Hosai bohut val lage dai Ami aji 2bosr man agot goi ahisu...emn dhuniya lage koboloi vakha nai ...sarkare alp soku dibo lage .....hundor vidio ...val lagil apuni vidio bonuwa babe thanks...
First time modhupur shatra dekhilu..... Koboli vakha nai... Kimn j abeg jorito hoi ase ❤️ ...Assam government y maintenance t really guruto dia nai bya lgise heibabe..
Enekuwa pobitro than bur apunar channel or bahire kotu dekha napau heibabe apunar video bur sau. Hosai bhal lagil aru agowai jawok tarei kamonare new Delhi r pora okhekh morom aru hubhessa jonalu.
Bor dhuniya moy goiasu thaki ahesu 🙏🙏
বৰ ধুনীয়া দৃশ্য..সত্ৰখনৰ সম্পূৰ্ণভাৱে আমাৰ অসম চৰকাৰে পৰিচালনাৰ ভাৰ ল'ব লাগে। গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ এই তীৰ্থস্থান পৰম পৱিত্ৰ ..কৃষ্ণ গুৰু শঙ্কৰ হৰি ৰাম ৰাম ৰাম।
মৃত্যু ৰ শব্দটো ৰ সলনি বেলেগ শব্দ ব্যৱহাৰ কৰিব পৰো। 🙏 সুন্দৰ হৈছে ।
MAHAPUROSHOR MRITYU NOHOI TIROBHAV HOI
হয়, পৰলোক প্ৰাপ্তি বুলি লিখিব লাগে।
গুৰু জনাৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল..
কৃষ্ণ..
জয় গুৰু শঙ্কৰ
খুব ধুনীয়া কৈ ৰাখিছে । অসমৰ পৰা পঠিয়াব লাগে অৰ্থ সাহায্য। অসমত থকা সকলো নামঘৰত বহুত সমাগম হয় । তেনেকৈ কুচবিহাৰ লৈ ও যাব লাগে। সদায় নহ'লেও ভাদ মাহত বা পুণ্য তিথিত। মন ভৰি গ'ল। এটা কথা পুখুৰী নহয় কুঁৱা হে । সৰু ল'ৰা ছোৱালী য়ে ভুলকৈ শিকিব পাৰে। সেই কাৰণে কলো । প্ৰতিটো কথা যাতে শুদ্ধ ও হয় ।🙏🙏🙏
অপুনি হে মিলিয়নৰ ঘৰলৈ যাব লাগে ❤ অতি সুনকালে হব 😘 love frm lakhimpur ❤
Apunar ktha tu bht juktihngt......bt bht bea ktha jj ajir gnaration e eibr vdio nibisare....bht huvokamona purbanchal..niswai edin million ghrt jbo bhaskar da... Love ❤😘from jorhat titabar...
@@funwithmanash4986 y
0
ধন্যবাদ ভাস্কৰ দা । ইমান ধুনীয়া কে মধুপুৰ সত্ৰ খন দেখুৱাৰ বাবে । জয় আই অসম
khub informative asil video tu .....bor bhl lgil
জয় গুৰু ডিমৌ শিৱসাগৰ পৰা যাম বুলি ভাবিছিলো কৰোণা কাৰণেই যোৱা নাই । ধুনীয়া কৈ ভিডিঅ'দেখোৱা বাবে ধন্যবাদ ।। অসমীয়া কথা অসমীয়া লিখা দেখি ভাল লাগিল ধন্যবাদ
Val lagel dakhe. Krishno. Jai garu sankor
Next level video apunar video sai nojona kothau janibo pari
সৰু হৈ থাকোতেই গৈচিলো। তেতিয়া মূল গেট খন নিৰ্মাণ হৈ আছিল। আকৌ এবাৰ দেখি সেৱা জনালোঁ। ধন্যবাদ দাদা 🙏 কৃষ্ণ 🙏
ধন্যবাদ দাদা। জয় জগত গুৰু শ্ৰীমন্ত শংকৰ ।
নজনা কথা এটা গম পালোঁ । ধন্যবাদ ভাস্কৰ দা।
।। জয় গুৰু শংকৰ ।।
মধুপুৰ যেন জীপাল হৈ উঠক।
Iman bhal lagise tumar vdo to Sai ,aidare dekhuai thakiba nedekhathaibur.
Apunr video si bht ktha hikibo Pau .lov u lakhimpur
Bhaskar da apunar video sai bohut bhaal lage.
Thanks brother beautiful place madupur tampl
Khundar blog bahut vaal lagil
বৰ ভাল লাগিল, এই খন দেখি মনত বৰ শান্তি পালোঁ ।
Xosake apunar vdo r jodedi janibo pai bht besi val lgil.thnk u.
11:06 🥲 dukh loga bikhoi axom ot thakile bohut vl hole hoi
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Xosai bht vl lgi goise dekhi Thankq dada dekhua babe bht vl lgil ❤️
Val lagil aji video Tu dhanyavaad❤
গৈছিলো খুব ভাল লাগিছিল।
ভাল লাগিল মনটো শান্তি লাগিল । পৃথিৱীৰ সকলো মানুহৰে জীৱন সুন্দৰ হক তাকে আশিবাদ বিচাৰিছো ভগৱানৰ ওচৰত।।
Bahut bhal lage goi... Moi 2 years agote goisilu. Atiya olp beleg hoise
Hosakoi bahut dhuniya lagela dada...
Bahut val lagil Bhaskor da👍👍
প্ৰথম বাৰ দেখিলো।। ধন্যবাদ দাদা
ভাস্কৰ দা পাটবাউসী সত্ৰ লৈ আহিব । ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ বহু বস্তু আছে যেনে তেওঁৰ বিছনা খন , শিলৰ ওপৰত তেওঁৰ ভৰিৰ খোজৰ চিহ্ন, তেওঁৰ দ্বিতীয় পত্নী কালিন্দী আইৰ বাসগৃহ, কালিন্দী আইয়ে ব্যবহাৰ কৰা কুৱাটো ইত্যাদি। শ্ৰীমন্তশঙ্কৰদেৱ পাটবাউসী সত্ৰত 18 বছৰ আছিল।
Hosai bohut val lage dai Ami aji 2bosr man agot goi ahisu...emn dhuniya lage koboloi vakha nai ...sarkare alp soku dibo lage .....hundor vidio ...val lagil apuni vidio bonuwa babe thanks...
খুব ভাল লাগিল দও দা
Bohut val lagil dada
এজন লেখত লব লগীয়া মানুহ । বহুত ভাল লাগিলে । আৰু আগুৱাই যাওঁক
Love from Coochbehar
Bhal lagise 👍 Oti sundar
bohut vaal laagil
dhanyabaad
Video tu sai bhut Val lagil dada apnar porai dekha palu madhupur sottra.
মনটো ভাল লাগি গল গুৰুজনাৰ শেষ নিঃশ্বাস ৰ ঠাইখন দেখি🙏🙏🙏
Duniya lagile video
Jbo2 nowroye apunr videote salu...vl lgil dada
What a great video. বহুত ভাল লাগিল। ধন্যবাদ জনালোঁ দেই।
Good information baskor daa 🥰
বৰ্তমানৰ মধুপুৰ সত্ৰখন কোচবিহাৰৰ মহাৰাজ নৃপেন্দ্ৰনাৰায়ণ ভূপবাহাদুৰে নিৰ্মাণ কৰোৱাইছিল। কথাটো অসমীয়া মানুহে জানিবৰ বাবে লিখা হৈছে।
Aami nujuwakoie dekhilu apunar dara bahut Bhal lagile. Krishna Krishna Krishna .🙏🙏🙏
Kintu mur mote taloi jabo lage...
Bhal lagil tomar video to sai
সকলোলৈ আজিৰ দিনটো কুশলেৰে পৰা হক তাৰে কামনা কৰিছো।
Vl lagil sai nice 🙏🙏
অশেষ ধন্যবাদ জ্ঞাপন জনালোঁ।
প্ৰণামো কৃষ্ণ
সচাই ভাল লাগিল, মই যাম ।
Val lagil sai aru anekuwa video upload kori thakibo god bless you
সুন্দৰ,ভাল লাগিল 🙏
জয় গুৰু শঙ্কৰ
From Gogamukh
Nice video moja 🥰🥰🥰
🙏🙏 bhut Val lagil...dada....apunar karone.. gurujonar mritur sthan dekhun pai...🙏🙏abegik hoi porilu...joi guru shankar🙏🙏
কেৱল মধুপুৰ খন চাই আপুনি আবেগিক হৈ পৰিছে। ভাবি চাওঁক কোঁচ ৰাজবংশী লোক সকলৰ প্ৰাণ কোচবিহাৰ ক লৈ আমি কিমান আবেগিক । বৰ বেয়া লাগে কোচবিহাৰ ক লৈ
Val podokkhep dada...
বহত ভাল লাগিল ।ধন্যবাদ❤
গুৰুজনা বৈকুণ্ঠিহোৱা° বুলিব ।মৃত্যুষ্ঠান বুলি ক'লে সহিব নোৱাৰো।
Joi guru sankar krishna. সেবা জনাইছোঁ
আবিৰ্ভাৱ আৰু তিৰোভাব কব লাগে
Dada tumr video bur sai bahot bahot val lagei Aru agbahi juwa love form Assam ❤️❤️ জয় আই অসম ❤️❤️
ভাল লাগিল...
Beautiful content🤗.. Kooch vihar juar bohut issa ase
Always welcome to our city
@@akshaydasroy8719 thank you🙏
কৃষ্ণ কৃষ্ণ সকলো সদয় হওক গুৰুৰ প্ৰতি।
ভাল লাগিল♥️♥️♥️♥️ from Dehmaji
জয় গুৰু শ্রী মন্ত শঙ্কৰদেৱ🙏🙏🙏
ভাল লাগিছে।।
অসমীয়া গুৰুজনাৰ ঠাই খনলৈ ছুৰীয়া খন পিন্ধি লে ভাল লাগে।
মধুপুৰ সত্ৰক লৈ বনোৱা ভিডিওটো পলমকৈ হ'লেও চাই ভাল লাগিল। কোচবিহাৰ, জলপাইগুৰি, আলিপুৰ দুৱাৰ (বেঙ্গল)জিলা কেইখনত ঠায়ে ঠায়ে ভালেকেইখন সত্ৰ আছে। কিন্তু, তত্বাৱধানৰ অভাৱত দুই-এখনৰ বাদে বাকী বিলাকৰ অৱস্হা নাইকীয়ায় হ'ল।আমি জনামতে অসম চৰকাৰে প্ৰতিবছৰে ভালেখিনি অনুদান দি থাকে। পৰিচালনা সমিতিয়ে অথবা উন্নয়ণ সমিতিয়ে কেনেকৈ বা কাম-কাজবোৰ চলাইছে। উদাহৰণ স্বৰুপে, কোচ বিহাৰ পোৱাৰ আগতে ৩১(এতিয়া ১৭)নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা "হৰিপুৰ-মাধপুৰ" সত্ৰ খন চাবচোন। এই খন অসম সীমান্তৰ পৰা ১০/১২কি:মি: গৈয়ে পাব।হৰিপুৰ বাছষ্টপৰ লগতে।আগলৈ অসমৰ ভকত-বৈষ্ঞৱ তথা অসমীয়া সকলে বেঙ্গলৰ এই সত্ৰসমূহ ৰ দায়িত্ব বহন-গ্ৰহণ কৰিব লাগিব। জয়গুৰু। কৃষ্ণ কৃষ্ণ।
What an video Bhaskar Da ❤️
Bhaskor daa apunar videor bhut nojona kotha hikibo pora jay
গুৰু জনাৰ মৃত্যু হোৱা নাই শাস্ত্ৰৰ তত্ত্ব কৰিলে গম পাব
কৃষ্ণ 🙏
।। জয় গুৰু শঙ্কৰ ।।
Bohut. Dhuniya. Lagil. Krishna. Krishna. Provu
Val lagile sai
সুন্দৰ vlog 🙏🙏
Love from Dhemaji ❤️
Dada moi tumar proti2 vidio sau.ajir vidio2 pora bohut kotha janibo parilu. Tq dada . From: lipika
ভাল লাগিল
Guru Jonaloi Pronam🙏🙏
ভাল লাগিল দাদা।
Thank you bhaskar da sundor information diya karone
Vat khlu hak khalu..aiburtkoi ...aibur bht vl vlog
Khosai. Oti. Khundor. Ata. Vidio. Salu.
So Nice video bro 👌👍❤️...
Love From Golaghat
Jaboloi mon goise muru, ❤❤❤
Congratulations for 3 lakh Subscriber 😍 এই অৱষহা দেখি দুখ লাগিল|🥲
Love from coochbehar❤❤❤🖤
Tumi bonuwa sobotke Val loga video
Parfect
Joy.guru.sanker.horba.gunakor.jakeri.nahi.upam.tuhari.sahane.renu.hatakuti.bareka.karuhu.pronam.barekakaruhu.pronam
Congratulations 300k
First time modhupur shatra dekhilu..... Koboli vakha nai... Kimn j abeg jorito hoi ase ❤️ ...Assam government y maintenance t really guruto dia nai bya lgise heibabe..
Enekuwa pobitro than bur apunar channel or bahire kotu dekha napau heibabe apunar video bur sau. Hosai bhal lagil aru agowai jawok tarei kamonare new Delhi r pora okhekh morom aru hubhessa jonalu.
বহুত ভাল লাগিল মধুপুৰ সত্ৰ খন দেখি দুৰৰ পৰাই নমস্কাৰ জনালো
কোচবিহাৰত কোচ মানুহে গিজ্গিজাই আছে তথাপিও তেওঁলোক মধুপুৰ সত্ৰলৈ কিয় নাযায়।
নেদেখা নুশুনা কথাবোৰ আপোনাৰ ভিডিঅ' বোৰৰ জৰিয়তে দেখা পাও ভাল লাগিল ভিডিঅ'টো চাই । গুৰুজনাৰ চৰনত কোটি কোটি প্ৰনাম জনাইছো 🙏🙏🙏
বহত বহুত ধনবাদ