ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
প্ৰধান শিক্ষয়ীত্ৰী গৰাকিক উচিত শাস্তী প্ৰদান কৰক
অভিযুক্ত লৰা কেইজনক সমাজত মুখ দেখুওৱাৰ লগতে মাক দেউতাককো সমাজত চিনাকি কৰাই দিব লাগে তেওঁলোকে লৰাকেইজনক কি শিক্ষা দিছিল
Aji kali maak bapek ke lorasoalik kono niti khikkha nidiye diye matho mobail khikkha ...........
Right katha koise aponi
Val kam korise
Aru basi sasti habo laga
Um thik katha koise apuni
শিক্ষক কেইজনক বদলি কৰাতকৈ volunteer repair দিব লাগিছিল। তেতিয়া হে জ্ঞান হ'ব।
তেওঁলোকক চাকৰি পৰা বঞ্চিত কৰিব লাগিছিল 😢😢😢😢
ল'ৰা কেইজন :ৰ পৰিয়ালৰ সাক্ষাৎ কাৰ লোৱাতো বিচাৰো
চৰকাৰে আইন বনাব লাগিছিল যে-সকলো চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াব লাগিব। তেতিয়াহে education quality, students safety ভাল হ'ব। দৰমহা লাভ কৰে চৰকাৰৰ পৰা, নিজৰ সন্তানক পঢ়াই private school ত।
অতিব সুন্দৰ পদক্ষেপ ধন্যবাদ জনালো
right
Yes. Sir.
Right mak deutake tet master nijor lora suwalik porhai private school ot ajikli sarkari school ot students nathake
ৰাইত কথা
ভাল পদক্ষেপ, নিলম্বন কৰিব লাগে শিক্ষক ,কৰ্মচাৰীক আৰু দোষীক উপযুক্ত শাস্তি বিহিব লাগে
চৰকাৰে ১২জন শিক্ষকক সুৰক্ষা হে দিছে। শাস্তি দিয়া নাই। আমাৰ মানুহৰ চকুত ধুলি মাৰি লে। আমি ইমান বুৰবকো নহয় দেই
😮😢😅
চৰকাৰে অতি সুন্দৰ সিদ্ধান্ত ললে ধন্যবাদ।
Sakorir pora barkhasta korak
ইহঁত ল'ৰা ছোৱালী ৰখীয়া নহয় গৰখীয়া হে আছিল সেই কাৰনে ল'ৰা টো মাৰিবলৈ পালে
প্ৰধান শিক্ষক গৰাকী সেই সময়ত দ্ৰাগছ খায় আছিল চাগে
ধন্যবাদ । বহুত ভাল সিদ্ধান্ত লৈছে ।
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
অতি ভাল পদক্ষেপ গ্ৰহণ কৰিছে
Very good discussion
শিলচৰ ধুবুৰী তিনিচুকীয়া কাৰ্বি আঙলং আদি জিলালৈ বদলি কৰিব লাগে । গৃহ জিলাত কোনো কৰ্মচাৰী কে ৰাখিব নালাগে ।
লৰা কেইতাক ফাচি দিয়ক
সুন্দৰ প্ৰদেক্ষেপ লৈছে ।
দোষ চাই শাস্তি কম হৈছে। 😮😮
সুন্দৰ পদক্ষেপ গ্ৰহণ
😢 বদলি কৰাই জানো শান্তি সকলো মিছা স্বভাৱৰ জানো সলনি হব ।
বৰ সুন্দৰ পদক্ষেপ ।
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। কিন্তু সেই নৰ পিশাচ অপৰাধী কেইটাৰ লগতে মাক দেউতাক সকলক য়েন অতি সোনকালে মুখকেইখন সমাজৰ আগত চিনাকী কৰি দিয়ে তাৰ কাৰণে বহু আশাৰে বাট চাই থাকিলো🙏🙏
বিজেপি চৰকাৰে ভাল কাম কৰিলে বহুত বহুত ভাল । তেওঁ আত্মাই শান্তি পাৱক ।
অসমৰ সকলো লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়াব লাগিব বুলি এখন আইন প্ৰণয়ন কৰিব লাগে । কাৰণ চৰকাৰী বিদ্যালয় বোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কমি গৈছে ।
Yoes
এই ঘটনাৰ বাবে শিক্ষকৰ দোষ নাই। দোষ আছে ঘৰৰ পৰিয়ালৰ।
প্ৰধান শিক্ষয়িত্ৰী আৰু এজন শিক্ষকে ঘটনা টো অন্য দিশে নিব খুজিছিল। তেওঁ লোকৰ শাষ্টি আৰু বেছি হ'ব লাগিছিল।
Ap pi pl l pl
ভাল পদক্ষেপ লৈছে।
উচিত শিক্ষা হৈছে ধন্যবাদ
সুন্দৰ পদক্ষেপ। অসমৰ সকলো বিদ্যাল়সমূহত মাজে মাজে মেডিয়া যাব লাগে আৰু সকলো তথ্য ৰাইজক দেখুৱাব লাগে।
উচিত শিক্ষা দিছে ধন্যবাদ
প্ৰধান শিক্ষকক volunteer retair দিব লাগে
তেতিয়ালৈকে শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলক শাসন কৰাৰ পূৰ্ণ স্বাধীনতা দিয়া নহ'ব তেতিয়ালৈকে এনে ধৰণৰ ঘটনা ঘটিয়েই থাকিব।
শিক্ষাক সকলক শাস্তি দিয়া বাবে ভাল লাগিছে।
বদলি কৰা স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ৰাইজ সকলো ৰাইজ সজাগ প্ৰহৰি দায়িত্ব পালন কৰিবলৈ আহ্বান জনালোঁ।
প্ৰধান শিক্ষক গৰাকীয়ে টোপনি মাৰি আছিল 👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা বিভাগে।
চৰকাৰক বহুত বহুত ধন্যবাদ জনালোঁ । এই দুৰ্ভগীয়া পৰিয়ালটোক শিক্ষক সকলে ক্ষতিপূৰণ দিব লাগে ।
অতি সুন্দৰ পদক্ষেপ 👍
সুন্দৰ পদক্ষেপ। প্ৰধান শিক্ষয়ত্ৰীৰ বক্তব্য. কোনো কাৰনে সয্য কৰিব নোৱাৰিলে।
ভাল পদক্ষেপ
শাস্তি বুলি নকব আৰু বদলি কৰি সুৰক্ষিত কৰিছে ৰাইজৰ পৰা।
আজি কালি প্ৰায় চৰকাৰী স্কুলৰ শিক্ষক/শিক্ষয়িত্ৰীয়ে চৰকাৰী স্কুলত চাকৰি কৰে কিন্তু নিজৰ ল'ৰা / বা নিজৰ ছোৱালীৰ জনীক কিয় চৰকাৰী বিদ্যালয়ৰ নপঢ়ায়? প্ৰায়ভেড বিদ্যালয় বঢ়ায় কিয়?তেনে শিক্ষক/ শিক্ষয়িত্ৰীক চৰকাৰী স্কুলত চাকৰি কৰিব দিব নালাগে
@@sabitrisvlog721 নেতাসকলে আমাক ধৰ্মৰ নামত বেলেগৰ প্ৰতি ঘৃণা, মাৰপিট কৰিবলৈ কয় আৰু নিজৰ সন্তানক বিদেশত ভাল ভাল private school college ত পঢ়াই ,যাতে নেতাসকলৰ সন্তানৰ ভবিষ্যত উজ্জ্বল থাকে
শিক্ষক কৰ্ম চাৰৰীক থকা চতেও কৈনেকৈmutto হল ছাত্ৰ জনৰ
ভবেশ তুমি য'তেই আছা শান্তিত থাকা ওম শান্তি ওম শান্তি ।
Thik korile Ranush pegu sire Tq sir
CR C জনৰ ওপৰত কিয় একো ব্যৱস্তা লোৱা নাই। তেওঁ তাত উপস্তিত আছিল ।
জ্ঞান এ নাই প্ৰধান শিক্ষয়ত্ৰীৰ। বনৰী টো চালা
সমাজ জগৰীয়া ছাত্ৰছাত্ৰী অধঃপতনে যোৱাত
শাস্তি উপৰিও শশাস্তি উপৰিও সিহঁতক নিলম্বিত কৰক।
Very good news ❤❤❤
চাৰ বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে।
অভিভাৱক সকলৰ দায়িত্ব আছে।নিজৰ সন্তানৰ চৰিত্ৰ সৰু ৰ পৰা মাক দেউতাকে গঢ় দিয়ে। বিদ্যাল়সমূহত শিক্ষকে শাসনৰ নামত কেতিয়াবা কঠোৰ হলে অভিভাৱকৰ আপত্তি আহে। ছাত্ৰ জনৰ মৃত্যু ত বহুত দুঃখ পাইছোঁ। কতো এনে ঘটনা পুনৰাবৃত্তি নহওঁক তাৰে কামনা কৰিছোঁ।অকল শিক্ষক সকলক দুঃখ দি লাভ নাই।কোনো শিক্ষকে নিবিচাৰে বিদ্যাল়সমূহত এনে ঘটনা হোৱাটো ।
উচিত শিক্ষা দিয়া হৈছে।
উপযুক্ত পদক্ষেপ।
উত্তম পদক্ষেপ গ্ৰহণ কৰিছে ভাল লাগিছে
গোস্বামী চাৰ বৰ ধুনীয়া কৈ আপুনি ঘটনাটো বুজাই দিব পাৰিছে । আপোনাক ধন্যবাদ ।ঘটনাৰ লগত জড়িত সকলোৰে চৰম শান্তি হব লাগে ।
শিক্ষামন্ত্ৰীয়ে সঠিক সিদ্ধান্তই লৈছে ।
ভাল প্ৰদক্ষেপ লৈছে।
Akabare.Val.Khabar
All. Right. Step. ❤❤❤❤❤❤
ভাল হৈছে
ধন্যবাদ
১২ জন শিক্ষক থকাৰ পিছতো এই অৱস্থা, হাঁয়।
তেওঁ লোকে নিশ্চয় ম'বাইল টিপি টিপি চাহৰ জুতি লৈ আছিল চাগে।সিহঁতক এল পি স্কুলত বিষয় শিক্ষক হিচাবে বদলি কৰি শাস্তি বিহিব লাগিছিল।
লরা কেইটার ফটো কি দেখুৱা নাই
সুন্দৰ পদক্ষেপ লৈছে ছাৰ। আমাৰ জ্ঞানৰ মন্দিৰত ইমান ডাঙৰ অপৰাধ কৰিলে। আমাৰ ভয় হৈছে।
বহুত ভাল কাম হৈছে।
ঢৰকাৰৰ এই সিদ্ধান্ত ক ধন্যবাদ জ্ঞাপন জনালো ,।
বৰ সুনদৰ
সকলো শিক্ষকক বদলি কৰক। কিছুমান বিদ্যালয়ত শিক্ষক নাই কিছুমান বিদ্যালয়ত শিক্ষক বহিথাকে কমনৰোমনত।
অতি ভাল পদক্ষেপ
শাস্তি দিয়া নাই পৰিবেশ শান্ত কৰিছে
Varey very good name labjyoti Deka
Thanks for departmental action. Good initiative.
বহুত আছে শিক্ষক সেই কেইজনক অবসৰ দিব লাগে
সুন্দৰ পদক্ষেপ
ভাল কাম কৰিছে ।
Veru.. Good
Bahut Bhal Lagil
Val lagil.
সুন্দৰ শাস্তি 🙏🔱🙏 চপাই (মঙ্গলদৈ)
উচিত সিদ্ধান্ত গ্ৰহণ কৰিছে সঁচাকৈয়ে।
Bohut bhal korise sorkare hiya ujari dhonyobad
Thanks.
আইনত বদলি কৰণ অঞ্চিত নহল মোৰ মতে নিলম্বিত কৰাহে অঞ্চিত শাস্তি আছিল
Bhout val Kam koresa
চাকৰি ৰদবদল কৰিব নালাগে, তাতে থাকিবলৈ দি বিদ্যালয়খন উন্নতিৰ দিসত কি অৱদান আছে তাৰ প্ৰমাণ কৰক। চৰকাৰে কিক্ষকক বদলি কৰি দায়িত্ত সামৰিলে নহব। কথাতো সাংবাদিক বন্ধুসকলে প্ৰচাৰ কৰক।
Bhal. lagil. .
Khub bhal kaam korise
Right decision
Dukhi বোৰে ভৱিষ্যতলৈ কতো সুবিধা যেন নাপায় তাৰে কামনাৰে
এনেকোৱা ঠাইত বদলি কৰিব লাগে যাতে শাস্তি পায়
Bhout vall Kam koresa
Thank. You. Cm. Sir.
Very Good
অসমৰ বিভিন্ন ঠাইত বদলি কৰিব লাগিছিল কোনো এজনৰ চাকৰি নগল
উচিত সিদ্ধান্ত লৈছে চৰকাৰে
শিক্ষা বিভাগৰ দায়িত্ব মুখয় মনতৰীয়ে লব লাগে । বয়কতিগত স্কুলৰ শিক্ষকৰ দৰমহা ইমান কম সত্তেও ফলাফল ১০০ শতাংসয় পাছ কৰে আৰু চৰকাৰী স্কুলৰ শিক্ষকৰ দৰমহা বেছি হোৱা সত্বেও ফলাফল ০ লৈ গতি কৰে । চৰকাৰী স্কুল খিনি ভালকৈ পৰযাবেকখন কৰিব লাগে ।
শিক্ষক সকলক এনে ধৰণৰ শাস্তিৰ বিধান ভুল কৰা হব
ৰাইজ বুলি কৈছে,ভুল স্বীকাৰ কৰিছে কিন্তু হাতযোৰ কৰি মুৰ দোঁওৱা দেখা নগ'ল কেনে নিষ্ঠুৰ!
Very good sir

শাস্তি উপৰিও শ
শাস্তি উপৰিও সিহঁতক নিলম্বিত কৰক।
Very good news ❤❤❤
চাৰ বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে।
অভিভাৱক সকলৰ দায়িত্ব আছে।নিজৰ সন্তানৰ চৰিত্ৰ সৰু ৰ পৰা মাক দেউতাকে গঢ় দিয়ে। বিদ্যাল়সমূহত শিক্ষকে শাসনৰ নামত কেতিয়াবা কঠোৰ হলে অভিভাৱকৰ আপত্তি আহে। ছাত্ৰ জনৰ মৃত্যু ত বহুত দুঃখ পাইছোঁ। কতো এনে ঘটনা পুনৰাবৃত্তি নহওঁক তাৰে কামনা কৰিছোঁ।অকল শিক্ষক সকলক দুঃখ দি লাভ নাই।কোনো শিক্ষকে নিবিচাৰে বিদ্যাল়সমূহত এনে ঘটনা হোৱাটো ।
উচিত শিক্ষা দিয়া হৈছে।
উপযুক্ত পদক্ষেপ।
উত্তম পদক্ষেপ গ্ৰহণ কৰিছে ভাল লাগিছে
গোস্বামী চাৰ বৰ ধুনীয়া কৈ আপুনি ঘটনাটো বুজাই দিব পাৰিছে । আপোনাক ধন্যবাদ ।ঘটনাৰ লগত জড়িত সকলোৰে চৰম শান্তি হব লাগে ।
শিক্ষামন্ত্ৰীয়ে সঠিক সিদ্ধান্তই লৈছে ।
ভাল প্ৰদক্ষেপ লৈছে।
Akabare.Val.Khabar
All. Right. Step. ❤❤❤❤❤❤
ভাল হৈছে
ধন্যবাদ
১২ জন শিক্ষক থকাৰ পিছতো এই অৱস্থা, হাঁয়।
তেওঁ লোকে নিশ্চয় ম'বাইল টিপি টিপি চাহৰ জুতি লৈ আছিল চাগে।সিহঁতক এল পি স্কুলত বিষয় শিক্ষক হিচাবে বদলি কৰি শাস্তি বিহিব লাগিছিল।
লরা কেইটার ফটো কি দেখুৱা নাই
সুন্দৰ পদক্ষেপ লৈছে ছাৰ। আমাৰ জ্ঞানৰ মন্দিৰত ইমান ডাঙৰ অপৰাধ কৰিলে। আমাৰ ভয় হৈছে।
বহুত ভাল কাম হৈছে।
ঢৰকাৰৰ এই সিদ্ধান্ত ক ধন্যবাদ জ্ঞাপন জনালো ,।
বৰ সুনদৰ
সকলো শিক্ষকক বদলি কৰক।
কিছুমান বিদ্যালয়ত শিক্ষক নাই কিছুমান বিদ্যালয়ত শিক্ষক বহিথাকে কমনৰোমনত।
অতি ভাল পদক্ষেপ
শাস্তি দিয়া নাই পৰিবেশ শান্ত কৰিছে
Varey very good name labjyoti Deka
Thanks for departmental action. Good initiative.
বহুত আছে শিক্ষক সেই কেইজনক অবসৰ দিব লাগে
সুন্দৰ পদক্ষেপ
ভাল কাম কৰিছে ।
Veru.. Good
Bahut Bhal Lagil
Val lagil.
সুন্দৰ শাস্তি 🙏🔱🙏 চপাই (মঙ্গলদৈ)
উচিত সিদ্ধান্ত গ্ৰহণ কৰিছে সঁচাকৈয়ে।
Bohut bhal korise sorkare hiya ujari dhonyobad
Thanks.
আইনত বদলি কৰণ অঞ্চিত নহল মোৰ মতে নিলম্বিত কৰাহে অঞ্চিত শাস্তি আছিল
Bhout val Kam koresa
চাকৰি ৰদবদল কৰিব নালাগে, তাতে থাকিবলৈ দি বিদ্যালয়খন উন্নতিৰ দিসত কি অৱদান আছে তাৰ প্ৰমাণ কৰক। চৰকাৰে কিক্ষকক বদলি কৰি দায়িত্ত সামৰিলে নহব। কথাতো সাংবাদিক বন্ধুসকলে প্ৰচাৰ কৰক।
Bhal. lagil. .
Khub bhal kaam korise
Right decision
Dukhi বোৰে ভৱিষ্যতলৈ কতো সুবিধা যেন নাপায় তাৰে কামনাৰে
এনেকোৱা ঠাইত বদলি কৰিব লাগে
যাতে শাস্তি পায়
Bhout vall Kam koresa
Thank. You. Cm. Sir.
Very Good
অসমৰ বিভিন্ন ঠাইত বদলি কৰিব লাগিছিল
কোনো এজনৰ চাকৰি নগল