ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
জয়ন্ত মলুৱা মেট্ৰিক ত বহুতবাৰ ফেল মাৰি অহা বুলি গম পাইছো
এই জয়ন্ত মল্ল হিমন্তৰ ভৰি চেলেকা এটা নীলা শিয়াল ।তাৰ কথাৰ কোনো মূল্য নাই ।
এইখন চৰকাৰে অসমৰ বুৰঞ্জী নতুনকৈ লিখিব চাগে।আৰ এছ এছ ৰ লগলাগি।
হেই জয়ন্ত বোলা ফল্টোটোৰ কথা কৈ প্ৰেছ মিট নিদিব ডাঙৰীয়া
জয়ন্তমল্ল বৰুৱা আৰু পিযুষ হাজৰিকাৰ লগতে কেইজনমান বিধায়ক আছে তেওঁ লোক হিমন্তবিশ্ব শৰ্মাৰ পোহনীয়া ভাটৌ। তেওঁ লোকৰ নিজা বুলিবলৈ একোৱেই নাই।হিমন্তবিশ্ব শৰ্মাই অহা কালিলৈ যদি কয় সূৰ্য্য পশ্চিম উদয় হয়,পিছদিনাই পৰা দেখিব এই ভাটৌ মোখাইৰ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰচাৰ কৰিবলৈ লাগি যাব। এইয়াই সিহঁতৰ সচা দক্ষতা।
Right
অসমৰ ৰাজনীতিত আজি যদি এজনে এটা কথা কয কালি বেলেগ আৰু দুটা কথা যোগ কৰি মূখ চুপতি মাৰি থাকে,আচলতে এওঁলোকৰ সন্মুখত কৰিব লগা কাম একো নাই নেকি ।আচলতে ৰাইজৰে দুৰ্ভাগ্য এওঁলোকৰ কথা শুনাৰ ইচ্ছা নাথাকিলেও শুনিব লগা হয।এপাত তালে কেতিয়াও নাবাজে, আনৰ দোষ আঙুলিয়াই দিযাৰ আগতে নিজৰ পবিত্ৰ তা দেখুৱাই দিযক, সচা কথা প্ৰমান কৰিবৰ কাৰণে মুখেৰে জবাব দিযাতকৈ কামাৰে আদৰ্শ দেখুওৱাওক ।
Akhil Gogoi jindabad, Akhil Gogoi best knowledge asee,
Thanks.... Right..
Akhil gogoi jindabad
B JP Zindabad
Very good U may be become a CM of Assam
These are true massage.
এতিয়া কৰোণা ৰোধ কৰিবলৈ কোনো কোনো জিলাত সেনা জোৱানৰ ফ্লেগ-মাৰ্চ দিছে বুলি বাতৰি যোগে গম পালো ।বাতৰিবোৰ চাই কিয় জানো এনেকুৱা লাগিছে যে ইয়াৰ আঁৰত লুকাই আছে আৰু কিবা - দিল্লীৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কোৱাৰ দৰে ৰেছনৰ টোপোলা ঘৰে ঘৰে পোৱা ব্যৱস্থা গ্ৰহণ কৰিলে মানুহ ওলাই অহাৰ কাম নাথাকে । তাৰোপৰি কৰোণাৰ. VACCINE সকলোৱে পাব পৰা ব্যৱস্থা ও সঠিককৈ গ্ৰহণ কৰা হোৱা নাই। অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে এতিয়া খেতিৰ বতৰ চলি আছে গতিকে খেতিয়ক সকল পথাৰলৈ যাবই লাগিব । এইখিনি কথা ও অতি গুৰুত্বপূৰ্ণ। এইবাৰ আহোঁ ইতিহাসৰ প্ৰসঙ্গ লৈ -আজি কিছুমান বছৰৰ পৰা দেখা পোৱা গৈছে যে ইতিহাস বিকৃত কৰিবলৈ কিছু সংখ্যক লোকে অহৰহ চেষ্টা কৰি আছে আৰু অসত্য তথ্যৰে কিছুমান কিতাপ লিখিছে। যিবোৰ কথা ছপামাধ্যমত ওলাই থাকে আৰু ছপামাধ্যমৰ পাঠক সমাজে জানে। এই গোটেই কথাবোৰে এনেদৰে অসমীয়া সমাজ জীৱনৰ এক মোক্ষম আঘাট হানিছে । অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে তেতিয়া ই কৈছিল দেশখন গ'ল বুলি..... তেখেতে এটা বৰ ডাঙৰ কথা কৈছিল যে যি জাতিয়ে নিজৰ পথাৰখন আৰু বজাৰখন নিজৰ কৰি ধৰি ৰাখিব নোৱাৰে সেই জাতিয়ে দেশখন কেনেকৈ ধৰি ৰাখিব । ভিডিঅ"টিত আলোচনা কৰা কথাবোৰ শুনি মন্তব্য আগ বঢ়াবলৈ এই ঠাইখিনি অলপ তাকৰ, তথাপিও এনেকুৱা ধৰণৰ কথা কোৱাৰ প্ৰয়োজন আছে বুলি ভাবিয়েই কৈ থাকোতে অলপ দীঘলীয়া হৈছে । আহোম ৰজাই ৰাজত্ব কৰিছিল ছয়শবছৰ ধৰি - এই দীৰ্ঘদিন ধৰি ৰাজত্ব কৰিব পৰাৰ ঘাই কিটিপটোৱেই হৈছে সমন্বয় ,, এই সমন্বয়ৰ কথা সাতৰাজ একত্ৰিত কৰি একৰাজ কৰাৰ কথা আজিও কোৱা হয়, কোৱা হয় বৰ অসমৰ কথা- ছয়শবছৰীয়া শাসনৰ ইতিহাস পৃথিৱীৰ ক"ৰবাত আছেনে .... !! সেই ছয়শবছৰীয়া ইতিহাসৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব খোজে সেয়া জানিবলৈ আমি কিছুমান দিন বাটচাব লাগিব ।
Really
নহব , press conference কৰিলে বস্তুৰ দাম নকমে নহয়, কাম কৰাৰ বাবে আন্দোলন কৰক, ঘৰ চাউল থাকিলে কিয় কিনিব লাগে, দাম এনেই কমিব
সচা কথা ভাই।
মিঞা পাৰ্টিৰ কথা শুনিবহে বাকী থাকিল আৰু আমাৰ 😂😂😂 কিন্তু মই এটা কথা এতিয়াও নাজানিলো কথা কৈ থাকা ভাস্কো কাইয়ে কথা ক'লে মূখখন কিয় ইমান বেছিকৈ মেলে নো?? 🤔🤔🤔অ'...লগত দুদিন কংগ্ৰেছৰ লগত থাকি অহা ঘাঁহ বেপাৰীটোও আছে তাৰমানে 😂😂😂
page of that books should be focused in social media.
Zubin dai anei koisil neki,,,,Alogodho buli ai Jayanta Moluwa 🐵🐵bulajonok🤭🤭🤭
জানি-বুজি ভুল কৰা মানুহৰ ভুল শুধৰোৱাটো সম্ভৱ নহয়।এনে লোকে নিজে যিয়েই নকৰক অথবা নকওক তাকে শিলৰ ৰেখাৰ দৰে সতয় জ্ঞান কৰে।
Azizur Rahman ok eri diyok nohole apunak vote nidiu akhil gogoi da
Good shot
BS
Zubeen Dai ketiyabai koi thoise goru chur buli.
রজা ঘৰীয়া লোক সকলর বহুবালী আরু কিমান শুনিম?
High school t master hoi aakoshmik boktita r competition r judge tu Jen laage eijonok
Doing well bjp government.
Aou lok hol assamor dangor Pondit, arunachal gol , nagaland gol, meghalaya gol , karbi ,aru boro, bjper kotene too ase. BJP jindabat...
Dada Brigade r Jayanta Malla Barua eta Moha pagol.
Dindyalor pachat syamaprashad aahil
অকল আপোনালোকৰ বাহিৰে আন সকলো মূৰ্খ বাকী থাকিল আপোনি নেতা হ'লে দেশৰ ভবিষ্যত প্ৰজন্মৰ উন্নতি কৰিব।
Oi vai bujabo khujiso ki haa.. directly ko...
Online raijeor dol
Faltu bilak BJP (it) available
Rajnete kora sklu akei
100% right.Shyama Prasad Mukherjee ,Dindoyal Upadyai notorious Robber aru Jabor he asil buli janu.
Mohan baykti bilakor bare eku nubuje .
Kam nothoka manuhar press mit
Ha ha haaaah...puria dile puria maaribo nejane joyonto i...Ha ha haaaah....kot asu aami
Mullar kotha koi lav nai. Aponi nigor Kam solai jak
Oi
Ai mukharjee bostu tok khai ne pendhe najanoo
Pagol aibur,logot Fal2 news Portel

Ha ha haaaah...puria dile puria maaribo nejane joyonto i...
Ha ha haaaah....kot asu aami