HOTHATEI HERAL | GOLDEN COLLECTION OF ZUBEEN GARG | ASSAMESE LYRICAL VIDEO SONG | URONIYA MON
ฝัง
- เผยแพร่เมื่อ 14 ต.ค. 2024
- LIKE | SHARE | COMMENT | SUBSCRIBE
Song Credits:
♫ Song : HOTHATE HERAL
♫ Album : URONIYA MON
♫ Singer : ZUBEEN GARG
♫ Song Composition: DILIP FERNANDEZ
♫ Music arrangement: ARUP DUTTA
♫ Lyrics : DIGANTA BHARATI
♫ Label : NK Production
♫ Category : Album
♫ Sub Category : Romantic Song
♫ Langauge : Assamese
DIGITAL PARTNER : RDC MEDIA PVT LTD
#Zubeengarg#Assamesesong#Hindisong
------------------------------------------------------------------------------------------------
Thanks For Watching Zubeen Garg Official TH-cam Channel.
Subscribe NOW!!
bit.ly/35RzNK5
Hope You Enjoy This Song, If You Like This Album Song Please Share, Comments & Subscribe Our Zubeen Garg Official Channels For More Entertaining Songs.
জুবিন দাই আমাৰ সকলোৱেই মন বোৰ পঢ়ি থৈছে। সেইবাবে হৃদয়ত লাগি যোৱাকৈ নৈ বোৱাই গৈছে।
হৃদয় স্পৰ্শ কৰি গোৱা এই গীত আৰ গীতৰ মুৰ্চনাই মোক নিজানত বৰকে কন্দুৱাই ! ক্ষণিকৰ বাবে নিজৰ স্থিতি পাহৰি পেলাওঁ !
Logori hisape apunar gaan bur atiya atait koi nijor ♥🥺.....ai gaan buror majot jen aji moi muk nijoke bisari pau lgte mur par kori oha din bur♥
কিমান দিন হৈ গল তাই (💔Susmita💔)আতৰি যোৱা .এটা দিনো মনত নপৰাকৈ নাই ..অতীতৰ সেই মৰম ভাল পোৱাবোৰ গুজৰি গুমৰি মনৰ মাজত বুকুৰ মাজত খুন্দা মাৰে..........এই গানটোৱে অতীতৰ সেই দিনবোৰ মনত পেলাই💔💔💔😢😢.
Soku Pani rokhabo pora nai daaaa,..,.apuni mur hridoy khonokei sui dile..
Forever love you daa
তোমাক পাই গলে হয়তো ইমান সুন্দৰ এটি গান শুনা নহল হয় l 😇 স্মৃতি ৰাখি থলো l 🙃 দীৰ্ঘ যোগ ধৰি মানুহ যেতিয়া এই গানটো শুনিব আহিব তেতিয়া কোনোবাই like দিলে notification পাই মই আকৌ প্ৰিয় গানটো শুনিব আহিম,, ZG❤️ ll Monirul Talukdar
Wow
Ufff🙃❤
Yes
🥹🥹
⁶9j9@@manjitkalita4496
এই গান বোৰৰ বাবেই জুবিন দাক নিজত কৈও বেছি ভাল পাওঁ 🥺🤞🏻
True❤️
বৰ সুন্দৰ গান | হৃয়স্পৰ্শী গানৰ সুৰ আমাৰ মৰমৰ শিল্পী দিলীপ দা (দিলিপ ফাৰ্ণান্দেজ) ৰ | গানৰ কথা খিনিও সুন্দৰ ভাবে দিগন্ত দাদা ই উপস্থাপন কৰিছে | যত প্ৰাণ দিছে Zubeen দাই | আটাইকেইজনকে ধন্যবাদ
So true ❤️
জুবিন দা হৃদয় চুই গৈছে
😪😔
Hukh dukh duiuta timete hunibo pora gan...jiman hunileu amoni nalage mur..❤️❤️❤️
সৰুতেই বুজি নাপাইছিলোঁ এইবোৰ গান অৰ্থ কিন্তু এতিয়া হে বুজোঁ 😢😢😢😢
জুবিন দাই সকলোৰে মন বোৰ পঢ়ি থৈছে
M❤ Bht Monot Pore Tumaloi Jetiya Zubeen Daar Ai Gaan Tu Xunu 😢
Muru❤😢
বহুদিন আগতে শুনিছিলোঁ গানটো , হয়তো তেতিয়া গানটোৱে একো বুজাব পৰা নাছিল , কিন্তু আজি গানতো শুনি চকুৰে চকুপানী ওলাই গ'ল , সেয়ে ভাবিলো স্মৃতি হিচাপে Comment এটা কৰি যাওঁ , হয়তো বছৰ বছৰ পিছত কোনোবাই গানটো শুনিবলৈ আহি Like এটা কৰিব আৰু মই notification পাই জীয়াই থাকিলে আকৌ এবাৰ শুনিব আহিম গানতো 🙏🏻
Xuna bro
@@bijitborah9547 Um🙂
❤❤😊
Jiya ase ne dada
Aji mont pelai dlu,,Huna etiya gantu
Zubeen DA tumar Gan khunele moi kot thake nijok pata napai always love u 😘😘😍😍
Next level Boss❤❤❤
তোমাক পাই গলে হয়তো ইমান সুন্দৰ এটি গান শুনা নহল হয়। ইয়াত স্মৃতি ৰাখি থলো । দীর্ঘ যোগ ধৰি মানুহ যেতিয়া এই গানটো শুনিব আহিব তেতিয়া কোনোবাই like দিলে notification পাই মই আকৌ প্রিয় গানটো শুনিব আহিম।
Gannu zg dàs
Love u ... Diganta bharati da aru Zubeen da ❤❤❤ bht bht dhuniya dhuniya gan amak উপহাৰ দিছে ketiau pahoribo nuwru duijonk .. duijon axomor king hoi❤❤
moja❤❤❤❤
Xuni Thakile Xuni Thakib ye mn Jai Apunar Gan Bilak Love You Dada🥰🥰
এইবাবেই জুবিন গাৰ্গ সকলোতকৈ পৃথক ❤️
The level of ZG , which couldn't touch anyone 😌👑
Yes 💪 Zubeen Daa is always separate for any singer.••••• joy Zubeen daa❤❤❤
I'm from North Bengal and I'm a biggest fan of you 😍❤
১০০% ধুনীয়া ভাল লগা গান
Dhuniya kontho zubeen da ❤❤❤
জুবিন মানেই অনান্য
মোৰ নিচিনাকৈ হঠাৎ মনটো বেয়া লগাৰ পিছত কোনে কোনে গান গানটো শুনিব আহিছা
❤❤❤❤
হঠাতে হেৰাল কেনিবা মোৰ চোতালৰে জোনাক ঠাইতেই অচিনা তমষাই আগছিলেহি মোক ৷ I love u Zubeen da❤️ আপোনাৰ গান আৰু আপোনাৰ সুৰ মোৰ হিদয় জয় কৰে ,মোৰ হিদয়ত আপুনিয়ে আছে ৷
Mojaa 😍😍😍
নিজকে সচাকৈয় বহুত লাকি অনুভব হয়।যে আমি জুবিন দাৰ সময়ৰ গান শুনিব পৰা এজন ব্যক্তি
Same here
👍
Zubenda ganr jadukr ❤️❤️ zubenda amak hdai ane dore ganr jdu Dejab joi zubenda
জুবিন দাও আমাৰ অসমৰ গৌৰৱ ❤
দাদা তোমাৰ গানৰ পৰা আমাৰ এই দুখি জীৱনত উৎসাহ আৰু সাহস যোগাই তোলে মনত ❤️❤️❤️😭😭😭💪💪💪
Jcj
@@pranabhaloi1618 1১১১১১১১১১১১৺১১১১১১১১১১১১১৺১৺১১১১১১ৌ১১১১১১১১১১১১১১১১১১১১১১৺ৌ১৺১১১ঔ১৺১১৺৺১১১১১১১৺৺১৺১১৺১৺১৺১৺৺১১৺১১ৌৌঔ১১১৺১১
2:00 2:03
জুবিন দাৰ প্ৰতিটো গানে মই ভাল পাওঁ 👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤👌🏿👌🏿👌🏿👌🏿
ভালপোৱা কি বুজি নোপোৱাকে যৌৱনৰ দুটি কোঁহ মেলোতেই তোমাৰ প্ৰেমত পৰিছিলো বহুত কষ্ট হৈছে আজি তোমাৰ অবিহনে 🥺 মোৰ মৰম সস্তীয়া নাছিল আজীৱন আৱৰি ৰাখিলো হেতেন মোৰ মৰমেৰে 🥀তুমি সুখী হোৱা নতুনৰ লগত মই একে ঠাইতে ৰৈ গলো চেং
A\//\
Mor o aji ake dokha ki korim upai nai
Mori jammm....... Zubeen daaa🥰
এতিয়াও নতুন, হঠাতেই হেৰাল কেনিনো চোতালৰে জোনাক.....🌕✨
Waching from coriya❤❤❤
জুবিন দা আপোনি আমাৰ অনুৰাগী বোৰৰ হৃদয়ৰ স্পন্দন 😇❣️ আপোনি সদায় ভালে থাকক কুশলে থাকক 🙏🙏 আপোনাৰ কণ্ঠৰ যি এক মধুৰতা সেয়া কতো পোৱা নাযায় 😇💙
Qqqqqqq
Jai Zubeen Daa ❤
Mur priyo gan ❤
Mor
আজীৱন লইকি ভাল পাই থাকিম জুবিন দা
Zubeen dar proti gitor artho ase I love Zubeen da ❤❤❤❤❤❤❤❤❤❤❤❤❤
Ai bilak gaan xonile xosai hidoi khan sui jai ❤❤❤
Watching from Bangladesh 🇧🇩
15634+*$
Jubeen is our family ❤
Kiba buji paiso niki
আমি আসামের যোরহাট জেলা থেকে বলছি আপনি বাংলাদেশের কোন জেলায় থাকেন❤❤❤
Tmi ki kiba bujso ?
Dada Main❤❤❤
Gaan tu jiman huni asu himanei tumar ktha moton pori ase😭😭😭😭😭😭😭
Love from Kolkata ❤
Zubeen Daalove you.Atitoloi monot porise ooh.Miss you ....
প্ৰিয় মানুহ জন ❤❤❤❤
Matha bikh hol e enekua gaam xuniba sob bikh dur hoi jabo❤❤❤❤
Song tu xuni mor deutak geli monot pore😢😢
বৰ সুন্দৰ।
Mor priyo song dada😮😢😢😢
শুনিলে শুনি থাকিব মন যোৱা গীত ❤ Love you Z G ❤
তোমাৰ অবিহনে জীয়াই থকাটো বহুকঠিন,আৰু
এই কথা তোমাক কোৱাটো তাতকৈয়ো কঠিন। miss u a lot 🥀
Xuni asu❤❤❤
Ati xundar gaan xundar xur suni bhal lagil .God bless you always.
So amazing wonderful , beautiful and nice song zubeen da❤❤❤❤❤❤
Mojaa
Buhut aagor porai aapunak val paw okol gannor krne..
Val lagesa❤
জুবিন দা ইমান আৱেগ ঢালি গাইছে গানটো শুনি থাকিলেও হেঁপাহ নপলাই গানটো,,,, কিমান বাৰ শুনিলো হিচাব নাই
Nice soeng 👍 Zubeen da❤
Bahut sundar
Watching From Tamil Nadu
I Love Zubeen da❤❤❤❤❤❤❤❤❤❤
Nice Assamese song ❤
This song perfectly match with me. 😢
Mor hothat a deutaa morilee ei zubeen dar gantu xune lee mor montu aro beiya lage mor 🥹😒
This video deserves a billion views,it would have easily reached 1billion if this was a Spanish orbEnglish song.
But it's okay,only Assamese people are worthy of this masterpiece.
Love u legend Zubeen Da
True❤️. Proud to be an Assamese✨✨
😮
True
@@nikunjasarma2731😊😊😊😊😊
@@Vergil1233x❤`$1》
V
Nice ❤❤❤❤
He is always adorable and legendary singer for us.
Sentimental, sweet & soothing.
জুবিন দা সদায় বুকুৰ মাজত থাকিব
Always remember this song ❤
জয় জুবিন দা❤❤❤
কোনে কোনে 2024 ৰ আগষ্ট মাহত শুনি আছা ❤
Very nice song 👌❤
Peace ✌️❤ Zubeen Da ❤️ USA- (United States of Assam )King
Joi Aai Axom ✌️❤️
Long live dada 💖
Muru...karuba le...monot..pori..jai...kio..najanu....monot porile..❤ muxor...pora..hahi2...akebare..naikiya hoi jai...😢
🤘🤘🤘
Love you Zubeen da June June Zubeen Dak val puya like kora
How I show my heart 😥 . There's no any person to feel me ....
1❤❤❤❤❤
Kisuman gan mont roi jai smeti hoi jeai thake.
Jai zubben da 🌚😚😚😚😚😚😚😚💕
Zubeen dar ei gantuwe mur hiyat bor aghat kore o
Watching in japan
Dhuniya sur dhuniya kontho zubeen da
Heart touching song love it
❤❤❤❤❤
Nice Love you
জুবিন দাৰ প্ৰতিতো গানেই মোৰ প্ৰিয় ছ শুনি বহুত বহুত বেছি ভাল লাগে
Same here
So Amazing Zubeen daa 💞💞💞
মোৰ হেৰাই যোৱা লৰা টো আকৌ ঘূৰাই পোৱা লাগে মনটো গানটো শুনিলে চকু পানী বিয়পি পৰে সচাকে
Ai Akaxariya Jibanat জুবিন Dar Gaan a amar Jibanar Lagari..
দুভৰি কপে , সহাঁৰি নাই যেন কাষত 😢s
So qt da da more
Xuni thakile xuni thakibo mon jai...no matter of old or new❤❤
Me2 yaarrr
Apuni thike koise...once again I have searched for this song
o8
@AJ {cricket studio} o