নিবনুৱাৰ বাবে ভাল খবৰ। ভাৰতীয় ৰে'ল বিভাগৰ তৰফৰ পৰা মুকলি কৰিছে পৰ্টেল।

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ม.ค. 2025

ความคิดเห็น • 9

  • @ilovemyassam2447
    @ilovemyassam2447 2 ชั่วโมงที่ผ่านมา

    অসমত ভূমিপুত্ৰ অসমীয়া (obc) জনগণ দাৰিদ্ৰ্যসীমা গোট প্ৰতিযোগিতাৰ আওতাত পৰে য'ত প্ৰতিযোগিতা অত্যন্ত উচ্চ। দুখীয়া শিক্ষিত লোকে এইধৰণৰ প্ৰতিযোগিতা, শিক্ষা আৰু প্ৰশিক্ষণ সুবিধা কেনেকৈ লাভ কৰিব?
    ভূমিপুত্ৰ অসমীয়া জনগণ দাৰিদ্ৰ্যসীমা বাবে সংৰক্ষণ, বিনামূলীয়া শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা অতি প্ৰয়োজনীয়।

  • @ilovemyassam2447
    @ilovemyassam2447 2 ชั่วโมงที่ผ่านมา

    প্ৰায় ৮০ লাখ অসমীয়া ভূমিপুত্ৰ এতিয়াও দাৰিদ্ৰ্যসীমাৰ তলত আছে।
    ৫০ লাখৰ ওপৰত অসমীয়া ভূমিপুত্ৰৰ কোনো ব্যৱসায় নাই বা কৰ্মসংস্থান নাই, মজবুৰীত প্ৰাইভেট কাম কৰি আছে।
    জল্দি জল্দি কৰক।
    আমাক চাকৰি লাগে, ব্যৱসায় লাগে।
    ৰেলৱেত অসমত ওবিচি অসমীয়া ভূমিপুত্ৰৰ সকলৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰক।
    নহ’লে এইবাৰ ভোট দিম নে, ভাবিব লাগিব।😅😅😅

  • @ilovemyassam2447
    @ilovemyassam2447 2 ชั่วโมงที่ผ่านมา

    ৫০ লাখৰ পৰা ৮০ লাখ পৰ্যন্ত ভূমিপুত্ৰ অসমীয়া জনগণ দাৰিদ্ৰ্যসীমাৰ তলত আছে।
    5 লাখ চাকৰি সৃষ্টি হ’লেও যথেষ্ট নহ’ব।
    ব্যৱসায়ৰ সুবিধা দিয়ক, আমাক আৰ্থিক সাহায্য দিয়ক।
    চাকৰি 10 লাখৰ ওপৰত লাগিব।
    নহ’লে সমস্যা সমাধান নহ’ব।

  • @ilovemyassam2447
    @ilovemyassam2447 2 ชั่วโมงที่ผ่านมา

    সকলো পোস্ট বিহাৰী আৰু ST, SC পায়।
    OBC নিম্ন আয় গোটৰ অসমীয়া সকল একো পোস্ট নাপায়। প্ৰতিযোগিতা বৰ বেছি । This is the Ground realities of Assam.🤢🤢🤢

  • @jamanaahmed8649
    @jamanaahmed8649 15 ชั่วโมงที่ผ่านมา

    Great 👍

  • @ilovemyassam2447
    @ilovemyassam2447 2 ชั่วโมงที่ผ่านมา

    অসমত চাকৰি আবেদন কৰিবলৈ মাচুল যথেষ্ট বেছি।
    এই সমস্যাই বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল অংশ, বিশেষকৈ OBC স্থানীয় অসমীয়া গোটসমূহৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰে

  • @Munna-l8p
    @Munna-l8p 16 ชั่วโมงที่ผ่านมา +1

    fees tu free koribo lage....Fees or poisa luta dhanda loise

  • @akfulchan5453
    @akfulchan5453 15 ชั่วโมงที่ผ่านมา

    ❤❤❤

  • @Swapna-ys6ic
    @Swapna-ys6ic 14 ชั่วโมงที่ผ่านมา

    ইমান দিনে কিয় নকলে