ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আপোনা লোকৰ ভিদিও চাও বহুত ভাল লাগে । হাহু বোৱৰি মৰম বোৰ দেখি বহুত ভাল লাগে।মইও এগৰাকী বোৱৰী । হাহু সহু আছে কিন্তু কিনো কম ভাষা নাই ।বুজিছেই নহয়।
বুজিছোঁ অ । মৰম দিলোঁ ,কুশলে থাকা
বহুত ভাল লাগে দেই ভিডিওটো।পতল আলু ভাজি খাই ভাল পাওঁ fry ত কৈ।আপোনাৰ স্কুলৰ অনুষ্ঠান বোৰ ভাল লাগে।আই অ কণমানি❤❤।সঁচা দেই এতিয়া পটকে সন্ধ্যা লাগে।আমাৰো ওচৰৰ দোকান আছে পটকে দৰকাৰ হলে বাকীকৈ বস্তু আনিব পৰা।আই এ জোঁৱাই ক পটকে চিনি পালে😊আপোনাৰ ভাগৰ লাগিলেও কণমানিয়ে আপোনাক গলাই পেলাইছে।ভিডিও কিয় ইমান সোনকালে by by কব লাগে😅।দীঘলীয়া হলে ভাল পাওঁ মই❤❤
@@nirmalikalita7376 মন্তব্যবোৰেই মোৰ সাহস আৰু প্ৰেৰণা 🙏।। বহুত বেছি মৰম আৰু ধন্যবাদ
মোৰ দেউতা ও মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আছিল লগতে পৰীক্ষা পৰিষদৰ সম্পাদক ও আছিল এবাৰ , এতিয়া অৱসৰ ল'লে । ভাল লাগিল ভিডিঅটি ।
কুশলে থাকক তেওঁ 🙏
❤❤❤❤❤
Val lagil video tu ❤
ধন্যবাদ জনালোঁ
মা ভালে আছে নে. মই লখিমপুৰ ৰ পৰা চাই আছোঁ . কেতিয়াবা লক্ষীমপুৰ ফালে ফুৰিব আহিব. দেহা আৰু মুনু বাক মোৰ ফালৰ পৰা বহুত মৰম ❤❤❤ ভালে থাকক সকলো
@@luckygogoi1286 বন্ধ পালে যাম দেই
অ মুনু বেটী মাক খুব কাম কৰি খুৱাই ফুচুলাই লোৱা । বজাৰত বৰ ধুনীয়া ধুনীয়া চুৱেটাৰ ওলাইছে । ফুচুলাই লৈ লবা ।বুদ্ধিতো দিলো । ময় সেইদিনা বজাৰ গৈছিলো ইমান ধুনীয়া চুৱেটাৰ বোৰ চব লৈ আহো যেন লাগিছিল । তোমালোকৰ ছোৱালীবোৰে পিন্ধা কাপোৰ বৰ ভাল লগা । লৈ লবা ।মৰম থাকিল ।সৰু বেটী আইমুনুলৈ বহুত মৰম । বৈষ্ণৱ বেটাৰ ভাল ন মুনু ।ভালে থাকা ।
বন্ধুৱনী অ ,আহিল আৰু কথা শিকাবলৈ ন 😄
মোৰ ছোৱালী বোৰ বৰ মৰম লাগে ।মুনুক বৰ মৰম লাগে অ । তাইক এদিনো খংত থকা দেখা নাই ।সদায় হাঁহি থাকি কাম বন কৰি থকা দেখি ভাল লাগে অ ।
@renuteli3818 💕💕💕
Love you all 💞 may lord Buddha bless you all always 🙏
@@anjalienling ধন্যবাদ
Nice❤❤❤
@@manabbikashgogoimanabbikas7063 ধন্যবাদ
Bhagwane je Amar uparat ketiya kripa koriba💜
Apunar ghorr pora kohar gaon schol loi kimn dur hoi
তিনি কিলোমিটাৰ মান হব
1st comment khuri
মৰম
Amiu val pau but milai dile
❤❤❤মা❤❤❤
💕
পটল ভাজি খাই ভাল পাও ❤❤❤❤❤❤❤❤❤
👍💕
Tumalukor ghrkhon iman saaf sikun ke rakha bor val lage dekhi...
@@indranineog4335 আগতকৈ সময় কম পাওঁ সেয়ে থম বুলি ভবা মতে নহয়গৈ যদিও তোমাৰ মন্তব্যটো পাই সুখী হলো । মৰম দিলোঁ দেই
Nice
মৰম দিলোঁ বহুত 💕💕💕
Shivsagar at December 15tarikha dihanam poti jugita patisa maa ❤❤❤
@@HemolotaBorah-g6b পৰীক্ষা পালেহি যে 22 তাৰিখৰ পৰা ।
Xoday kukhle thaka maramere❤❤
❤❤❤
1st viwers 1st comment and 1st like ❤❤❤ please comment tu pin 📌 kori dibo❤❤ hokoluloike bohut bohut morom ❤❤❤❤❤
মাইকী মানুহে যিমানেই পঢ়ক চাকৰি নকৰক কিয় পাকঘৰৰ কাম কৰিব লাগিবই হয় নে নহয় বাৰু খুৰী
একেবাৰে হয় 😍😄💕👍
❤❤
By by mur putola joni ❤❤❤
Arnica logai dibo dukh sykh pale chengnang e .. daag nathke aggte xorute lorak logai deo
উম নিশ্চয় আনিম
হৌৰভ হাজৰিকা মুৰ মামা ককা লৰা,,হয়,,আমগুৰি,,ঘৰ,,
শইকীয়া,,,
ইয়ে হয় নেকি ? কি বলিষ্ঠ কণ্ঠৰ ভাষণ তেওঁৰ । খুব ভাল লাগিল । ধন্যবাদ মন্তব্যৰ বাবে।
@RashmiKonwar তেওঁ ভাওনা u কৰে,,,বহুত ভাল অভিনয় কৰে,,ভাওনাত,,
Maa sengnang k mohe kamura jegat Dermadew Caloe lotion tu logabosun mur suwali joni sengnangr logore taik Dr.e disil bor Val lotion logote Val hoi jai ...
বহুত বেছি মৰম দিলোঁ দেই
Moiyo mangkho bhak Kori boloi bohot tan pao.biya nuhua agot mangkho bonai bok rukhi thaku mangkho bhak koriboloi.
😊
Apunalukoku aru hukhi korok adin log pam
নিশ্চয় লগ পাম
Arnica logai dibo baidow
ধন্যবাদ
barick sir mur mama hoi
খুব ভদ্ৰ আৰু অমায়িক ছাৰ জন । বৰ ভাল লাগে । ভাল লাগিল জানি যে মোৰ অনুৰাগীৰ মামা হয় 😊💕🙏
Hosak amr anaiu j nijor jiyakoka sini npisil jwakok ako vl sini pysil
হয় অ
Ako bula apuni pakghorot humabo nuwara bula
বুজাই বুজিছে আৰু প্ৰথমৰ পৰা যি সকলে ভিডিও চাই তেওঁলোকে জানে যে সকলো কাম ৰাজহুৱা স্থানত নহয় ।
❤❤❤❤