বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে আখৰাৰ কিছু মুহুত´

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ย. 2024
  • গুৱাহাটীৰ ফাঁচী বজাৰস্থিত লাচিত ঘাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ মুক্তাঙ্গন আৰু নদীৰ বোৱঁতী জলৰাশিক সাক্ষী কৰি শব্দ আৰু পোহৰৰ কৌশলী ব্যৱস্থাপনাৰ জৰিয়তে লগতে হাতী, ঘোঁৰা, নাওঁ আদিৰ ব্যৱহাৰেৰে মঞ্চস্থ কৰি পুনৰবাৰ সেই শৰাইঘাটৰ বুকুতে ঐতিহাসিক শৰাইঘাট ৰণৰ স্মৃতি জীপাল কৰি তোলা হ'ব৷
    উক্ত প্ৰদৰ্শনী অনুষ্ঠান উপভোগ কৰাৰ বাবে আপোনাসৱক পুনৰবাৰ সাদৰেৰে আমন্ত্ৰণ জনালোঁ৷ 🙏
    অবিৰত আলোক যাত্রা

ความคิดเห็น • 7