এই ল'ৰাটো জীয়াই থাকি কি কৰিব😭😭 Ankur

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 พ.ย. 2024

ความคิดเห็น • 262

  • @pilygoswami9414
    @pilygoswami9414 24 วันที่ผ่านมา +36

    অঙ্কুৰ ;তোমাৰ মাহীৰ সুৰতে সুৰ মিলাই কৈছো তুমি এদিন বট বৃক্ষ হৈ ঠিয় হ'বা ;যাৰ ছাঁয়াত হাজাৰ হাজাৰ জনে জিৰণি ল'ব ।তুমি নিজেই ষ্টিফেন হকিংৰ কথা কৈছা যি জনে হুইল চেয়াৰত বহি বহি গোটেই পৃথিৱী বিখ্যাত এজন হ'ব পাৰিছে ;তুমিও ঠিক তেনে দৰে এজন বিখ্যাত মানুহ হ'বা বুলি মোৰ দৃহ বিশ্বাস ।তুমি আগুৱাই যোৱা ।❤❤❤

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา +1

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @AnkurjyotiBorah-n1k
    @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา +16

    বহুত বহুত আন্তৰিক ধন্যবাদ শ্ৰদ্ধাৰ Himashree Baa, Mustaq Da আৰু @Jumping Spiider Studio লৈ। আপোনালোকৰ ওচৰত মই সদায়ে কৃতজ্ঞ হৈ ৰ'ম।

  • @anjananeog-t7t
    @anjananeog-t7t 24 วันที่ผ่านมา +8

    অংকুৰ, তুমি এক অনুপ্ৰেৰণা । তুমি জী থাকা সগৌৰবে ।

  • @KiranchutiaKalita
    @KiranchutiaKalita 23 วันที่ผ่านมา +10

    বহুত ভাল লাগিল আশীৰ্বাদ কৰিছোঁ ভগৱানে সহায় কৰক

  • @JyotiBoruah-h6u
    @JyotiBoruah-h6u 24 วันที่ผ่านมา +18

    শাৰিৰীকভাৱে দুব্ব'ল হলেও মানসিকভাৱে তুমি বহুত সব্বল।ভগবানে তোমাকসুস্থ্য প্ৰদান কৰক।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @PronotiMohon
    @PronotiMohon 24 วันที่ผ่านมา +12

    অংকুৰলৈ ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালো ।মনৰ জোখাৰে সুখী হোৱা তুমি । তোমাৰ কথাবোৰে মনটো সেমেকাই তুলিলে । ভগৱান তোমাৰ সহায় হৈ ৰওক । মোৰো এটা ভাইটি আছে সি সাতমাহত জন্ম হোৱা তাকো কপাহৰ মাজত ৰাখিছিল । সি এতিয়া এখন হায়াৰ চেকেণ্ডাৰীৰ বিষয় শিক্ষক দুজনী ছোৱালীৰ দেউতাক সম্পূৰ্ণ সুস্থ সবল এজন পূৰঠ পুৰুষ ।মনলে হতাশা ভাৱ কেতিয়াও নানিবা অংকুৰ ।❤❤❤

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

    • @umaranibaruah6285
      @umaranibaruah6285 22 วันที่ผ่านมา

      ঈশ্বৰে তোমাক কুশলে ৰাখক।

  • @pranjitarandhara402
    @pranjitarandhara402 24 วันที่ผ่านมา +9

    বহুত ভাল লাগিল অংকুৰ দাদা । ভগৱানে তোমাৰ মনৰ আশা পূৰণ কৰক ।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @jyotismoimahanta6295
    @jyotismoimahanta6295 10 วันที่ผ่านมา

    জীৱনৰ আটাইতকৈ ভাল লগা podcast ❤ অংকুৰ তুমি বহু দূৰ আগুৱাই যাবা , তোমাৰ কথাত বহুত সাহস পালো আজি😊 তোমাক লগ পাব এবাৰ মন আছে , ময়ো নগাঁৱৰে হয় ❤

  • @ashwinidasi8439
    @ashwinidasi8439 23 วันที่ผ่านมา +4

    তোমাক আশীৰ্বাদ দিছো ভগৱানে ভালে ৰাখক শক্তি দিয়ক আগবাঢ়ি যোৱা এদিন ডাঙৰ বৃক্ষ হবাই ❤

  • @purnimatamuli410
    @purnimatamuli410 24 วันที่ผ่านมา +6

    বহুত দুখ লাগিল কথাবোৰ শুনি মোৰ চকু ৰ পানী ওলাই গ'ল
    অঙ্কুৰৰ ভৱিষ্যত জীৱন উজ্বল কামনা কৰিলো ।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @jintidas6948
    @jintidas6948 23 วันที่ผ่านมา +1

    ভগৱানে তোমাক কৃপা কৰিব ।তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো ।বহুত ভাল লাগিল ।

  • @devajitsaikia8090
    @devajitsaikia8090 24 วันที่ผ่านมา +3

    অঙ্কুৰ তুমি আগুৱাই যোৱা।তুমি আমাৰ গৌৰৱ।তুমি সৰু থাকোতে তোমাক দেখিছিলো।ভগৱানে তোমাক আৰু অধিক শক্তি দিয়ক।মই চামধৰা গাৱৰে হয়।জন্ম দিনৰ শুভেচ্ছা থাকিল।

  • @babitadeori4448
    @babitadeori4448 17 วันที่ผ่านมา

    শাৰিৰীক ভাৱে দূৰ্বল হলেও মানসিক ভাবে বহুত শক্তিশালী হয় তুমি অংকুৰ। তুমি যি সপোন দেখিছা, সেই সপোন নিশ্চয় এদিন পূৰণ হব। ভগৱান তোমাৰ লগত সদায় থাকক। ❤❤

  • @karabidas823
    @karabidas823 23 วันที่ผ่านมา +2

    ইমান সুন্দৰ মনৰ লৰা তুমি। তুমি জীৱনত যিখিনি কৰিছা সচাঁ কৈ কোনো শাৰীৰিক ভাবে সুস্থ আন দহ জনে কৰিব নোৱাৰে। ভগৱান তোমাৰ সহায় হওঁক।

  • @jugadaborpatrabora7380
    @jugadaborpatrabora7380 13 วันที่ผ่านมา

    অংকুৰ তোমাৰ জন্মদিনৰ শুভেচ্ছা থাকিল। পাৰিবা আগবাঢ়ি যোৱা ধন্যবাদ থাকিল।

  • @utpaldas6454
    @utpaldas6454 24 วันที่ผ่านมา +5

    জন্ম দিনৰ বহুত বহুত শুভ কামনা থাকিল ।
    প্ৰভু ভগৱন্তই তোমাক এজন উজ্বল নক্ষত্ৰ কৰিব।
    প্ৰভুৰ ওপৰত বিশ্বাস ৰখা ,আৰু নিজৰ কাম কৰি যোৱা তুমি সেই সফলতা পবা ।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @HasibRahim07
    @HasibRahim07 24 วันที่ผ่านมา +5

    তোমাৰ জীৱন বৃতান্তৰ বিষয়ে জানিব পাৰি সঁচাকৈয়ে মৰ্মাহত। আমাৰ সকলোৰে একেটাই বিশ্বাস যে,''ৰাখে হৰি,মাৰে কোনে;মাৰে হৰি ৰাখে কোনে ''?মোৰ আশীৰ্বাদ তোমাৰ লগত থাকিব, তুমি আগুৱাই যোৱা; নিশ্চয় ভগৱান তোমাৰ লগত আছে।

  • @RashmiSharmaThakur
    @RashmiSharmaThakur 24 วันที่ผ่านมา +4

    অতি সুন্দৰ অনুষ্ঠান ❤ প্ৰতিটো বাক্যই মন চুই গৈছিল ❤ তোমাৰ ওপৰত ভগৱানৰ আশীৰ্বাদ সদায়ে থাকিব ❤ আগবাঢ়ি যোৱা অঙ্কুৰ❤

  • @amiyabora8753
    @amiyabora8753 24 วันที่ผ่านมา +5

    !ভালে থাকা অঙ্কুৰ জীবনটোলৈ চিন্তা নকৰিবা সুখি হোৱা ❤আগুৱাই যোৱা ।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @sarmisthaozah1617
    @sarmisthaozah1617 10 วันที่ผ่านมา

    ইমান মৰম লাগিছে ।কথাবোৰ বৰ উচচ ভালেৰে থাকা যাতে ।লগ পাবলৈ মন গৈছে ।

  • @rubigogoi2299
    @rubigogoi2299 24 วันที่ผ่านมา +6

    বহুত ভাল লাগিছে কথা বিলাক তুমি সদায় ভালে থাকা ❤❤❤

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @binitakonwar8363
    @binitakonwar8363 23 วันที่ผ่านมา +2

    Tumi bor vodra lora❤ God bless you ❤❤❤love you ❤️

  • @ranjitaborborah3518
    @ranjitaborborah3518 23 วันที่ผ่านมา +1

    Happy Birthday Angkur Bhaiti God bless you,

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 24 วันที่ผ่านมา +3

    ভাইটী তুমি বহুত দুৰ আগুৱাই যোৱা ভগৱানৰ তোমাৰ ওপৰত আশীৰ্বাদ আছে ।‌আমিও‌‌ ভগৱানৰ ওচৰত কৰ যোৰে প্ৰনাম জনাও তোমাক পদে পদে সহায় কৰক

  • @ChinuHazarika-hn4lq
    @ChinuHazarika-hn4lq 19 วันที่ผ่านมา +1

    অঙ্কুৰ তুমি দুখ নকৰিবা । আমাৰো তোমাৰ দৰে এটা ল'ৰা আছে । তেওঁ এতিয়া বিএ পাছ কৰি শিক্ষকতা কৰি আছে । তুমিও সফল হবা ।

  • @pulakchoudhury8327
    @pulakchoudhury8327 22 วันที่ผ่านมา

    অংকুৰ লৈ দেৰিকৈ হলেও জন্মদিনৰ শুভেচ্ছা জনালো,, তুমি আগুৱাই যোৱা, মানুহৰ কাময়ে হৈছে আনক বেয়াকে কোৱা, কিন্ত নিজে নিজক কোনোদিনে সেইসকল মানুহে সমালোচনা নকৰে তেওঁলোকে নো নিজে কি ডাল ফালি আছে ইমান আনক সমালোচনা কৰিব পৰাকৈ,,, আনক সমালোচনা কৰা ব্যক্তি সকলক সু বুদ্ধি দিয়ক সেইয়ে কামনা কৰো

  • @sarusaharia7300
    @sarusaharia7300 17 วันที่ผ่านมา

    অতি সুন্দৰ বহুতো বহুতো ভাল লাগিল
    ❤❤❤

  • @junaliborgohain2611
    @junaliborgohain2611 22 วันที่ผ่านมา

    Ankur tumi agbahi juah .God bless you

  • @BontiDutta-ke4jv
    @BontiDutta-ke4jv 22 วันที่ผ่านมา +1

    Bohut val lagil asibad thakil agbaha God help you

  • @bulimedhi3983
    @bulimedhi3983 18 วันที่ผ่านมา

    U r strong boy....
    U r inspiration boy

  • @namitadas801
    @namitadas801 23 วันที่ผ่านมา

    Bahut val lagil. Ankur tumi aru aguai jowa. Ashirbad koriso. .tomr ei adarsha bor belegeo lb.❤❤

  • @anjanasaikia2227
    @anjanasaikia2227 24 วันที่ผ่านมา +4

    অঙ্কুৰ তোমাৰ কথা খিনি শুনি বহুত দুখ লাগিল ।আগুৱাই যোৱা তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো ।

    • @livetik-tok9502
      @livetik-tok9502 24 วันที่ผ่านมา

      😊

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @PhulaswariGogoi
    @PhulaswariGogoi 23 วันที่ผ่านมา +3

    Val lagil tumat udjal kamona krilu punat log pam

  • @champasaikia868
    @champasaikia868 17 วันที่ผ่านมา

    শাৰিৰীক ভাৱে দুবল হ'লেও মানসিক ভাৱে তুমি বহুত সববল ভগৱানে তোমাক সুস্থ কৰক

  • @bitubikashnath9742
    @bitubikashnath9742 21 วันที่ผ่านมา

    তুমি আগুৱাই যোৱা অংকুৰ‌ ,জুৰীয়াৰ‌ গৌৰব তুমি ।

  • @AmiyaSaikia-hv3wf
    @AmiyaSaikia-hv3wf 12 วันที่ผ่านมา

    বহুত ভাল লাগিল ধন্যবাদ ❤

  • @jeenalekharubora1190
    @jeenalekharubora1190 17 วันที่ผ่านมา

    ভাল লাগিল দেখি। ভগবান সহায় হওঁক তেওঁৰ।

  • @dhurbajyotidutta9817
    @dhurbajyotidutta9817 10 วันที่ผ่านมา

    সুন্দৰ লাগিছে অভিনন্দন জনালো

  • @saralabuzarbaruah567
    @saralabuzarbaruah567 22 วันที่ผ่านมา

    তোমাৰ প্ৰতিটো সপোন দিঠকত পৰিণত হ'ওক আশীৰ্বাদ থাকিল, ❤️❤️

  • @MunmiBorkakoti
    @MunmiBorkakoti 24 วันที่ผ่านมา +6

    ইমান ধুনীয়া কৈ কথা বিলাক বুজাই কৈছে

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @rinagogoi8731
    @rinagogoi8731 24 วันที่ผ่านมา +1

    জন্মদিনৰ শুভেচ্ছা থাকিল ধুনীয়া লৰা সুন্দৰ চিন্তা ধাৰাৰ কথোপকথনৰ ভাল ভগবানে সদায় আছে তোমাৰ লগত আগবাঢ়ি যোৱা।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @AnkurimaHazarika
    @AnkurimaHazarika 7 วันที่ผ่านมา

    Val lagil tumar ktha bur Love from hojai ❤

  • @kabitanath5619
    @kabitanath5619 23 วันที่ผ่านมา +1

    তুমি আমাৰ প্ৰেৰণা, বহুত বহুত বেছি ভাল পোৱা আৰু মৰম থাকিল তোমালৈ

  • @monujhazarika4844
    @monujhazarika4844 24 วันที่ผ่านมา

    Bohut vl lagil dada,,,jibontu tmr pote upovug kra,,, axibad krisu xdai vle thaka😊🙏🕉️

  • @parshajyotisarmah1257
    @parshajyotisarmah1257 18 วันที่ผ่านมา

    when u dream …ur goals automatically get achieved…..
    and stay away from toxic people who never gives u positive aspect.
    All the best👍🏻

  • @dilipkrbora1132
    @dilipkrbora1132 14 วันที่ผ่านมา

    Lora jonok bohut bhal lagil.bhogobane teuk aru aguai niyok..

  • @anjugogoi6222
    @anjugogoi6222 23 วันที่ผ่านมา

    বহুত আশীৰ্বাদ কৰিছো আগুৱাই যোৱা

  • @promiladevi5406
    @promiladevi5406 22 วันที่ผ่านมา

    Ankuraguwaijowa git to sunival lagil tomar kambor val lagise,

  • @r.nassamesecreation6347
    @r.nassamesecreation6347 24 วันที่ผ่านมา

    বহু অপেক্ষাৰ অন্তত 💐 অংকুৰলৈ বহুত মৰম

  • @banigogoi5810
    @banigogoi5810 24 วันที่ผ่านมา +3

    সুন্দৰ❤God bless you🙏

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @nayangogoinayangogoi4750
    @nayangogoinayangogoi4750 16 วันที่ผ่านมา

    অতি সুন্দৰ ❤❤❤

  • @ridip.borpatra
    @ridip.borpatra 22 วันที่ผ่านมา

    Bhaiti kotha khini huni khub val lagil

  • @sanjibkumarbaruah9239
    @sanjibkumarbaruah9239 23 วันที่ผ่านมา

    তোমাৰ ভৱিষ্যত ভাল হওক। মই ভগৱান ওচৰত তোমাৰ বাবে পৰ্থানা কৰিছো। তোমাৰ জন্ম দিনৰ শুভ কামনা জনালো।

  • @PranatiBoruah-fk8lq
    @PranatiBoruah-fk8lq 24 วันที่ผ่านมา

    জন্ম দিনৰ শুভেচ্ছাৰে 😊বহুত সাহস পালোঁ কথা খিনি শুনি। আগুৱাই যোৱা my god bless you 😊🎉

  • @kamalsaikia2141
    @kamalsaikia2141 24 วันที่ผ่านมา

    সুন্দৰ বহুত ভাল লাগিল
    May God bless him ...

  • @ClassicalmusicwithPranami
    @ClassicalmusicwithPranami 15 วันที่ผ่านมา

    বহুত ভাল লাগিছে

  • @mridusmitabestbora4016
    @mridusmitabestbora4016 23 วันที่ผ่านมา

    Aguai jua Ankur thomoki noroba tumar ujjal ata life ase Best of luck

  • @TarulataHazarika-v7b
    @TarulataHazarika-v7b 23 วันที่ผ่านมา

    ওপজা দিনৰ ওলগ ও আন্তৰিক মৰম ও চুমা দিলো মৰমৰ অঙ্কুৰ । তুমি বহুত আগবাঢি যাব পাৰিবা

  • @TridipHazarika-m9b
    @TridipHazarika-m9b 18 วันที่ผ่านมา

    Bohut bohut bhal lgila🙏🏻🙏🏻❤❤

  • @minumahanta8317
    @minumahanta8317 23 วันที่ผ่านมา

    ধুনীয়াই গান,আগুৱাই যোৱা .।

  • @manjulaborah1351
    @manjulaborah1351 24 วันที่ผ่านมา

    শুভ জন্ম দিন,❤🎉 ভগৱানে সহায় ও শক্তি দিয়ক, ইমান তোমাৰ সাহিত্যৰ জ্ঞান শুনি বহুত ভাল লাগিছে, কথা কেইটা অতি সুন্দৰ, আগলৈ বহু বহু দূৰ আগুৱাই যোৱা, আশীৰ্বাদ থাকিল,🎉🎉

  • @assamesestatus-q3q
    @assamesestatus-q3q 21 วันที่ผ่านมา +1

    🎂Happy Birthday Ankur Da Da 🙏🏼 Jai Hanuman 🙏🏼💪🏼

  • @juriduttabharali5962
    @juriduttabharali5962 18 วันที่ผ่านมา

    Bohut vl lagil

  • @SangeetaBora-jv4vs
    @SangeetaBora-jv4vs 24 วันที่ผ่านมา +1

    Tumar val houk DDA aru aguwai juwa tumi. tare vogobanor usort mur parthona

  • @abhijeetdeka2328
    @abhijeetdeka2328 24 วันที่ผ่านมา

    ❤❤ gan to j gaise. Antorar pora gaise..

  • @kamalachetia1882
    @kamalachetia1882 15 วันที่ผ่านมา

    কৃষ্ণ হৰি ৰাম ভগৱানক প্ৰাথনা কৃষ্ণ

  • @aabirgogoi1694
    @aabirgogoi1694 23 วันที่ผ่านมา

    আগবাঢ়ি যোৱা শুভেচ্ছা জনাইছোঁ তোমাক

  • @SabitreeSaikia
    @SabitreeSaikia 24 วันที่ผ่านมา +1

    Jonmo dinor huvvessa tumaloi...aru tumar jibonor adorkho aru perona loi bohutu har Mona jibone pran pai uthibo..

  • @nayanabordoloi2894
    @nayanabordoloi2894 24 วันที่ผ่านมา

    Happy Birthday Ankur 🎉🎉🎉
    God bless u

  • @BhabeshchandraBania
    @BhabeshchandraBania 24 วันที่ผ่านมา

    Val lagese aponar Katha bor.god bless you

  • @DiptiKalita-h7p
    @DiptiKalita-h7p 22 วันที่ผ่านมา

    Bohut val lagile

  • @NituBordoloi-u5m
    @NituBordoloi-u5m 24 วันที่ผ่านมา

    God bless Ankur, you r Intelligent boy

  • @nilimanath9708
    @nilimanath9708 15 วันที่ผ่านมา

    Happy birthday. Ankur. ❤❤❤

  • @GitaDeka-f2d
    @GitaDeka-f2d 23 วันที่ผ่านมา +2

    Eman dhuniya ke kotha bor koi

  • @ritamonibaruah9339
    @ritamonibaruah9339 22 วันที่ผ่านมา

    Bohut bohut sunder ❤

  • @LAWRENCE-f5t
    @LAWRENCE-f5t 23 วันที่ผ่านมา

    পৃথিবীত বহুত ধৰণৰ মানুহ আছে, আনৰ ভাল হোৱাটো দেখিব নোৱাৰে, আনৰ বেয়া হোৱাটো দেখিব নোৱাৰে।।

  • @hiramanicreations8502
    @hiramanicreations8502 23 วันที่ผ่านมา +1

    Val lagil ❤❤

  • @anjananeog-t7t
    @anjananeog-t7t 24 วันที่ผ่านมา

    ইমান যে ধুনীয়া কথাবোৰ !

  • @musichub3129
    @musichub3129 22 วันที่ผ่านมา

    Bht Val lagil....

  • @NabanitaTamuli-xk9gq
    @NabanitaTamuli-xk9gq 24 วันที่ผ่านมา

    তুমি আগবাঢ়ি জোৱা কেতিয়াও পাচলে ঘুৰি নাচাৱা ভাইতী ❤❤❤

  • @babulborah9448
    @babulborah9448 20 วันที่ผ่านมา

    Kotha bur suni bohut val lagil

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 24 วันที่ผ่านมา +1

    বহুত বেছি ভাল লাগিল। আগবাঢ়ি যোৱা জন্ম দিনৰ বহুতো শুভেচ্ছা জনালো।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา

      আন্তৰিক ধন্যবাদ জনালোঁ

  • @rinju1381
    @rinju1381 23 วันที่ผ่านมา +2

    Tumer hodai val hobo bhagawan ase

  • @pragyanjm
    @pragyanjm 23 วันที่ผ่านมา

    সাহসেৰে আগুৱাই যোৱা।আৱেগক প্ৰশ্ৰয় নিদিবা

  • @ParismitaBora-iw8ym
    @ParismitaBora-iw8ym 24 วันที่ผ่านมา +47

    Dada jonok sini pao amar university r Assamese department r ❤...vl lgil dada

    • @RehenaBibi-u3i
      @RehenaBibi-u3i 24 วันที่ผ่านมา +7

      Super WOW super 💪💪🌹🌹👑👑🎉🎉🎉🎉🎉🎉

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 24 วันที่ผ่านมา +4

      আন্তৰিক ধন্যবাদ তোমালৈ

    • @banashrideka9378
      @banashrideka9378 23 วันที่ผ่านมา +1

      😅😅😅😅😅😊

    • @PranabSonowal-i1o
      @PranabSonowal-i1o 22 วันที่ผ่านมา +1

    • @dhwrassam6045
      @dhwrassam6045 22 วันที่ผ่านมา

      O

  • @leenamonigogoi8476
    @leenamonigogoi8476 24 วันที่ผ่านมา

    Happy Birthday Ankur. God bless you 🎂☘️.

  • @dipikadas2317
    @dipikadas2317 24 วันที่ผ่านมา

    Happy birthday Angkur .God bless you .

  • @BristiSaikia-c9h
    @BristiSaikia-c9h 23 วันที่ผ่านมา

    Bahut val lagil vogobane aru bahut basi hakti deok

  • @banashribharadwaj8946
    @banashribharadwaj8946 24 วันที่ผ่านมา +2

    Hanuman a sb thik kri dbo......apuni xustho howk xnkl a ❤ happy birthday 🎉

  • @rodali544
    @rodali544 18 วันที่ผ่านมา

    Happy birthday Ankur❤️❤️❤️

  • @hemkantaborah7434
    @hemkantaborah7434 24 วันที่ผ่านมา +1

    কথাবোৰ শুনিলে শুনি থাকিবলৈ মন যোৱা।

  • @anjumonidas-t8y
    @anjumonidas-t8y 23 วันที่ผ่านมา

    Vaiti tumâr jibonor kothaxini bohut val lagil aru aguwai juwa

  • @NayanjyotiBorah1
    @NayanjyotiBorah1 3 วันที่ผ่านมา

    জন্মদিনৰ শুভকামনা জনালো।

  • @pratibhabaruah7780
    @pratibhabaruah7780 24 วันที่ผ่านมา

    অঙ্কুৰ।তোমাক ভগৱানে কৃপা কৰক। তুমি আগুৱাই যোৱা। তোমাৰ কিছুমান কথা জানি মোৰ চকু পানী বৈ আহিছে। তুমি আগুৱাই যাব পাৰিবা। তোমাৰ কথাৰ পৰাই বুজিব পৰা গৈছে।

  • @LuckyKalita-cy5yv
    @LuckyKalita-cy5yv 16 วันที่ผ่านมา

    Vgoban a vle rakhok tumk dada ❤️‍🩹

  • @tilutammaborah6620
    @tilutammaborah6620 24 วันที่ผ่านมา

    জন্ম দিনৰ বহুত বহুত শুভ কামনা জনালোঁ l তুমি তোমাৰ মনৰ জোখাৰে সুখী হোৱা l তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো l তুমি আগুৱাই যোৱা ❤❤আগলৈ চাবা..... তোমাৰ মনোবল সদায় অতুত থাকক ❤️❤️❤️

  • @Ishabkra
    @Ishabkra 20 วันที่ผ่านมา

    God bless you bhaitu🎉

  • @Kalita789
    @Kalita789 24 วันที่ผ่านมา +1

    God bless you dear🎉

  • @BeautyHazarika-q5t
    @BeautyHazarika-q5t 18 วันที่ผ่านมา

    Dhonobad angkur

  • @mahanpuja7915
    @mahanpuja7915 24 วันที่ผ่านมา

    Tumi kandi nathakiba xokalu
    Bhal hoba.god bless you.