পশ্চিমবঙ্গৰ পৰা অসমলৈ আলুৰ ৰপ্তানিত বাধা ; আকাশলংঘী হৈছে আলুৰ দাম, বজাৰত জনতাৰ হাহাকাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • ক্ৰমাৎ বৃদ্ধি হৈছে শাক-পাচলিৰ দাম । সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই ইটোৰ পিছত সিটো পাচলিৰ দাম হৈছেগৈ আকাশলংঘী।
    বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ পৰা অসমলৈ অহা আলু বন্ধ কৰি দিয়াত হাহাকাৰ অৱস্থা হৈছে অসমত । আলুৰ যিসমূহ ট্ৰাক অসমলৈ আহে সেইসমূহ হঠাৎ অসমলৈ অহাত মমতা বেনাৰ্জীয়ে বন্ধ কৰি দিয়াত অসমত বৃদ্ধি হৈছে আলুৰ দাম। যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ জনতাই
    উল্লেখযোগ্য যে প্ৰতি কেজি আলুৰ মূল্য ৫০-৫৫ টকলৈকে বৃদ্ধি পাইছে । ইয়াৰ উপৰিও চৰকাৰৰ মৌনতাৰ সুযোগ লৈছে এচাম অসাধু চক্ৰই । চাওঁক বেহাৰবাৰীস্থিত ব্ৰহ্মপুত্ৰ বজাৰৰ এক সামগ্ৰিক প্ৰতিবেদন ।

ความคิดเห็น •