Thank you sir.rugor karone ki protikar koribo lagibo jonabosun please.mur sualijonir khetrot apuner kothakhini gutei milise.tai 19yearor porai sakori korise ati ya 21years soli ase.atialoike 2t company tei kam korise.
সাধাৰণতে কুম্ভ ৰাশি হয়। কথা হল যদি নক্ষত্ৰানুযায়ী চাবলৈ গ'লে ধনিষ্ঠা নক্ষত্ৰৰ দুটা চৰণ(পাদ) মকৰ ৰাশিত সোমাই আছে। তেতিয়া গ আখৰটো আহে। তোমাৰ জন্ম ধনিষ্ঠা নক্ষত্ৰৰ প্ৰথম দুই চৰণত জন্ম হৈছে।আখৰাখনত নিশ্চয় ধনিষ্ঠা নক্ষত্ৰৰ প্ৰথম অথবা দ্বিতীয় চৰণ বুলি লিখা আছে।
100% milese dhoinobad guruji 🙏🙏💐🙏🙏
Thank u..bhal lagil video diyar bare..
Xosa kotha. 🙏🙏🙏
Thank you Apunar Rashisitan sai bar bhal lagil.
100% sosa kothai koise gurudev, thanks
110%correct .apunar kotha suni moi asarit hoiso. Hari Om. Gurudev
অশেষ ধন্যবাদ দিছো।
Nice video mur logot 100 % milise sir Aapuna kot log pan video juge jonab parune jonad sir🙏🙏🙏🙏🙏
এক দম সছা কথা ।
Aek, dum, hasca, cotha, ❤❤❤❤❤
Really right
ধন্যবাদ।
Dhanyabad. Aponar rashi ganana bahut bhal laga.
ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Thanku you bhal lagil❤🙏🙏🙏
Val lagil
Mor gotei milise guruji thank u aponak
মোৰ মকৰ ৰাশি আপোনাৰ কথা লগত গোটেই কেইটাই কথা এ মিলিছে...❤
ধন্যবাদ।
💯 Right 👍
প্ৰায় কথা মিলি গৈছে।
বহত বহত ধন্যবাদ ছাৰ ।
❤❤❤ thank you kahta kini Soni Val lagil joi sonidab ❤joi sonidab ❤joi sonidab ❤
আপুনি কোৱা কথা বোৰ মোৰ লগত সচা কৈ মিলি গৈছে ধন্যবাদ
Bahut bhaalpalu gurujan
Right❤❤❤
100%. Really
মোৰ লগত মিলি গৈছে সচাই বহুত ভাল লাগিল
ধন্যবাদ ।
হে ভগৱান ,,,, একদম সচাঁ কথা। মোৰ জন্ম গত মকৰ ৰাশি, এতিয়া মোৰ বয়স ৪৮ হল। মোৰ একমাত্র বিশ্বাস ভগৱান। বৈবাহিক জীৱনত ২৮বছৰ চলিত। মিছা মাতি কোনো সাৰিব নোৱাৰে,,,, ঠগবাজী কৰিলে সেই লোকক ২য়বাৰ মোৰ জীৱনৰ পৰা বিদায়। সেয়া মোৰ শহৰ ঘৰৰ হওক,,, বা মোৰ দেউতাৰ ঘৰৰে হওক। বমি কৰিলে,,, মই চাফা কৰি দিম কিন্তু মিছা মাতিলে হজম নহয়। যি কাম কৰিবলৈ সক্ষম কৰি দিম। বেছি কথা পাতি বেয়া পাও। চুপ চাপ দিনটোত কাম কৰি থাকিম কিন্তু হাই উৰুমিবোৰ বহুত বেয়া পাও।
স্বীকাৰুক্তি ভাল লাগিল।আন এটা বৈশিষ্ট হ'ল কাম এটা হাতত ললে এৰি নিদিয়ে।কিয় নহব ,হবই লাগিব মনোবৃত্তি।কামৰ মাজেৰে আগবাঢ়ি যাওক।
অভিনন্দন, মকৰ ৰাশি বিষয়ে সম্পূৰ্ণ জানিব পাৰি সুখী হ'লো ।ধন্যবাদ 👏
Thank you vallagil.
Good gurudeve
Good morning sir buhut buhut thoinabat dilu hi mokor rakhi karony
Very nice
Right ❤🎉
Bhal milise
ধন্যবাদ জনাইছো
Right koysa
ভাল লাগিল আপোনাৰ ৰাশি শিতান চাই
100% correct
ভাল লাগিল
Many many thanks
❤❤❤ thinku
Really 100% I love you uncle
Guru ji ❤ THIKE KOTHA KOISA
Apunar Katha kini soni val lagil ❤❤❤
2025 t mokor rakhi vaigo fol kanakuw katha to kole val lagibo ♥️♥️♥️🕸️🕸️🕸️
Aponar vdo bahut bhall lagise
ধন্যবাদ দিছো।
💯 right.
Vl lagile 😊
Very very nice 👍
Good morning 🙏
Karkat Rakhi to purane❤❤❤
100% Right
গুৰুদেৱ মই আপোনাক কি বুলি ধন্যবাদ দিম। মই আচৰিত হৈ গৈছো। মোৰ মানুহজনৰ মকৰ ৰাখি আৰু মোৰ বৃশিক ৰাখি। আপুনি কোৱা কথাখিনি মোৰ মানুহজনৰ লগত একদম মিলি গৈছে।
সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আগলৈ চাই থাকিব ।
🙏🙏🙏🙏🙏
🎉🎉🎉❤❤❤
Kumbho rashi dibosun
100%milise apnr koka
Mur mokor raxi xokolu milisa moi bisax korisu apunaloi srodha jonai xawara pronam jonalu krishna
ধন্যবাদ।
Sir amr lora to r ceriyar bikhoye janiba bisarisu .....tar jonm 22.2.2020 time to hol 3.9am t please sai jonabo
100%right
👍
Correct
Carrect
Jaysree
মই জোতিষ বিশ্বাস কৰো, মোৰ মকৰ ৰাশি, আপোনাৰ কথাখিনি ভাল লাগিল
100/: sure
🙏🙏👍
1974. 31. 1 Thursday. Nith
😊😊🙏🙏🙏🙏
Pura milise
কথা বোৰ একেবাৰে সত্য শুদ্ধ।
আপোনক অশেষ ধন্যবাদ জনালোঁ।
লগ পাবলৈ পাৰিম নে কি বাৰু। ফোন নম্বৰ টো পোৱা হ'লে পৰম সুখী হলো হয়।
ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Mohashoy moi bhutrini seikarone aibosartu kenekuwa hobo jonab dibosun
এই বছৰ মকৰ ৰাশিৰ মাৰ্চৰ শেষৰ পৰা ভাল হব।শনিৰ সাৰেসাতি সমাপ্ত হব। সেয়ে শুভ বুলি কব পাৰি। আধৰুৱা কামবিলাক সম্পূৰ্ণ হব।
❤
মোৰ জন্ম ১৯৮৩চনৰ ২৫জানুৱাৰি ৰাতি শিৱসাগৰ আমগুৰি
❤😂🎉 2:46 2:51 2:53 2:53
Thank you sir.rugor karone ki protikar koribo lagibo jonabosun please.mur sualijonir khetrot apuner kothakhini gutei milise.tai 19yearor porai sakori korise ati ya 21years soli ase.atialoike 2t company tei kam korise.
ধন্যবাদ দিছো।
Xakolo kotha mili goise mor God help you🙏🙏
Val lagil..online t kenekoi log pam
whats app নম্বৰৰ জৰিয়তে।
Gurji mur mne policer interview asa 5 November dina ken kuwa hb olp koi dibo sn plz
নিজৰ আত্মবিশ্বাসেৰে আগবাঢ়া। আত্মবিশ্বাসী ব্যক্তিক ভাগ্যই লগ দিয়ে।
Mor logot mili goise
Mur lara janma:21 oct. 2004,homoi:puwa9:32 21:07 minute.sikha aru sarkari hamporke anugrah kori eai phone no. Janaba buli prarthana janalu.
Hosa kotha koisa apuni .doinibad parvu.
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Hosa ktha milise kthakhini.
ধন্যবাদ।
পাৰিলে মোৰ আগন্তুক ল'ৰা ছোৱালী পৰা সুখী হৱ পাৰিনে নাই জনাব
❤😂🎉😢
Mesh Rashi to puaa nai ❤❤❤
❤😂🎉😢😮
Akebre xsa kotha
Apunar poramrkh Mur logot 100 ÷ hosa hosa hosa
মোৰ ল'ৰাটো জন্মবাৰ শণিবাৰ জেঠ মাহৰ ১ তাৰিখ বুদ্ধপু নিৰ্মা নাম জুন আপুনি যেনেক কয় ছে তেনেকায় মোয় বহুত চিন্তা কৰু বয়স ১৫ বছর
Phone number to Kiya dose phone korile nalaga je
জুনৰ তিনি তাৰিখলৈ বিশেষ কাৰণত নাপাব।এই বিষয়ে স্পষ্ট কৰি ইতিমধ্যে ভিডিও আকাৰে দিছো।
গীতামণি তো কি ৰাশি হব। মোৰ আখৰাত মকৰ ৰাশি আছে।
সাধাৰণতে কুম্ভ ৰাশি হয়। কথা হল যদি নক্ষত্ৰানুযায়ী চাবলৈ গ'লে ধনিষ্ঠা নক্ষত্ৰৰ দুটা চৰণ(পাদ) মকৰ ৰাশিত সোমাই আছে। তেতিয়া গ আখৰটো আহে। তোমাৰ জন্ম ধনিষ্ঠা নক্ষত্ৰৰ প্ৰথম দুই চৰণত জন্ম হৈছে।আখৰাখনত নিশ্চয় ধনিষ্ঠা নক্ষত্ৰৰ প্ৰথম অথবা দ্বিতীয় চৰণ বুলি লিখা আছে।
Sosamilisekathabor👨❤️💋👨👩❤️💋👨👩❤️💋👩
Adi akhor ক, দ, গ দিব
ক -মিথুন ৰাশি,গ - কুম্ভ ৰাশি আৰু দ - মীন ৰাশি হয় আদ্যক্ষৰ অনুসৰি।
Aprilot bishikh Rakhir Rabi xudhi hobo ne jonabo sun
হব। কিন্তু এপ্ৰিলৰ ১৪ তাৰিখৰ পৰা। অৰ্থাৎ ৰবি মেষ ৰাশিত যেতিয়া যাব।
Mur,lgt,sab,mise
মহাশয়, মোৰ নাম গোপাল শৰ্মা। কিন্তু কেনেকৈ মোৰ মকৰ ৰাখি হ'ল । জনাবচোন।
সাধাৰণতে গ অক্ষৰটো কুম্ভৰাশি হয়। কিন্তু যেতিয়া জাতক এজনৰ ধনিষ্ঠা নক্ষত্ৰৰ প্ৰথম/দ্বিতীয় চৰণত জন্ম হয়। তেতিয়া মকৰ ৰাশি হয়। আপোনাৰ জন্ম ধনিষ্ঠা নক্ষত্ৰৰ প্ৰথম/দ্বিতীয় চৰণ (পাদ)ত জন্ম হৈছে। সেয়ে মকৰ ৰাশি হৈছে। নামটো ৰাশি হিচাপে থোৱা নাই নক্ষত্ৰানুযায়ী থৈছে।
Ve
Maniso
100./.
Kotha khini HOSA😢
Contact number 2 pam ni
কিছুমান ভিডিওত ফোন নম্বৰ দিয়া আছে।
একেবাৰে সছা কথা কলে
মকৰ ৰাশিৰ জীৱন প্ৰেম আছে নাই আৰু প্ৰেমে সফলতা পাই নে কবছোন
Jonmo mkor raxi 28bbosr fast class dhudia
Bapjon kotha bur alpu mila nai
কথাখিনি এনেকুৱা হ'ব পাৰে আপুনি আচলতে মকৰ ৰাশিৰ মানুহ নহ'ব পাৰে। আপোনাৰ ৰাশি হয় কুম্ভ অথবা ধনু ৰাশি।এই দুয়োটাৰ ওপৰত অলপ নজৰ দিয়ক।
য টো কি ৰাশি হয় কক চোন
ন আৰু য আদ্যক্ষৰ যুক্ত সকল বৃশ্চিক ৰাশিত পৰে।
Mur jonme rakhi mokar . Ghrt binita buli mate .moi bikh rakhi mani ahisu apuni kok sun kintu rakhi manib lagib 🙏🙏🙏