก่อน +2

    শইকীয়া বাপৰ চৰণত সেৱা জনাইছো ।ভাগবত শুনি পৰম আনন্দ পালো ।কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @mridulraidihigia1818
    @mridulraidihigia1818 5 หลายเดือนก่อน +2

    Krishna Krishna Krishna Krishna ram ram ram ram ram ram prabhuji koti koti pranam jonalu

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @BhabaniDas-m2t
    @BhabaniDas-m2t 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @kabitakk5245
    @kabitakk5245 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @dipakbaishya7239
    @dipakbaishya7239 3 หลายเดือนก่อน

    Jai sri ram

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @pallabikagohain5720
    @pallabikagohain5720 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ মুখে কৃষ্ণ কথা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +2

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @dadabhai8690
    @dadabhai8690 5 หลายเดือนก่อน +2

    আপোনি সকলোকে সমান দৃষ্টিৰে ভাগৱত ব্যাখ্যা কৰি কৃষ্ণৰ যি অমৃত ভকত বৈষ্ণৱ সকলক পান কৰাইছে তাৰ বাবে অশেষ ধন্যবাদ ব্যাখ্যা কাৰ সদায় নিৰপেক্ষ হ'ব লাগে । কিছুমান ব্যাখ্যা কাৰে বামুণীয়া সকলৰ হৈ বৰ বেয়া কৈ সমালোচনা কৰে বৰ বেয়া লাগে।

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

    • @asomiaasom6008
      @asomiaasom6008 5 หลายเดือนก่อน

      নিৰপেক্ষ নোহোৱা আৰু বামুণীয়া বা সনাতন বেদধৰ্মৰ লোকক বেয়াকৈ সমালোচনা কৰাটো কৃষ্ণত একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰধান বৈশিষ্ট মহত্ব আদৰ্শ ।গতিকে বৈশিষ্ট মহত্ব আদৰ্শ ব্যাখ্যাকাৰ জনাই এৰে কেনেকৈ ?কৃষ্ণক ভজি ভজি পুণ্যৰ ভৰ সহিব নোৱাৰি পুণ্য কমাবলৈ স্বাৰ্থপৰ হৈ আনক সমালোচনা কৰিবই লাগিব দিয়কচোন ।

  • @keshabbora7742
    @keshabbora7742 5 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @tapandeka3606
    @tapandeka3606 5 หลายเดือนก่อน +1

    Ram ram pravo sipajhar

  • @pallabikagohain5720
    @pallabikagohain5720 5 หลายเดือนก่อน +2

    কৃষ্ণ বাপ জনা জয় গুৰু শংকৰ মাধৱ ৰাম l মহা পুণ্য স্থান নাম বৈকুণ্ঠত উপবিষ্ট ভকত বৈষ্ণৱ হবৰ চৰণত প্ৰণাম কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +2

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @krishnakakaty2624
    @krishnakakaty2624 4 หลายเดือนก่อน +2

    Krishna Krishna provu. Koli. Jugot. Kunew. Dekha. Napai. Apuni. Adi. Jamaloi khon. Pohi. Sabo. Dei krishna krishna. Oporadh. Binaxono

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @pallabikagohain5720
    @pallabikagohain5720 5 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🌹🌹🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +2

      কৃষ্ণ কৃষ্ণ আই♥️🙏

  • @ronjitborah1997
    @ronjitborah1997 5 หลายเดือนก่อน +2

    Ràti pua uthie aapunalukor dorre gurujor voktir apurbo jyann lav koriboloi bisaru.aaji pobitro sikhok diboshot aapunaloi pronam joñalu,❤❤❤❤❤❤❤😂

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @indrajitbhattacharyya2698
    @indrajitbhattacharyya2698 4 หลายเดือนก่อน +1

    কৃষ্ণৰ মূল যিহেতু বিষ্ণু বা হৰি বা নাৰায়ণ,গতিকে কৃষ্ণ বুলি নকৈ বিষ্ণু বা হৰি বা নাৰায়ণ বুলি ক'লে হ'ব নে নহ'ব ।

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. 5 หลายเดือนก่อน +1

    Sumitra Gogoi
    Krishna Bap Krishna jani name pasilo Saran Krishna Krishna Krishna Jai Guru Sankar Madhav Krishna Bap Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏

  • @arpanabaruah7973
    @arpanabaruah7973 5 หลายเดือนก่อน +2

    Ok

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @priyalataphukan4619
    @priyalataphukan4619 5 หลายเดือนก่อน +11

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +2

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @NayanMoni-jz2tz
    @NayanMoni-jz2tz 3 หลายเดือนก่อน +1

    Krrishno ♥️

  • @asomiaasom6008
    @asomiaasom6008 5 หลายเดือนก่อน +2

    শইকীয়া বাপ আপোনাৰ ব্যাখ্য আলোচনা শুনি মোৰ সংশয় প্ৰশ্ন জাগিছে সংশয় হৈছে পূজা তপ জপ যাগ যজ্ঞ মানে কি ?তপ জপ যাগ যজ্ঞ পূজা কাক কৰা হয় ?তপ জপ যাগ যজ্ঞ পূজা কৰা হৰি নাৰায়ণ বিষ্ণু মাধৱ ৰাম কৃষ্ণ আৰু শংকৰ মাধৱ ৰচিত গীত পদ ঘোষাৰ হৰি নাৰায়ণ বিষ্ণু মাধৱ ৰাম কৃষ্ণ নাম গুণ বেলেগ নেকি বাপ ?বেদ পূৰাণ শাস্ত্ৰ বিহিত ঈশ্বৰৰ তপ জপ যাগ যজ্ঞ পূজা কৰা আৰু শংকৰ মাধৱ ৰচিত গীত পদ ঘোষা গাই চাপৰি তাল খোল নেগাৰা বজাই কৰা শ্ৰৱণ কীৰ্তনৰ মাজত পাৰ্থক্য কি কিমান ?বেদ পুৰাণ শাস্ত্ৰ বিহিত ঈশ্বৰৰ ছপ জপ যাগ যজ্ঞ পূজা কৰিলে বিঘিনি ঘটে অসাৰ হয় মুক্তি নাপায় কিন্তু শংকৰ মাধৱ ৰচিত গীত পদ ঘোষা পাঠ তাল খোল নেগাৰা চাপৰি বজাই কীৰ্তন কৰিলে শুদ্ধ হয় বিঘিনি নঘটে পৰম গতি মুক্তি পায় তাৰ তথ্য প্ৰমাণ সহ তুলনা কৰি দেখুৱাই অসম বাসীক দিবচোন প্ৰভু ? তেতিয়াহে আপোনাৰ ব্যাখ্যা মন্তব্য আলোচনা শুদ্ধ সত্য প্ৰমানিত হব ।
    প্ৰভু আপুনি শাস্ত্ৰৰ নজনা একো নাই সকলো জানে সকলো কণ্ঠস্থ সকলো মনস্থ সকলো জ্ঞাত সেয়ে শাস্ত্ৰৰ তথ্যৰে সততে লগত সংগত কৃষ্ণই থাকি সকলো জ্ঞান উপদেশ ভক্তি ধৰ্ম দিয়াৰ পিছত অৰ্জুনে মুক্তি মোক্ষ প্ৰাপ্ত কৰিছিলনে ?
    মায়াময় ৰহস্যময় স্ববিৰোধী দুমুখীয়া বিপৰীতমুখী বিভ্ৰান্তকাৰী মতিভ্ৰম কৰা পদ উপদেশ যুক্ত মায়া আৰু ভক্তিধৰ্ম যুক্ত পুৰাণ সূৰ্য মহাভাগৱত ৰচিত হে প্ৰচাৰিত হোৱাৰ আগত বেদ পুৰাণ বিহিত তপ জপ যাগ যজ্ঞ পূজা কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ দেৱীক তুষ্ট কৰি দৰ্শণ লাভ কৰি বৰ আৰ্শীবাদ প্ৰাপ্ত কৰিছিল কিন্তু মায়া আৰু ভক্তিযুক্ত ভাবে ৰচিত মহা ভাগৱত ৰচি প্ৰচাৰ কৰাৰ পিছত আজিলৈ কিয় এজনেও কৃষ্ণ নাম গুণ শ্ৰবণ কীৰ্তন কৰা ভকত বৈষ্ণৱে কৃষ্ণক দৰ্শন বৰ প্ৰাপ্ত কৰাৰ তথ্য প্ৰমাণ উদাহৰণ দিবচোন প্ৰভু তেতিয়া আপোনাৰ ব্যাখ্যা মন্তব্য আলোচনা শুদ্ধ সত্য প্ৰমাণিত হব ।ঔঁ🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

    • @gogoisurajit044
      @gogoisurajit044 4 หลายเดือนก่อน

      Hai homoiot log paboloi kora top jop jag joigya kiman din koribo loga hoisil, aru ai koli jugot manuhor ayukh kiman jonabo son. Apuniu ejon bamanoy hastra, hakto ponthar pondit jenei lagise. Madhab dev hakto ponthar moha pondit hoiu kio sankardev r usorot horon lole haitu jonabo.

    • @asomiaasom6008
      @asomiaasom6008 4 หลายเดือนก่อน

      এওলোকৰ হাতত উত্তৰ নাই ।

  • @hirakbabu598
    @hirakbabu598 4 หลายเดือนก่อน +1

    Prabhu.apanar.phon.nambar.dibo.krishna

  • @pramilakalita4827
    @pramilakalita4827 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤🎉🎉🎉🎉❤❤

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @NirajDas-d5r
    @NirajDas-d5r 4 หลายเดือนก่อน +1

    কৃষ্ণ

  • @RonjonDas-x6r
    @RonjonDas-x6r 4 หลายเดือนก่อน +1

    🙏🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 4 หลายเดือนก่อน +1

    Krishna krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @jogendranathborah843
    @jogendranathborah843 4 หลายเดือนก่อน +1

    🙏🙏🙏

  • @sumannath2162
    @sumannath2162 4 หลายเดือนก่อน +1

    Krishna Krishna