মাজুলীৰ ভাওনাথলীত নোহোৱা নোপোজা ঘটনা, নৃসিংহ মুৰাৰীৰ ভাও লোৱা ভাৱৰীয়াৰ অস্বাভাৱিক আচৰণ

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • মাজুলীৰ ভাওনাথলীত নোহোৱা নোপোজা ঘটনা। নৃসিংহ মুৰাৰীৰ ভাও লোৱা ভাৱৰীয়াৰ অস্বাভাৱিক আচৰণ। কোনোবাই সেই দৃশ্য দেখি ভাওনাথলীৰ পৰা পলায়ন কৰে, আন কোনোবাজন হৈ পৰে অচেতন। প্ৰশ্ন উঠিছে, সমগ্ৰ ঘটনা ভ্ৰম আছিল নে অন্ধবিশ্বাস
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 523

  • @entertainmentcenter9139
    @entertainmentcenter9139 2 ปีที่แล้ว +170

    ভক্তি কেৱল প্ৰহ্লাদৰ হে থাকি গল কলি যুগত । প্ৰহ্লাদ ৰ পৰ্থনত হে তেওঁ সন্তুষ্ট হয় ভগবানৰ লীলা কৃষ্ণ 🙏🙏🙏🙏🙏🙏

    • @priyaborgohain2479
      @priyaborgohain2479 2 ปีที่แล้ว +6

      Moiu fagunot patisilu. Aivag. Bohut dhuniake hoi. Gol. Kunubai jodi ajanite kiba dukh logaise. Tau jate maf kori die. 🙏🙏🙏

  • @mr.saikia8158
    @mr.saikia8158 2 ปีที่แล้ว +161

    মইয়ো ভাও গাও৷যদি একান্ত নিষ্ঠাৰে চৰিত্ৰটোত সোমায় পৰা হয় তেনে সেই চৰিত্ৰটোৰ দৰে অনুভৱ হয়৷ভগৱানৰ কৃপাদৃষ্টি সদায় থাকে ভাও কৰোতে৷কান্দো বুলিলে কান্দিব পাৰি হাহো বুলিলে হাহিব পাৰি৷কেৱল ঈশৰৰ লীলা এইয়া৷কোনো অন্ধবিশ্বাস নহয় এইয়া৷ভাওনাক লৈ যিটি খৱৰ নিদিব৷ঈশ্বৰৰ মহত্ত্ব বুজি শুনি লওঁক

  • @probodhmedhi6219
    @probodhmedhi6219 2 ปีที่แล้ว +49

    কৃষ্ণ কৃষ্ণ হে বুলিছো প্ৰভু এইয়া কি দেখিছোঁ । প্ৰভু ভগৱন্তই যাতে একো অপাই অমঙ্গল নকৰে । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @mymemorialmoments3416
    @mymemorialmoments3416 2 ปีที่แล้ว +70

    ওমঁ নমো ভগৱতে বাসুদেৱায় ৷মই নিমিত্ত ভক্ত হিচাবে গীতা,ভাগৱত আৰু দুয়োজনা গুৰুৰ শ্ৰী চৰণত সেৱা জনাই প্ৰকৃত সত্য বেকত কৰিছো ৷মহাহৰি প্ৰভূ দৰ্শন দিয়াৰ লগতে কলিকালত অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ ভগৱানে ভক্তক এৰি নিদিয়ে৷কলিকালত দেৱগণ অসন্তুষ্ট ,সকলোৱে নৃসিংহৰূপত আছে ৷ধৰ্ম গ্ৰন্থৰ গূঢ় আৰু গাঢ় তত্ত্ব নাজানিলেও ৰাম বা কৃষ্ণ বুলি ক’লেও ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি ৷
    আশা কৰো দুয়োজনা গুৰুৱে একান্ত ভক্তক আৰ্শীষ প্ৰদান কৰিব,বিপদগ্ৰস্ত জনক চৰণত ঠাই দি উদ্ধাৰ কৰিব ৷
    শেষত গুৰু, দেৱ ,নাম,বৈষ্ণৱক সেৱা জনালো ৷

    • @romonhagjer2653
      @romonhagjer2653 2 ปีที่แล้ว +2

      শংকৰৰ কাষৰ পৰা 😥মাধৱক আতৰাই
      😡ajan😡 নামৰ বিধৰ্মি এটাক শংকৰৰ একে শাৰীতে (শংকৰ😡ajan) স্থান দি মাধৱক অপমান কৰাৰ ফল চেকুলাৰ, ভণ্ড, নিলাজ অসমীয়াই তিল তিল ভুগিব লাগিব । এইয়া তাৰেই আগজাননী দিছে ভগৱানে । মানে অসম আৰু অসমীয়া যে ধংসৰ দিশে গতি কৰিছে এইয়া তাৰেই এটা সৰু উদাহৰণ ।

    • @pobonboruah361
      @pobonboruah361 2 ปีที่แล้ว +1

      মদ খাই পাগলামী koresa

    • @mgsatech9384
      @mgsatech9384 2 ปีที่แล้ว

      Eibor a ko nai aajir dinat , 1 ta Full khai loisile control koribo nowarile nijoke, bas emane

  • @tapanray552
    @tapanray552 2 ปีที่แล้ว +30

    দেৱতা সকলোৰো সাধ্য নাছিল এই ৰূপ সম্বৰণ কৰাবলৈ স্বয়ং লক্ষ্মীদেৱীও নোৱাৰিলে একমাত্ৰ ভক্ত প্ৰহ্লাদৰ প্ৰাৰ্থনাত হে সন্তুষ্ট হৈ
    ৰূপ সম্বৰণ কৰিলে৷ভাগৱতৰ কথা যেন প্ৰমণিত হ’ল ৷এয়া একান্ত ভাব আৰু বিশ্বাসৰ ফল৷
    কৃষ্ণ৷

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 ปีที่แล้ว +92

    কৃষ্ণ..এই অস্বাভাবিকতাৰ আঁৰত ভাৱৰীয়াৰ নৃসিংহ চৰিত্ৰত সম্পূৰ্ণভাৱে মগন হৈ যোৱাটো..এটা কাৰণ হ'ব পাৰে।

    • @romonhagjer2653
      @romonhagjer2653 2 ปีที่แล้ว

      আৰু শংকৰৰ কাষৰ পৰা মাধৱক আঁতৰাই ajan নামৰ জেহাদী এটাক শংকৰৰ একে শাৰীতে স্থান দি 😥মাধৱক অপমান😥 কৰাৰ ফলত ভগৱানৰ অসম আৰু অসমীয়াৰ প্ৰতি হোৱা ঘৃণাৰ এনেকৈ বহিঃপ্ৰকাশ ঘটিছে ।

  • @rinjukalita6152
    @rinjukalita6152 2 ปีที่แล้ว +45

    কৃষ্ণ কৃষ্ণ প্ৰভু ,হে ভগবান 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @hemantabora8987
    @hemantabora8987 2 ปีที่แล้ว +41

    ভাওনাত কোনো দোষ হোৱা নাই বুলি ভাবোঁ, এয়া ভগৱান বিষ্ণুৰ কৃপা দৃষ্টি হে য়ে তেওঁৰ স্থিতি অসমবাসীয়ে দশণ কৰিবলৈ সক্ষম হৈছে।

  • @air33-ias53
    @air33-ias53 2 ปีที่แล้ว +11

    ৰমানন্দ সাগৰৰ পুৰণি ধাৰাবাহিক শ্ৰীকৃষ্ণ ৰ চৰিত্ৰত থকা সব্দমন বেনাৰ্জী দেৱৰ লগতো বহুবাৰ শ্বুটিং ৰ সময়ত এনেকুৱা ৰহস্যময় ঘটনা হৈছিল।
    জয় শ্ৰী কৃষ্ণ 🚩 জয় শ্ৰী শ্ৰী নৃশৃংহ মুৰাৰিৰ জয়🙏

  • @poyubhoragogoi7258
    @poyubhoragogoi7258 2 ปีที่แล้ว +13

    তেখেতে একেৰাহে আখৰা কৰি থকাৰ বাবে বা দিনে ৰাতিয়ে ভাওটোৰ লগত জড়িত হৈ থকাৰ বাবে তেওঁৰ অৱচেতন মনত (sub conscious mind) নৃসিংস মূৰাৰীয়ে প্ৰভাৱ পেলাই আছিল। সেয়ে তেওঁও নৃসিংস মূৰাৰীৰ দৰে আচৰণ কৰিছিল। প্ৰভূ ভগৱন্তৰ আস্থাৰ প্ৰতি তেওঁ নিজকে বিলীন কৰি দিছে। ঔঁ নমো নাৰায়ণ! 🙏

  • @dhrubabardoloi7599
    @dhrubabardoloi7599 2 ปีที่แล้ว +12

    ঠিকেই কৈছে মানিলে ধান নামানিলে পটাণ, ঠিক তেনেদৰে মানিলে ভগবান নামানিলে সেয়া এক ভাওৰীয়া চালনা , আজি আমি ইমান দিনে ভাগবতত শুনিবলৈ পাই আহিছো, বা টিভিত দেখি আহিছোঁ যে, ভগবান শ্ৰীবিষ্ণুৰ এই নৰসিংহ ৰূপটো সমষ্টৰ দেবগনে ঐ শান্ত কৰিব পাৰা নাছিল ,,একমাত্ৰ ভক্ত প্ৰহলাদৰ বাহিৰে, আৰু সেই আজি আমি ইমান দিনে শুনি থাকা ,বা টিভিত দেখি থাকা আজি সত্য প্ৰমাণিত কৰিলে ভগবান শ্ৰীবিষ্ণু য়ে।

  • @theamazingnature6746
    @theamazingnature6746 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ, প্ৰভু তুমি কৃপাৰ সাগৰ, দয়া কৰা প্ৰভু, তুমাৰ শ্ৰী চৰণত শত কোটি সেৱা জনাইছোঁ প্ৰভু 🙏🙏🙏

    • @romonhagjer2653
      @romonhagjer2653 2 ปีที่แล้ว

      এইয়া অসম আৰু অসমীয়াৰ প্ৰতি শ্ৰীবিষ্ণুৰ অসন্তোষ্টিৰ বহিঃপ্ৰকাশ ঘটিছে । মানে এইয়া কিছুমান চেকুলাৰ, ভণ্ড, নিলাজ অসমীয়াই শংকৰৰ কাষৰ পৰা মাধৱক আঁতৰাই ×ajan× নামৰ বিধৰ্মী এটাক শংকৰৰ একে শাৰীতে স্থান দি মাধৱক অপমান কৰাৰ ফল । মানে অসম আৰু অসমীয়া যে ধংসৰ দিশে গতি কৰিছে এয়া তাৰেই আগজাননী ।

  • @utpaltalukdar2679
    @utpaltalukdar2679 2 ปีที่แล้ว +47

    It happens due to his love for Lord ,dedication in that act and complete submerge .One person died in separation of Ramchandra (when Ramchandra was leaving for 14year Banabash), while he was acting as Dasarath Maharaj in Ramlila.

    • @fftrix264
      @fftrix264 2 ปีที่แล้ว +5

      Yah You are absolutely Right🙂

    • @romenjit7549
      @romenjit7549 2 ปีที่แล้ว +2

      🙏🙏🙏🙏🙏🏻🙏🏻🙏🏻🙏🙏🏻🙏🙏🙏

  • @tulumonigogoi-er6wn
    @tulumonigogoi-er6wn ปีที่แล้ว +1

    Krishno🙏🙏🙏

  • @user-ee4gf8ue1y
    @user-ee4gf8ue1y 2 ปีที่แล้ว +17

    এয়া আছিল যে ভগৱান আজিও আছে 🙏🙏🙏

  • @nayankakati4143
    @nayankakati4143 2 ปีที่แล้ว +52

    ভগবানক অগাদ বিশ্বাস কৰে এওলোকে,,,মোৰ ঘৰ নলবাৰী ত ভাওনা মই দেখা এ নাছিলো,এবাৰ মই মাজুলীৰ ভাওনা কাজিৰঙাত চাইছিলো এইখন এ ভাওনা, মই নাটকৰ নিছিনা ছাই আছিলো ছাই বহুত এ ভাল লাগিছিল,, শেষৰ পিনে ভাওনাত ভগবান বুলি অভিনয় কৰা মানুহ কেইজনক সেৱা কৰিব ধৰিলে ৰাইজে,,, তেতিয়া হে বুজিলো ভাওনা নাটক নহয় ,, বিশ্বাস নিজৰ ওপৰত ভগবান বুলি ভাবিলে ভগবান এ, আমাৰ মনত কিন্তু অভিনয় এ হব , অভিনয় কৰি কান্দিলে ও চকু পানী ওলাই

    • @user-nk4qc7rw5s
      @user-nk4qc7rw5s 2 ปีที่แล้ว

      মাত্ৰ এবাৰ আপুনি নৃসিংহৰ মুখাভাগ পৰিধান কৰক। বাকিবোৰ নিজে গম পাব

  • @pratimgogoi454
    @pratimgogoi454 2 ปีที่แล้ว +30

    Jai bishnu prabhu 🙏

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 ปีที่แล้ว +14

    ওঁ বিষ্ণু দেৱায় নমাহ:🙏

  • @Pk-dx9rn
    @Pk-dx9rn 2 ปีที่แล้ว +31

    কৃষ্ণ কৃষ্ণ🙏

  • @MegaDevajit
    @MegaDevajit 2 ปีที่แล้ว +11

    Bhool bhulaiya r nisina...তেওঁ বেছিকৈ সোমাই গল চৰিত্ৰটিৰ ভিতৰত...নিজকে সেই চৰিত্ৰটো বুলি ভাবি লয়।।।কৃষ্ণ

    • @lsd4889
      @lsd4889 2 ปีที่แล้ว

      vai hbbbb

    • @assamunlimited348
      @assamunlimited348 2 ปีที่แล้ว +2

      জয় গুৰু শংকৰ

    • @zacian4579
      @zacian4579 2 ปีที่แล้ว

      DID buli koi .

  • @nayansaikia4070
    @nayansaikia4070 2 ปีที่แล้ว +56

    কৃষ্ণ ❣️👍

  • @lachithazarika1142
    @lachithazarika1142 2 ปีที่แล้ว +171

    কেতিয়াবা ভাও লোৱা চৰিত্ৰৰ মাজত গভীৰভাৱে সোমাই পৰিলে এনেকুৱা হয়।

    • @arunav_creations
      @arunav_creations 2 ปีที่แล้ว +6

      হয়

    • @mahanandakalita6880
      @mahanandakalita6880 2 ปีที่แล้ว +4

      Hoi

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 2 ปีที่แล้ว +4

      হয়🙏

    • @hunter25297
      @hunter25297 2 ปีที่แล้ว +4

      তই খুমাই পাইছা নেকি সুটমাৰণি

    • @arunav_creations
      @arunav_creations 2 ปีที่แล้ว +9

      @@hunter25297 axomiya vauna sai paise dodai. Nai pua jodi ebar nijor maa deutak xudhibo, teuluke kobo. Eibur ghotona swavabik.

  • @hemantabora8987
    @hemantabora8987 2 ปีที่แล้ว +4

    এযা স্বয়ং ভগৱান স্থিতি হৈছিল।

  • @ajitgogoi4420
    @ajitgogoi4420 2 ปีที่แล้ว +14

    Om namah shivay Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bikashdeka8436
    @bikashdeka8436 2 ปีที่แล้ว +5

    🌺🌸🌼🌼🌼🌺🌼🌸হে প্ৰভু কৃষ্ণ কৃষ্ণ🌺🏵️🌺🌼🌸🌻🌺🙏

  • @ismitapatowary5671
    @ismitapatowary5671 2 ปีที่แล้ว +1

    Ohhhh Aiiii

  • @toysme4995
    @toysme4995 2 ปีที่แล้ว +31

    Ketiyaba ene hoi... bhaworiya jon xei soritrotut enekoi xumai pore je tekhete nijoke xeijon buliyei bhabi loi..

    • @pranjalkayshop13
      @pranjalkayshop13 2 ปีที่แล้ว

      কুলাচলৰ মুক্তি লাভ ভাওনা আৰু নৃষিংহ মুৰাৰি মহাপুৰুষীয়া,, নাটক দুভাগ বহুত অপাৰ মহিমা,,🙏🙏🙏 আৰু সকলো ভাওনাৰ অপাৰ মহিমা আছে, গুৰু জনাৰ চিষ্ঠি

  • @pranjoldutta7038
    @pranjoldutta7038 2 ปีที่แล้ว +23

    জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿সেৱা হে জনালোঁ🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿

  • @nabadiprajkhowa6350
    @nabadiprajkhowa6350 2 ปีที่แล้ว +1

    Krishno provu doya kriba❤❤❤❤😘😘😘

  • @Barshabora28
    @Barshabora28 ปีที่แล้ว +1

    জয় শ্ৰী কৃষ্ণ

  • @mrinaldutta3949
    @mrinaldutta3949 2 ปีที่แล้ว +9

    He provu tumr usrt hoto kouti pronam.....Krishna provu

  • @pratapdas1113
    @pratapdas1113 2 ปีที่แล้ว +6

    The spiritual ray come to earth

  • @Lovemusic0133
    @Lovemusic0133 2 ปีที่แล้ว +3

    এইয়া ভগৱানৰ লীলা🙏

  • @hridayjaannath5313
    @hridayjaannath5313 2 ปีที่แล้ว +1

    ৰাম ৰাম , জয় শ্ৰীৰাম

  • @rajeshchakraborty3142
    @rajeshchakraborty3142 2 ปีที่แล้ว +4

    Vogobanor mahima opar.....🙏🙏

  • @simantabora.6999
    @simantabora.6999 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয গুৰু শংকৰ

  • @biswajitsaikia7442
    @biswajitsaikia7442 2 ปีที่แล้ว +5

    JAI NIHINGO MURARI JAI JAI🙏🙏🙏🙏🙏

  • @dipsikha5747
    @dipsikha5747 2 ปีที่แล้ว +10

    কৃষ্ণ, কৃষ্ণ,,🙏🙏🙏

  • @ankurchamuachannel9512
    @ankurchamuachannel9512 2 ปีที่แล้ว +2

    Krishana🙏

  • @sumsumiofficial3432
    @sumsumiofficial3432 2 ปีที่แล้ว +1

    এইয়ে হৈছে ভগৱানৰ লীলা। কৃষ্ণকান্ত 🙏🙏

  • @SumanDas-kz4xw
    @SumanDas-kz4xw ปีที่แล้ว

    Krishna Krishna 0:44 0:46 🙏🙏🙏👏

  • @lakhinandansaikia5356
    @lakhinandansaikia5356 2 ปีที่แล้ว +4

    Ram kriso ram krisno🙏🙏

  • @AnitaRajbongshi1234
    @AnitaRajbongshi1234 2 ปีที่แล้ว +4

    হৰি বল হৰি বল

  • @sauravtamuli3491
    @sauravtamuli3491 ปีที่แล้ว +1

    Krishno prabhu 🕉️🕉️

  • @mrinaldutta3949
    @mrinaldutta3949 2 ปีที่แล้ว +32

    Vogowanor mohima opar...dhon Toka poisa taur agot eku a nhoi....navabibo sb ase anakua din ahibo eku a nathakibo logt ...thakibo okol hopun...krishno

  • @satyadas2404
    @satyadas2404 2 ปีที่แล้ว +2

    Guru bhamah guru bishnu guru moheswar tumiye jagotar eswar teuk xantusatta koratu bohut vabib lagib 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @khatiaxomiyalora5294
    @khatiaxomiyalora5294 2 ปีที่แล้ว +1

    Jai sri krishna 🙏🙏🙏

  • @satyajitdewri2473
    @satyajitdewri2473 2 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণৰ 🙏🙏🙏🙏🙏🙏

  • @Ridipaxom
    @Ridipaxom 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ সেৱা জনালো ।। হৰি হৰি হৰি

  • @jackey1996
    @jackey1996 2 ปีที่แล้ว

    Krishno Krishno 🙏🙏

  • @HridoyjyotiGogoi8678
    @HridoyjyotiGogoi8678 8 หลายเดือนก่อน

    ভ্ৰম নহয় অন্ধবিশ্বাসো নহয় এয়া প্ৰভু লীলা বিশ্বাস কৰা সকলে কৰিব ❤🙏🙏🙏

  • @chibanikuki1825
    @chibanikuki1825 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু ভগৱান 🙏 দয়া কৰিবা প্ৰভু।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @manashjyotidutta4323
    @manashjyotidutta4323 2 ปีที่แล้ว

    Krisna probhu.... Krisna, krisna

  • @vioray6298
    @vioray6298 2 ปีที่แล้ว

    হে প্ৰভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @dipjyotihazarika9038
    @dipjyotihazarika9038 ปีที่แล้ว

    Narayon ❤

  • @montusaikia9966
    @montusaikia9966 2 ปีที่แล้ว +3

    কৃষ্ণ 🙏🙏

  • @digantagogoi1948
    @digantagogoi1948 2 ปีที่แล้ว +8

    OM NAMAH SHIBAI BABA JI PRONAM . OM NAMAH SHIBAI BABA JI PRONAM.
    OM NAMAH SHIBAI BABA JI PRONAM.
    OM NAMAH SHIBAI BABA JI PRONAM.

  • @mrinmoykalita4286
    @mrinmoykalita4286 2 ปีที่แล้ว

    Krishna Krishna Prabhu 🙏🙏🙏 joi guru Sankar 🙏🙏🙏

  • @rumoncraft3159
    @rumoncraft3159 2 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏🙏

  • @dhrubajyotiborah818
    @dhrubajyotiborah818 2 ปีที่แล้ว +2

    কৃষ্ণ প্রভূ ❤❤❤

  • @akpegu6801
    @akpegu6801 2 ปีที่แล้ว

    Krisnh krisnh

  • @bhaskarborah9686
    @bhaskarborah9686 2 ปีที่แล้ว +1

    Sri krishnaiye Govinda raam 🙏🙏🙏

  • @lil_psy_cho5724
    @lil_psy_cho5724 2 ปีที่แล้ว +4

    কৃষ্ণ প্ৰভু 🙏
    প্ৰভু ভগৱন্ত নিজে আহিছে 🙏🙏

  • @dilipdas9924
    @dilipdas9924 2 ปีที่แล้ว

    মজা

  • @Ruuupam
    @Ruuupam 2 ปีที่แล้ว +3

    ভগবানৰ লিলা খেলা কোনো বোজিব নোৱাৰি 🙏🙏

  • @dilipdas6486
    @dilipdas6486 2 ปีที่แล้ว

    Krishno provhu

  • @littlehandique6039
    @littlehandique6039 2 ปีที่แล้ว

    KRISHNA KRISHANA 🙏 🙏 🙏 !

  • @bristiborah7868
    @bristiborah7868 2 ปีที่แล้ว +1

    🙏🙏 কৃষ্ণ প্ৰভু🙏🙏

  • @bedantahazarika5453
    @bedantahazarika5453 2 ปีที่แล้ว +40

    এনেকুৱা এটা ঘটনা ২ বছৰৰ আগত আমাৰ তিতাবৰটো হৈছিল।।

    • @RiiyanAxom
      @RiiyanAxom 2 ปีที่แล้ว

      Um hoii

    • @anuragsharma361
      @anuragsharma361 2 ปีที่แล้ว

      Bibijan t nki....xei bhaona khnr mul bayon jon amar team r e asil

    • @gargi3443
      @gargi3443 2 ปีที่แล้ว +1

      Ki hoisil hoi moiu Titabor re

    • @bedantahazarika5453
      @bedantahazarika5453 2 ปีที่แล้ว

      @@anuragsharma361 hoi

    • @bedantahazarika5453
      @bedantahazarika5453 2 ปีที่แล้ว

      @Freefire and others মহিলা এগৰাকী

  • @HardToonz-0012
    @HardToonz-0012 2 ปีที่แล้ว +1

    Provu jonai amak kipa korok.. 🙏🙏🙏🙏🙏🙏🙏🙏krishno provu

  • @dipengogoi5076
    @dipengogoi5076 ปีที่แล้ว

    🙏🙏

  • @MadhabMajuli
    @MadhabMajuli 2 ปีที่แล้ว +1

    Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏

  • @takyatenseng2395
    @takyatenseng2395 2 ปีที่แล้ว

    Krishno ,

  • @nirmalidarfang1085
    @nirmalidarfang1085 2 ปีที่แล้ว +1

    Jai Narayan

  • @babuligira1309
    @babuligira1309 ปีที่แล้ว

    কৃষ্ণ ভগৱান

  • @Hopun369
    @Hopun369 2 ปีที่แล้ว

    Krishna Krishna Krishna 🙏🙏 🙏

  • @ketrikasblog5942
    @ketrikasblog5942 2 ปีที่แล้ว +17

    Majulit jaute xunisilu j mukha pindhile pura khei saritra tu gaat lagi jai ...buli..

  • @mridusmitabaruah5919
    @mridusmitabaruah5919 2 ปีที่แล้ว

    Krishna probhu ,hokolu valkoi hol dai, Krishna

  • @uttamanandasaikia3484
    @uttamanandasaikia3484 2 ปีที่แล้ว +2

    Jai shree narayan

  • @dipenborah278
    @dipenborah278 2 ปีที่แล้ว

    Krishna provu

  • @nayansaikia8847
    @nayansaikia8847 2 ปีที่แล้ว

    Krishna vogoban 🙏

  • @mriduldevil5919
    @mriduldevil5919 2 ปีที่แล้ว +1

    Jay shree Krishna

  • @monjit85
    @monjit85 2 ปีที่แล้ว

    Prabhu...

  • @simuhandique3058
    @simuhandique3058 2 ปีที่แล้ว +3

    JAI SRI KRISHNA..

  • @suramonitvmobilereparing849
    @suramonitvmobilereparing849 2 ปีที่แล้ว

    🙏

  • @utpal6174
    @utpal6174 2 ปีที่แล้ว

    Hare krishna hare krishna krishna Krishna hare hare
    Hare ram hare ram ram ram hare hare

  • @kanakboruah2939
    @kanakboruah2939 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু।

  • @Jk70000
    @Jk70000 2 ปีที่แล้ว +1

    ।।কৃষ্ণ।।🙏🙏🙏🙏

  • @sumidvlogechanals9694
    @sumidvlogechanals9694 2 ปีที่แล้ว

    Bhagaban ahise gaat

  • @dimpiboruahhh6974
    @dimpiboruahhh6974 2 ปีที่แล้ว

    Jai Krishna ❤️❤️❤️

  • @u.vmultimedia1541
    @u.vmultimedia1541 ปีที่แล้ว

    🙏🏽

  • @sanjuktahazarika9378
    @sanjuktahazarika9378 2 ปีที่แล้ว

    Krisno

  • @mridusmitasaikia3503
    @mridusmitasaikia3503 2 ปีที่แล้ว

    কৃষ্ণ🙏

  • @ajitdutta9034
    @ajitdutta9034 14 วันที่ผ่านมา

    Jai Nihingho Murari

  • @localyoutuber1767
    @localyoutuber1767 2 ปีที่แล้ว

    Krishna vogoban

  • @kangkan.Choudhury
    @kangkan.Choudhury 2 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু 🙏😌

  • @assmescreative1883
    @assmescreative1883 2 ปีที่แล้ว

    Shree Krishna ye namah

  • @pranabdas4869
    @pranabdas4869 2 ปีที่แล้ว

    Om nomu vogobotbasu debae nomo

  • @mbvlogs1602
    @mbvlogs1602 2 ปีที่แล้ว

    Krishna ❤️🙏❤️

  • @dipanjoli6560
    @dipanjoli6560 2 ปีที่แล้ว +2

    Krishna krishna