পিতৃ-মাতৃৰ কথা কৈ উচুপি উঠিল ৰাজশ্ৰী। 'বিহুৱতী বোৱাৰী'ৰ মঞ্চৰ পৰাই দিলে বিশেষ বাৰ্তা
ฝัง
- เผยแพร่เมื่อ 4 มิ.ย. 2024
- সংস্কাৰী ৰাজশ্ৰীৰ পুত্ৰ। পিতৃ-মাতৃৰ কথা কৈ উচুপি উঠিল ৰাজশ্ৰী। 'বিহুৱতী বোৱাৰী'ৰ মঞ্চৰ পৰাই পিতৃ-মাতৃলৈ দিলে বিশেষ বাৰ্তা। NB Newsৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ দ্বিতীয় ৰাউণ্ডৰ চতুৰ্থ খণ্ডৰ তৃতীয় অংশ
#nbnews #nbnewsdigital #bihuwatibuwari #bihu #realityshow #buwaribihu
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
যি সন্তানে নিজৰ পিতৃ মাতৃ আইতা ককাকৰ আশীৰ্বাদ অন্তৰত লৈ আগবাঢ়ি যায় তেওঁক ভগৱানে বাট দেখুৱাই আৰু আগলৈ লৈ যায়৷ আৰু নিজেই যেতিয়া সৎ ভাবে জীৱনতো আগোৱাই নিয়ে সেই বিলাক মানুহৰ সন্তানো সৎ মনোভাৱৰে হয়৷ তোমাৰ কথা শুনি চকুলো বৈ আহিলে৷বিচাৰক সকললৈ এনে উৎসাহ পূৰ্ণ মণতব্যৰ বাবে ধন্যবাদ জনালোঁ৷
বহুতো ধন্যৱাদ জনালো এইদৰে মৰম আৰু উৎসাহ দিয়াৰ বাবে😘
আপোনাৰ সন্তানলৈ বহুত বহুত শুভকামনা জনালোঁ। তুমি ভাল মানুহ হ'বা । বহুত মৰম❤❤
কথাখিনি শুনি বৰ ভাল লাগিল। শুভ কামনা থাকিল। ল'ৰা জন লৈ বহুত মৰম লাগিছে। সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ ❤️
Aguai jaok.. Val lagil
অগবাঢ়ি যোৱা আমাৰ আশিবাদ সদাই তোমাৰ লগত আছে❤❤
Bohut dhuniya lagise ba aguya joya ba ru ru apunar lora tu bohut morom loguya bohut ❤❤
🥰😘
ল'ৰাটো কিন্তু মানিব লাগিব।সৰু সৰু কথাই মানুহৰ ঘৰখনৰ পৰিৱেশটো কৈ দিয়ে।ল'ৰাটোৰ ভাল হওক❤দ্বীপজ্যোতি ছাৰে কোৱা কথাখিনিয়ে মন চুই গ'ল।❤
ধন্যৱাদ ভন্তি🥰
@@Rajashree_lifestyle32 আপুনিও বৰ মৰমলগা বা।আপোনাৰ ল'ৰাটোলৈ বহুত মৰম দিছোঁ।ভাল মানুহ হ'ব তেওঁ🙌
বহুত সুন্দৰ৷ আগবাঢ়ি যোৱা❤❤শুভেচ্ছা থাকিল তোমালৈ৷ বেটালৈ মৰম৷ মোৰ বেটাইয়ো মোক বহুত কেয়াৰ কৰে৷ ৮ বছৰ বয়স৷ আবেগিক হৈ পৰিলো৷
বহুত বহুত মৰম আৰু ধন্যৱাদ দেই😘🙏
Maina baaa dekhun 🎉🎉🎉🎉❤❤❤❤❤❤
Beta tur kotha bur eman hundor bohut besi val lagil❤😍😍 kotha bur huni eman besi val lagil❤
ধন্যৱাদ ভন্তি😘
পূৰৱী বাক এনে ও ধুনীয়া লাগে কিন্তু অভাৰ মেকাপ কৰি ধুনীয়াটো কমি গৈছে পাই।
খুউব ভাল লাগিল মাইনা বা❤
বহুত ভাল লাগিলে🙏🙏
কথাখিনিয়ে অন্তৰ চুই গ'ল। আগুৱাই যোৱা। কণমানি টোক মৰম দিলোঁ ❤️❤️
বহুতো ধন্যৱাদ জনালো এইদৰে মৰম আৰু উৎসাহ দিয়াৰ বাবে
Rajoshree bhut dhunia hoise aguai jua...amatkoi 1 year agor acil
Hsakoi sokupani ulai gl...😢
Hosake soku pani dhori rakhibo নোৱাৰিলোঁ. Vaity tu jiman dhuniya himan mat কথা buru val
বৰভাললাগিল
❤❤❤ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ভগৱানে তোমাক কুশলে ৰাখক তাৰেই আন্তৰিক শুভ কামনাৰে।❤❤❤
আপোনাক মই চিনি নাপাওঁ তথাপিও আপোনাৰ কথা কেইষাৰে অন্তৰ চুই গৈছে মোৰ।এইদৰে মৰম ,আৰ্শীৱাদ আৰু শুভেচ্ছা দিয়াৰ বাবে বহুতো ধন্যৱাদ জনালো🙏
Kotha khini huni sokupani rokhabo pora nai
চকুৰ পানী ওলাই গল 😭😭😭তুমি আগুৱাই যোৱা ❤❤❤
🥰
Cute beta❤
ৰাজশীক ৷
Kandi dilu dei
Tumar kotha huni sokur pani ulai gol o vonti
Soku pani ulai gl oo😢
চকুপানী ওলাই গল 😪😍❤️মোৰ মাই কান্দি গল মোৰ লগত video tuh চাই আছিল।❤
মাক মোৰ সেৱা জনালো🙏সদায় কুশলে থাকক মা😘
Tumi konduwai dila dei
Val lagil kotha khini huni❤ soku hemeki uthil❤❤
Thank youu
Kotha khini huni bohut val lagil ru aguai jua rajoshree❤❤❤❤❤from nazira
আপোণালোকৰ মৰম আৰ্শীৱাদেই সকলো।বহুতো ধন্যৱাদ এইদৰে মোক মৰম আৰু উৎসাহ দিয়াৰ বাবেই
ধুনীয়া হৈছে❤❤❤❤❤
🙏😘
Amr mainaba hoi de aru aagui jua love you beta ❤❤❤
Thank you deii.Maina baa kola hoi sini heii napaluu😘
@@Rajashree_lifestyle32 sumi ba r voni hoi
@@user-ne1gb1ee9l 😘
Rajashree Val lagil tumar bihu bohut bosor pisot salu..
Thank you Jumi🙏
Loratu dekhate lage ❤. Vl houk hokolure ❤
Thank you 🙏
❤️✨
Lora to bor dhuniya hoi,,,bohut Buji pai❤
😘
💞
Maina hundar
bhal lagil tumar nas dekhi. subeshya thakil next round li.
ধন্যৱাদ🙏
❤bhut vl lagil kotha khini xuni
Thank you🙏
চকু পানী ধৰি ৰাখিব নোৱাৰিলো ।😢😢
🥰
😊😊😊❤
😊😊😊
Rajoshree❤❤❤❤
😘
Purabi baideok mahabharat Rupa ganguli dara lage
Kandilu bohut dei 😢😢😢
😘😘
Konduwai dila
Saku pani ulai gl ba
Aioooo 😘বহুতো ধন্যৱাদ আৰু মৰম যাচিলো তোমাক
😢😢😢😢😢😢😢😢
😘
ভাল লাগিল ❤😊
Dhuliya keijone soku pani tukise o... Bohut lora ai potoke soku pani nulai😢
😘
Kotha khine hosae bohuta morm loga
😘
Vonti tumi xuhi xua
ধন্যৱাদ বা🙏
Bahut kandilu
🥰
Ba tmi hosai Val honskar disa e suwali aru mahila honman kribo hikaise horu pora dangor hole Val hobo aji Kali kisuman lorai suwalik oitya sar kore mar
Pit kore ajoni mak e nihikai je suwalik morom kribo lage honman kribo lage tmi ba hikase ba Val lagise care lobo le he adin Val lora hbo hubhaishya jasilu hun moi Dibrugarh biya hoisu mak honskar nothoka lora karone mahila honman kribo najane love from arunachal pradesh changlang
Thank you vontii comment korar babeii.Hodaii valeii thaka❤️🥰
Soboke konduai dile dai aji
😘🥰