'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষক পুনৰ আক্ৰমণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ....

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 ก.ย. 2024
  • 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱাক পুনৰ আক্ৰমণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। পত্নীৰ অগাধ সম্পত্তিৰ প্ৰসংগ সলাবলৈ পুনৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ। ফেচবুক লাইভত প্ৰতিদিন গোষ্ঠীৰ স্বত্ত্বাধিকাৰীক আক্ৰমণৰ লক্ষ্য।
    #PratidinTime #AssamNews #HimantaBiswaSarma

ความคิดเห็น • 188

  • @dbhargab
    @dbhargab หลายเดือนก่อน +34

    আপুনি সংবাদ মাধ্যমক প্ৰত্যুত্তৰ দি লাভ নাই ,নিজৰ কাম কৰি যাওঁক ।ভাল কাম কৰিলে ৰাইজে ভোট দিব নহ’লে নিদিয়ে কথা সিমানেই ।

  • @huntideka1067
    @huntideka1067 หลายเดือนก่อน +22

    গড় খংগৰ মূল্য কিমান সেইটো কথা কেনেকৈ গম পাই? চোৰৰ মন পুলিচ পুলিচ যেন পাওঁ

    • @nayankaibarta3206
      @nayankaibarta3206 หลายเดือนก่อน

      Ki koi hai aapuni emn dine minister hoi thakil and atiya cm ,nejanibo neki... 🦏 Horn or dam kimn...

  • @asanulhoque3442
    @asanulhoque3442 หลายเดือนก่อน +63

    কংগ্ৰেছৰ দিনত যদি তেনে হৈছে তেন্তে আপুনিও দায়ি

    • @dildarhussain5392
      @dildarhussain5392 หลายเดือนก่อน +5

      Right

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน +4

      অ এওটো কংগ্ৰেছৰ নাম্বাৰ 1 আছিল ।

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 หลายเดือนก่อน +1

      Aituk koi ako luv nai bro....
      Bewkuf manuhe soboke murkho buli bhabe aru nijoke gyani buli.

  • @jimirajkhowa9235
    @jimirajkhowa9235 หลายเดือนก่อน +16

    এইবোৰকে গাই গাই সময়বোৰ পাৰ কৰ আৰু।

    • @akash12dweep
      @akash12dweep หลายเดือนก่อน

      Eibur koribole vote disile 😂😂

  • @DebanandaPegu-ie3hp
    @DebanandaPegu-ie3hp หลายเดือนก่อน +15

    আপুনি ৰিনিকিক কেতিয়া দেখে

  • @debajitkonwar1407
    @debajitkonwar1407 หลายเดือนก่อน +10

    মামা,‌ তোমাৰ মাইকীটোক বিৰুধীয়ে ভালকৈ‌ নজৰ দিবুই‌। কাৰন‌ কভিদত বিজিনেছ চলাই। কাঞিৰাঙা, দবল দবল বাগান , কেন্দ্ৰিক চাৰকাৰ পৰা গৰীব বুলি কটি টাকা পাই, আৰ কি কি ৰকম। বিৰুধীয়ে চকুৰ দাঙৰ কৰি নাচাব কিয়া হে?

  • @PrashantaKumarDeka
    @PrashantaKumarDeka หลายเดือนก่อน +15

    হাইথা এতিয়া মাটিত পৰিল

  • @digantachetia4630
    @digantachetia4630 หลายเดือนก่อน +43

    পগলা ককুৰৰ উক দিছে

    • @rituporno10
      @rituporno10 หลายเดือนก่อน

      Toi kla....mama r bal r num edalor homani nhoi😅

  • @bitupandas8667
    @bitupandas8667 หลายเดือนก่อน +7

    এজন মুখ্য মন্ত্ৰী এ মাকৰ গাখীৰ খাই থকা ল'ৰা দৰে কথা কলে ভাল নালাগে। আপোনাৰ দিনতেই গড় খগ বোৰ জ্বলাই দিছিল।বাহৰ বোৰ জ্বলাই সচা বোৰ লোকুৱাই দিয়া নাছিল টো

  • @pkplusaxom3164
    @pkplusaxom3164 หลายเดือนก่อน +7

    সকলো একেই,,,,,এতিয়া মুখ্যমন্ত্ৰী সম্পত্তিৰ তালিকা বিচাৰি ফুৰা বোৰৰ সম্পত্তিৰ তলিকাও প্ৰকাশ কৰক,,,,নিজৰেই দেলালি চেলালি কৰি কৰি পাহাৰ সম সম্পত্তিৰ মালিক ,,,,অসমৰ বাৰু কোন জন বিধায়ক দুখীয়া বিৰোধীৰেই হওক বা শাসক পক্ষৰ হওক ,,,,,সকলো পাহাৰ সম সম্পত্তি ৰ মালিক,,,,আৰু কিছুমান সাংবাদিক আৰু নিউজ চেনেলৰ মালিকৰ তো অজস্ৰ সম্পত্তি আছে চাগে অনুমান কৰিব পাৰি,,,,,,,মুঠতে কোনো ধোঁৱা তুলসীৰ পাত নহয়,,,,,,

  • @anirudhakalita4041
    @anirudhakalita4041 หลายเดือนก่อน +35

    শুবলৈ যাওতেও ৰিণিকি ভূঞাক দেখে😅😅

    • @Habijulislam316
      @Habijulislam316 หลายเดือนก่อน

      😜😁

    • @ganeshmedhi3512
      @ganeshmedhi3512 หลายเดือนก่อน +1

      Hahahahahahahahahahahahahaahahh😝😝

    • @MantuDas-s8w
      @MantuDas-s8w หลายเดือนก่อน

      😂😂

    • @KulenGogoi
      @KulenGogoi หลายเดือนก่อน +1

      👍👍👍👍👍 Very good

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w หลายเดือนก่อน +7

    প্ৰতিদিনNews টোক মামীৰ নামত কিনি পেলাই দিয়া মামা।সিহঁতি বেছি দেখাইছে.,.উদপাত নকৰিবি,.. বে নহয় জানো মামা!😛😛😛

  • @himangshusharma4337
    @himangshusharma4337 หลายเดือนก่อน +5

    ১০০ গৰু মাৰিলে বাঘৰো মৰণ।

  • @BhabaniGogoiHazarika
    @BhabaniGogoiHazarika หลายเดือนก่อน +6

    ইয়াৰ সঁচায়ে উকাইছে দেই।ৰাইজ সাৱধান হওক।

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      Tezpur anibo lagibo jen pao.

  • @janardanbora2803
    @janardanbora2803 หลายเดือนก่อน +27

    মামীয়ে প্ৰতি দিনক যে কিনিব পৰা নাই সেইবাবে চাগে এইবোৰ গাই আছে Time 8 চেনেল টোৱে এওঁৰ বিষয়ে বেছিকৈ বাতৰি কৰা বাবে টো কিনি পেলালে 😅😅😅

    • @diman6591
      @diman6591 หลายเดือนก่อน +3

      Eak mama mama koi ki lav hose Bhai

    • @satyamevajayate1274
      @satyamevajayate1274 หลายเดือนก่อน +3

      কিহৰ মমী ঔ এই বনৰ পক্ষী জনী!!!!

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      ​@@satyamevajayate1274polai aha maiki Riniki.

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      ​Bonori maiki

  • @rambalram2610
    @rambalram2610 หลายเดือนก่อน +5

    আকৌ এইবাৰ টানি আনিলে গড়ৰৰ প্ৰসংগ.... 😮😮😮 তেওঁক টো কোনেও সুধা নাছিল ৰিনিকি ভূঞাই সম্পত্তি কাক দি যাব...??? তেওঁহে উপজাচি নিজেই কলে সকলো অসমকে দি যাব বুলি... এক প্ৰকাৰ মানুহৰ তেওঁৰ অগাধ সম্পত্তি সম্পৰ্কে থকা প্ৰশ্নৰ হাত সাৰিবলৈ..😮😮😮 এতিয়া আকৌ ওলোটা প্ৰশ্ন আন লোক সকললৈ তেওঁলোকে তেওঁলোকৰ সম্পত্তি কাক দিব.... তেওঁলোকে যাকে দিয়ে দিব আৰু তাক লৈ মুৰ ঘমুৱাৰ টো প্ৰয়োজন নাই...😢😢😢 আৰু এটা কথা, ৰিনিকী ভূঞাৰ নামটো আগত ৰাখি, এই বিশাল প্ৰাইড ইষ্ট নামৰ ব্যৱসাই বাণিজ্যৰ ৰাজ্য খন কোনে চলাই আছে....???? অসমীয়া মানুহে নাজানে নেকি...??? 😮😮😮😮😮😮

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน +2

      যিবোৰে বোৰে এই জনক বৰপিৰা পাৰি BJP বহালে সেই সকল এতিয়া ক'ত---ইটো তো তাৰ গোটেই চোৰ পাটী টো লৈ আহিছে---অকলে অহা নাই নহয় । এতিয়া পা মজা ।

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      ​@@protimadutta2890somoy ase 2026 election.

  • @mehbubtarafder6251
    @mehbubtarafder6251 หลายเดือนก่อน +13

    দেশতকৈ মোমাই ডাঙৰ নহয়- অশুদ্ধ
    ৰিনিকীত কৈ অসম ডাঙৰ নহয়- শুদ্ধ

  • @durlovgogoi5965
    @durlovgogoi5965 หลายเดือนก่อน +1

    এনে পাপী হতৰ নাম ললেও পাপে চুয়ে সেয়েহে আজি অসমৰ জনসাধাৰণে পাপৰ ভূক্তভোগী জীৱন কটাব লগা হৈছে । এজন cm ৰ মুখত নিজৰ সম্পত্তিক লৈ ধেমালি কৰা ,ইয়াত কৈ কি আৰু আশা কৰিব ৰাইজে । লংকা নৰেশ্বৰ দৰে হবলৈ বেছিদিন নাই । ৰাইজক শোষণ কৰাক দমন কৰিবলৈ সৃষ্টিকৰ্তাও ধাৱমান হবলৈ বেছি সময় নাই।

  • @dreamboy3740
    @dreamboy3740 หลายเดือนก่อน +3

    মামা মামীৰ সম্পত্তি দি দিলে নেকি??কাক কাক দিলে জনাৱ।

  • @amrahman797
    @amrahman797 หลายเดือนก่อน +1

    Smart CM, Smart city, Smart Meter

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj หลายเดือนก่อน +1

    লোকৰ ঘৈনিয়েকৰ ওপৰত সদায় নজৰ দিয়াটো ভাল কথা নহয়।

  • @অসমীয়াপৰিয়াল
    @অসমীয়াপৰিয়াল หลายเดือนก่อน +7

    ৰিনিকি ভূঞাৰ মানুহ জন আজীবন মন্ত্রী আৰু এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী । তেখেতৰ অগাধ সম্পত্তি নহয় বাৰু কাৰ হব ?

  • @ranjitgowsami7891
    @ranjitgowsami7891 หลายเดือนก่อน +15

    পাগলে নকয় কি ছাগলে নাখায় কি, বলিয়া হল C.M

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      Tezpur mantel hospital loi ahok

  • @SangitaDevi-ff2tq
    @SangitaDevi-ff2tq หลายเดือนก่อน +20

    ভৱিষ্যত কোনে দেখিছে ৷ জীয়াই থাকোতে দিলেহে মানুহে বিশ্বাস কৰিব ৷ আপুনিওটো কংগ্ৰেছৰ পৰা আহিছে ৷

  • @Aditygogoi123
    @Aditygogoi123 หลายเดือนก่อน +1

    আপুনি মানুহটো চালাক,,, কিন্তু মামা,,,, অতি চালাকিৰ গলাই ফাঁচী

  • @MridulKumarDass
    @MridulKumarDass หลายเดือนก่อน +5

    মই বৰ্তমানলে ৩জন মুখ্যমন্ত্ৰীৰ চৰকাৰ দেখিলো । মাননীয় তৰুণ গগৈ ডাঙৰীয়া , সৰ্বানন্দ ডাঙৰীয়া আৰু এই ডাঙৰীয়া জন। বাকি দুজনে কামত গুৰুত্ব দিছিলে মুখ্যমন্ত্ৰী হিচাপে যি কৰিব লাগে। এওঁ চাগে এই পদটোৰ কাৰণে যোগ্য নহয় , নহলেটো মুখ্যমন্ত্ৰী এজনৰ ভাষ্য এনেকুৱা নহয়। গুৱাহাটীত পানী হ'লে USTM ক দোষ দিয়ে। কিবা যানে নে নাজানে বা গম নাপাওঁ , কিন্তু মুখ্যমন্ত্ৰী এজনে ক'ত কি কব লাগে তাক জনাটো উচিত ।আগৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ মানুহৰ লগত কাজিয়া লাগি থকা নাছিলে , কামত গুৰুত্ব দিছিলে

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน +2

      পগলা কুকুৰ এনেকুৱাই আৰু বেছিহে হব ।

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      ​@@protimadutta2890election ahile aru bhukibo, logote nasibou.

  • @teamlvalakgaming113
    @teamlvalakgaming113 หลายเดือนก่อน +2

    Rhino is now safe thnx MAMA❤❤❤

  • @Elvish-e8s
    @Elvish-e8s หลายเดือนก่อน +1

    মামা আপোনাক এটাই কথা কম...আপুনতকৈ বেছি ডাঙৰ পগলা কুকুৰটোৰ নাম হ'ল ৰাইজ। ৰাইজ নামৰ পগলা কুকুৰটোৰ যেতিয়া য'ক উঠিব তেতিয়া আপোনাৰ পাগলামিয়ে পাট্টা নাপায়। বুজি লওক কথাটো। বাংলাদেশৰে উদাহৰণ চাই লওক।

  • @PareshHaloi-xr2go
    @PareshHaloi-xr2go หลายเดือนก่อน +1

    Right

  • @satyamevajayate1274
    @satyamevajayate1274 หลายเดือนก่อน +8

    ৰিণিকি ভূঞা এজনী মাটিৰ ৰাক্ষশি। ইমান লোভী মাইকী নাই অসমত।

  • @LPCarrom
    @LPCarrom หลายเดือนก่อน +1

    গড়ৰ খৰ্গৰ বেপাৰ চলি থকা সময়ত আপুনিয়ে মিনিষ্টাৰ নাছিল জানো ?

  • @kimjennie5870
    @kimjennie5870 หลายเดือนก่อน +1

    দেশত কৈ ভাগিন ডাঙৰ হব নোৱাৰে, পাগল হোপা,কেতিয়া বুজিবি নিজৰ মাতৃভূমি কি

  • @arjundas3446
    @arjundas3446 หลายเดือนก่อน +1

    মামাক বোলে নোরাৰ তহতে। সেই কাৰণে মাইকিৰ পাছত লাগিছ হেৰ অধম হত। ছি লাজ লাগে।

  • @Smartwork1235a
    @Smartwork1235a หลายเดือนก่อน +1

    জ্ঞানী মূৰ্খ ৰজা

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 หลายเดือนก่อน +1

    Jayanta Baruah is far better than Himanta Biswa Sarmah. He is gentle and down to earth person, whatever he have achieved in life, it’s his own effort.

  • @rajibdutta1939
    @rajibdutta1939 หลายเดือนก่อน +4

    টুপী টুপী....... আৰু টুপী,
    ৰাইজক আৰু কিমান টুপী পিন্ধাই আপোনালোকে। এই চৰিত্ৰ এৰক, সকলো ৰাজনীতি কৰা ব্যক্তি সকল।

  • @Biren-q5f
    @Biren-q5f หลายเดือนก่อน +5

    Pratidin time is the best
    Channel in Assam.they are news published only batterment and development fo people.thats why in favour of pratidi.

  • @sarbeswargogoi2781
    @sarbeswargogoi2781 หลายเดือนก่อน

    ধৰি লওক, RBS ৰ অগাধ সম্পতিৰ ক্ষেত্ৰত এদিন CBIৰ তদন্তৰ দাবী কোনোবা পক্ষৰ পৰা আহিল,তেতিয়া আমাৰ জনাই আগভেটি ধৰি কব পাৰিব নেকি যে প্ৰতিদিন টাইমচ আৰু প্ৰাগ নিউজতো CBI তদন্ত হব লাগে ।

  • @Manash.player.official
    @Manash.player.official หลายเดือนก่อน +1

    মায়া ঠিক কইছে প্ৰতিদিন তাইমোত

  • @TCF573
    @TCF573 หลายเดือนก่อน +3

    Tej piya natok bondh kor.

  • @bulengogoi4723
    @bulengogoi4723 หลายเดือนก่อน

    এই কথাটো কোনজন ৰাজনীতিবিদৰ পৰা আহিছে বাৰু ? আমি দেখিছোঁ ক্ষমতাত থাকি সম্পতি গঢ়া আৰু ক্ষমতাত নাথাকি কষ্ট কৰি ঘটা সম্পতিৰ ক্ষেত্ৰত পাথক্যটো বুজাই দিবচোন মামা ৷

  • @mrinalmedhi8346
    @mrinalmedhi8346 หลายเดือนก่อน +2

    সেই সময়ত আপুনি কংগ্ৰেছত আছিল, গতিকে তাৰ ভাগ নিশ্চয় পাইছে। প্ৰতিদিন চেনেলৰ মালিকে কোনো ৰাজহুৱা সম্পত্তি ৰাজনৈতিক নেতাৰ দৰে গো-গ্ৰাসে গিলা নাই।

  • @BILLO_RANI_
    @BILLO_RANI_ หลายเดือนก่อน +4

    Cm sir a kebol hindu muslim dekhe, heye congress a kebol riniki dekhe 😂😂

  • @mdfaijulhoque271
    @mdfaijulhoque271 หลายเดือนก่อน +1

    বেপাৰী cm

  • @bakulboruah2026
    @bakulboruah2026 หลายเดือนก่อน +1

    ৰেবিজ ভেকচিন কেইটামান দি দিয়ক।একেবাৰে ঠিক হৈ যাব এইজন।

  • @atulsarma1476
    @atulsarma1476 หลายเดือนก่อน +1

    bjp bhal kam korise congresor dinot to shuta aru kambol. I love you mama❤

  • @Ulludin
    @Ulludin หลายเดือนก่อน +1

    CM a thik koise

  • @jibeshrabha
    @jibeshrabha หลายเดือนก่อน +2

    laaj paise saage...

  • @sanjibkumarnayak9686
    @sanjibkumarnayak9686 หลายเดือนก่อน

    মুখ্যমন্ত্ৰী এ একো মিছা কোৱা নাই,সকলোৱে অগাধ সম্পত্তি ৰ কিছু অংশ ৰাইজক দি যাওঁক

  • @jitubarman6162
    @jitubarman6162 หลายเดือนก่อน

    যিখন মুখেৰে কৈ আছে কংগ্ৰেছৰ দিনত হোৱা গড় হত্যাৰ কথা সেইখন মুখেৰে কংগ্ৰেছৰ দিনত হোৱা লুই বাৰজাৰ কেলেংকাৰী উত্তৰকাছাৰৰ এহেজাৰ কোটি টকাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী ৰ কথা কিয় কোৱাৰ সাহস হোৱা নাই মহাশয় ৷ লাজ অলপ থাকিব লাগে ৷

  • @arupbora2442
    @arupbora2442 หลายเดือนก่อน +1

    Patan r time hoise

  • @assamtractorvideo6619
    @assamtractorvideo6619 หลายเดือนก่อน +2

    Faltu katha CM r mukhat.

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu หลายเดือนก่อน

    কংগ্ৰেছে দুৰ্নীতি কৰা time ত আপুনি কংগ্ৰেছৰ horta কৰ্তা বিধাতা আছিল।

  • @dibakarbora4150
    @dibakarbora4150 หลายเดือนก่อน +2

    Bjp go back

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f หลายเดือนก่อน +1

    মুখ্যমন্ত্ৰীৰ সচা কথা শুনি,কেইজনমানৰ টোপনি ধৰা নাই চাগে।হিমন্ত বিস্ব শৰ্মা জিন্দাবাদ।

  • @aoomusicofficial2124
    @aoomusicofficial2124 หลายเดือนก่อน +2

    Apuni sob kothat rply di nijok murkho nojohabo...😊😊😊

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl หลายเดือนก่อน

    মামীৰ চুঙাটো ইমান দ নে গোতেই অসম শণ লুতিছে পাছত দান কৰি যোৱাত এতিয়া নুলোতিলেই হল

  • @amrahman797
    @amrahman797 หลายเดือนก่อน +1

    Bhatou Sorai

  • @abdulmaquib809
    @abdulmaquib809 หลายเดือนก่อน

    😂😂😂 হা হা আপুনি ইমান সতৰ্ক হৈ এই কথা খিনি কৈছে নহয়, ৰাটি ছাগে আপোনাক মামী য়ে এজাৰণ দিলে যেন পাও। যেতিয়া তেতিয়া যাৰে তাৰে আগত যি মন যায় তাকে বকে। চাব দেই মামা বেজৰ নাকতো খৰে খাই। 😊

  • @rupombokalial3417
    @rupombokalial3417 หลายเดือนก่อน

    সেই সময়ত আপুনি ও কংগ্ৰেছ ত আছিল। পইচাৰ ভাগ আপুনি বা কিমানখিনি পালে। গড় ৰ খ.......?

  • @satyamevajayate1274
    @satyamevajayate1274 หลายเดือนก่อน +1

    প্ৰতিদিন আৰু prag news নিৰপেক্ষ হয় গতিকে এওঁ লোকক প্ৰশ্ন কৰাৰ প্ৰশ্নই নুঠে।

  • @debojitkalita8212
    @debojitkalita8212 หลายเดือนก่อน

    আপুনিও কংগ্রেচত আছিল।।

  • @technicalaxom424
    @technicalaxom424 หลายเดือนก่อน +1

    BJP r birudhe tibro birudhita korim but vote tu BJP ke dim
    Congrass k di pap koribo nuwaru dei😂😂😂 jibont

  • @ritudeori5116
    @ritudeori5116 หลายเดือนก่อน

    As per your opinion you are the most intelligent person in assam and we the people of Assam are fools .

  • @MOTIURRAHMAN-en1eh
    @MOTIURRAHMAN-en1eh หลายเดือนก่อน

    Guwahati r flood problem tu solution korak

  • @lipidutta388
    @lipidutta388 หลายเดือนก่อน

    It is proved that both parties are equally liable. 😂...

  • @Vaskarvfxstudio
    @Vaskarvfxstudio หลายเดือนก่อน

    ধেমালী মানে আমি কি ৰাইজে এইকাৰণে আপোলোকক ভোট দিও নে কি, চকীখনৰ অলপ মর্যাদা ৰাখক

  • @jiyaulhaque4856
    @jiyaulhaque4856 หลายเดือนก่อน

    Mama MTET kini ketiya apointment dibo😢

  • @digontasaikia4001
    @digontasaikia4001 หลายเดือนก่อน

    Riniki Bhuyan korise tenekua kam ... 😂😂😂😂uff ram mama ki joke

  • @KulenGogoi
    @KulenGogoi หลายเดือนก่อน

    হাতিৰ গু দেখি হহাৰ পোকৰ ফাটিছে😂😂😂😂
    ৰিণিকী বাইদেউৰ গহনা দেখিবলৈ পায় একাংশ‌ই মুৰৰ বিষত ভুগিছে ।

  • @abinashkumar8907
    @abinashkumar8907 หลายเดือนก่อน

    Eveyone who is the main mastermind...

  • @Loveassam8364
    @Loveassam8364 หลายเดือนก่อน +1

    Aji kalir CM facebook live u oha hol 🤣🤣🤣

  • @JibanDutta-c2h
    @JibanDutta-c2h หลายเดือนก่อน

    ফ- ক- টি- য়া .....

  • @ritumonideka5120
    @ritumonideka5120 หลายเดือนก่อน +2

    Pagala kukura কামুৰিছে j.

  • @TCF573
    @TCF573 หลายเดือนก่อน +1

    Jibonot atyaloike dekha nai dei Akhomor CM kunubai aidore paglami kora Asorit aru... 😅😅

  • @Rahul-xu6oq
    @Rahul-xu6oq หลายเดือนก่อน

    Meanwhile Mami " Nxt Pratidin Kinibo lagibo" 😂

  • @learnwithRajeshOfficial
    @learnwithRajeshOfficial หลายเดือนก่อน

    Mama rock pratidin time shock

  • @kangkansharma455
    @kangkansharma455 หลายเดือนก่อน

    Modi ji r 15 lacks r duplicate package tu akou ahise jn paisu😂😂

  • @dpboruah2998
    @dpboruah2998 หลายเดือนก่อน

    Congress r dinot apuni minister nasil ni😅

  • @khirodadas-rt9fe
    @khirodadas-rt9fe หลายเดือนก่อน

    Yes soror। Man। Pulice। Pulice।

  • @sumantalukdar1578
    @sumantalukdar1578 หลายเดือนก่อน

    Apuni o asil suun tetya congresst

  • @prachurjyakonwar4491
    @prachurjyakonwar4491 หลายเดือนก่อน

    Goror poisa u Riniki'r bhagyotei porila jen ha lagisa 🤣

  • @Njs683
    @Njs683 หลายเดือนก่อน +1

    Most corrupt CM

    • @boonsaikia8526
      @boonsaikia8526 หลายเดือนก่อน +1

      Saroda kando basiboloi Ranga Billa r athu lole etia raijor tez pee ase.

  • @rohan8973
    @rohan8973 หลายเดือนก่อน +1

    Pura family Jail to jabi besi din nai Sarma.

  • @KhaninKakati
    @KhaninKakati หลายเดือนก่อน

    Val kamot xomoy diyok

  • @sharifuddinahmed2568
    @sharifuddinahmed2568 หลายเดือนก่อน

    গ্ৰীনিজ বুকত এটা কুইজ প্ৰশ্ন সোমাব লাগে, প্ৰশ্নটো হ ল অসমৰ এজন মুখ্যমন্ত্ৰীৰ নাম কোৱা যিজন পগলা কুকুৰ নামেৰে জনাজাত। উত্তৰ হিমন্ত বিশ্ব শৰ্মা।

    • @manojtalukdar1502
      @manojtalukdar1502 หลายเดือนก่อน

      Miyai asamiyar amar kathat mat namatibi

  • @RafiqulIslam-k3b
    @RafiqulIslam-k3b หลายเดือนก่อน

    মামা

  • @arupbora2442
    @arupbora2442 หลายเดือนก่อน

    Blage kuwa ni nhi

  • @parakhmoni21
    @parakhmoni21 หลายเดือนก่อน

    2026t bye bye .. tpst sharoda file open hbo... hahaha

  • @LakhyajyotiHazarika-yi1ln
    @LakhyajyotiHazarika-yi1ln หลายเดือนก่อน

    Cm sir pap e bap ku nere, dostar akal aru Santa r sarbati kal, mant rakhib....

  • @naturalvlogs6.5
    @naturalvlogs6.5 หลายเดือนก่อน +1

    Beleg channel or malik bilake CM nohoi j xaikarone xudhaa nohoii aruu teolokor private international school o naii j

  • @Rahul-xu6oq
    @Rahul-xu6oq หลายเดือนก่อน

    Every girls wants a husband like mama😂

  • @BastabborathengalBastabborathe
    @BastabborathengalBastabborathe หลายเดือนก่อน

    Eyak Ghoiniyeke juwa rati dusarman dilejen palu.

  • @bablusaikia139
    @bablusaikia139 หลายเดือนก่อน

    apuni hahi hahi misai kole ru baki hakale hosa buli vabile

  • @greentomato2638
    @greentomato2638 หลายเดือนก่อน

    Beware of mad 🐶

  • @rituparnasaikia8281
    @rituparnasaikia8281 หลายเดือนก่อน

    Kotha xolaise😂

  • @greentomato2638
    @greentomato2638 หลายเดือนก่อน

    Garh mara time' congress t aponi kot asil pondit..😂😂

  • @Arjya951
    @Arjya951 หลายเดือนก่อน

    Ai news channel keitai o vl TRP loi ase 😂

  • @BaserAli-up1mz
    @BaserAli-up1mz หลายเดือนก่อน

    Tetiya to Montri apuniei asil cong ot

  • @arupbora2442
    @arupbora2442 หลายเดือนก่อน

    Karma fal ooo adin ki hb 26t gmmm paba