ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
হে প্রভু ঈশ্বৰ আপোনাৰ চৰণ কমলত এই অভাগিনীৰ কৌটি কৌটি প্রণাম । আজি ভগৱন্ত তিনি জনৰ অৱতাৰৰ ব্যাখ্যা শুনি বহুত নজনা কথা জানিব পাৰিছো। আপোনী গুণৰ সাগৰ প্রভু ভাগৱতৰ অমৃতময় ৰস অনায়াসে বোৱাই থাকিব ঈশ্বৰে আপোনাক কোশলে ৰাখক তাৰ বাবে কৌটি কৌটি প্রণিপাত কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । ভাগৱত ভাগ পৰম হৰিষে শ্ৰৱণ কৰিলো । কৃষ্ণ কৃষ্ণ ।।
Krishna bap 🙏🙏🙏apunak hewa dhorilu🙏🙏apuni kukhle thakok Krishna Krishna 🙏
কৃষ্ণ ,হে বাপ ঈশ্বৰ ভক্তিভৰা প্ৰণিপাত গ্ৰহণ কৰিব ।বৈকুণ্ঠৰ পৰম ধন নাম অমৃতপান কৰা সকলো ভকত বৈষ্ণৱৰ প্ৰতি ভগৱন্ত প্ৰভূৱে কৃপা দৃষ্টি দান কৰক ।পৰম আনন্দৰে মন প্ৰাণ ভৰি পৰিছে কিয়নো আমাৰ অসমত শতসহস্ৰসহস্ৰ জনে আপোনাৰ ভাগৱত কথা শুনি কৃষ্ণপ্ৰেমত মগ্ন হৈ গৈছে ।আমাৰ ইয়াত ৰাতিপুৱা প্ৰায়বোৰ মানুহৰ ঘৰতে আপোনাৰ ভাগৱত ভাগ শ্ৰৱণ কৰে ।কিমান যে ভাল লাগে তাক বুজাব নোৱাৰি, কেতিয়াবা আনন্দত চকুলো নিগৰি আহে ।ঈশ্বৰৰ এই পৰম অমৃত বাণী নিৰবধি শুনাই যাওক বাপ ঈশ্বৰ, ভগৱন্ত প্ৰভূৱে আপোনাৰ সৎসঙগ আৰু বৃদ্ধি কৰক,তাৰে কামনা কৰি আমিও সেৱা নিবেদিলো ।ভগৱন্তৰ ৩২ অলঙ্কাৰ ছজন ভকত বাৰজন বৈষ্ণৱ আৰু চৈধ্য জন পাৰীষদ নহয় জানো জনাবচোন প্ৰভু ।কৃষ্ণ
কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏
হে প্ৰভু বাপজনা, কি যে সুমধুৰ আপোনাৰ বাখ্যা । কি বুলি আপোনাক ধন্যবাদ জনাম । যিমানে ধন্যবাদ দিও সিমানে কম হয় । শতকোটি প্ৰনাম প্ৰভু🙏🏻🙏🏻🙏🏻 ধন্য আমি 🙏🏻🙏🏻🙏🏻
7ùnnnñaaaaaa\aaäwtww25wwwwtwwwtwwwwwwwwtwtwwwwwwwtwwtwwwwwtwwwwwwwwwwwwwwur ur uurrrreeewrwywy
কৃষ্ণ প্রভু |প্রণাম গ্রহন কৰিব| আপোনাৰ পাঠ আমি শ্ৰৱণ কৰি আহিছো| পিছে আজি এটি কথা মনলৈ আহিল |বিতৰ্ক বুলি নাভাবিব | প্রথম কথা সৃষ্টিৰ আগতেই বাঘৰ ছাল ৰুদ্রই ক'ৰ পৰা পালে? বিষ্ণুৰ সৃষ্টি আগতে হৈছিল আৰু বিষ্ণুৰ নাভিকমলৰ পৰা ব্রম্মাৰ সৃষ্টি বুলি জানি আছিলো| আজি আকৌ খেলি মেলি লাগি গল| অনুগ্ৰহ কৰি আমাৰ এই সংশয় দুৰ কৰিবনে প্রভু | পুনৰ প্রনিপাত গ্রহন কৰিব|🙏🙏🙏🙏
বাৰু
হে চিৰপূজ্য মহাত্মা বাপ ,কোটি কোটি সেৱা নিবেদিছোঁ ।ঈশ্বৰ কৃষ্ণৰ ৰূপ বণৰ্না শুনি মোহিত হৈ গৈছো ।সবৰ্দা ভাগৱত শুনাৰ সৌভাগ্য আপোনাৰ দ্বাৰাহে হৈছে । তাৰবাবে আপোনাক শতকোটি ধন্যবাদ জ্ঞাপন কৰিছো ।আপোনাৰ কুশলাঁৰ্থে কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ আপোনাৰ ভাগৱত শুনি মোৰ জীৱন ধন্য হৈছো প্ৰভু সেৱাহে ।
He bap krisna krisna apunalo koti koti hewa jamalu krisna
কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম। 🙏🙏🙏🙏🙏
Krisno krisno Bap pronam kusholeThakk krisno
কৃষ্ণ প্রভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
হে কৃষ্ণ প্ৰভূ প্ৰথমে আপোনাৰ চৰনত সেৱা জনালো।ভাপ আপোনাৰ এই মহান ভাগৱত শ্ৰৱণ কৰি ধন্য হৈছো । আপোনাক ভগৱানে কুশলে ৰাখক। প্ৰভূ মোৰ গাটো অলপ অখুস আপুনি আশিবাদ কৰিবছোন আপোনাৰ অমৃত বানী পালে ধন্য হ'ম। কৃষ্ণ প্ৰভূ পুনৰ সেৱা জনালো
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।সদায় বাপ জনাৰ মূখনিসৃত ভাগৱতৰ অমৃত কথা আমি শ্রবন কৰি কৃত কৃত হৈছো ।ধন্যবাদ
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 bishno 🙏
Krisna he prom kripalu bap jon apunak kuti kuti pronam, 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপজনা আপোনাৰ মহাভাগৱত কেতিয়া শুনিব পাও বাট চাই থাকো যেতিয়া শুনিব পাও তেতিয়াহে ভাল লাগে কোনদিনা আপোনাক দেখা পাম সেইটো ভগৱন্ত প্ৰভুজনাই হে জানে ।আপোনাক ধন্যবাদ কৃষ্ণ কৃষ্ণ।।
বাপ শতকৌটি প্ৰনাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভুজন মহাভাগবতৰ চৰণ পংকজ ত কোটি কোটি প্ৰণিপাত জনালোঁ।আপোনাৰ প্ৰমুখ্যে সমস্ত ভক্ত বৃন্দ ক সশ্ৰদ্ধ সেৱা আগবঢ়ালো প্ৰভু । কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱাহে জনালো।
Krishna baap...apunak pranam jonalo....Krishna.....
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 মই এতিয়াহে serially শুনি আছো প্ৰভূ... এদিনতে গোটেইখিনি শুনিবলৈ মন যায়..... আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏 🙏 🙏 🙏
কৃষ্ণ প্ৰভু মইআপোনাৰ পৰা কৃষ্ণ কথা শুনি ভাল লাগিছে
কৃষ্ণ প্ৰভুজনা সেৱা জনালোঁ 🙏🙏🙏যি সকলে বিশ্বাস কৰা নাই তেও লুকে সৃষ্টিৰ পুৰাণ পঢা নাই ।তেও লুকে পঢি লেহে বিশ্বাস কৰিব ।ৰাম কৃষ্ণ
প্ৰভু,সেৱা জনালোঁ।মনোৰম পাঠ,বাখ্যা শ্ৰৱণ কৰি ধন্য হলো।প্ৰভু আদি নিৰঞ্জনৰ নাভিৰ পৰা উৎপন্ন ব্ৰহ্মা,সত্যলোকত সু তল বা হিমা লয় ত স্থাপিত ভগবান শিৱ আৰু বৈকুণ্ঠৰ ঈশ্বৰ আনহাতে আজি পাঠত শুনা ঈশ্বৰৰ তিনি ভাগ হৈ ব্ৰহ্মা,শিৱ,বিষ্ণু তিনি অংশে অৱতাৰ ৰ মাজত কিবা প্ৰভেদ আছে নেকি,প্ৰভুজনে বুজাই দিলে ধন্য হম ।দোষ হলে মাৰ্জনা কৰে যেন।প্ৰভুজনাৰলগতে সকলো শ্ৰোতা বাপ,আই মাতৃ সকলক ঈশ্বৰে যেন কুশলে ৰাখে কামনা কৰিলোঁ ।কৃষ্ণ...
কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনি মনটো বহুত ভাল লাগিল নজনা কথা শুনি পৰম শান্তি পালো প্ৰভু পবিত্ৰ শাওণ মাহৰ ৰুদ্ৰ দেৱৰ বৃত্তানত শুনি লো প্ৰভু শাওণ মাহৰ ৪ তাৰিখে নাতিনীতোৰ জন্ম দিনত আশিৰবাদ কৰক ৬বছৰ পূৰ্ণ হ'ল আপোনাৰ কল্যাণৰ বাবে সেৱা জনালোঁ প্ৰভু কৃষ্ণ কৃষ্ণ
ঈশ্বৰৰ কৃপা হওঁক
কৃষ্ণ কৃষ্ণশতকৌটি প্ৰণাম।আপোনাৰ ৰসময় ভাগৱত শ্ৰৱণ কৰি দুৰ্দিন' আপদ 'বিপদ পাহৰি গৈছোঁ ।গুৰু দুজনাৰমতে বিপদ তাকেহে কয়-"সেহিসে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নোহয় দুৰ্দিন ।হৰি-কথা-অমৃতৰ সম্যকে - আলাপ - ৰসে যিটো দিন হয় বিহীন " ।।নাঃ ঘোঃ ।"সম্পদকো জানা নুহি সম্পদ । জানা আপদকো নুহি আপদ ।।পৰম সম্পদ হৰি ভকতি। আপদ জানা হৰি বিৰকতি" ।।কীঃ । পুনৰ সেৱাৰে°°°° কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ প্ৰভু জগত পিতা কৃষ্ণ
হে কৃষ্ণ কৃপাময় কি লিলা ৱৰ্ণাছে তোমাৰ। তোমাৰ মহিমা শুণি আছৰিত হলো প্ৰভূ। কৃষ্ণ সেৱাভাগ গ্ৰহণ কৰিবা প্ৰভূ। কৃষ্ণ কৃষ্ণ
কৃষ্ণ শঙ্কৰগুৰু মাধৱ সশ্ৰদ্ধাৰ সেৱা জনাইছো কৃষ্ণ।
কৃষ্ণ প্ৰভু আমি আপোনাৰ দ্বাৰা পৰিচালিত ভাৰ্গৱত পাঠ শুনি পাৰমাথিক ভাব হৃদয়ত অনুৰণনিত হৈছে সেয়েহে আপোনাৰ চৰনেসেৱা নিবেদিছোঁ
কৃষ্ণ বাপ আনন্দ ব্ৰহ্ময়ে আপোনাৰ চৌপাশ আনন্দ ময় কৰি তুলিছে। আনন্দ ব্ৰহ্মক যিটো কৰে সেৱ তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ ৰাম
কৃষ্ণ প্ৰভূ । ভাগৱতৰ এই সৃষ্টিবৰ্ণন কথা খিনি আপুনি ইমানসুন্দৰ ভাবে ব্যাখ্যা কৰিছে আমাৰ মন প্ৰাণ জুৰ পৰি গৈছে আজি যদি আমি " গৃহবন্দী " হৈ নাথাকিলো হেতেন তেন্তেআপোনাৰ এই মহান ভাগৱতৰঅমৃত বাণী বিলাক কেতিয়াওশুনিবলৈ নাপালোঁ হেতেন । কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহণকৰিব ।
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️
Krishna 🙏 bap🙏brohma ,bisnu, mohesorr pisot akow porom purukh vogobonto kun bap🙏olp bujai kobsun Krishna 🙏.
চাৰি সিদ্ধ কথা শুনি ভাল লাগিল। কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা নিৱেদিলো। 🙏🙏
Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় ৰাম ৰাম সেৱা গ্ৰহণ কৰিব বাপ
Krishna dhany halo Bap ............khub bhal lagil Apunar kripa .......
কৃষ্ণ বাপ,আপোনাৰ শ্ৰীমূখে ভাগৱত বাখ্যা শুনি নিজকে ধন্য মানিছো । 🙏🙏
👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |
Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏 sewa laba baap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna probhu, porom akhare batsai thaku, dintur prothom aru prodhan bhagowotkotha srobon kora, apunak probhue kukhole rakhok, krishna krishna.
Krishna krishna bapjana sewa janaisu krishna
Krishna Ram Krishna Ram mone sumoroy kripa karile Gurudev onek kouti jonome Pranam jonabo paai bhut2 I am happy SirRiju dada
Pranam pitaji........val lagil.....bahut.....
Krishna pravu 🙏 bohut vl lagil aru Santi palu
কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক আপোনাৰ আশীৰ্বাদত আমিও ভালে আছো আপোনাৰ বহুমূলীয়া অমৃত বানী শুনিবলৈ পায় ধন্য হলো
উুুু
@@nagenpathak3425 '"'''
ধন্য প্ৰভু জন । শ্ৰৱণৰ শেষৰ ফালে নিচিন্তি নোৱাৰিলো । ভাগৱতৰ ব্যক্তব্য এবাৰ ভাষণ শুনা অথবা গ্ৰন্হ এখন এবাৰ পঢ়িলে বুজি পোৱাৰ দৰে হোৱা হলে নিশ্চয় অামি কিমান দুৰলৈ সু-শৃংখলিতহৈএটা জীৱনশৈলীৰ অসমীয়া জাতিটো অাগবাঢ়ি যাব পাৰিলোহেতেন কল্পনা কৰিবলৈকও অাচৰিত লাগে । ভাগৱত সুখ পাঠ্য অথচ গভীৰ বিষয় বস্ত সম্পন্ন । বহু উচ্চ শিক্ষিত লোকে ভাগৱতৰ কথা অবিস্বাষ্য বুলি ভাৱে তেনে ষ্থলত সৰ্ব্বসাধাৰণে বিস্বাস নকৰাটো ডাঙৰ কথা নহয়। ভগৱন্ত প্ৰভুৰ কৃপা বৰিষণ হব লাগিব তেতিয়া ভক্তি ভাৱ জাগৃত হব অাৰু অমৃত্তোপম ভগৱত কথা বিস্বাস কৰিব পাৰিব। অপৰাধ ভঞ্জনৰ হেতু প্ৰাথৰ্ণা থাকিল ।
🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏 সেৱাহে বাপজন ।মই যেতিয়া ভাগৱত পাঠ শুনো তেতিয়া কাল্পনিক বিস্বাস অবিশ্বাস এই বোৰ ভাবি নুশুনো। মই এটাই কথা জানো যে প্ৰভূ ভগৱন্ত সকলোৰে হৃদয়ত আছে মাত্ৰ আমি উপলব্ধি কৰিব চেষ্টা কৰিব লাগে। মই কৃষ্ণৰ জন্ম স্থান মথুৰা নগৰিলৈ যোৱাৰ সৌভাগ্য হৈছিল তাত দেখিলো সৰু লৰা - ছোৱালীৰ পৰা ডেকা - বুঢ়ালৈ মুখত মাত্ৰ কৃষ্ণ ভগৱন্তৰে নাম লৈ থাকে। কিন্তু আমাৰ ইয়াত বিতৰ্ক বেছি দেখা পোৱা যায়। কৃষ্ণ।। 🙏🙏
কৃষ্ণ বাপ সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। ভক্তি ৰসেৰে মন প্রাণ আনন্দিত হৈছোঁ। এনেকৈ যেন ভাগৱত শ্রৱণ কৰিবলৈ পাই থাকো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
🙏 কৃষ্ণ ,শঙ্কৰ গুৰু হৰি ৰাম ৰাম।
হেপ্রভু জন অপোনালৈ শত কৌটি প্রণাম
কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏🙏
Krishna Baap Parnam 🙏🙏🙏🙏
Jai shri krishna 🙏🙏🙏
Krishna, bap sewa lab 🙏🙏🙏Krishna.
কৃষ্ণ বাপ !প্ৰণিপাত নিবেদিলোঁ চৰণত, স্বীকাৰ কৰিব প্ৰভূ | ভাল লাগিছে ভাগৱতৰ মধুময় ব্যাখ্যাৰে আমাৰ মন প্ৰাণ ঈশ্বৰমুখী হ'বলৈ অনুপ্ৰাণিত কৰি কৃতাৰ্থ কৰা বাবে | অতি মনোৰম আৰু মনোগ্ৰাহী হৈছে ভিডিঅ ভাগ |ধন্যবাদ বাপ | কৃষ্ণ বাপ, কৃষ্ণ.......
Prabhu ati hukhi .halu bhagawat sraban kari pranam prabhu
Krishna Krishna Ram Ram 🙏🙏🙏🙏
Was introduced to spirituality when I was 17. Listened to the audiobook version of the Bhagawat Gita. The feeling is absolutely divine and life changing. Little now I realize why Hinduism is a way of life and salvation.
কৃষ্ণ পভু চৰণত সেয়া নিবেদিলো ।
কৃষ্ণ কৃষ্ণ 🙏 বাপ মহাভাৰতৰ চৰনকমলত কৌতি কৌতি প্ৰণাম জনালোঁ ঈশ্বৰে আপোনাসবক কোশলে ৰাখক আমি এইদৰে প্ৰায় ভাগৱতৰ অমৃত ৰখশুনাৰসোভাগ পাম
🙏🌺krishna Baap Prnam🌺🙏
ৰাম কৃষ্ণ হৰি
Krishna Krishna Krishna prabhudev pronam to you.
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ । কৌটি কৌটি প্ৰণাম জনাইছোঁ । বাপ ঈশ্বৰ আপোনাৰ চৰণতো দাসীয়ে সেৱা নিবেদিছো ।সেৱা ভাগ গ্ৰহণ কৰিব ।আৰু আশিবাদ কৰিব যাতে এনেকৈয়ে আপোনাৰ ভাগৱত শ্ৰৱণ কৰি ধন্য হ'ব পাৰো ।
কৃষ্ণ কৃষ্ণ মধুৰ বাক্ষ্যাই আমাৰ কলোষিত মনক পোহৰৰ ৰাট দেখুৱাই দিছে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ । সেৱা ধৰিলো গ্ৰহন কৰিব ।
🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
প্ৰণাম জনালো প্ৰভু..ক়্ষ্ণ.🙏🙏🙏
Krishna Krishna Sewa jonaisu 🙏🙏 🙏🙏
Ram Ram Ram Krishna Krishna Krishna.
Joi guru Sankar 🙏🙏🙏🙏🙏
কৃষ্ণ 🙏 প্ৰভুজনা । ঈশ্বৰৰে সৰ্বদা আপোনাক কুশলে ৰাখক এয়াই আমাৰ প্ৰাৰ্থনা ।।
Krishna krishna krishna bap
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব । আপোনাৰ এই ভাগৱতৰ অমৃত বানীয়ে আমাৰ মন প্ৰফুল্ল কৰিবলৈ আশীৰ্বাদ কৰিব ।
"কৃষ্ণ প্ৰভু সুপ্ৰভাত, গুৰুৰ কৃপাত আপোনাৰ শ্ৰীমুখে পোৱা আশীৰ্বাদত পৰিয়ালসহ কুশলে আছো। আপোনাৰ সবাৰো দীঘায়ু কামনাৰে জয় জগত গুৰু।''
প্ৰনাম প্ৰভু 🙏🙏🙏
সেৱা আগবঢ়োলো 🙏🙏🙏🙏🙏🙏🙏
পণাম পভু আপোনাক ভগবানে কুশলে রাখক ।
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ওঁম হৰি নাম লৈ আমাৰ মাজত আপুনি সদায় আমাৰ মাজত জাকত জিলিকা হৈ থাকক মাধৱ প্ৰভু ।আপোনাক শতকোটি প্ৰণাম প্ৰণাম প্ৰণাম ।আমাৰ সকলোৰে ভাল আশা কৰোঁ আপোনাৰ লগতে পৰিয়ালৰ মংগল কামনা কৰিলোঁ ।কূষণ কৃষ্ণ কৃষ্ণ মাধৱ প্ৰভু আপোনাৰ জয় জয় হওঁক ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃ।
বহুত বহুত ধন্যবাদ পাাঠকদেৱ।
কৃষ্ণ বাপ আপোনাৰ কন্থে নিগৰিত অমৃত ৰস মহা ভাগৱত শ্ৰৱণ কৰিছোঁ প্ৰথমৰ পৰা নাপালোঁ যদিও একাদিক্ৰমে আপোনাৰ অমৃত ৰস পাম বুলি আপোনাৰ চৰনত সেৱা জনালো কৃষ্ণ
Krishna prabhu vhagawan apunak vala rokhah
Krishna Krishna bap hawajonalu
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবিদীনো
Bapjona krishno krishno
Krishna, aapunar bhagwatr maje maje bargeet bar sumadhur lage suni bar santosh pau Krishna
কৃষ্ণ কৃষ্ণ বাপ মই গোলাঘাটৰ পৰা অবিৰত ভাৱে ভাগৱত পাঠ শুনি আছো শুনি বহোত সুখী হৈছো আপোনাৰ চৰণত সেৱা জনাইছো
কৃষ্ণ কৃষ্ণ প্ৰভু,কৃপা কৰিব।
কৃষ্ণ প্ৰভু 🙏 সেৱা গ্ৰহণ কৰিব। আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি ধন্য হৈছো।কুশলে ৰাখক আপোনাক ভগৱন্তই।প্ৰভু, ভগৱানৰ যি ২১টা লক্ষণ আছিল সেই কেইটা পাৰে যদি জনাব চোন ।
Krishna Bap🙏🙏
জয় শ্ৰী কৃষ্ণ
আপোনাক শত শত 🙏🙏🙏🙏 বাপ
কৃষ্ণ, আপোনাৰ চৰণত সেৱা থাকিল ।আপোনাৰ চৰণৰ পদধুলি ঈশ্বৰে কেতিয়া মিলাব তকে বাত চাই আছো ।
প্ৰণাম প্ৰভূ.....কৃষ্ণ
Bhogontoi aapunak kuxole rakhok. Aapunar bhagwat or amrit bani aru xur xodai xuni thakim.
হে প্রভু ঈশ্বৰ আপোনাৰ চৰণ কমলত এই অভাগিনীৰ কৌটি কৌটি প্রণাম । আজি ভগৱন্ত তিনি জনৰ অৱতাৰৰ ব্যাখ্যা শুনি বহুত নজনা কথা জানিব পাৰিছো। আপোনী গুণৰ সাগৰ প্রভু ভাগৱতৰ অমৃতময় ৰস অনায়াসে বোৱাই থাকিব ঈশ্বৰে আপোনাক কোশলে ৰাখক তাৰ বাবে কৌটি কৌটি প্রণিপাত কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । ভাগৱত ভাগ পৰম হৰিষে শ্ৰৱণ কৰিলো । কৃষ্ণ কৃষ্ণ ।।
Krishna bap 🙏🙏🙏apunak hewa dhorilu🙏🙏apuni kukhle thakok Krishna Krishna 🙏
কৃষ্ণ ,হে বাপ ঈশ্বৰ ভক্তিভৰা প্ৰণিপাত গ্ৰহণ কৰিব ।বৈকুণ্ঠৰ পৰম ধন নাম অমৃতপান কৰা সকলো ভকত বৈষ্ণৱৰ প্ৰতি ভগৱন্ত প্ৰভূৱে কৃপা দৃষ্টি দান কৰক ।পৰম আনন্দৰে মন প্ৰাণ ভৰি পৰিছে কিয়নো আমাৰ অসমত শতসহস্ৰসহস্ৰ জনে আপোনাৰ ভাগৱত কথা শুনি কৃষ্ণপ্ৰেমত মগ্ন হৈ গৈছে ।আমাৰ ইয়াত ৰাতিপুৱা প্ৰায়বোৰ মানুহৰ ঘৰতে আপোনাৰ ভাগৱত ভাগ শ্ৰৱণ কৰে ।কিমান যে ভাল লাগে তাক বুজাব নোৱাৰি, কেতিয়াবা আনন্দত চকুলো নিগৰি আহে ।ঈশ্বৰৰ এই পৰম অমৃত বাণী নিৰবধি শুনাই যাওক বাপ ঈশ্বৰ, ভগৱন্ত প্ৰভূৱে আপোনাৰ সৎসঙগ আৰু বৃদ্ধি কৰক,তাৰে কামনা কৰি আমিও সেৱা নিবেদিলো ।ভগৱন্তৰ ৩২ অলঙ্কাৰ ছজন ভকত বাৰজন বৈষ্ণৱ আৰু চৈধ্য জন পাৰীষদ নহয় জানো জনাবচোন প্ৰভু ।কৃষ্ণ
কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏
হে প্ৰভু বাপজনা, কি যে সুমধুৰ আপোনাৰ বাখ্যা । কি বুলি আপোনাক ধন্যবাদ জনাম । যিমানে ধন্যবাদ দিও সিমানে কম হয় । শতকোটি প্ৰনাম প্ৰভু🙏🏻🙏🏻🙏🏻 ধন্য আমি 🙏🏻🙏🏻🙏🏻
7ùnnnñaaaaaa\aaäwtww25wwwwtwwwtwwwwwwwwtwtwwwwwwwtwwtwwwwwtwwwwwwwwwwwwwwur ur uurrrreeewrwywy
কৃষ্ণ প্রভু |প্রণাম গ্রহন কৰিব| আপোনাৰ পাঠ আমি শ্ৰৱণ কৰি আহিছো| পিছে আজি এটি কথা মনলৈ আহিল |বিতৰ্ক বুলি নাভাবিব | প্রথম কথা সৃষ্টিৰ আগতেই বাঘৰ ছাল ৰুদ্রই ক'ৰ পৰা পালে? বিষ্ণুৰ সৃষ্টি আগতে হৈছিল আৰু বিষ্ণুৰ নাভিকমলৰ পৰা ব্রম্মাৰ সৃষ্টি বুলি জানি আছিলো| আজি আকৌ খেলি মেলি লাগি গল| অনুগ্ৰহ কৰি আমাৰ এই সংশয় দুৰ কৰিবনে প্রভু | পুনৰ প্রনিপাত গ্রহন কৰিব|🙏🙏🙏🙏
বাৰু
হে চিৰপূজ্য মহাত্মা বাপ ,কোটি কোটি সেৱা নিবেদিছোঁ ।ঈশ্বৰ কৃষ্ণৰ ৰূপ বণৰ্না শুনি মোহিত হৈ গৈছো ।সবৰ্দা ভাগৱত শুনাৰ সৌভাগ্য আপোনাৰ দ্বাৰাহে হৈছে । তাৰবাবে আপোনাক শতকোটি ধন্যবাদ জ্ঞাপন কৰিছো ।আপোনাৰ কুশলাঁৰ্থে কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ আপোনাৰ ভাগৱত শুনি মোৰ জীৱন ধন্য হৈছো প্ৰভু সেৱাহে ।
He bap krisna krisna apunalo koti koti hewa jamalu krisna
কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম। 🙏🙏🙏🙏🙏
Krisno krisno Bap pronam kusholeThakk krisno
কৃষ্ণ প্রভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
হে কৃষ্ণ প্ৰভূ প্ৰথমে আপোনাৰ চৰনত সেৱা জনালো।ভাপ আপোনাৰ এই মহান ভাগৱত শ্ৰৱণ কৰি ধন্য হৈছো । আপোনাক ভগৱানে কুশলে ৰাখক। প্ৰভূ মোৰ গাটো অলপ অখুস আপুনি আশিবাদ কৰিবছোন আপোনাৰ অমৃত বানী পালে ধন্য হ'ম। কৃষ্ণ প্ৰভূ পুনৰ সেৱা জনালো
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।সদায় বাপ জনাৰ মূখনিসৃত ভাগৱতৰ অমৃত কথা আমি শ্রবন কৰি কৃত কৃত হৈছো ।ধন্যবাদ
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 bishno 🙏
Krisna he prom kripalu bap jon apunak kuti kuti pronam, 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপজনা আপোনাৰ মহাভাগৱত কেতিয়া শুনিব পাও বাট চাই থাকো যেতিয়া শুনিব পাও তেতিয়াহে ভাল লাগে কোনদিনা আপোনাক দেখা পাম সেইটো ভগৱন্ত প্ৰভুজনাই হে জানে ।আপোনাক ধন্যবাদ কৃষ্ণ কৃষ্ণ।।
বাপ শতকৌটি প্ৰনাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভুজন মহাভাগবতৰ চৰণ পংকজ ত কোটি কোটি প্ৰণিপাত জনালোঁ।আপোনাৰ প্ৰমুখ্যে সমস্ত ভক্ত বৃন্দ ক সশ্ৰদ্ধ সেৱা আগবঢ়ালো প্ৰভু । কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱাহে জনালো।
Krishna baap...apunak pranam jonalo
....Krishna.....
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
মই এতিয়াহে serially শুনি আছো প্ৰভূ... এদিনতে গোটেইখিনি শুনিবলৈ মন যায়..... আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏 🙏 🙏 🙏
কৃষ্ণ প্ৰভু মইআপোনাৰ পৰা কৃষ্ণ কথা শুনি ভাল লাগিছে
কৃষ্ণ প্ৰভুজনা সেৱা জনালোঁ 🙏🙏🙏
যি সকলে বিশ্বাস কৰা নাই তেও লুকে সৃষ্টিৰ পুৰাণ পঢা নাই ।তেও লুকে পঢি লেহে বিশ্বাস কৰিব ।ৰাম কৃষ্ণ
প্ৰভু,সেৱা জনালোঁ।মনোৰম পাঠ,বাখ্যা শ্ৰৱণ কৰি ধন্য হলো।প্ৰভু আদি নিৰঞ্জনৰ নাভিৰ পৰা উৎপন্ন ব্ৰহ্মা,সত্যলোকত সু তল বা হিমা লয় ত স্থাপিত ভগবান শিৱ আৰু বৈকুণ্ঠৰ ঈশ্বৰ আনহাতে আজি পাঠত শুনা ঈশ্বৰৰ তিনি ভাগ হৈ ব্ৰহ্মা,শিৱ,বিষ্ণু তিনি অংশে অৱতাৰ ৰ মাজত কিবা প্ৰভেদ আছে নেকি,প্ৰভুজনে বুজাই দিলে ধন্য হম ।দোষ হলে মাৰ্জনা কৰে যেন।প্ৰভুজনাৰলগতে সকলো শ্ৰোতা বাপ,আই মাতৃ সকলক ঈশ্বৰে যেন কুশলে ৰাখে কামনা কৰিলোঁ ।কৃষ্ণ...
কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনি মনটো বহুত ভাল লাগিল নজনা কথা শুনি পৰম শান্তি পালো প্ৰভু পবিত্ৰ শাওণ মাহৰ ৰুদ্ৰ দেৱৰ বৃত্তানত শুনি লো প্ৰভু শাওণ মাহৰ ৪ তাৰিখে নাতিনীতোৰ জন্ম দিনত আশিৰবাদ কৰক ৬বছৰ পূৰ্ণ হ'ল আপোনাৰ কল্যাণৰ বাবে সেৱা জনালোঁ প্ৰভু কৃষ্ণ কৃষ্ণ
ঈশ্বৰৰ কৃপা হওঁক
কৃষ্ণ কৃষ্ণশতকৌটি প্ৰণাম।আপোনাৰ ৰসময় ভাগৱত শ্ৰৱণ কৰি দুৰ্দিন' আপদ 'বিপদ পাহৰি গৈছোঁ ।গুৰু দুজনাৰমতে বিপদ তাকেহে কয়-
"সেহিসে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নোহয় দুৰ্দিন ।
হৰি-কথা-অমৃতৰ সম্যকে - আলাপ - ৰসে যিটো দিন হয় বিহীন " ।।নাঃ ঘোঃ ।
"সম্পদকো জানা নুহি সম্পদ । জানা আপদকো নুহি আপদ ।।পৰম সম্পদ হৰি ভকতি। আপদ জানা হৰি বিৰকতি" ।।কীঃ । পুনৰ সেৱাৰে°°°° কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ প্ৰভু জগত পিতা কৃষ্ণ
হে কৃষ্ণ কৃপাময় কি লিলা ৱৰ্ণাছে তোমাৰ। তোমাৰ মহিমা শুণি আছৰিত হলো প্ৰভূ। কৃষ্ণ সেৱাভাগ গ্ৰহণ কৰিবা প্ৰভূ। কৃষ্ণ কৃষ্ণ
কৃষ্ণ শঙ্কৰগুৰু মাধৱ সশ্ৰদ্ধাৰ সেৱা জনাইছো কৃষ্ণ।
কৃষ্ণ প্ৰভু আমি আপোনাৰ দ্বাৰা পৰিচালিত ভাৰ্গৱত পাঠ শুনি পাৰমাথিক ভাব হৃদয়ত অনুৰণনিত হৈছে সেয়েহে আপোনাৰ চৰনেসেৱা নিবেদিছোঁ
কৃষ্ণ বাপ আনন্দ ব্ৰহ্ময়ে আপোনাৰ চৌপাশ আনন্দ ময় কৰি তুলিছে। আনন্দ ব্ৰহ্মক যিটো কৰে সেৱ তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ ৰাম
কৃষ্ণ প্ৰভূ । ভাগৱতৰ এই সৃষ্টি
বৰ্ণন কথা খিনি আপুনি ইমান
সুন্দৰ ভাবে ব্যাখ্যা কৰিছে আমাৰ মন প্ৰাণ জুৰ পৰি গৈছে
আজি যদি আমি " গৃহবন্দী "
হৈ নাথাকিলো হেতেন তেন্তে
আপোনাৰ এই মহান ভাগৱতৰ
অমৃত বাণী বিলাক কেতিয়াও
শুনিবলৈ নাপালোঁ হেতেন । কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহণ
কৰিব ।
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️
Krishna 🙏 bap🙏brohma ,bisnu, mohesorr pisot akow porom purukh vogobonto kun bap🙏olp bujai kobsun Krishna 🙏.
চাৰি সিদ্ধ কথা শুনি ভাল লাগিল। কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা নিৱেদিলো। 🙏🙏
Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় ৰাম ৰাম সেৱা গ্ৰহণ কৰিব বাপ
Krishna dhany halo Bap ............khub bhal lagil Apunar kripa .......
কৃষ্ণ বাপ,আপোনাৰ শ্ৰীমূখে ভাগৱত বাখ্যা শুনি নিজকে ধন্য মানিছো । 🙏🙏
👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |
Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏 sewa laba baap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna probhu, porom akhare batsai thaku, dintur prothom aru prodhan bhagowotkotha srobon kora, apunak probhue kukhole rakhok, krishna krishna.
Krishna krishna bapjana sewa janaisu krishna
Krishna Ram Krishna Ram mone sumoroy kripa karile Gurudev onek kouti jonome Pranam jonabo paai bhut2 I am happy SirRiju dada
Pranam pitaji........val lagil.....bahut.....
Krishna pravu 🙏 bohut vl lagil aru Santi palu
কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক আপোনাৰ আশীৰ্বাদত আমিও ভালে আছো আপোনাৰ বহুমূলীয়া অমৃত বানী শুনিবলৈ পায় ধন্য হলো
উুুু
@@nagenpathak3425 '"'''
ধন্য প্ৰভু জন । শ্ৰৱণৰ শেষৰ ফালে নিচিন্তি নোৱাৰিলো । ভাগৱতৰ ব্যক্তব্য এবাৰ ভাষণ শুনা অথবা গ্ৰন্হ এখন এবাৰ পঢ়িলে বুজি পোৱাৰ দৰে হোৱা হলে নিশ্চয় অামি কিমান দুৰলৈ সু-শৃংখলিতহৈএটা জীৱনশৈলীৰ অসমীয়া জাতিটো অাগবাঢ়ি যাব পাৰিলোহেতেন কল্পনা কৰিবলৈকও অাচৰিত লাগে । ভাগৱত সুখ পাঠ্য অথচ গভীৰ বিষয় বস্ত সম্পন্ন । বহু উচ্চ শিক্ষিত লোকে ভাগৱতৰ কথা অবিস্বাষ্য বুলি ভাৱে তেনে ষ্থলত সৰ্ব্বসাধাৰণে বিস্বাস নকৰাটো ডাঙৰ কথা নহয়। ভগৱন্ত প্ৰভুৰ কৃপা বৰিষণ হব লাগিব তেতিয়া ভক্তি ভাৱ জাগৃত হব অাৰু অমৃত্তোপম ভগৱত কথা বিস্বাস কৰিব পাৰিব। অপৰাধ ভঞ্জনৰ হেতু প্ৰাথৰ্ণা থাকিল ।
🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏 সেৱাহে বাপজন ।মই যেতিয়া ভাগৱত পাঠ শুনো তেতিয়া কাল্পনিক বিস্বাস অবিশ্বাস এই বোৰ ভাবি নুশুনো। মই এটাই কথা জানো যে প্ৰভূ ভগৱন্ত সকলোৰে হৃদয়ত আছে মাত্ৰ আমি উপলব্ধি কৰিব চেষ্টা কৰিব লাগে। মই কৃষ্ণৰ জন্ম স্থান মথুৰা নগৰিলৈ যোৱাৰ সৌভাগ্য হৈছিল তাত দেখিলো সৰু লৰা - ছোৱালীৰ পৰা ডেকা - বুঢ়ালৈ মুখত মাত্ৰ কৃষ্ণ ভগৱন্তৰে নাম লৈ থাকে। কিন্তু আমাৰ ইয়াত বিতৰ্ক বেছি দেখা পোৱা যায়। কৃষ্ণ।। 🙏🙏
কৃষ্ণ বাপ সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। ভক্তি ৰসেৰে মন প্রাণ আনন্দিত হৈছোঁ। এনেকৈ যেন ভাগৱত শ্রৱণ কৰিবলৈ পাই থাকো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ।
কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
🙏 কৃষ্ণ ,শঙ্কৰ গুৰু হৰি ৰাম ৰাম।
হেপ্রভু জন অপোনালৈ শত কৌটি প্রণাম
কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏🙏
Krishna Baap Parnam 🙏🙏🙏🙏
Jai shri krishna 🙏🙏🙏
Krishna, bap sewa lab 🙏🙏🙏Krishna.
কৃষ্ণ বাপ !
প্ৰণিপাত নিবেদিলোঁ চৰণত, স্বীকাৰ কৰিব প্ৰভূ | ভাল লাগিছে ভাগৱতৰ মধুময় ব্যাখ্যাৰে আমাৰ মন প্ৰাণ ঈশ্বৰমুখী হ'বলৈ অনুপ্ৰাণিত কৰি কৃতাৰ্থ কৰা বাবে | অতি মনোৰম আৰু মনোগ্ৰাহী হৈছে ভিডিঅ ভাগ |
ধন্যবাদ বাপ | কৃষ্ণ বাপ, কৃষ্ণ.......
Prabhu ati hukhi .halu bhagawat sraban kari pranam prabhu
Krishna Krishna Ram Ram 🙏🙏🙏🙏
Was introduced to spirituality when I was 17. Listened to the audiobook version of the Bhagawat Gita. The feeling is absolutely divine and life changing. Little now I realize why Hinduism is a way of life and salvation.
কৃষ্ণ পভু চৰণত সেয়া নিবেদিলো ।
কৃষ্ণ কৃষ্ণ 🙏 বাপ মহাভাৰতৰ চৰনকমলত কৌতি কৌতি প্ৰণাম জনালোঁ ঈশ্বৰে আপোনাসবক কোশলে ৰাখক আমি এইদৰে প্ৰায় ভাগৱতৰ অমৃত ৰখশুনাৰসোভাগ পাম
🙏🌺krishna Baap Prnam🌺🙏
ৰাম কৃষ্ণ হৰি
Krishna Krishna Krishna prabhudev pronam to you.
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ । কৌটি কৌটি প্ৰণাম জনাইছোঁ । বাপ ঈশ্বৰ আপোনাৰ চৰণতো দাসীয়ে সেৱা নিবেদিছো ।সেৱা ভাগ গ্ৰহণ কৰিব ।আৰু আশিবাদ কৰিব যাতে এনেকৈয়ে আপোনাৰ ভাগৱত শ্ৰৱণ কৰি ধন্য হ'ব পাৰো ।
কৃষ্ণ কৃষ্ণ মধুৰ বাক্ষ্যাই আমাৰ কলোষিত মনক পোহৰৰ ৰাট দেখুৱাই দিছে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ । সেৱা ধৰিলো গ্ৰহন কৰিব ।
🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
প্ৰণাম জনালো প্ৰভু..ক়্ষ্ণ.🙏🙏🙏
Krishna Krishna Sewa jonaisu 🙏🙏 🙏🙏
Ram Ram Ram Krishna Krishna Krishna.
Joi guru Sankar 🙏🙏🙏🙏🙏
কৃষ্ণ 🙏 প্ৰভুজনা ।
ঈশ্বৰৰে সৰ্বদা আপোনাক কুশলে ৰাখক এয়াই আমাৰ প্ৰাৰ্থনা ।।
Krishna krishna krishna bap
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব । আপোনাৰ এই ভাগৱতৰ অমৃত বানীয়ে আমাৰ মন প্ৰফুল্ল কৰিবলৈ আশীৰ্বাদ কৰিব ।
"কৃষ্ণ প্ৰভু সুপ্ৰভাত, গুৰুৰ কৃপাত আপোনাৰ শ্ৰীমুখে পোৱা আশীৰ্বাদত পৰিয়ালসহ কুশলে আছো। আপোনাৰ সবাৰো দীঘায়ু কামনাৰে জয় জগত গুৰু।''
প্ৰনাম প্ৰভু 🙏🙏🙏
সেৱা আগবঢ়োলো 🙏🙏🙏🙏🙏🙏🙏
পণাম পভু আপোনাক ভগবানে কুশলে রাখক ।
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ওঁম হৰি নাম লৈ আমাৰ মাজত আপুনি সদায় আমাৰ মাজত জাকত জিলিকা হৈ থাকক মাধৱ প্ৰভু ।আপোনাক শতকোটি প্ৰণাম প্ৰণাম প্ৰণাম ।আমাৰ সকলোৰে ভাল আশা কৰোঁ আপোনাৰ লগতে পৰিয়ালৰ মংগল কামনা কৰিলোঁ ।কূষণ কৃষ্ণ কৃষ্ণ মাধৱ প্ৰভু আপোনাৰ জয় জয় হওঁক ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃ।
বহুত বহুত ধন্যবাদ পাাঠকদেৱ।
কৃষ্ণ বাপ আপোনাৰ কন্থে নিগৰিত অমৃত ৰস মহা ভাগৱত শ্ৰৱণ কৰিছোঁ প্ৰথমৰ পৰা নাপালোঁ যদিও একাদিক্ৰমে আপোনাৰ অমৃত ৰস পাম বুলি আপোনাৰ চৰনত সেৱা জনালো কৃষ্ণ
Krishna prabhu vhagawan apunak vala rokhah
Krishna Krishna bap hawajonalu
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবিদীনো
Bapjona krishno krishno
Krishna, aapunar bhagwatr maje maje bargeet bar sumadhur lage suni bar santosh pau Krishna
কৃষ্ণ কৃষ্ণ বাপ মই গোলাঘাটৰ পৰা অবিৰত ভাৱে ভাগৱত পাঠ শুনি আছো শুনি বহোত সুখী হৈছো আপোনাৰ চৰণত সেৱা জনাইছো
কৃষ্ণ কৃষ্ণ প্ৰভু,কৃপা কৰিব।
কৃষ্ণ প্ৰভু 🙏 সেৱা গ্ৰহণ কৰিব। আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি ধন্য হৈছো।কুশলে ৰাখক আপোনাক ভগৱন্তই।
প্ৰভু, ভগৱানৰ যি ২১টা লক্ষণ আছিল সেই কেইটা পাৰে যদি জনাব চোন ।