মুছলমান সমাজত স্থান নাই অপৰাধীৰ!
ฝัง
- เผยแพร่เมื่อ 13 ก.ย. 2024
- মুছলমান সমাজত স্থান নাই অপৰাধীৰ! জুম্মা নামাজৰ পিছতেই মুছলমান সমাজে ল’লে বৃহৎ সিদ্ধান্ত। নিচাযুক্ত সামগ্ৰীৰে জড়িত লোকক কৱৰস্থ নকৰাৰ সিদ্ধান্ত।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
ভাল সিদ্ধান্ত ধন্যবাদ জনাইছো মুছলমান সমাজক
অতি জনপ্ৰিয় কাম হাতত তুলি লৈছে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কঠোৰ হ'ব লাগে
Santi thoka dhormor manuhe oporat kiyo kore
প্ৰকৃত মুছলমানৰ এয়াই পৰিচয়
উচিত সিদ্ধান্ত গ্ৰহণ কৰিছে। আদৰণী আৰু শলাগ জনাইছোঁ 🙏🙏🙏🙏।
আদৰনি জনাইছো,আমছুয়ে গোটেই অসমত এই সিদ্ধান্ত নিলে বহুত ভাল হব
Right
প্ৰকৃত মুচল মান মানুহ ভাল মাত্ৰ বাংলা দেশী ৰ একাংশ বহুত বেয়া কাম কৰে।
Baridal dang khale ki koribo amsu ye
😂😂😂😂@@maheshbrahma7764
অ@@maheshbrahma7764অসভ্য মানুহে Comment নিদিয়াকৈ থাকক ।
এইটো এটা ঐতিসাহিক সিদ্ধান্ত মুছলমান সমাজৰ ভাৱে হব।ভাল পালো।ধন্যবাদ।🙏🙏🙏🙏
সুন্দৰ পদক্ষেপ ।বহুত বহুত ধন্যবাদ জনালোঁ ।
সুন্দৰ পদক্ষেপ, আদৰণি জনাইছোঁ।
ভাল সিদ্ধান্ত, সমূহ মুছলমান সমাজক ধন্যবাদ জনালো।
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ধন্যবাদ আৰু আদৰণি জনাইছোঁ
ভাল লাগিল ইহতৰ বাবে বদনাম হৈ আছিল এতিযা আ'ৰু ৰাজনিতি কৰিব নোআৰিব
নিচা ড্ৰাগছ মদ ভাং টেবলেট ইন্জেকচন আৰু যিমান বেয়া বস্ত আছে বন্ধ হৈ যাব যদিহে চৰকাৰে বন্ধ কৰে। টেস্কৰ লোভত চৰকাৰে বন্ধ নকৰে। যাৰ বাবে সকলো ধৰ্মৰ মানুহ ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে।
একদম সঁচা কথা সেইকেইটা পইচা নললেই হল কিমান শান্তি আৰু নিৰুগী হব মানুহ বোৰ
Right 👍
আপুনালোক হে অসমৰ খিলঞ্জীয়া মুছলমান আপুনালোকলৈ আন্তৰিক অভিনন্দন জনাইচু
মিঞাবোৰ খিলঞ্জীয়া হ'বই নোৱাৰে অসমৰ খিলঞ্জীয়া গৰিয়া,মৰিয়া, দেশী এইবোৰ
জনসংখ্যা কমোৱা আৰু শিক্ষিত কৰক ৷
কেৱল মছজিদ ত সিদ্ধান্ত ললে নহ'ব । গাঁওৰ মানুহক বুজাওক।
নিচামুত্ৰ অসমগহিব লাগে ।জয় আই অসম ।
ঔ আই, নিচামুত্ৰ অসম কিয় লাগে হয়নে😭😭
Good dicison
Dicison nohoy decision..
Aapuni je spellings lagi aase aaponalokar sei sidhanta2k aaponi vaal paise ne beya paise
@@RafiqulIslam-rd1oe aia hslc/ hs exam nohoi je kiba ata vul hole marks komibo💕💕💗💗💗
Mark to the point😂@@AsiefaliKarim
@@ranjithazarika929 mne buja ni
ধন্যবাদ জনাইছো যমুনামুখৰ মুছলমান সমাজক
এই সিদ্ধান্তক উস্ম আদৰি জনাইছো । নিচাযুক্ত পৰিয়ালৰ কোনোবাই যদি মৃত্যু বৰণ কৰে তেওঁলোকক কবৰস্থান, ঈদগাহ আদিত্ জানাজা দিব পাৰিব নে নোৱাৰে । এই বিষয় লৈ কি কব ।
গুড 👍👍👍👍👍👍👍
ধন্যবাদ
অতি সুন্দৰ সিদ্ধান্ত।
Thanks Bhai
আমি একমত ❤❤
সুন্দৰ সিদ্ধান্ত,,,, কাৰ্যকৰী কৰক,,,
Great idea finally
Good
💪👍 you are right ❤❤
Ohh good News
বহুত ভাল পদক্ষেপ। পিছে যমুনা মুখৰ মুচলমান সমাজে বৰ্তমান অপৰাধৰ লগত জৰিত ব্যক্তি সকলৰ তালিকা সমাজত ৰাজহুৱা কৰক।তেতিয়াহে অপৰাধী ব্যক্তি বিলাকে অপৰাধ নকৰি ভাল হোৱাৰ দিশে আগবাঢ়ি আহিব। অন্যথা এই সিদ্ধান্ত লোৱাৰ ভাল ফল আশা নকৰাই ভাল।
আল্লাহ মহান আল্লাহ মহান।
কাৰ্যকৰী হ'লে সকলোৱে বাবে ভাল হয়। জনসংখ্যা বৃদ্ধিৰ হাৰ কমালে , আৰু সকলোৱে ল'ৰা ছোৱালী শিক্ষীত কৰালে মানুহৰ দৰে জীয়াই থাকিব পাবিব
Tui kiman pora likha korise
Bhout sundor podokhep 🙏🙏
Mashallah very nice
সুন্দৰ পদক্ষেপ। হাজাৰ বাৰ চেলুট জনাইছো।
Great👍👍👍👍
বহোত ভাল হৈছে
Thanks
Great news
Oti xundor oti xundor
ধন্য বাদ দিছো
সুন্দৰ পদক্ষেপ
তেওঁলোকৰ সিন্ধান্তত আদৰণী জনাইছো।
Right
Good step, val kam aito...
উচিত আৰু আদৰনিয় পদক্ষেপ, লগতে আমি দুজন আমাৰ দুজনৰ ও ব্যৱস্থা আঁকোৱালি লওক
Ham dow hamara dow, aru horu poriyal hoxi poriyal,ai slogan official hobo lage, specially in hospital,karon bhor- pur population hole arthu-hamajik poribex binosto hoi jabo.
@@AzmatAli-wc8wp Right ভাই, তোমাৰ এই প্ৰগতিশীল আৰু আধুনিক চিন্তাধাৰাক প্ৰণাম জনাইছো,
সকলোৱে জনা উচিত population বাঢ়ে কিন্তু দেশৰ মাটিকালি একেই থাকে
@@AzmatAli-wc8wptoi miya nhoi
Great step
❤❤❤❤
ভাল লাগিব এনেকুৱা হলে
Great
Good job
Good job..
good news and great job
বহুত ভাল কাম করিছে
Very very good
Very positive action, welcome
সুন্দৰ
সুন্দৰ সিদ্ধান্ত।
ভাল পদক্ষেপ
❤
এনেকুৱা হলে ভাল হয় কিছু সমস্যা সমাধান হ'ব
Good Initiative 👍
ভাল কথা। হিন্দু বা অন্যান্য সমাজেও এনে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে।
Right decision
Very good
Very good step by ....thanks
Thank you জয় আই অসম
Very good news ❤❤❤
Good step 🎉
Good. News
👍
Good vhal hiddanto jate agoloi soli thakibo buli aha rakilu
ভাল কাম হাতত লৈছে
Good.
Val lagel apunalukor hedhanto
All Assam musolman hokole ai dicision louk .nohole aapunaluk assamot lai lai sei sei hobo .
Bal tu le le ....ghanta
Lai lai sei sei ka matalab kya hai 😂😂
Great disition 👍🇮🇳
Good desishon ❤❤
Good dission
Good 👍
Good step
"There is no place for the criminals in the culture of muslim" .This is golden proverb. Muslim culture is also one of the best culture in the world. ❤❤❤❤❤❤❤❤❤❤❤❤🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥👍👍👍👍👍👍👍👍👍👍👍👍. From Karbi Anglong.🌟
বহুত ভাল লাগিল শুনি❤
Good news
এভাবে সিধান্ত বোৰ লওক অসমত সানতি আহিব
Good dissiton for our society
বহুট ভাল কথা কইছে মই বহুট ধৈনৈ বাত দিছু
বিশ্বাস কৰিব লৈ টান পাইছোঁ ।
Thank you musolman homaz
Good dicisison
Good decision salute ...
Bhut val kam
Bhal kotha
Thankyou muslim society
I am an Indian muslim and i do support it .
নিচা যুক্ত দ্ৰব্য প্ৰচাৰ কৰাত পুলিচে সহায় কৰে। পুলিচে ২৪ ঘণ্টা ভালকে কাম কৰক সমাজত কোনো বেয়া চিন্তা কৰাৰ মানুহ নাথাকিব।
Very very good disition
Good disison
Good decision ❤
God news thunku allha hu amin