এইবাৰ আমাৰ বিহুত তামুলী দা আৰু বিভিন্ন প্ৰতিযোগিতা//Tamuli da Comedy//S ASSAM WORLD//Sameeran Vlogs
ฝัง
- เผยแพร่เมื่อ 17 ม.ค. 2022
- নমস্কাৰ 🙏
ভোগালী বিহুৰ পাৰ ভঙা উৎসাহ আৰু তামুলী দাৰ কৌতুক আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। সকলোৱে ভিডিও টি চাব ।
আৰু হাঁহ ধৰা খেল , বাহুবলী( পিছল খুঁটাত বগুৱা )খেল আপোনালোকৰ বাবে ইয়াৰ পিছৰ ভিডিও ত আপোনালোকৰ বাবে আগবঢ়াই দিম ।
সকলোৱে ভিডিও টি চাব আৰু Like, Comment, Share কৰাৰ লগতে চেনেলটি Subscribe কৰি দিব😍
#SASSAMWORLD#
#tamulida#
#tamulidacomedy#
ধন্যবাদ
Sai bohut val lagile
Bhouth val lagil
Vl lagil..sai
Val lagil 🥰🥰🥰
Val lagil sai 💐💐
Bohut val lagil..aru agbahi jauk😁
Val hoisy Bohut
ধন্যবাদ
এই মজা। বঢ়িয়া হৈছে 👍
ধন্যবাদ জনালোঁ
Val lagil
Dhonyobad
খুউব সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰিলোঁ। নিজৰ জন্মভূমি অঞ্চলৰ এনে সুন্দৰ অনুষ্ঠান দেখিলে মন প্ৰাণ ভৰি পৰে। আৰু আগুৱাই যোৱা তাকে কামনা কৰিলোঁ। সমীৰণ তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিবাচোন।
আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ । মোৰ ঘৰ খনামুখ টিপমীয়াত । আপুনি মোক Facebook ত request পঠাব । তাতে ভালকৈ পাতিম...এইটো মোৰ fb ৰ লিংক facebook.com/sameeran.saikia.5
Thanks. Moi khanamukh napamor.
Hundor lagil❤️🙏
সুন্দৰ 👍
Val lgil sai
ভাল লাগিল চাই ।আৰু এনেকুৱা ভাল ভাল ভিডিঅ বনাই যাব বুলি আশা ৰাখিছোঁ🙏🙏
Mojaa❤️❤️
Nice bro.. 😍😍
Mojjja
দ্বিতীয় খণ্ডটো অতি সোনকালে আহিব বুলি আশা কৰিলো। 😊😊💪💪
আহি আছে সোনকালে
কাতি বিহু মাঘ বিহু আৰু বহাগ বিহু ভোগালি বিহু কেতিয়া ওলাল।
হয় নেকি, মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়।আপুনি হয়তো নাজানে। সামাজিক মাধ্যম ত কমেণ্ট কৰাৰ আগতে ভাল দৰে বিষয় টো জানি লব । আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ বহাগ বিহুক ৰঙালী ,কাতি বিহুক কঙালি,আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ