প্ৰেম/বিচ্ছেদ আৰু মৃত্যু ।। কিয়??✍️Who Is He??🤷🤷

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ส.ค. 2022

ความคิดเห็น • 525

  • @mamunath8599
    @mamunath8599 ปีที่แล้ว +28

    কথাখিনি শুনি বহুত দুখ লাগিল । তেখেতৰ বিদেশি আত্মাৰ চিৰশান্তি লাভ কৰক 😪😪

  • @Just_villagethings
    @Just_villagethings ปีที่แล้ว +16

    বা বহুত দুখ লাগিল কথাবোৰ শুনি । তেওঁক জীৱনটোৱে বহুত আঘাত দিলে, কাৰোৰে জীৱন তেনেকুৱা নহওক। বহুত বেছি কঠিনতাৰ মাজত যেন তেওঁ অথচ তেওঁ আত্মহত্যা নকৰাকৈ জীয়াই থাকিবলৈ চেষ্টা কৰিছিল । তথাপি পৰিস্থিতিয়ে তেওঁক শেষ কৰি পেলালে ।

  • @prasantabordoloi5555
    @prasantabordoloi5555 ปีที่แล้ว +12

    তেও জীৱনৰ কাহিনী শুনি বৰ দুখ লাগিল আৰু বুজাই কোৱা বাবে ভাল লাগিল ।

  • @lakhyamonihazarika5592
    @lakhyamonihazarika5592 ปีที่แล้ว +24

    বৰ দুখ লগা জীৱন.... বৰ সুন্দৰ অনুভব আপোনাৰ প্রতিটো শব্দ অৰ্থ পূর্ণ । ধন্যবাদ 👌👌👌

    • @nizarasaikia2117
      @nizarasaikia2117 ปีที่แล้ว

      Muru husband tekhetor dore hoe ase Dear Kuhi please help me.

  • @ritahazarika8613
    @ritahazarika8613 ปีที่แล้ว +36

    সচাঁ কাহিনীটো পঢ়ি ব-হু-ত বেয়া লাগিল , আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏

    • @mahi-vginsvlogs8558
      @mahi-vginsvlogs8558 ปีที่แล้ว

      Apunk nijor kothabor kenekoi kobo pari kahinitu suni dukh lgil bhut

  • @haripriyasonowal7175
    @haripriyasonowal7175 ปีที่แล้ว +6

    কাহিনীটো শুনি বহুত দুখ লাগিল।বহুতৰ ক্ষেত্ৰত সঁচা প্ৰেমত অনেকুৰাই হয়।

  • @induphukan5198
    @induphukan5198 ปีที่แล้ว +4

    বৰ দুখলগা কাহিনী । প্ৰেমে মানুহৰ জীৱনটো কৰ পৰা কলৈ লৈ যায় ঠিক নাই। মানুহজন বৰ দুভাগ্যশীল ।

  • @Maijaan.Entertainment
    @Maijaan.Entertainment ปีที่แล้ว +20

    প্ৰেমত পৰি কোনো লাভ নাই । আৰু কেতিয়াও প্ৰেমত পৰিব নালাগে ৷ তোমালোকে নিশ্চয় গম পাইছা নহয় প্ৰেমত পৰিলে কেনেকুৱা হয় । প্ৰেমত পৰিলে কোনো আগ বাঢ়িব নোৱাৰে ।এইজন ছাৰৰ নিছিনা হব লাগিব ' দুইজনৰ মন মিলিছে কি হব বুজা বুজি হৈছে কি হব আনে বুজি নাপায় আনে বুজি পালে কি হব মাক দেউতাকে বুজি নাপায় এইয়া হল জীৱ জেষ্ঠ মানো বোলে । আৰু বহুত উদাহৰণ আছে
    কৈ সমাপ্ত কৰিব নোৱাৰি । প্ৰেমত পৰিবা কিন্তু এনেকৈ নহয় যে পাগল হৈ যাব লাগিব প্ৰেমত পৰিব লাগে কিন্তু লিমিতত পৰিব লাগে আৰু এটা কথা জোনেই যি নকওঁ কিন্তু তাত মন দিব নালাগে বহুতে বহুত কব কোনোবাই কব ভাল কোনোবাই কব বেয়া কিন্তু তুমি ভাল তোলৈ মন দিব বেয়া তোলৈ কেতিয়াও মন নিদিবা । মানো বেয়া হবলৈ বেছি তাইম নালাগে কিন্তু ভাল হবলৈ বহুত তাইম লাগে কি কোৱা ভাল হব নাই কি ঠিক আছে । প্রেম হব লাগে কিন্তু তাক ধংশ লৈ নহয় সৃষ্টিলৈ হে । কিবা লিখা ভুল হব পাৰে ভুল হলে ক্ষমা কৰি দিব । ধন্যবাদ 🙏🙏

    • @papukeot98
      @papukeot98 ปีที่แล้ว +2

      একমত,,, প্ৰেম সৃষ্টিৰ প্ৰতিক হব লাগে,,,, জীৱনতো উপভোগ কৰিব লাগে,,, প্ৰেমত পাগল হব নালাগে।

    • @meenadas8281
      @meenadas8281 ปีที่แล้ว

      Prem r kono badha nai

  • @ranudas593
    @ranudas593 ปีที่แล้ว +3

    সছা ভাল পোৱা এনেকোৱাই, পাই হেৰোৱাৰ বেদনা কিমান ,ভুক্ত ভুগি জনেহে জানে, তেওঁলোকৰ আত্মাৰ অকৌ মিলন হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 🌹🌹🙏🙏

  • @lakhimiborthakur7893
    @lakhimiborthakur7893 ปีที่แล้ว +2

    হৃদয় চুইযোৱা কাহিনী৷কাৰোবাৰ ভুলৰ বাবেই কাৰোবাৰ জীৱন শেষ হৈ যায়৷

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +9

    Really nice and sad story. Absolutely 100%correct.

  • @hemantakrdeka926
    @hemantakrdeka926 ปีที่แล้ว +6

    কাহিনী টো শুনি বহু দুখ লাগিল ।

  • @labhitakalita6901
    @labhitakalita6901 ปีที่แล้ว +12

    আপুনি কোৱাৰ দৰে সমাজে ভাবিলে আজিৰ সমাজৰ পৰা বহুত বেয়া দিশ আঁতৰি গল হেঁতেন। মানুহৰ সাজ পোচাক ঠিকে উন্নত হল কিন্তু চিন্তা ধাৰাবোৰ আজিও বহুত নিম্ন মানৰ হৈ থাকিল।

  • @user-dd2ot9wp1k
    @user-dd2ot9wp1k 2 หลายเดือนก่อน

    তোমাৰ কথাবোৰ বহুত ভাল লাগে
    সদায় এনেকৈ থাকিবা

  • @Niranjanbokxi
    @Niranjanbokxi ปีที่แล้ว +3

    বহুত দুখ লাগিল বা শুনি কথাবোৰ😭

  • @shashiburagohain4558
    @shashiburagohain4558 ปีที่แล้ว +42

    অতি বেছি দুখ লগা কাহিনী। তুমি কথাবোৰ খুউব সুন্দৰকৈ বুজাই মানুহৰ অন্তৰত চিন্তাৰ গভীৰতা দিব পাৰিছা। আৰক্ষী হোৱাৰ লগতে তোমাৰ অন্তৰত শিক্ষয়িত্ৰীৰ মনোভাৱ এটাও আছে। ঈশ্বৰে সদায় তোমাক মংগল কৰক 🙏💖

  • @user-hl1dw7dp7d
    @user-hl1dw7dp7d ปีที่แล้ว

    Val lagil vedio tu Sai baidew...kisuman nojona ktha khikibo parilu

  • @dipanjalibordoloi1097
    @dipanjalibordoloi1097 ปีที่แล้ว +5

    বৰ দুখ লাগিল কথাখিনি শুনি। তেওঁ আত্মাই শান্তি পাই যেন 🙏

  • @madhurimadas5508
    @madhurimadas5508 ปีที่แล้ว +2

    TH-cam rr aru ata best video kisu mrom lga kotha aru kisu abeg aru lgt ee bhut ata vl xikha 🥺😌bea lgil mnuh jnoloihe prithibit ahil axa u pur nhol aru gusiu gol kaku amoni nidiakoi 🥺❤️vlpua bur sge anekuai anei nkoi vl pua rr aoinya ata nm tiayag😌😌🥺❤️

  • @mitalideka2343
    @mitalideka2343 ปีที่แล้ว

    Bhut dhukh lagil aru karu jibonat jen tenekuwa nhoi

  • @ranjaykochvlog8092
    @ranjaykochvlog8092 ปีที่แล้ว

    Dhuniya kotha kuise

  • @purabirabha5696
    @purabirabha5696 ปีที่แล้ว +4

    Kothabor huni bohut kandilu kintu aikhini kobo nuwarim . Asolote manuh ketiaw anei pagol nhoy kiba ata holew karon thake . Pagol buli janile manuhe atori thake kintu apuni ..... apunak dhonyobad diboloi mur vakha nai . ♥️♥️♥️♥️👌👌👌

  • @jintisaikia1241
    @jintisaikia1241 ปีที่แล้ว +6

    কথাখিনি শুণি বহুত দূখ লাগিলে 🥺🥺 তেখেতৰ আত্মাই শান্তি লাভ কৰে যেন🙏🙏🙏

  • @upsanarajbangshi3509
    @upsanarajbangshi3509 ปีที่แล้ว

    Kuhi ba apunar sinta dhara bor emn vl soshakoi apunar dore jd sokol manuh sinta dhara hol heten aji amr dekh khon khub sondor hol heten

  • @Dhiraj_Ray
    @Dhiraj_Ray ปีที่แล้ว +1

    আপোনাৰ ভিডিও আজি প্ৰথম চালোঁ খুব ভাল লাগিল ।

  • @merijanbibi4967
    @merijanbibi4967 3 หลายเดือนก่อน +2

    Dukh.lagise

  • @jaminideka1111
    @jaminideka1111 ปีที่แล้ว

    Kotha khini bahut bhai lagil

  • @purabikalita5096
    @purabikalita5096 ปีที่แล้ว +2

    আপোনাৰ মনতো বহুত সুন্দৰ

  • @gourabjyotibharali4141
    @gourabjyotibharali4141 ปีที่แล้ว +2

    আপুনা পৰামৰ্শ বহুত বহুত গুৰুত্বপূর্ণ। ধন্যবাদ🙏❤🌹🙏 সমাজত আপুনা দৰে মানুহৰ প্ৰয়োজন।

  • @aruncharoh6722
    @aruncharoh6722 ปีที่แล้ว

    Good story val lagil

  • @mantusarmah1433
    @mantusarmah1433 ปีที่แล้ว +2

    Baa tomar kotha bore mor ontor sui goise. Really baa you are great

  • @mamtajali3403
    @mamtajali3403 ปีที่แล้ว +1

    সচাকৈ বহুত দুখ লাগিল কথা সেনি শুনি

  • @hunmainibordoloi6842
    @hunmainibordoloi6842 ปีที่แล้ว

    Bhal lagil hridoi sui jai

  • @renukagogoi4249
    @renukagogoi4249 ปีที่แล้ว +1

    Hasakoi manush janar katha huni bahut baya lagil

  • @jayaboro6648
    @jayaboro6648 ปีที่แล้ว +1

    বহুত সুন্দৰ কই বুজাই দিচা কুঁহি, তোমাৰ কথা বোৰ শুনি বহুত ভাল লাগে।

  • @nisharay4344
    @nisharay4344 ปีที่แล้ว +2

    Tumar kotha khini bht val lagise .manuhe manuhor montu j ketiya bujib sestha nkre tar flt bhtore jibon dhonkho hy

    • @kuhi33
      @kuhi33  ปีที่แล้ว

      hoi

  • @rumigondhia9318
    @rumigondhia9318 ปีที่แล้ว +1

    বৰ দূখ লগা দেই

  • @moneybear7836
    @moneybear7836 ปีที่แล้ว +2

    বৰ সুন্দৰ কথা কলা ।

  • @rinkudas6611
    @rinkudas6611 ปีที่แล้ว +6

    কুহী তোমাৰ কথা বিলাক‌ বৰ ভাল লাগে ।‌

  • @monuronjonassam1005
    @monuronjonassam1005 ปีที่แล้ว +2

    তোমাৰ অনুভব ভাল লাগিল

  • @chanakyadas1783
    @chanakyadas1783 ปีที่แล้ว

    Tumsr mahanubhabatak salagisu dhanyabad

  • @saminkalita4772
    @saminkalita4772 ปีที่แล้ว +2

    সুনি বেয়া লাগিল মানুহজনৰ কথা

  • @sabitakalita7096
    @sabitakalita7096 ปีที่แล้ว +46

    এটা সচা কাহিনি কম তোমাক। এজনী ছোৱালী আছিল ছোৱালী জনীৰ মাক দেউতাক সকলোৱে আছিল।দেউতাকৰ দোকান আছিল।ছোৱালী জনীৰ মাকেও দিনটোৰ কাৰনে কাম লৈ ওলাই যায়।ছোৱালী জনী ৯ পঢ়ে।আবেলি লগৰ ছোৱালী বোৰৰ লগত সদায় খেলিবলৈ যায় ।কেতিয়াবা কাবাডি খেলে। কেতিয়াবা লুকা চুৰি খেলে। কেতিয়াবা দৰা কইনা খেলে ।কেতিয়াবা চোৰ পুলিচ খেলে। কেতিয়াবা বল, খেলে যি মন তাকে খেলে।এদিন তাই লগৰ বোৰৰ লগত বল, খেলি আছিল বল খেলি থাকোতে থাকোতে হঠাতে বলটো গৈ এঘৰ মানুহৰ ঘৰৰ ভিতৰত বলটো সোমাই গল ,তাইৰ মনটো বেয়া লাগি গল, কি কৰো বলটো কেনেকৈ আনো।তাই বহুত টেনচনত পৰিল বলটোৰ কাৰনে তাই লগৰ বোৰক কলে যোৱা তোমালোকে বলটো লৈ আনা গৈ।লগৰ বোৰে কলে নাই নাই নহব বল তই পেলাইছ তই নিজে আন গৈ আমি বোৰে যাব নোৱিৰো দেই অ অ তাইক আনিব দিয়া বল,তাই হে পেলাইছে বল,।তেতিয়া ছোৱালী জনীয়ে মানুহ ঘৰৰ দৰজাত গৈ মাত দিছে অ খুৰী খুৰী ঘৰত কোনোবা আছে মাত দিয়ক চোন।নাই কাৰো মাত নাই মাতি মাতি ভাগৰি পৰিল ছোৱালী জনী ঘৰৰ ভিতৰৰ পৰা কাৰো মাত নাই।তেতিয়া ছোৱালী জনীয়ে মানুহ ঘৰৰ পৰদা খন দাঙি দি চাই হঠাত বলটো চকুত পৰিল তাইৰ বলটো মানুহ ঘৰৰ মজিয়াত পৰি আছে।ছোৱালী জনী সোমাই গৈ বলটো লৈ ওলাই আহিল বাহিৰত ওলাই আহাৰ সময়ত কিছুমান মানুহে দেখা পাইছে তেতিয়া কিছুমান মানুহে কৈছে ডেকা লৰা, থকা ঘৰত কিয় গৈছিল তাৰ পৰা ওলাই আহা দেখিছো ছোৱালী জনীক ছি ছি ছি ছোৱালী জনী ভাল নহয় দেই।ছোৱালী জনীৰ দেউতাকক কয় দিলে মানুহ বোৰে আপোনাৰ ছোৱালীক কি শিক্ষা দিছে দিন দুপৰতে ডেকা লৰা, থকা ঘৰৰ পৰা ওলাই আহা দেখিছো। দেউতাকৰ বহুত খঙ উঠিল ৰাতি গৈ ছোৱালী জনীক বহুত মাৰিলে ছোৱালীয়ে দেউতাকৰ ভৰিত পৰি কৈছে দেউতা মোৰ একো ভুল নাই মই একো বেয়া কাম কৰা নাই মোক নামাৰিবা।মাকে কৈছে মাৰক মাৰক আৰু বেছিকৈ মাৰক।দেউতাক মানুহ জন বৰ ভাল মানুহ আছিল সহজ সৰল দেউতাকে বহুত লাজ পালে কিছুমান কথাৰ কাৰনে। দেউতাকে কলে, তোক আমি বিয়া দি ঘৰৰ পৰা ওলাই দিম বুলি।দেউতাক জনৰ বহুত খঙ।দেউতাকে মাকে মিলি এটা লৰা, চাই তাইক বিয়া দিলে কম সময়ৰ ভিতৰতে।যিটো লৰাৰ, লগত বিয়া দিছে লৰা, জন বহুত মদাহী হয়। লৰা জন মদ খাওতে খাওতে পাগল হৈ নিজে নিজে ঘৰৰ পৰা ওলাই গল,।ছোৱালী জনীৰো দেউতাক মৰি গল,।ছোৱালী জনীৰ গিৰিয়েক জনো পাগল হল, ছোৱালী জনীৰ দেউতাকো মৰি গল,।তাই এতিয়া বহুত দুখত জীৱন কটাই আছে।তাই নিজৰ কপালৰ দোষ বুলিয়ে মানি লৈছে।সচা কাহিনি হয়।মই নামটো কোৱা নাই।তুমি বিচাৰিলে কব পাৰিবা একো অসুবিধা নাই।কেতিয়াবা নিজৰ লগত ঘটি যোৱা কাহিনি বোৰো বেলেগ কৈ কব লগা হয় যায়।

    • @dibyalatasonowal1489
      @dibyalatasonowal1489 ปีที่แล้ว +1

      B

    • @tulugogoi388
      @tulugogoi388 ปีที่แล้ว

      😭😭anekua hosa kahini bur bhut dukh Lage....hunile..😭

    • @sabitakalita7096
      @sabitakalita7096 ปีที่แล้ว

      @@tulugogoi388 একেবাৰে সচা কাহিনী।নামটো লব বিচৰা নাই😭😭

  • @user-sf9yz7bq8i
    @user-sf9yz7bq8i 3 หลายเดือนก่อน

    Bhut duhk lagil

  • @dipalibhuyan1180
    @dipalibhuyan1180 ปีที่แล้ว +1

    Good news

  • @rlove6785
    @rlove6785 10 หลายเดือนก่อน

    বৰ দুখ লাগিল

  • @mablive5183
    @mablive5183 ปีที่แล้ว

    বেয়া লাগিল কাহিনীটো শুনি৷সছাকৈ আমাৰ সমাখন শিক্ষিত হৈয়ো বিচাৰ বিবেচনা নকৰাকৈ কিবা এটা দুশত পৰা দেখিলেই সমুহিয়াকৈ সমালোচনা কৰিবলৈ অাৰম্ভ কৰে৷

  • @anupxvlogs7416
    @anupxvlogs7416 ปีที่แล้ว +8

    First of all congratulations for 100k,so wonderful tropic nd all are true 👍sis...all person are thinking like this then all brightness future...God bless you

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @samuweldarik637
    @samuweldarik637 ปีที่แล้ว +3

    কাহিনী শুনি ভাল লাগিল ❤️❤️❤️❤️❤️❤️❤️

  • @pranabdeka9655
    @pranabdeka9655 ปีที่แล้ว +3

    কুঁহি তুমিও বহুত চিন্তা কৰি নাথাকিবা চকু যুৰি সেমেকা যেন লাগিছে

  • @junalidas3292
    @junalidas3292 ปีที่แล้ว

    Xasakoi kothabur xuni bohut beya lagise

  • @gupikadas667
    @gupikadas667 ปีที่แล้ว +2

    Right ba 🥺🙂

  • @karunav_vloger4144
    @karunav_vloger4144 ปีที่แล้ว +10

    Lovely... great story ❤️

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @hangmashribasumatary4995
    @hangmashribasumatary4995 ปีที่แล้ว

    Apunar videotu sai bhal lagil, realistic video.

  • @rajibhussain3023
    @rajibhussain3023 ปีที่แล้ว +3

    আপুনাক চেলুট , এনেকুৱা ভিডিও বনোৱা বাবে,,,,,,,

  • @gangachetry2710
    @gangachetry2710 ปีที่แล้ว +3

    👌👌👌👌👌

  • @mborah1848
    @mborah1848 ปีที่แล้ว +1

    Hoi Right

  • @susilkalita8039
    @susilkalita8039 ปีที่แล้ว

    সছাকৈ বহুতো দুখ লগা ঘটনা বহুত পৰিয়ালৰ মানুহে এটিয়াও চাকৰি ধন টকা পইচা গাড়ী মটৰ হে‌ বিচাৰে ‌ কিন্তু ফলস্বৰূপে সময়ত পষটাৱ লগিয়া হয় ধন্যবাদ থাকিল বাইদেউ আপোনালৈ

  • @paparinath589
    @paparinath589 ปีที่แล้ว +2

    Apunar kothaboror majot nijoke bisari pua jen lage kuhi baa. Apunar vedio bor sai moi bht inspiration pao

  • @nayandas2581
    @nayandas2581 ปีที่แล้ว +2

    🙇👍👌

  • @user-zd9bd1ro7c
    @user-zd9bd1ro7c ปีที่แล้ว +2

    সুন্দৰ উপস্থাপন ।

  • @dasmumuofficial
    @dasmumuofficial ปีที่แล้ว +2

    🙂......

  • @diptinath8942
    @diptinath8942 ปีที่แล้ว

    Kuhi ba apunar anuvb khosa.. Bht val lgil katha bor khuni emn syopstybadi apuni kheibbe bht val paw apunak God bless u..

  • @rumi2493
    @rumi2493 ปีที่แล้ว +1

    Hosaikoi...tny prm omor....❤️❤️

  • @purabisonowal2242
    @purabisonowal2242 ปีที่แล้ว

    Kotha khini huni bht vl lagil Kuhi ba fast views

  • @hemantabooragi3253
    @hemantabooragi3253 ปีที่แล้ว

    বহুত ধুনীয়া লাগিল video টো চাই এনেধৰ video আৰু বনাই যাবা সকলোৰে মৰম পাবা, ধন্যবাদ

  • @amiyahazarika361
    @amiyahazarika361 ปีที่แล้ว +2

    শুনি দুখ লাগিল

  • @garimadaimary9721
    @garimadaimary9721 ปีที่แล้ว +3

    Thik kotha val lagil huni

  • @Luhitpegu-ik6ki
    @Luhitpegu-ik6ki ปีที่แล้ว +1

    🥰🥰🥰

  • @manashirajbongshi8295
    @manashirajbongshi8295 ปีที่แล้ว +2

    xosa Kotha ba😍

  • @digantanath9540
    @digantanath9540 ปีที่แล้ว

    Dhuniya apunar kotha xuni bohut Val lagil

  • @RedRamdhenuaxam
    @RedRamdhenuaxam ปีที่แล้ว +3

    তুমি 🔥🔥🔥

  • @user-ir3ck8wr1j
    @user-ir3ck8wr1j 2 หลายเดือนก่อน

    Nice Story.

  • @pborobboro6247
    @pborobboro6247 ปีที่แล้ว

    Hoy apuni thik kothake koise.moro jiwan to tenekuwai

  • @kakolimoran6779
    @kakolimoran6779 ปีที่แล้ว

    Bht dukh loga kahini hosake kisumn mak deutakor vulor karoneu anekua hoi ..... heykarone hokolu kotha vabihe mak deutakeu kisumn hidhanto lobo lage ......ki hl sualir jibontu 2 ta bosor ruahole tu duyure akn hundor honkhar hl hole kintu take nokorile babe kunu atae hukhi hbo nuarile jibont

  • @himakshidas8561
    @himakshidas8561 ปีที่แล้ว +1

    Kuhi ba apuni jui 🔥🔥 protitu kthy apunar huni vl lge

  • @NURISLAM-ld7xf
    @NURISLAM-ld7xf ปีที่แล้ว +2

    Bhal palu.Ana vifio punar pam buli akha karili.😭😭😭😭

  • @lunanath5458
    @lunanath5458 ปีที่แล้ว +4

    Bhut dukh lagil manhu jnr babe.. Teor atmai shanti paok🙏🙏🙏

    • @mridulahazarika940
      @mridulahazarika940 ปีที่แล้ว

      Kuhi tumar kathabur bor moromlaga 💕💕💕💕💕

  • @luckykumari2256
    @luckykumari2256 ปีที่แล้ว

    Bhut 2 val lagil

  • @sitaladevi9088
    @sitaladevi9088 ปีที่แล้ว +1

    Tumar manr bhabtu bahut bhal lagil. Kintu kahanitu kakr janab ane.

  • @rupjyotibora3540
    @rupjyotibora3540 ปีที่แล้ว +2

    বৰ দুখ লাগিল কথা বিলাক জানি

  • @jimigogoi1978
    @jimigogoi1978 ปีที่แล้ว

    tumar dore hokoluke homane kothabur buji pua hole....tumi kahener majere ji bur Kotha kola hosai bohut val lagel

  • @rubibora7489
    @rubibora7489 ปีที่แล้ว

    Apni bhut vl kotha koise 🙏🙏🥰

  • @kanikadeka2837
    @kanikadeka2837 ปีที่แล้ว +2

    Radhe radhe guru ji

  • @arupsaikia1895
    @arupsaikia1895 ปีที่แล้ว +5

    Support krixu kuhi ba... Homajr babe bhut mnuh nijk hekh kri dxe....

  • @mandirabordoloi5708
    @mandirabordoloi5708 11 หลายเดือนก่อน

    তোমাৰ ভিদিয়টিচাই বৰদুখ লাগিল ভগৱান দিয়া মণূশজীৱটো পাবলৈ যিমান টান যআবলৈও কষ্টৰ মাজেৰে যাব লাগিব মানুহ জনৰ আত্মাই শান্তি পকভগৱানৰ ওচৰত কামণা

  • @parbudhdas6137
    @parbudhdas6137 ปีที่แล้ว

    Thank kuhi.That the great love story.

  • @binadutta5703
    @binadutta5703 ปีที่แล้ว

    সুন্দৰ অনুভব,।

  • @menuxhetry6162
    @menuxhetry6162 ปีที่แล้ว +3

    Ba tumar kotha bur hunii imn a vhal laga Love frm dibrugarh

  • @anamikadas9198
    @anamikadas9198 ปีที่แล้ว

    Hoi Baa hosa kothake koisa... 😢atiyau anekuwa kisuman jibonot hoi ase...

  • @pushpakkumar6247
    @pushpakkumar6247 ปีที่แล้ว +2

    Akdom hosa kotha hoy preme ki koribo nuare..sab koribo pare Kintu akhan homajr lagot ketiau ladibo nuare.tekhetar atmar hantir karone bhagwanok Parthna korisu 🙏❤

  • @ruhinichetia4190
    @ruhinichetia4190 ปีที่แล้ว

    Bohut val loga katha kala. Tumak dhoyniyabad disu

  • @girijadeka1598
    @girijadeka1598 ปีที่แล้ว +6

    ❤️❤️👍👍🙏🙏

  • @munindrapathak1424
    @munindrapathak1424 ปีที่แล้ว

    Medam.aponar.vidioto.sai.bhaley.lagile.

  • @dipaliborthakur1474
    @dipaliborthakur1474 ปีที่แล้ว

    বৰ্ননা অতি সুন্দৰ হৈছে।আবেগিক হৈ পৰিলো।

  • @pratibhahazarika335
    @pratibhahazarika335 ปีที่แล้ว +1

    Moi tuma nam najanu tumi ji kotha koisa sab kotha bhal lagil manu he manuh k buji na pai karne aaji nanu hr aya gati hay manuh jeneku

  • @bhabenborah3706
    @bhabenborah3706 ปีที่แล้ว

    বহুত ভাল লাগিল কাহিনীটো

  • @ahidurahman4543
    @ahidurahman4543 ปีที่แล้ว

    Bahut Val kotha kolay..

  • @MoranorDeka
    @MoranorDeka ปีที่แล้ว +2

    Kuhi ba apunar video bur sai bohut val lage ❤

  • @shonthakuria6314
    @shonthakuria6314 ปีที่แล้ว

    Aapunar mon Tu bhut val.. .. Tumi buji paisa...