কোনোবাই কষ্ট দিলে ৫টা কাম কৰক | সকলো জ্বলি পুৰি মৰিব | ASSAMESE HEART TOUCHING MOTIVATIONAL QUOTES |
ฝัง
- เผยแพร่เมื่อ 18 ก.ย. 2023
- কোনোবাই কষ্ট দিলে ৫টা কাম কৰক | সকলো জ্বলি পুৰি মৰিব | ASSAMESE HEART TOUCHING MOTIVATIONAL QUOTES |
About this video:
Motivational thoughts.
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
TH-cam Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
Contact for:
Content Writing
Motivational Speech
Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#assamesemotivationalvideo
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani
সুন্দৰ ৰসাল অমৃত বাণী
বহুত বহুত ধন্যবাদ
মন চুই গল কথাখিনিয়ে।বহুত ভাল লাগিল।
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
সুন্দৰ সুপ্ৰভাত
Kisuman nojona kotha bujibo patilu val lagil,jiman paru niom homuh mani soliblr sesta korim
Bahutval lagil
Thank you so much
1st time apuner Chanel tot ahisu aji potom baar apuner motivation xunisu ..bhut vll lgil 😊🫡
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
বহু বহু নজনা কথা শুনি ভাল লাগিল।ধন্যবাদ জ্ঞাপন কৰিলো ।
Thank you so much
Bohut kosto hoise oo jibontu kotabole sarthopor manuhor pora 😢😢😢😢😢
Kotha khine khuni montu bohut val lagil❤❤
Thank you so much
Bohut hundor❤❤
Has kta bhut val lagil
Bohut val lagil Dada❤❤❤
Hosa oo mou jibonot val koi aaghat palu jitu manuh mur karonei Pagol aasili heitu a muk bohut besi aaghat dile bina karonot 😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢
Bhal .lagile..akha .thakile. aru .pambuli.Thank you🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Thank you so much
Bhut vL lagil
বহুত ভাল লাগিলে
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
অতি সুন্দৰ ্
Thank you so much
Bohut xundor kotha
Thank you so much
Bhut bhut val lagil aponar motivation xini phri agaloi akou phriboloi roi thakilo dhanyabad from gàwuhati lakhara
Thank you so much
Bhal lagi se dei
Thank you so much
Thank you so much for your motivation😊
❤
Val lagil.
Thank you so much
Bahut Val lagil sir mon sui gol kotha khiniye moi nijoke rijai saisu . Prateyk tu bakyo hosa 😇😇
কিছু মান নজনা কথা শিকিলোঁ বহুত ভাল লাগিলে ধন্যবাদ 🥰 নিয়ম বোৰ মানি চলিম সময়ৰ লগত
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
Huni val lagile
অশেষ ধন্যবাদ জনালো🙏
কথাখিনি শুনি বহুত ভাল লাগিল।
Apunar kotha bur xuni aji kali moyo manuh sini powat bohut xohojote sini pau jodio agote sini paisilu ,,, aru aji kali apunar kothai xoku mukolai dise mk ,,, dhoinobat dada
অশেষ ধন্যবাদ জনালো
আপোনাৰ জীৱনটো চাগে বহুত দুখৰ মাজেৰে পাৰ হৈ অহা
বৰ.ভালাগে
Thank you so much
হৃদয় চুই গল!
Val ligel
Thank you so much
বুদ্ধিমান মানুহতকৈ হৃদ়অই বান মানুহ ভাল হয় কিন্তু তেনে মানুহক সকলোৱে কষ্ট দিয়ে।
Mur apun mnuh jn tnekua 😢kin2 sansar Maya pora eri jbo nuaru💘💘💔sharthpr aru bhut busy mnuh🥺🥺🥺
Many many Thanks.
Great
❤
🙏🙏
ইমান ভাল ভাল কথা বিলাক জনোৱা বাবে অশেষ ধন্যবাদ
Thank you so
Thank you so much
🙏 sir
বহুত সুন্দৰ কথা কৈছে ❤❤❤😊😊😊🙏
Thank you so much
Bohut val lagil
Thank you.Bahut opakar hl apunar ai videotor pora.
Thank you so much
Bohut bohut bhal lagil. Gotike dhonyabad.
Thank you so much
Apunar kotha xini xuni bohut bohut dhuniya lagise kotha keita xosa kotha koise ❤
Thank you so much
❤❤❤❤❤❤❤
অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও আপোনালোকৰ সহাৰি পাম বুলি আশা কৰিলো🙏🙏
Nice
বাক্যশাৰী কওতে শেষ নহোবালৈ screen ot বাক্যশাৰী থকাটো ভাল, bor besi dikar nohoi aibur editing korute, next bar try kore jen
🙏🙏👌👌🙏🙏
10
❤❤❤ bohut val palo
Thanks for your ❤❤❤
বহুতভাল লাগিল
Thank you so much
Love you dada
Thank you so much
Bhal lagile, DHANYABAD.
Thank you so much
Reall line... 🙏💔😭
Thank you so much
Bohut val lagile kotha khini xuni
Thank you so much
বহুত ভাল লাগিল
Thank you so much
বহুত ভাল কথা কৈছে । বহুত ভাল লাগিল ।
Thank you so much
Thikkk akei hoise mur lgt uu 🥺🤍vll lgil sai ru agbahi jaukkkk🌚🌷
Thank you so much
Val lagil khuni❤❤
অশেষ ধন্যবাদ জনালো🙏
God bless you Bro 👍
Thank you so much
Tq ❤
❤❤❤❤
Thanks right your reading bohut bhal lagil
অশেষ ধন্যবাদ জনালো🙏
🥺🥺🥺🥺
Thank you
অশেষ ধন্যবাদ জনালো 🙏🙏
Huni Val lagile
Thank you so much
Thank you Brother
Thank you so much
Very nice ❤❤❤
Thank you so much
Good video😊
Thank you so much...
❤❤❤❤❤❤❤❤❤❤❤
7
M
Bal lagisa 💝💝💝💝
Thank you so much
P
😢😢😢😢😢😢😢😢😢😅😅😅😅
Muru ghorat problem hoi thake mur husband horu horu khothat t mur logot 15/16 din met nidiye aaru mur husband suwalijoneiu muk vaal napai moi ki koru?
কি কৰিব আপোন মানুহে বহুত কষ্ট দিছে আগত বহুত কান্দিলো এতিয়া চকুপানী নোলাই।মা ঘৰৰ খবৰ ললে তেওঁ মোক বেয়া পায়,তেওঁ ঘৰৰ সৰু লৰাএটাই যদি চৰ মাৰে মই মনে মনে থাকিব লাগে,যদি মোৰ মায়ে কয় জোৱায়ে ফোন এটা নকৰে সেইটো বেয়া পায় কাৰণ আমাৰ ঘৰ অলপ দুখিয়া পাৰ্থক্য তেওঁলোকে ঘৰৰ চাউলৰ ভাত খায় মা ঘৰৰ মানুহে ছমাহ কিনি খায়। তেওঁক মই একো এটা কব নোৱাৰো তেওঁ দাং খায় উঠে আৰু সেই একেইখিনি কথা ঘৰৰ মানুহে কলে মনে মনে থাকে আৰু ধেই কথা আছে।আগত মনে মনে থাকিলো এতিয়া উত্তৰ দিওঁ ।
Thank you so much
🙏